প্ৰথম অধ্যায়

সমষ্টিবাদী অৰ্থবিজ্ঞানৰ পৰিচয় (সূচনা)


১. 'ব্যষ্টি'গত প্ৰতিবিধি হ'ল

(ক) ভোক্তা সকল

(খ) ক্ৰেতা সকল

(গ) খেলুৱৈ সকল

উত্তৰঃ (ক) ভোক্তা সকল


২. অৰ্থনৈতিক সিদ্ধান্ত বোৰ হ'ল

(ক) কিমান খৰছ কৰিব লাগিব

(খ) কৰ কিমান নিৰ্দ্ধাৰন কৰা

(গ) ওপৰৰ দুয়োটাই

উত্তৰঃ (গ) ওপৰৰ দুয়োটাই


৩. নিজা অস্তিত্ব থকা গোট কোনবোৰ

(ক) কোম্পানী

(খ) বেংক

(গ) ব্যৱসায়

উত্তৰঃ (খ) বেংক


৪. অৰ্থনীতিত প্ৰভাৱিত কৰা কাৰক
(ক) বজাৰ
(খ)  নিবনুৱা
(গ) বেংক
উত্তৰঃ (খ)  নিবনুৱা

৫. আইন মতে গঠন হোৱা সংগঠন বোৰ
(ক) ভাৰতৰ ৰিৰ্জাভ বেংক
(খ) বেচৰকাৰী সংগঠন
(গ) ৰাস্তা পদূলি
উত্তৰঃ (ক) ভাৰতৰ ৰিৰ্জাভ বেংক

৬. 'The General Theory of Employment, Interest and Money' কোন চনত প্ৰকাশ হৈছিল
(ক) ১৯৪০
(খ) ১৯৩৩
(গ) ১৯৩৬
উত্তৰঃ (গ) ১৯৩৬

৭. 'The General Theory of Employment, Interest and Money' কাৰ গ্ৰন্থ
(ক) জ'ন কীড্ছ
(খ) মাইকেল
(গ) জ'ন মেইনাৰ্ড
উত্তৰঃ (গ) জ'ন মেইনাৰ্ড

৮. আমেৰিকাত নিবনুৱা হাৰ 3% পৰা ২৫%লৈ বৃদ্ধি হৈছিল
(ক) ১৯২৯ - ১৯৩৩
(খ) ১৯২৯- ১৯৩৫
(গ) ১৯২৫- ১৯২৮
উত্তৰঃ (ক) ১৯২৯ - ১৯৩৩

৯. যি শ্ৰম মজুৰিৰ বিনিময়ত কিনা বেচা কৰে , তাক
(ক) মজুৰি হাৰ
(খ) মজুৰি শ্ৰম
(গ) ভোক্তা
উত্তৰঃ (খ) মজুৰি শ্ৰম

১০. সমষ্টিবাদী অৰ্থবিজ্ঞানে অৰ্থনীতিক কেইটা ভাগত ভাগ কৰিছে
(ক) ৫টা
(খ) ৬টা
(গ) ৪টা
উত্তৰঃ (গ) ৪টা



Answer Type- Pompi Hazarika