ধনপতি
১। ধনপতি কবিতাটি কোনে ৰচনা কৰিছিল ?
1) ড° জয়কান্ত শৰ্মা
2) সূৰ্য কুমাৰ ভূঞা
3) এটাও নহয়
Ans: সূৰ্য কুমাৰ ভূঞা
২। দেশব্য়াপী শব্দৰ অৰ্থ কি ?
1) গোটেই দেশজুৰি
2) নিজৰ দেশ
3) এটাও নহয়
Ans: গোটেই দেশজুৰি
৩। সেয়ে ধনী ধন যাৰ __________ বৰ্জিত ।
1) ন্য়ায়
2) কলঙ্ক
3) এটাও নহয়
Ans: কলঙ্ক
৪। সূৰ্য কুমাৰ ভূঞাৰ ক'ত জন্ম হৈছিল ?
1) কলিকতাত
2) নগাঁও
3) এটাও নহয়
Ans: নগাঁও
৫। সূৰ্য কুমাৰ ভূঞাই ৰচনা কৰা কবিতাসমূহ কিহত সংগ্ৰহ কৰা হৈছে ?
1) নিৰ্মালি
2) ভানুনন্দন
3) এটাও নহয়
Ans: নিৰ্মালি
৬। তেখেত কোন কলেজৰ প্ৰথম গৰাকী অসমীয়া অধ্য়ক্ষ আছিল ?
1) কটন কলেজৰ
2) লণ্ডন বিশ্ৱবিদ্য়ালয়ৰ
3) এটাও নহয়
Ans: কটন কলেজৰ
৭। বৈষ্ণৱ কবিতাৰ আৰ্হিত তেখেত 'ভানুনন্দন' নামত কি লিখিছিল ?
1) স্বৰ্গদেউ ৰাজেশ্ৱৰ সিংহ
2) জয়মতী উপাখ্যান
3) এটাও নহয়
Ans: জয়মতী উপাখ্যান
৮। ঢালে ধন __________উন্নতি কামত
1) স্বজাতিৰ
2) ধনী লোকে
3) এটাও নহয়
Ans: স্বজাতিৰ
৯। এক অননুকৰণীয় গদ্য়ভংগীৰে লিখা তেখেতৰ এখন মূল্য়ৱান গ্ৰন্থ কি ?
1) পুৰাতত্ত্ব
2) স্বৰ্গদেউ ৰাজেশ্ৱৰ সিংহ
3) এটাও নহয়
Ans: স্বৰ্গদেউ ৰাজেশ্ৱৰ সিংহ
১০। কলংক শব্দৰ অৰ্থ কি ?
1) দাগ নথকা
2) দাগ, চেকা, কুখ্য়াতি
3) এটাও নহয়
Ans: দাগ, চেকা, কুখ্য়াতি
১১। আমি জানো তুমি _______ লভিলা কিমতে
1) ধন
2) ধনী
3) এটাও নহয়
Ans: ধন
১২। মূলমন্ত্ৰ শব্দৰ অৰ্থ কি ?
1) ধনৰ গৰাকী
2) নিজৰ দেশ
3) এটাও নহয়
Ans: এটাও নহয়
১৩। কি কি বিভাগক তেখেতৰ জীৱনৰ কীৰ্তি-স্তম্ভ বুলি ক'ব পাৰি ?
1) বুৰঞ্জী আৰু পুৰাতত্ত্ব
2) অৰ্থনীতি আৰু ৰাজনীতি
3) এটাও নহয়
Ans: বুৰঞ্জী আৰু পুৰাতত্ত্ব
১৪। সূৰ্য কুমাৰ ভূঞাই ক'ত অনুস্থিত হোৱা অসম সাহিত্য় সভাৰ সভাপতি হৈছিল ?
1) গুৱাহাটীত
2) ছিলঙত
3) এটাও নহয়
Ans: ছিলঙত
১৫। স্বজাতি শব্দৰ অৰ্থ কি ?
1) গোটেই দেশজুৰি
2) নিজৰ দেশ
3) এটাও নহয়
Ans: নিজৰ দেশ
১৬। নিজৰ বাসভৱনত আৰম্ভ কৰা বিভাগটোৱেই পাছত কি বিভাগত পৰিণত হয় ?
1) চৰকাৰী বিভাগ
2) ৰাজকীয় বিভাগ
3) এটাও নহয়
Ans: চৰকাৰী বিভাগ
১৭। তেখেত প্ৰথম অসমীয়া ___________ আছিল ।
1) কবি
2) শিক্ষাধিকাৰো
3) এটাও নহয়
Ans: শিক্ষাধিকাৰো
১৮। ________ বুলি তুমি লভিছা সন্মান
1) ধনপতি
2) দেশব্য়াপী
3) এটাও নহয়
Ans: ধনপতি
১৯। ন্য়ায়-নিৰূপিত শব্দৰ অৰ্থ কি ?
1) নিয়ম অনুসাৰে
2) মূল নীতি
3) এটাও নহয়
Ans: নিয়ম অনুসাৰে
২০। সূৰ্য কুমাৰ ভূঞাৰ কিমান চনত জন্ম হৈছিল ?
1) ১৮৯২ চনত
2) ১৯৬৪ চনত
3) এটাও নহয়
Ans: ১৮৯২ চনত
Type Susmita Kakati