অসম ৰাজ্য়ৰ পৰিচয়
১। আমাৰ সুজলা- সুফলা অসমখন ভাৰতৰ কোন ঠাই অৱস্থিত ?
1) দক্ষিণ-পূব
2) পশ্চিম-পূব
3) উত্তৰ-পূব
Ans: উত্তৰ-পূব
২। পুৰণি কালত আমাৰ ৰাজ্য়খন প্ৰথমে কি নামে জনা যায় ?
1) কামৰূপ
2) প্ৰাগ্জ্য়োতিষপুৰ
3) অসমৰ দেশ
Ans: প্ৰাগ্জ্য়োতিষপুৰ
৩। কাৰ অনুনয়-বিনয়ত সন্তুষ্ট হৈ মহাদেৱে কামদেৱক পুনৰ আগৰ ৰূপ ঘূৰাই দিছিল ?
1) জীয়েকৰ
2) ঘইনীয়েকৰ
3) মাকৰ
Ans: ঘইনীয়েকৰ
৪। কাৰ ৰাজত্বকালত এই দেশৰ নাম 'অহম' বা 'অসম' হৈছিল?
1) ব্ৰিটিছৰ ৰাজত্বকালত
2) মুছলমান ৰাজত্বকালত
3) আহোমৰ ৰাজত্বকালত
Ans: আহোমৰ ৰাজত্বকালত
৫। পুৰণি কালত কামৰূপত কোন ৰজাই ৰাজত্ব কৰিছিল ?
1) নৰকাসুৰ ৰজা
2) ৰাজেশ্বৰ ৰজা
3) বাণ ৰজা
Ans: নৰকাসুৰ ৰজা
৬। বৰ্তমান কোন ঠাইত তেওঁৰ ৰাজধানী আছে ?
1) শিৱসাগৰ
2) নগাওঁ
3) গুৱাহাটী
Ans: গুৱাহাটী
৭। বাণ ৰজা জীয়ৰী ঊষা কাৰ লগত বিয়া হৈছিল ?
1) অনিৰুদ্ধৰ লগত
2) শ্ৰীকৃষ্ণৰ লগত
3) ভাস্কৰ বৰ্মনৰ লগত
Ans: অনিৰুদ্ধৰ লগত
৮। বাণ ৰজাই তেজপুৰত কি নিৰ্মাণ কৰিছিল ?
1) নৱগ্ৰহ মন্দিৰ
2) অগ্নিগড়
3) উমানন্দ মন্দিৰ
Ans: অগ্নিগড়
৯। চাও লুং চুকাফাই কিমান খ্ৰীষ্টাব্দত ৰাজ্য়খনৰ পূব অঞ্চলেৰে প্ৰৱেশ কৰি আহোম ৰাজ্য় স্থাপন কৰে?
1) ১২২৮ খ্ৰীষ্টাব্দত
2) ২৩৩ খ্ৰীষ্টাব্দত
3) ১২২৯ খ্ৰীষ্টাব্দত
Ans: ১২২৮ খ্ৰীষ্টাব্দত
১০। কোন ৰজাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰিছিল ?
1) শ্ৰীকৃষ্ণৰ
2) চাও লুং চুকাফা
3) ভাস্কৰ বৰ্মন
Ans: ভাস্কৰ বৰ্মন
১১। কিমান চনৰ কিমান তাৰিখে অসম ব্ৰিটিছৰ তলতীয়া হয় ?
1) ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত
2) ১৮৩৪ চনৰ ১৫ আগষ্টত
3) ১৯২৩ চনৰ ১৮ জানুৱাৰীত
Ans: ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত
১২। কিমান চনৰ কিমান তাৰিখে ভাৰতৰ্ষই স্বাধীনতা লাভ কৰে?
1) ১৯৩৩ চনৰ ১৬ জানুৱাৰীত
2) ১৯৪৭ চনৰ ১৫ আগষ্টত
3) ১৯৪৫ চনৰ ১৫ ফেব্ৰুৱাৰীত
Ans: ১৯৪৭ চনৰ ১৫ আগষ্টত
১৩। অসমত থকা অংশত ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে থকা সমভূমি অঞ্চলক কি বোলে ?
1) বৰাক উপত্য়কা
2) ব্ৰহ্মপুত্ৰ উপত্য়কা
3) পাৰ্বত্য় অঞ্চল
Ans: ব্ৰহ্মপুত্ৰ উপত্য়কা
১৪। ব্ৰহ্মপুত্ৰ উপত্য়কাত মুঠ জিলা কেইখন ?
1) ২৬
2) ২৭
3) ২৮
Ans: ২৭
১৫। ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে থকা নৈবোৰক কি বোলে ?
1) দক্ষিণ বাহিনী
2) পশ্চিম বাহিনী
3) উত্তৰ বাহিনী
Ans: দক্ষিণ বাহিনী
১৬। অসমৰ কি অংশইদি বৰাক নদী বৈ গৈছে ?
1) পশ্চিম
2) উত্তৰ
3) দক্ষিণ
Ans: দক্ষিণ
১৭। বৰাক উপত্য়কাৰ জিলা কেইখন ?
1) ৩ খন
2 )৪ খন
3) ৫ খন
Ans: ৩ খন
১৮। অসমক কেইটা ভাগত ভাগ কৰা হৈছে ?
1) ৩২ খন
2) ৩৩ খন
3) ৩৬ খন
Ans: ৩৩ খন
১৯। আহোমসকলে অসমত প্ৰায় কিমান বছৰ ৰাজত্ব কৰিছিল?
1) ৬০০ বছৰ
2 ) ৭০০ বছৰ
3) ৯০০ বছৰ
Ans: ৬০০ বছৰ
২০। অসমত বৰ্তমান কিমান খন জিলা আছে ?
1) ৩৪
2) ৩৬
3) ৩৩