বতৰ

Chapter 3

১) আমাৰ পৃথিৱী খনৰ চাৰিওফালে কিহে আৱৰি আছে ?

(ক) পানীয়ে 

(খ) মাটিয়ে 

(গ) বায়ুৱে 

উত্তৰঃ (গ) বায়ুৱে 

২) বিভিন্ন সময়ত অমাৰ বায়ুমণ্ডলৰ অনস্থাৰ সাল-সলনি হয় নে নহয় ?

(ক) হয় 

(খ) নহয় 

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) হয় 

৩) যেতিয়া আকাশত ডাৱৰ নাথাকে, তেতিয়া আকাশখন ফৰকাল হৈ থাকে এনেকুৱা বতৰক কি বুলি কয় ?

(ক) ডাৱৰীয়া 

(খ) ফৰকাল 

(গ) বৰষুণ

উত্তৰঃ (খ) ফৰকাল 

৪) যেতিয়া আকাশখন ক'লা চাৱৰে আৱৰি থাকা, এনেকুৱা বতৰক কি বুলি কয় ?

(ক) ফৰকাল 

(খ) বৰষুণ

(গ) ডাৱৰীয়া 

উত্তৰঃ (গ) ডাৱৰীয়া 

৫) কাতিয়াবা বতাহ বৰ বেগেৰে বলে, এনেকুৱা বতৰক কি বুলি কয় ?

(ক) খৰাং

(খ) ফৰকাল

(গ) ধুমুহা

উত্তৰঃ (গ) ধুমুহা

৬) কেতিয়াবা বহুদিন ধৰি বৰষুণ নহ'ব পাৰে, এনেকুৱা বতৰক কি বুলি কয় ?

(ক) খৰাং

(খ) ফৰকাল

(গ)  ধুমুহা

উত্তৰঃ (ক) খৰাং

৭) বতৰ সদায় একে থাকে নে ?

(ক) থাকে

(খ) নাথাকে

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) নাথাকে

৮) ঋতু পৰিৱৰ্তন কিয় হয় ?

(ক) সূৰ্যয়ে পৃথিৱীৰ চাৰিওফালে ঘূৰাৰ বাবে

(খ) পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰাৰ বাবে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰাৰ বাবে

৯) গ্ৰীস্মকালত বতৰ কি হয় ?

(ক) গৰম 

(খ) ঠাণ্ডা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) গৰম 

১০)  কি মাহৰ দিনকেইতাক গ্ৰীস্ম ঋতু বুলি গণ্য় কৰা হয় ?

(ক) শাওন-ভাদ

(খ) আহাৰ-শাওন

(গ) জাঠ-আহাৰ 

উত্তৰঃ (গ) জাঠ-আহাৰ 

১১) ঋতু কেইটা ?

(ক) ছয়টা 

(খ) তিনিটা 

(গ) সাতটা 

উত্তৰঃ (ক) ছয়টা 

১২) বৰ্ষা ঋতুত কি হয় ?

(ক) গৰম 

(খ) ঠাণ্ডা

(গ) বৰষুণ

উত্তৰঃ (গ) বৰষুণ


১৩) কি মাহৰ দিনকেইতাক বৰ্ষা  ঋতু বুলি গণ্য় কৰা হয় ?

(ক) শাওন-ভাদ

(খ) আহাৰ-শাওন

(গ) জাঠ-আহাৰ 

উত্তৰঃ (ক) শাওন-ভাদ


১৪) শৰৎ ঋতুত বতৰ কি হয় ?

(ক) ডাৱৰীয়া

(খ) ফৰকাল 

(গ) বৰষুণ

উত্তৰঃ (খ) ফৰকাল 
.
১৫) কি মাহৰ দিনকেইতাক শৰ ঋতু বুলি গণ্য় কৰা হয় ?

(ক) জাঠ-আহাৰ 

(খ).শাওন-ভাদ

(গ) আহিন-কাতি 

উত্তৰঃ (গ) আহিন-কাতি 


১৬) কি মাহৰ দিনকেইটা হামন্ত ঋতু বিৰাজ কৰে ?

(ক) আহিন-কাতি 

(খ) আঘোণ-পুহ

(গ) জাঠ-আহাৰ 

উত্তৰঃ আঘোণ-পুহ

১৭) বায়ুৰ উয্ণতা কিহেৰে জোখে ?

(ক) ৰেইনগজ

(খ) থাৰ্মমিটাৰ 

(গ) হাইগ্ৰমিটাৰ

উত্তৰঃ (খ) থাৰ্মমিটাৰ 


১৮) বৰষুণৰ পৰিমাণ কিহেৰে জোখে ?

(ক) হাইগ্ৰমিটাৰ

(খ) থাৰ্মমিটাৰ 

(গ) ৰেইনগজ

উত্তৰঃ (গ) ৰেইনগজ


১৯)বায়ুৰ পৰিমাণ কিহেৰে জোখে ?

(ক) এনিম'মিটাৰ 

(খ) ৰেইনগজ

(গ) হাইগ্ৰমিটাৰ

উত্তৰঃ ৰেইনগজ


২০) বায়ুত থকা জলীয় বাস্পৰ পৰিমাণ কিহেৰে জোখে ?

(ক) হাইগ্ৰমিটাৰ

(খ) ৰেইনগজ

(গ) এনিম'মিটাৰ 

উত্তৰঃ (ক) হাইগ্ৰমিটাৰ


Type By Munmi Hazarika




DABP007013