বসতিঃ গ্ৰাম্য় জীৱন আৰু নগৰীয়া জীৱন

১। মানুহৰ অঘৰী জীৱন কেতিয়া পৰিৱৰ্তন ঘটিছিল ?

ৰীতি-নীতি আৰু পৰম্পৰা মানি চলাৰ পৰা

কৃষিকাৰ্য আৰম্ভ কৰাৰ লগে লগে

এটাও নহয়

উত্তৰ- কৃষিকাৰ্য আৰম্ভ কৰাৰ লগে লগে

২। আমাৰ অসমত কৃষিকাৰ্য কিহৰ ওপৰত নিৰ্ভৰশীল ?

প্ৰকৃতিৰ ওপৰত

জীৱন নিৰ্বাহৰ ওপৰত

এটাও নহয়

উত্তৰ-প্ৰকৃতিৰ ওপৰত

৩। নগৰৰ কেন্দ্ৰীয় অঞ্চলতো কিহৰ কেন্দ্ৰবিন্দু ?

ব্য়ৱসায়-বাণিজ্য়ৰ

কৃষি কাৰ্যৰ

এটাও নহয়

উত্তৰ-ব্য়ৱসায়-বাণিজ্য়ৰ

৪। যিমানে জনসংখ্যা বৃদ্ধি হয় সিমানেই __________নাটনি হয়।

খাদ্য়বস্তু

ঠাইৰ

এটাও নহয়

উত্তৰ-ঠাইৰ

 ৫। ওচৰা-উচৰিকৈ থকা দুখন চহৰ মিলিত হ'লে তাক কি চহৰ বোলে ?

দ্বৈত বা যমজ চহৰ

কৃষিভিত্তিত চহৰ

এটাও নহয়

উত্তৰ-দ্বৈত বা যমজ চহৰ

৬। সিন্ধু নদীৰ পাৰত গঢ় লৈ উঠা চহৰ দুখন কি কি ?

হায়দৰাবাদ আৰু চেকেন্দ্ৰাবাদ

মহেঞ্জোদাৰো আৰু হৰপ্পা

এটাও নহয়

উত্তৰ-মহেঞ্জোদাৰো আৰু হৰপ্পা

৭। অসমত পৌৰ প্ৰশাসনৰ দ্বাৰা পৰিচালিত পূৰ্ণ পৰ্যায়ৰ নগৰ কেইখন ?

৫৭ খন

৬৪ খন

এটাও নহয়

উত্তৰ-এটাও নহয়

৮। অসমৰ বেছিভাগ নগৰ ক'ত অৱস্থিত ?

ব্ৰহ্মপুত্ৰ উপত্য়কাত

বিলৰ পাৰত

এটাও নহয়

উত্তৰ-ব্ৰহ্মপুত্ৰ উপত্য়কাত

৯। গ্ৰাম্য় আৰু নগৰীয়া জীৱন-যাপন প্ৰণালী উন্নত কৰাৰ বাবে চৰকাৰে লোৱা আঁচনি দুখন কি কি ?

গ্ৰাম্য় জীৱিকা অভিযান আৰু নগৰীয়া জীৱিকা অভিযান

গ্ৰাম্য় জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান

এটাও নহয়

উত্তৰ-গ্ৰাম্য় জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান

১০। নগৰসমূহত কিহৰ সমস্য়া এক গুৰুত্বপূৰ্ণ দিশ ?

পানীৰ সমস্য়া

ব্য়ক্তিৰ সমস্য়া

এটাও নহয়

উত্তৰ-পানীৰ সমস্য়া

১১। সাধাৰণতে গ্ৰাম্য় বসতি অঞ্চলৰ কিমান শতাংশ মানুহ কৃষিকাৰ্যত নিয়োজিত হৈ থাকে ?

৫০ শতাংশ

৬০ শতাংশ

৭০ শতাংশ

উত্তৰ-৭০ শতাংশ

১২। নগৰত কিমান শতাংশ লোকে উদ্য়োগ, বাণিজ্য় আদিৰ লগত জড়িত হৈ থাকে ?

৭৩ শতাংশ

৭৫ শতাংশ

৭৬ শতাংশ

উত্তৰ-৭৫ শতাংশ

১৩। সকলো দেশতে নগৰ এখন হ'বলৈ ঠাইখনৰ জনসংখ্য়া কিমান হ'ব লাগে তাক কোনে নিৰ্ধাৰণ কৰি দিয়ে ?

মেগাল'পলিছে

দেশখনৰ লোকপিয়ল বিভাগে

কোনো নকৰে

উত্তৰ-দেশখনৰ লোকপিয়ল বিভাগে

১৪। লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাৰম্ভিক জনসংখ্য়া কিমান হ'ব ?

৫, ৫০০ জন

৩০, ০০০ জন

২, ৫০০ জন

উত্তৰ-২, ৫০০ জন

১৫। সিন্ধু নদীৰ পাৰত কেইখন নগৰ আৱিষ্কাৰ কৰা হৈছে ?

দুখন

এখন

চাৰিখন

উত্তৰ-দুখন

১৬। অসমত পৌৰ প্ৰশাসনৰ দ্ধাৰা পৰিচালিত পূৰ্ণ পৰ্যায়ৰ নগৰৰ সংখ্য়া কিমান ?

৫৫ খন

৮৪ খন

১৮ খন

উত্তৰ-৮৪ খন

১৭। গুৱাহাটীক কি বুলি স্বীকৃতি দিয়া হৈছে ?

নগৰ হিচাপে

মহানগৰ হিচাপে

গাওঁ হিচাপে

উত্তৰ-মহানগৰ হিচাপে

১৮। অসমৰ বেছিভাগ নগৰ ক'ত অৱস্থিত ?

বৰাক উপত্য়কাত

ব্ৰহ্মপুত্ৰ উপত্য়কাত

নদীৰ পাৰত

উত্তৰ-ব্ৰহ্মপুত্ৰ উপত্য়কাত

১৯। ভাৰতৰ নগৰসমূহক কেই ভাগত বিভক্ত কৰা হৈছে ?

চাৰি ভাগত

সাত ভাগত

তিনি ভাগত

 উত্তৰ-তিনি ভাগত

২০। কিহক কেন্দ্ৰ কৰি মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লৈ গাঁৱৰ সৃষ্টি কৰিছে ?

পানীক

কৃষি কাৰ্যক

জীৱ-জন্তুক

উত্তৰ-কৃষি কাৰ্যক