বসতিঃ গ্ৰাম্য় জীৱন আৰু নগৰীয়া জীৱন
১। মানুহৰ অঘৰী জীৱন কেতিয়া পৰিৱৰ্তন ঘটিছিল ?
ৰীতি-নীতি আৰু পৰম্পৰা মানি চলাৰ পৰা
কৃষিকাৰ্য আৰম্ভ কৰাৰ লগে লগে
এটাও নহয়
উত্তৰ- কৃষিকাৰ্য আৰম্ভ কৰাৰ লগে লগে
২। আমাৰ অসমত কৃষিকাৰ্য কিহৰ ওপৰত নিৰ্ভৰশীল ?
প্ৰকৃতিৰ ওপৰত
জীৱন নিৰ্বাহৰ ওপৰত
এটাও নহয়
উত্তৰ-প্ৰকৃতিৰ ওপৰত
৩। নগৰৰ কেন্দ্ৰীয় অঞ্চলতো কিহৰ কেন্দ্ৰবিন্দু ?
ব্য়ৱসায়-বাণিজ্য়ৰ
কৃষি কাৰ্যৰ
এটাও নহয়
উত্তৰ-ব্য়ৱসায়-বাণিজ্য়ৰ
৪। যিমানে জনসংখ্যা বৃদ্ধি হয় সিমানেই __________নাটনি হয়।
খাদ্য়বস্তু
ঠাইৰ
এটাও নহয়
উত্তৰ-ঠাইৰ
৫। ওচৰা-উচৰিকৈ থকা দুখন চহৰ মিলিত হ'লে তাক কি চহৰ বোলে ?
দ্বৈত বা যমজ চহৰ
কৃষিভিত্তিত চহৰ
এটাও নহয়
উত্তৰ-দ্বৈত বা যমজ চহৰ
৬। সিন্ধু নদীৰ পাৰত গঢ় লৈ উঠা চহৰ দুখন কি কি ?
হায়দৰাবাদ আৰু চেকেন্দ্ৰাবাদ
মহেঞ্জোদাৰো আৰু হৰপ্পা
এটাও নহয়
উত্তৰ-মহেঞ্জোদাৰো আৰু হৰপ্পা
৭। অসমত পৌৰ প্ৰশাসনৰ দ্বাৰা পৰিচালিত পূৰ্ণ পৰ্যায়ৰ নগৰ কেইখন ?
৫৭ খন
৬৪ খন
এটাও নহয়
উত্তৰ-এটাও নহয়
৮। অসমৰ বেছিভাগ নগৰ ক'ত অৱস্থিত ?
ব্ৰহ্মপুত্ৰ উপত্য়কাত
বিলৰ পাৰত
এটাও নহয়
উত্তৰ-ব্ৰহ্মপুত্ৰ উপত্য়কাত
৯। গ্ৰাম্য় আৰু নগৰীয়া জীৱন-যাপন প্ৰণালী উন্নত কৰাৰ বাবে চৰকাৰে লোৱা আঁচনি দুখন কি কি ?
গ্ৰাম্য় জীৱিকা অভিযান আৰু নগৰীয়া জীৱিকা অভিযান
গ্ৰাম্য় জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান
এটাও নহয়
উত্তৰ-গ্ৰাম্য় জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান
১০। নগৰসমূহত কিহৰ সমস্য়া এক গুৰুত্বপূৰ্ণ দিশ ?
পানীৰ সমস্য়া
ব্য়ক্তিৰ সমস্য়া
এটাও নহয়
উত্তৰ-পানীৰ সমস্য়া
১১। সাধাৰণতে গ্ৰাম্য় বসতি অঞ্চলৰ কিমান শতাংশ মানুহ কৃষিকাৰ্যত নিয়োজিত হৈ থাকে ?
৫০ শতাংশ
৬০ শতাংশ
৭০ শতাংশ
উত্তৰ-৭০ শতাংশ
১২। নগৰত কিমান শতাংশ লোকে উদ্য়োগ, বাণিজ্য় আদিৰ লগত জড়িত হৈ থাকে ?
৭৩ শতাংশ
৭৫ শতাংশ
৭৬ শতাংশ
উত্তৰ-৭৫ শতাংশ
১৩। সকলো দেশতে নগৰ এখন হ'বলৈ ঠাইখনৰ জনসংখ্য়া কিমান হ'ব লাগে তাক কোনে নিৰ্ধাৰণ কৰি দিয়ে ?
মেগাল'পলিছে
দেশখনৰ লোকপিয়ল বিভাগে
কোনো নকৰে
উত্তৰ-দেশখনৰ লোকপিয়ল বিভাগে
১৪। লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাৰম্ভিক জনসংখ্য়া কিমান হ'ব ?
৫, ৫০০ জন
৩০, ০০০ জন
২, ৫০০ জন
উত্তৰ-২, ৫০০ জন
১৫। সিন্ধু নদীৰ পাৰত কেইখন নগৰ আৱিষ্কাৰ কৰা হৈছে ?
দুখন
এখন
চাৰিখন
উত্তৰ-দুখন
১৬। অসমত পৌৰ প্ৰশাসনৰ দ্ধাৰা পৰিচালিত পূৰ্ণ পৰ্যায়ৰ নগৰৰ সংখ্য়া কিমান ?
৫৫ খন
৮৪ খন
১৮ খন
উত্তৰ-৮৪ খন
১৭। গুৱাহাটীক কি বুলি স্বীকৃতি দিয়া হৈছে ?
নগৰ হিচাপে
মহানগৰ হিচাপে
গাওঁ হিচাপে
উত্তৰ-মহানগৰ হিচাপে
১৮। অসমৰ বেছিভাগ নগৰ ক'ত অৱস্থিত ?
বৰাক উপত্য়কাত
ব্ৰহ্মপুত্ৰ উপত্য়কাত
নদীৰ পাৰত
উত্তৰ-ব্ৰহ্মপুত্ৰ উপত্য়কাত
১৯। ভাৰতৰ নগৰসমূহক কেই ভাগত বিভক্ত কৰা হৈছে ?
চাৰি ভাগত
সাত ভাগত
তিনি ভাগত
উত্তৰ-তিনি ভাগত
২০। কিহক কেন্দ্ৰ কৰি মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লৈ গাঁৱৰ সৃষ্টি কৰিছে ?
পানীক
কৃষি কাৰ্যক
জীৱ-জন্তুক
উত্তৰ-কৃষি কাৰ্যক
0 Comments