আমাৰ পৰিৱেশ

Chapter 1

1. প্ৰাকৃতিক পৰিৱেশৰ উপাদানবোৰক কেইটা ভাগত ভগোৱা হৈছে ?

(ক)দুটা ভাগত

(খ)তিনিটা ভাগত

(গ)পাচঁটা ভাগত

উত্তৰঃ (ক)দুটা ভাগত


2. মৰুভূমিৰ প্ৰধান প্ৰাণী কি ?  

(ক)বগা ভালুক

(খ)উট

(গ)বল্গা হৰিণ

উত্তৰঃ (খ)উট


3. টেকবাহাদুৰ গুৰুদ্বাৰ কোন জিলাৰ ?

(ক)শিৱসাগৰ

(খ)মাজুলী

(গ)ধুবুৰী

উত্তৰঃ (গ)ধুবুৰী


4. পেংগুইনে কিয় উৰিব নোৱাৰে ?

(ক)ডেউকা দুখন সৰু হোৱা বাবে

(খ)ডেউকা নথকাৰ বাবে

(গ)ডেউকা দুখন ডাঙৰ হোৱা বাবে

উত্তৰঃ (ক)ডেউকা দুখন সৰু হোৱা বাবে


5. বল্গা হৰিণ কিমান ফুট ওখ ?

(ক)দহ ফুট

(খ)সাত ফুট

(গ)পাঁচ ফুট

উত্তৰঃ (খ)সাত ফুট 


6. মদন-কামদেৱ, চণ্ডিকা মন্দিৰ আৰু মেৰ ঘৰ কোন জিলাত অৱস্থিত ?

(ক)ডিমা হাছাও

(খ)গোৱালপাৰা

(গ)কামৰূপ

উত্তৰঃ (গ)কামৰূপ


7. পৃথিৱীৰ মুঠ বেছিভাগ পানী ক’ত থাকে ?

(ক)জান-জুৰি

(খ)সাগৰ আৰু মহাসাগৰ

(গ)হ্ৰদ

উত্তৰঃ (খ)সাগৰ আৰু মহাসাগৰ


8. জিৰাফ/সিংহ/বাঘৰ গাৰ ৰং ধূস

(ক)জিৰাফৰ

(খ)সিংহৰ

(গ)বাঘ

উত্তৰঃ (খ)সিংহৰ


9. জলাহভূমি কি ?

(ক) অস্থায়ীভাৱে জলমগ্ন হৈ থকা মাটি ভাগ।

(খ) স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটি ভাগ।

(গ) ওপৰৰ (ক) আৰু (খ) দুইটা শুদ্ধ।

উত্তৰঃ (খ) স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটি ভাগ।

10. ভেঁকুৰৰ বৰণ কেনেকুৱা ?

(ক)ৰঙা

(খ)সোণালী

(গ)পাতল হালধীয়া, বগা বা মূগা

উত্তৰঃ (গ)পাতল হালধীয়া, বগা বা মূগা


11. বগা ভালুক কোন অঞ্চলত পোৱা যায় ?

(ক) মেৰু অঞ্চলত।

(খ) দাঁতিকাষৰীয়া অঞ্চলত।

(গ) ওপৰৰ (ক) আৰু (খ) দুইটা অশুদ্ধ।

উত্তৰঃ (ক) মেৰু অঞ্চলত।

12. আমাৰ দেশত থকা কীৰ্তিচিহ্নবোৰ কিহৰ প্ৰতীক ?

(ক)ৰাষ্ট্ৰীয় প্ৰতীক।

(খ)জাতীয় প্ৰতীক।

(গ)ঐতিহ্য়ৰ প্ৰতীক।

উত্তৰঃ (গ)ঐতিহ্য়ৰ প্ৰতীক।


13. জীয়াই থাকিবলৈ জীৱ এটাক কি উপযুক্ত পৰিৱেশৰ প্ৰয়োজন ?

(ক)প্ৰাকৃতিক পৰিৱেশৰ

(খ)মানৱসৃষ্ট পৰিৱেশৰ

(গ)প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশ

উত্তৰঃ (ক)প্ৰাকৃতিক পৰিৱেশৰ


14. অণুজীৱ কি যন্ত্ৰৰ সহায়ত দেখা পোৱা যায় ?

(ক) দূৰবীক্ষণ যন্ত্ৰ।

(খ) অণুবীক্ষণ যন্ত্ৰ।

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (খ) অণুবীক্ষণ যন্ত্ৰ।


15. অত্য়াধিক বৰষুণৰ ফলত কোনো এটা অঞ্চলত কেনেকুৱা পৰিৱেশৰ সৃষ্টি হয় ?

(ক) খৰাং পৰিৱেশৰ সৃষ্টি হয়।

(খ) বানপানীৰ পৰিৱেশৰ সৃষ্টি হয়।

(গ) ওপৰৰ (ক) আৰু (খ) দুইটা শুদ্ধ।

উত্তৰঃ (খ) বানপানীৰ পৰিৱেশৰ সৃষ্টি হয়।


16. উদ্ভিদ প্ৰাকৃতিক পৰিৱেশৰ কোনবিধ উপাদান ?

(ক) অজৈৱিক উপাদান।

(খ) জৈৱিক উপাদান।

(গ) ওপৰৰ (ক) আৰু (খ) দুইটা শুদ্ধ।

উত্তৰঃ (খ) জৈৱিক উপাদান।


17. পেংগুইন চৰাইৰ গাৰ গঠন কেনেকুৱা ?

(ক) দীঘলীয়া ডিম্বাকৃতিৰ গাটো সৰু সৰু পাখিৰে আৱৰা।

(খ) দীঘলীয়া ডিম্বাকৃতিৰ গাটো ডাঙৰ ডাঙৰ পাখিৰে আৱৰা।

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (ক) দীঘলীয়া ডিম্বাকৃতিৰ গাটো সৰু সৰু পাখিৰে আৱৰা।


18. কোন অঞ্চলৰ প্ৰাণীৰ গাৰ ছাল ডাঠ আৰু নোমাল ? 

(ক)মেৰু অঞ্চলৰ।

(খ)সাগৰীয়া অঞ্চলৰ।

(গ)মৰুভূমি অঞ্চলৰ।

উত্তৰঃ (গ)মৰুভূমি অঞ্চলৰ।


19. পেংগুইন চৰায়ে খাদ্য় কি খায় ?

(ক) সৰু মাছ।

(খ) ছীল

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (ক) সৰু মাছ।


20. আজানপীৰৰ দৰগাহ ক’ত আছে ?

(ক)শিৱসাগৰত।

(খ)পাণবাৰীত।

(গ)দিখৌমুখত।

উত্তৰঃ (গ)দিখৌমুখত। 



২১) তলৰ কোনবিধ অজৈৱিক উপাদান ?

(ক) পানী 

(খ) মাটি 

(গ) ওপৰৰ দোয়োটা 

উত্তৰঃ (গ) ওপৰৰ দোয়োটা 


২২) তলৰ কোনবিধ জৈৱিক উপাদান ?

(ক) উদ্ভিদ

(খ) বায়ু

(গ) নৈ

উত্তৰঃ (ক) উদ্ভিদ


২৩) প্ৰাকৃতিক পৰিৱেশৰ এক উত্তম উদাহৰণ কি ?

(ক) তলৰ এটাও নহয়

(খ) জৈৱিক আৰু অজৈৱিক

(গ) 'জলাহভূমি' বা 'আৰ্দ্ৰভূমি'

উত্তৰঃ (গ) 'জলাহভূমি' বা 'আৰ্দ্ৰভূমি'


২৪) সকলো জীৱকে জীয়াই থাকিবলৈ কিহৰ প্ৰয়োজন হয় ?

(ক) বায়ু

(খ) প্ৰাকৃতিক পৰিৱেশৰ

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ)প্ৰাকৃতিক পৰিৱেশৰ


২৫) সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগক কি বোলা হয় ?

(ক) জৈৱিক

(খ) জলাহভূমি

(গ) অজৈৱিক

উত্তৰঃ (খ) জলাহভূমি


২৬) উদ্ভিদ প্ৰাকৃতিক পৰিৱেশৰ কি উপাদান ?

(ক) মুখ্য়

(খ) প্ৰাকৃতিক

(গ) ওপৰৰ এটাও  নহয়

উত্তৰঃ(ক) মুখ্য়



২৭) -------- মৰুভূমিৰ প্ৰধান প্ৰাণী |

(ক) ছীল

(খ) উট

(গ) য়াক

উত্তৰঃ (খ) উট


২৮) বগা ভালুক ------ অঞ্চলত পোৱা যায় |

(ক) মৰুভূমি

(খ) তৃণভূমি

(গ) মেৰু অঞ্চল

উত্তৰঃ (গ) মেৰু অঞ্চল



২৯) তৃণভূমি অঞ্চলত বৃহৎ এলেকাজুৰি ----------- পোৱা যায় |

(ক) বন

(খ) মাংখভোজী আৰু তূণভোজী প্ৰাণী পোৱা যায়। 

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) মাংখভোজী আৰু তূণভোজী প্ৰাণী পোৱা যায়। 



৩০) মৰুভূমিত ----------জাতীয় উদ্ভিদ হয়

(ক) কেকটাছ 

(খ) শেলাই

(গ)ওপৰৰ দুয়োটা

উত্তৰঃ (ক) কেকটাছ 


Type By Munmi Hazarika 




DABP007015