১) বিভিন্ন বস্তু কিহৰ বাবে শব্দ উতপত্তি হয় ?

a) শক্তি

b) কম্পনৰ

c) এটাও নহয়

Ans: a) শক্তি


২) কিহত শব্দৰ সঞ্চালন নহয় ?

a) শূন্যত

b) শক্তিত

c) কম্পনত

Ans: a) শূন্যত


৩) কিহৰ বাহ্যি্ক অংশক কৰ্ণপালি বোলে ?

a) চকুৰ

b) কাণৰ

c) ণাকৰ

Ans: b) কাণৰ


৪) শব্দ এবিধ কি ?

a) যান্ত্ৰিক তৰংগ

b) আধনিক যান্ত্ৰিক

c) এটাও নহয়

Ans: a) যান্ত্ৰিক তৰংগ


৫) শব্দ সঞ্চালিত হোৱা আটাইতকৈ সাধাৰণ মাধ্যমটো কি ?

a) শক্তি

b) কম্পন

c) বায়ু

Ans: c) বায়ু


৬) কি বস্তুৱে শব্দৰ সৃষ্টি কৰে ?

a) কম্পনৰ

b) স্পন্দনশীল

c) ওপৰৰ দুইটা শুদ্ধ

Ans: b) স্পন্দনশীল


৭) কম্পন কি ?

a) কম্পন হৈছে কোনো বস্তুৰ দ্ৰুতভাৱে অগা -পিঠা হৈ থকা এবিধ গতি

b) কম্পন হৈছে মানুহৰ মাত

c) কম্পন হৈছে চৰাই চিৰিকতিৰ মাত

Ans: a) কম্পন হৈছে কোনো বস্তুৰ দ্ৰুতভাৱে অগা -পিঠা হৈ থকা এবিধ গতি


৮) হেনৰিছ ৰুডলফ্ হাৰ্টজৰ জন্ম কিমান চনত হৈছিল ?

a) ১৮৫৫ চনত

b) ১৮৫৬ চনত

c) ১৮৫৭ চনত

Ans: c) ১৮৫৭ চনত


৯) তেওঁ কোনখন বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল 

a) মৰিগাঁও বিশ্ববিদ্যালয়ত

b) গুৱাহাটি বিশ্ববিদ্যালয়ত

c) বাৰ্লিন বিশ্ববিদ্যালয়ত

Ans: c) বাৰ্লিন বিশ্ববিদ্যালয়ত


১০)  ভৌতিক মাধ্যমৰ মাজেৰে শব্দ কি ৰূপত সঞ্চালিত হয় ?

a) অনুদৈঘ্য তৰংগৰ

b) যান্ত্ৰিক তৰংগৰ

c) এটাও নহয়

Ans: a) অনুদৈঘ্য তৰংগৰ


১১) মাধ্যমৰ অনুত্ৰুমিক সংকোচন আৰু তনূভৱন হিচাপে কি সঞ্চালিত হয় ?

a) শক্তি

b) শব্দ

c) বস্তু

Ans: b) শব্দ


১২) মানুহৰ শ্ৰাব্য সীমাৰ প্ৰসাৰ কিমানৰ পৰা কিমানলৈ ?

a) 10 হাৰ্জাৰৰ পৰা 10,000হাৰ্জাৰ

b) 20 হাৰ্জাৰৰ পৰা 30,000 হাৰ্জাৰ

c) 20 হাৰ্জাৰৰ পৰা 20,000 হাৰ্জৰ

Ans: c) 20 হাৰ্জাৰৰ পৰা 20,000 হাৰ্জৰ


১৩) কাণেৰে কম শুনা ব্যক্তিক কিহৰ সহায়ক যন্ত্ৰৰ প্ৰয়োজন হয় ?

a) শ্ৰৱণ যন্ত্ৰ

b) তৰাংগ যন্ত্ৰ

c) এটাও নহয়

Ans: a) শ্ৰৱণ যন্ত্ৰ


১৪) কি সহায়ৰ যন্ত্ৰ হৈছে বেটেৰী চালিত এবিধ ইলেকট্ৰনিক সঁজুলি ?

a) তৰাংৰ যন্ত্ৰ

b) শ্ৰৱণ যন্ত্ৰ

c) আধুনিক যন্ত্ৰ

Ans: b) শ্ৰৱণ যন্ত্ৰ


১৫) কণাবিলাক থূপ খোৱা অঞ্চলবোৰ কি অঞ্চল  ?  

a) ভৈয়াম অঞ্চল

b) পাহাৰ অঞ্চল

c) সংকোচন অঞ্চল

Ans: c) সংকোচন অঞ্চল


১৬) এটা কম্পনাংকৰ শব্দক কি বোলে ?

a) স্বৰ

b) তৰংগ

c) অনুদঘ্য

Ans: a) স্বৰ


১৭) মাধ্যমৰ মাজেৰে শব্দ সীমিত কিহেৰে সঞ্চালিত হয় ?

a) স্বৰ

b) বেগেৰে

c) এটাও নহয়

Ans: a) স্বৰ


১৮) কি শব্দ এটাই গুণ উচ্চ বুলি কোৱা হয় ?

a) বিস্তাৰ

b) শুৱলা

c) কম্পনা

 Ans: b) শুৱলা


১৯) শব্দৰ নিৰ্বন্ধ ঘটোৱা পুনঃ পুনঃ প্ৰতিফলনক কি বুলি কোৱা হয় ?

a) অমুৰণন

b) প্ৰবাল্য

c) অৱশব্দ

 Ans: a) অমুৰণন