আমাৰ আহাৰ
১। প্ৰ’টিনজাতীয় খাদ্য কোনবিধ ?
(ক) মাছ
(খ) আলু
(গ) বিলাহী
উত্তৰ- (ক) মাছ ।
২। কাৰ্ব’হাইড্ৰেটজাতীয় খাদ্য কোনবিধ ?
(ক) বিলাহী
(খ) কণী
(গ) মিঠাই
উত্তৰ- (গ) মিঠাই ।
৩। খনিজ লৱণজাতীয় খাদ্য কোনবিধ ?
(ক) আলু
(খ) শাক
(গ) ছয়াবিন
উত্তৰ- (খ) শাক ।
৪। ইয়াৰ ভিতৰত ভিটামিন ক’ত আছে ?
(ক) আপেলত
(খ) আইচ’ক্ৰীমত
(গ) বৰফত
উত্তৰ- (ক) আপেলত ।
৫। চৰ্বীজাতীয় খাদ্য কোনবিধ ?
(ক) গাজৰ
(খ) ঘিঁউ
(গ) মিঠাই
উত্তৰ- (খ) ঘিঁউ ।
৬। ভাল, নিৰোগী স্বাস্থ্যৰ বাবে সকলোকে কিহৰ প্ৰয়োজন ?
(ক) সুষম আহাৰৰ
(খ) কেৱল প্ৰ’টিনৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) সুষম আহাৰৰ ।
৭। ডেভিড হিলবাৰ্ট কোন আছিল ?
(ক) এজন ডাক্তৰ
(খ) এজন যাদুকৰ
(গ) এজন গণিতজ্ঞ
উত্তৰ- (গ) এজন গণিতজ্ঞ ।
৮। তেওঁ কিহক লৈ ব্যস্ত আছিল ?
(ক) যাদুক লৈ
(খ) ৰোগী চোৱাক লৈ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (গ) ওপৰৰ এটাও নহয় ।
৯। হিলবাৰ্টৰ পত্নীয়ে তেখেতক কি কৰিবলৈ কৈছিল ?
(ক) ভাত খাবলৈ কৈছিল
(খ) লেতেৰা কাপোৰ সলাই ভাল কাপোৰ পিন্ধিবলৈ কৈছিল
(গ) শুই থাকিবলৈ কৈছিল
উত্তৰ- (খ) লেতেৰা কাপোৰ সলাই ভাল কাপোৰ পিন্ধিবলৈ কৈছিল ।
১০। তেওঁ আলহীৰ কথা পাহৰি কি কৰিছিল ?
(ক) অকলেই ভাত খাইছিল
(খ) চিগাৰেট হুঁপিছিল
(গ) টোপনি গৈছিল
উত্তৰ- (গ) টোপনি গৈছিল ।
0 Comments