আহাৰৰ প্ৰয়োজনীয়তা

পাঠঃ ৫


১) জীয়াই থাকিবলৈ আমাক কিহৰ প্ৰয়োজন ?

(ক) পানীৰ 

(খ) আহাৰৰ 

(গ) ওপৰৰ দুয়োটা 

উত্তৰঃ (গ) ওপৰৰ দুয়োটা 


২) আহাৰৰ পুষ্টিকৰ দ্ৰব্য়বোৰক কি বুলি কয় ?

(ক) উপাদান 

(খ) পৰিপোষক

(গ) ওপৰৰ দুয়োটা 

উত্তৰঃ (গ) ওপৰৰ দুয়োটা 


৩) আহাৰত থকা যিবোৰ উপাদানে শৰীৰক শক্তি যোগায় সেইবোৰক কি বুলি কয় ?

(ক) শৰ্কৰা 

(খ) চৰ্বী 

(গ) ওপৰৰ দুয়োটা 

উত্তৰঃ (গ) ওপৰৰ দুয়োটা 


৪) আহাৰৰ যিবিধ উপাদানে প্ৰতিষেধক হিচাপে কৰে সেইবোৰক কি বুলি কয় ?

(ক) শৰ্কৰা 

(খ) খাদ্য়পান 

(গ) প্ৰ'টিন 

উত্তৰঃ (খ) খাদ্য়পান 


৫) শৰ্কৰা বেছি পৰিমাণে থকা খাদ্য়ক কি বুলি কয় ?

(ক) শক্তিদায়ক 

(খ) অশক্তিদায়ক 

(গ) ওপৰৰ এটাও নহয় 

উত্তৰঃ (ক) শক্তিদায়ক 


৬) শাৰীৰিক পৰিশ্ৰম কৰা মানুহৰ কি জাতীয় খাদ্য়ৰ বাছি প্ৰয়োজন ?

(ক) শক্তিদায়ক 

(খ) প্ৰ'টিন 

(গ) শৰ্কৰা 

উত্তৰঃ (গ) শৰ্কৰা 


৭) ল'ৰা-ছোৱালীবোৰৰ বাবে কি জাতীয় খাদ্য়ৰ বাছি প্ৰয়োজন ?

(ক) শৰ্কৰা 

(খ) প্ৰ'টিন 

(গ) ওপৰৰ এটাও নহয় 

উত্তৰঃ (খ) প্ৰ'টিন 


৮) শাক-পাচলিত কিমান শতাংশ পানী থাকে 

(ক) ৯০

(খ) ৮০ 

(গ) ৬০ 

উত্তৰঃ (ক) ৯০


৯) ভাত, ৰুটি, চেনি আদি কি জাতীয় উপাদান ?

(ক) চৰ্বীজাতীয় 

(খ) প্ৰ'টিনজাতীয় 

(গ) শৰ্কৰাজাতীয়

উত্তৰঃ (গ) শৰ্কৰাজাতীয়


১০) আহাৰৰ উপাদান কেইবিধ ?

(ক) ১০ বিধ 

(খ) ৬ বিধ

(গ) ১ বিধ

উত্তৰঃ (খ) ৬ বিধ


১১) আমাৰ শৰীৰক শক্তি দিয়া উপাদান বিধ হ’ল - 

(ক) প্ৰটিন                                          

(খ) শৰ্কৰা 

(গ) চৰ্বী 

উত্তৰঃ (খ) শৰ্কৰা 


১২) শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ দ্রব্য বিধ হল - 

(ক) আয়ডিন 

(খ) লো 

(গ) কেলচিয়াম

উত্তৰঃ (গ) কেলচিয়াম


১৩) তেজৰ গঠনত সহায় কৰা খনিজ দ্রব্য বিধ হ'ল - 

(ক) লো 

(খ) কেলচিয়াম

(গ) আয়ডিন

উত্তৰঃ (ক) লো 


১৪) আয়'ডিনৰ অভাৱত হােৱা বেমাৰ বিধ হ’ল - গৰল 

(ক) বেৰি-বেৰি 

(খ) গৰল 

(গ) ওপৰৰ এটাও নহয় 

উত্তৰঃ (খ) গৰল 


১৫) কি ভিটামিনৰ অভাৱত বেৰি-বেৰি বেমাৰ হয়   

(ক) A 

(খ) D

(গ) B

উত্তৰঃ (গ) B


১৬) জীয়াই থাকিবৰ বাবে -------- প্ৰয়োজন। 

(ক) আহাৰ

(খ) চাহৰ

(গ) ওপৰৰ এটাও নহয় 

উত্তৰঃ (ক) আহাৰ


১৭) আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদান বিধ হল ------।   

(ক) শৰ্কৰা 

(খ) চৰ্বী

(গ) প্ৰ'টিন

উত্তৰঃ (গ) প্ৰ'টিন


১৮) সেউজীয়া শাক-পাচলি আৰু ফল-মূলত ------- আৰু ---------------- থাকে।

(ক) ভিটামিন

(খ) খনিজ পদাৰ্থ

(গ) ওপৰৰ দুয়োটা 

উত্তৰঃ (গ) ওপৰৰ দুয়োটা 


১৯) প্রয়ােজনীয় পৰিমাণত সকলােবােৰ উপাদান থকা খাদ্যক --------  আহাৰ বোলে।

(ক) শক্তিদায়ক 

(খ) সুষম

(গ) ওপৰৰ এটাও নহয় 

উত্তৰঃ (খ) সুষম


২০) ভিটামিন ---- ৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমে ।

(ক) C

(খ) B

(গ) A

উত্তৰঃ (গ) A 

Type By Munmi Hazarika



DABP007011