মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল

Chapter 2


১। অৰণাচল প্ৰদেশত থকা নৈখনৰ নাম কি ?

(ক) কামলাং

(খ) দিহিং

(গ) দিখৌ

উত্তৰঃ কামলাং


২। কামলাংত মাছ মৰা ডেকাজনৰ নাম কি ?

(ক) কৰিম

(খ) কোৱান্ছা

(গ) ৰাম

উত্তৰঃ কোৱান্ছা


৩। কোৱান্ছাৰ হেপাহ কি আছিল ?

(ক) সাতুৰা

(খ) চিকাৰ কৰা

(গ) মাছ মৰা

উত্তৰঃ মাছ মৰা


৪। কামলাং নৈখন কোন প্ৰদেশত আছে ?

(ক) অৰুণাচল প্ৰদেশ

(খ) ভূটান

(গ) মাজুলী

উত্তৰঃ অৰুণাচল প্ৰদেশ


৫। কোৱান্ছাই কামলাঙৰ পানীত কি পাতি থৈছিল ?

(ক) ফান্দ পাতি থৈছিল

(খ) দলঙা পাতি থৈছিল

(গ) জাল পাতি থৈছিল

উত্তৰঃ দলঙা পাতি থৈছিল


৬। ডাঙৰ মাছটো কোৱান্ছাই ক' ত জীয়াই থৈছিল ?

(ক) কলহত

(খ) জাকৈত

(গ) লাউৰ খোলাত

উত্তৰঃ লাউৰ খোলাত


৭। কোৱান্ছাই তেওঁৰ ঘৰটো কিহেৰে ভৰি থকা দেখিছিল ?

(ক) কাপোৰেৰে

(খ) গামোচাৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ কাপোৰেৰে


৮। তাঁত-শালখন মেলি খট্খটাই কোনে কাপোৰ বৈছিল ?

(ক) ৰীণা

(খ) হামব্ৰুমায়

(গ) বীণা

উত্তৰঃ হামব্ৰুমায়


৯। হামব্ৰুমায় কাৰ জীয়াৰী ?

(ক) হাব্ৰু ফৈদৰ জীয়াৰী

(খ) কৰবাৰ পৰা অহা ছোৱালী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ হাব্ৰু ফৈদৰ জীয়াৰী


১০। হামব্ৰুমায় কি কামত পাকৈত ?

(ক) শিপিনী

(খ) মাছ মাৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ শিপিনী


১১। মই হামব্ৰু ফৈদৰ জীয়াৰী

(ক) তুমি কোন ফৈদৰ জীয়াৰী ? 

(খ) তোমালোক কোন ফৈদৰ জীয়াৰী ?

(গ) তুমি কাৰ জীয়াৰী ?

উত্তৰঃ তুমি কোন ফৈদৰ জীয়াৰী ?


১২। মোৰ ঘৰ কামলাঙত

(ক) তুমি ক ত থকা ?

(খ) তোমাৰ ঘৰ ক' ত ?

(গ) তোমালোকৰ ঘৰ ক' ত?

উত্তৰঃ  তোমাৰ ঘৰ ক' ত ?


১৩। মই বজাৰৰ পৰা আহিছোঁ

(ক) তুমি ক ৰ পৰা আহিছিলা ? 

(খ) তুমি কত গৈছিলা ?

(গ) তুমি ক ৰ পৰা আহিছা ?

 উত্তৰঃ তুমি ক ৰ পৰা আহিছা ? 


১৪। মই সাধু শুনি ভাল পাওঁ। 

(ক) তুমি নাচি ভাল পোৱানে ?

(খ) তুমি কি কৰি ভাল পোৱা ?

(গ) 
তুমি গান ভাল পোৱানে ?

 উত্তৰঃ তুমি কি কৰি ভাল পোৱা ?


১৫। কোৱান্ছাই মাছ মাৰি ভাল পায়

(ক) কোৱান্ছাই কি কৰি ভাল পায় ?

(খ) কোৱান্ছাই কি কৰি ভাল নাপায় ?

(গ) কোৱান্ছাই নাচি ভাল পায় ?

উত্তৰঃ কোৱান্ছাই কি কৰি ভাল পায় ?