জয়মতী কুঁৱৰী

1) আহোমসকলে ৰাজত্ব কৰাৰ সময়ত বৰ্তমান শিৱসাগৰ জিলাত থকা গাওঁখনৰ নাম কি?

(ক) মাদুৰী গোহাঁই গাওঁ

(খ) গোহাঁই গাওঁ

(গ) তুংখুঙীয়া গাওঁ

উত্তৰ- (ক) মাদুৰী গোহাঁই গাওঁ ।


2) জয়মতীক কাৰ বংশধৰ বুলি জনা যায়?

(ক) বুঢ়াগোহাঁই

(খ) আদাবৰীয়া সন্দিকৈ

(গ) বৰগোহাঁইৰ

উত্তৰ- (গ) বৰগোহাঁইৰ ।


3) জয়মতীৰ পিতৃ নাম কি?

(ক) লাইথেপেনা

(খ) গোবৰ

(গ) তুখুঙীয়া

উত্তৰ- (ক) লাইথেপেনা ।


4) জয়মতীৰ স্বামীজনৰ নাম কি?

(ক) তুংখুঙীয়া

(খ) লাঙ্গি গদাপাণিৰ

(গ) লাইথেপেনা

উত্তৰ- (খ) লাঙ্গি গদাপাণিৰ ।


5) জয়মতীৰ কেইজন সন্তান আছিল?

(ক) এজন

(খ) দুজন

(গ) তিনিজন

উত্তৰ- (খ) দুজন ।.


6) কম বয়সত ৰজা হোৱা বাবে কা’ক ল’ৰাৰজা বুলি কৈছিল

(ক) চুলিক্ফা

(খ) লালুকসোলা

(গ) লাঙ্গি

উত্তৰ- (ক) চুলিক্ফা ।


7) চোৰাংচোৱা পৰা বাচি গদাপাণিয়ে ক’ত আত্মগোপন কৰিছিল?

(ক) কলিয়াবৰ

(খ) নগা পৰ্বত

(গ) সিন্ধু পৰ্বত

উত্তৰ- (খ) নগা পৰ্বত ।


8) জয়মতীক শাস্তি দিয়া ঠাইখনৰ নাম কি?

(ক) জেৰেঙা পথাৰ

(খ) সোঁণালী পথাৰ

(গ) নগা

উত্তৰ- (ক) জেৰেঙা পথাৰ ।


9) দেশভক্ত জয়মতীয়ে কিমান খ্ৰি.ত কিমান তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে?

(ক) ১৬৬৮ খ্ৰি.ৰ ২৫ জুলাই

(খ) ১৬৭৮ খ্ৰি.ত ১৬ মাৰ্চত

(গ) ১৬৮০ খ্ৰি.ত ২৭ মাৰ্চত

উত্তৰ- (গ) ১৬৮০ খ্ৰি.ত ২৭ মাৰ্চত ।


10) কিমান খ্ৰিষ্টাব্দত লালুকসোলাক হত্যা কৰি আৰু ল’ৰাৰজাক ৰজা ভাঙি তেওঁ নিজে আহোম সিংহাসনত উঠে?

(ক) ১৬৬৭ খ্ৰি.ত

(খ) ১৬৮১ খ্ৰি.ত

(গ) ১৬৮৭ খ্ৰি.ত

উত্তৰ- (খ) ১৬৮১ খ্ৰি.ত ।


DABP007098