ইতিহাসৰ অধ্য়য়ন


১। ইতিহাস বুলিলে অতীজৰেপৰা চলি অহাক কি বুজায়?

(ক) সাধুকথা বুজায়

(খ) কথাবোৰকে বুজায়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) কথাবোৰকে বুজায়।


২। অতীতৰ সঁচা কাহিনীবোৰ কি?

(ক) ইতিহাস

(খ) ভূগোল

(গ) ৰাজনীতি

উত্তৰঃ (ক) ইতিহাস।


৩। ইতিহাসৰ সলনি আমি প্ৰায়ে কি শব্দ ব্য়ৱহাৰ কৰোঁ?

(ক) বুৰঞ্জী

(খ) ভূগোল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) বুৰঞ্জী।


৪। আমাৰ প্ৰতিটো পৰিয়ালৰো কি আছে?

(ক) ৰাজনীতি আছে

(খ) ইতিহাস আছে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ইতিহাস আছে।


৫। ভাল সমাজ গঢ়াৰ বিষয়ে কি কৰিব নোৱাৰে?

(ক) সমাজ গঠন কৰিব নোৱাৰে

(খ) কল্পনা কৰিব নোৱাৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) কল্পনা কৰিব নোৱাৰে।


৬। বৰ্তমান অৱস্থাটোৰ ৰেহ-ৰূপ বুজিবলৈ কি জনাটো আৱশ্য়ক?

(ক) ইতিহাস জনাটো

(খ) ভূগোল জনাটো

(গ) ৰাজনীতি জনাটো

উত্তৰঃ (ক) ইতিহাস জনাটো।


৭। ইতিহাস কি কাহিনী নহয়?

(ক) কাল্পনিক কাহিনী নহয়

(খ) অন্ধবিশ্বা কাহিনী নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) কাল্পনিক কাহিনী নহয়।


৮। ইতিহাসবিদসকলৰ বাবে এইটো এটা কি?

(ক) সৰু সমস্য়া

(খ) ডাঙৰ সমস্য়া

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ডাঙৰ সমস্য়া।


৯। প্ৰাচীন গুহাত আৱিষ্কাৰ হোৱা ছবি আৰু কি?

(ক) চিহ্ন

(খ) চিত্ৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) চিহ্ন।


১০। চালি-জাৰি চাই খৰচি মাৰি তথ্য়-প্ৰমাণবোৰ কি কৰে?

(ক) সৃষ্টি কৰে

(খ) চেষ্টা কৰে

(গ) অধ্য়য়ন কৰে

উত্তৰঃ (গ) অধ্য়য়ন কৰে।


১১। ‘ইতিহাস’ শব্দটো সংস্কৃত কি শব্দৰ ৰূপান্তৰ?

(ক) ‘ৰাজহ’

(খ) ‘ইতিহ’

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ‘ইতিহ’।


১২। ‘ইতিহ’ৰ অৰ্থ কি?

(ক) পিচৰেপৰা চলি অহা

(খ) আগৰেপৰা চলি অহা

(গ) মাজৰেপৰা চলি হা

উত্তৰঃ (খ) আগৰেপৰা চলি অহা।


১৩। ‘ইতিহাস’ৰ সলন আমি প্ৰায়ে  কি শব্দটো ব্য়ৱহাৰ কৰোঁ?

(ক) History শব্দটো

(খ) বুৰঞ্জী’ শব্দটো

(গ) ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ (গ) ওপৰৰ দুয়োটা শুদ্ধ।


১৪। ইতিহাসৰ বাবে গুৰুত্বপূৰ্ণ সমলবোৰ কেইটা?

(ক) ৪ টা

(খ) ৫ টা

(গ) ৭ টা

উত্তৰঃ (গ) ৭ টা।


১৫।  ইতিহাসৰ বাবে গুৰুত্বপূৰ্ণ সমলবোৰৰ ৪ নম্বৰটো কি?

(ক) শিলালিপি

(খ) লিখিত সাহিত্য়

(গ) তাম্ৰলিপি

উত্তৰঃ (খ) লিখিত সাহিত্য়।


১৬। সমলবোৰৰ সহায়ত কি লিখিবলৈ চেষ্টা কৰা হয়?

(ক) ৰাজনীতি

(খ) ইতিহাস

(গ) ভূগোল

উত্তৰঃ (খ) ইতিহাস।


১৭। মানৱ সভ্য়তাৰ ইতিহাস বহু কিমান বছৰীয়া? 

(ক) শশবছৰীয়া

(খ) কুটিবছৰীয়া

(গ) হাজাৰবছৰীয়া

উত্তৰঃ (গ) হাজাৰবছৰীয়া।


১৮। ইতিহাসৰো সীমাবদ্ধতা নাই নে?

(ক) আছে

(খ) নাই

উত্তৰঃ (ক) আছে।


১৯। ‘প্ৰাক-ঐতিহাসিক যুগ’ক ইংৰাজীত কি বুলি কয়?

(ক) Historic Age

(খ) Pre-Historic Age

(গ) Copper Plate incription

উত্তৰঃ (খ) Pre-Historic Age।

Type Susmita Kakati