ধনপতি


১। ধনপতি কবিতাটি কোনে ৰচনা কৰিছিল ?

1) ড° জয়কান্ত শৰ্মা

2) সূৰ্য কুমাৰ ভূঞা

3) এটাও নহয়

Ans: সূৰ্য কুমাৰ ভূঞা


২। দেশব্য়াপী শব্দৰ অৰ্থ কি ?

1) গোটেই দেশজুৰি

2) নিজৰ দেশ

3) এটাও নহয়

Ans: গোটেই দেশজুৰি


৩। সেয়ে ধনী ধন যাৰ __________ বৰ্জিত ।

1) ন্য়ায়

2) কলঙ্ক

3) এটাও নহয়

Ans: কলঙ্ক


৪। সূৰ্য কুমাৰ ভূঞাৰ ক'ত জন্ম হৈছিল ?

1) কলিকতাত

2) নগাঁও

3) এটাও নহয়

Ans: নগাঁও


৫। সূৰ্য কুমাৰ ভূঞাই ৰচনা কৰা কবিতাসমূহ কিহত সংগ্ৰহ কৰা হৈছে ?

1) নিৰ্মালি

2) ভানুনন্দন

3) এটাও নহয়

Ans: নিৰ্মালি


৬। তেখেত কোন কলেজৰ প্ৰথম গৰাকী অসমীয়া অধ্য়ক্ষ আছিল ?

1) কটন কলেজৰ

2) লণ্ডন বিশ্ৱবিদ্য়ালয়ৰ

3) এটাও নহয়

Ans: কটন কলেজৰ


৭। বৈষ্ণৱ কবিতাৰ আৰ্হিত তেখেত 'ভানুনন্দন' নামত কি লিখিছিল ?

1) স্বৰ্গদেউ ৰাজেশ্ৱৰ সিংহ

2) জয়মতী উপাখ্যান

3) এটাও নহয়

Ans: জয়মতী উপাখ্যান


৮। ঢালে ধন __________উন্নতি কামত 

1) স্বজাতিৰ

2) ধনী লোকে

3) এটাও নহয়

Ans: স্বজাতিৰ


৯। এক অননুকৰণীয় গদ্য়ভংগীৰে লিখা তেখেতৰ এখন মূল্য়ৱান গ্ৰন্থ কি ?

1) পুৰাতত্ত্ব

2) স্বৰ্গদেউ ৰাজেশ্ৱৰ সিংহ

3) এটাও নহয়

Ans: স্বৰ্গদেউ ৰাজেশ্ৱৰ সিংহ


১০। কলংক শব্দৰ অৰ্থ কি ?

1) দাগ নথকা

2) দাগ, চেকা, কুখ্য়াতি

3) এটাও নহয়

Ans: দাগ, চেকা, কুখ্য়াতি


১১। আমি জানো তুমি _______ লভিলা কিমতে 

1) ধন

2) ধনী

3) এটাও নহয়

Ans: ধন


১২। মূলমন্ত্ৰ শব্দৰ অৰ্থ কি ?

1) ধনৰ গৰাকী

2) নিজৰ দেশ

3) এটাও নহয়

Ans: এটাও নহয়


১৩। কি কি বিভাগক তেখেতৰ জীৱনৰ কীৰ্তি-স্তম্ভ বুলি ক'ব পাৰি ?

1) বুৰঞ্জী আৰু পুৰাতত্ত্ব

2) অৰ্থনীতি আৰু ৰাজনীতি

3) এটাও নহয়

Ans: বুৰঞ্জী আৰু পুৰাতত্ত্ব


১৪। সূৰ্য কুমাৰ ভূঞাই ক'ত অনুস্থিত হোৱা অসম সাহিত্য় সভাৰ সভাপতি হৈছিল ?

1) গুৱাহাটীত

2) ছিলঙত

3) এটাও নহয়

Ans: ছিলঙত


১৫। স্বজাতি শব্দৰ অৰ্থ কি ?

1) গোটেই দেশজুৰি

2) নিজৰ দেশ

3) এটাও নহয়

Ans: নিজৰ দেশ


১৬। নিজৰ বাসভৱনত আৰম্ভ কৰা বিভাগটোৱেই পাছত কি বিভাগত পৰিণত হয় ?

1) চৰকাৰী বিভাগ

2) ৰাজকীয় বিভাগ

3) এটাও নহয়

Ans: চৰকাৰী বিভাগ


১৭। তেখেত প্ৰথম অসমীয়া ___________ আছিল ।

1) কবি

2) শিক্ষাধিকাৰো

3) এটাও নহয়

Ans: শিক্ষাধিকাৰো


১৮। ________ বুলি তুমি লভিছা সন্মান

1) ধনপতি

2) দেশব্য়াপী

3) এটাও নহয়

Ans: ধনপতি


১৯। ন্য়ায়-নিৰূপিত শব্দৰ অৰ্থ কি ?

1) নিয়ম অনুসাৰে

2) মূল নীতি

3) এটাও নহয়

Ans: নিয়ম অনুসাৰে


২০। সূৰ্য কুমাৰ ভূঞাৰ কিমান চনত জন্ম হৈছিল ?

1) ১৮৯২ চনত

2) ১৯৬৪ চনত

3) এটাও নহয়

Ans: ১৮৯২ চনত

Type Susmita Kakati