চিঠি 

Chapter 6

১) 'চিঠি' গল্পটো শীলভদ্ৰৰ কোনখন সংকলনৰপৰা লোৱা হৈছে?

(ক) 'মধুপুৰ বহুদূৰ'

(খ) 'অন্য়ান্য় গল্প'

(গ) 'অনুসন্ধান'

উত্তৰঃ (খ) 'অন্য়ান্য় গল্প'


২) শীলভদ্ৰই কোনখন গ্ৰন্থৰ বাবে সাহিত্য় অকাডেমি বঁটা লাভ কৰিছিল?

(ক) 'মধুপুৰ বহুদূৰ'

(খ) অন্য়ান্য় গল্প'

(গ) 'অনুসন্ধান'

উত্তৰঃ (ক) 'মধুপুৰ বহুদূৰ'


৩)  প্ৰশান্ত শৰ্মাৰ মৃত্য়ৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল?

(ক) ঘৈণীয়েক

(খ) বন্ধু

(গ) ভতিজাক

উত্তৰঃ (গ) ভতিজাক


৪) কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল?

(ক) শৈশৱ বন্ধু প্ৰশান্ত শৰ্মাৰ

(খ) ঘৈণীয়েকৰ

(গ) ভতিজাক

উত্তৰঃ (ক) শৈশৱ বন্ধু প্ৰশান্ত শৰ্মাৰ


৫) ভূদেৱ চৌধুৰীয়ে কালৈ চিঠি লিখিছিল?

(ক) শৈশৱ বন্ধু প্ৰশান্ত শৰ্মাৰ

(খ) ঘৈণীয়েকৰ

(গ) ভতিজাক

উত্তৰঃ (ক) শৈশৱ বন্ধু প্ৰশান্ত শৰ্মাৰ


৬) লেখকে কিহক চিঠিৰ মূল্য় বুলি কৈছে?

(ক) সময় চিঠিৰ

(খ) চিঠিকে চিঠিৰ

(গ) ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ (খ) চিঠিকে চিঠিৰ


৭)  টিংখঙৰ পৰা কোনে বাগানৰ ডাক আনিছিল

(ক) প্ৰশান্ত শৰ্মা

(খ) শীলভদ্ৰ

(গ) ফাগু নামৰ বনুৱাজনে

উত্তৰঃ (গ) ফাগু নামৰ বনুৱাজনে


৮)  চিঠিৰ উত্তৰ দিবলৈ প্ৰশান্ত শৰ্মাই কাৰ হতুৱাই লেফাফা আনি থৈছিল ?

(ক) ঘৈণীয়ক

(খ) ভতিজাক

(গ) পুতেক

উত্তৰঃ (গ) পুতেক


৯) শীলভদ্ৰৰ কিমান চনত জন্ম হৈছিল?

(ক) ১৯২৪ চনত

(খ) ১৯৯৪ চনত

(গ) ২০০৮ চনত

উত্তৰঃ (ক) ১৯২৪ চন


১০)শীলভদ্ৰৰ প্ৰথম গল্প সংকলনখনৰ নাম কি? 

(ক) 'মধুপুৰ বহুদূৰ'

(খ) 'বাস্তৱ'

(গ) 'জীৱনৰ ৰং'

উত্তৰঃ (খ) 'বাস্তৱ'

১১)  শীলভদ্ৰই কোন চনত অসম উপত্য়কা বঁটা লাভ কৰিছিল?

(ক) ১৯২৪ চনত

(খ) ২০০২ চনত

(গ) ২০০৮ চনত

উত্তৰঃ (খ) ২০০২ চনত


১২) শীলভদ্ৰৰ কিমান চনত মৃত্য়ু হৈছিল?

(ক) ১৯২৪ চনত

(খ) ২০০২ চনত

(গ) ২০০৮ চনত

উত্তৰঃ (গ) ২০০৮ চনত


১৩) প্ৰত্য়াশা মানে কি?

(ক) আশা

(খ) ভাৰসা

(গ) ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ (গ) ওপৰৰ দুয়োটা শুদ্ধ


১৪) প্ৰতীক্ষা মানে কি?

(ক) খাবলৈ নোপোৱা

(খ) কৰুণা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ  (গ) ওপৰৰ এটাও নহয়


১৫) শীলভদ্ৰৰ অনুবাদমূলক গ্ৰন্থ নাম কি?

(ক) 'ৰূপান্তৰ'

(খ) 'ৰিপভান উইংকল'

(গ) ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ (গ) ওপৰৰ দুয়োটা শুদ্ধ


১৬) ভূদেৱ চৌধুৰী টিংখঙলৈ কিয় গৈছিল?

(ক) কামৰ বাবে

(খ) চিঠিৰ বাবে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) চিঠিৰ বাবে


১৭) শীলভদ্ৰই লাভ কৰা বঁটাৰ নাম কি?

(ক) সাহিত্য় অকাডেমি বঁটা

(খ) অসম উপত্য়কা সাহিত্য় বঁটা

(গ) ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ (গ) ওপৰৰ দুয়োটা শুদ্ধ


১৮) শীলভদ্ৰক কিমান চনত অসম উপত্য়কা সাহিত্য় বঁটা প্ৰদান কৰে

(ক) ১৯৯৪ চনত

(খ) ২০০২ চনত

(গ) ২০০৮ চনত

উত্তৰঃ (খ) ২০০২ চনত


১৯) উত্তাল শব্দ অৰ্থ কি?

(ক) প্ৰবল

(খ) ব্য়াকুল

(গ) ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ (ক) প্ৰবল


২০) 'চিঠি' গল্পটো লিখকৰ নাম কি?

(ক) তীৰ্থনাথ শৰ্মা

(খ) শীলভদ্ৰ

(গ)উৎপল দত্ত

উত্তৰঃ (খ) শীলভদ্ৰ