আহাৰৰ প্ৰয়োজনীয়তা
পাঠঃ ৫
১) জীয়াই থাকিবলৈ আমাক কিহৰ প্ৰয়োজন ?
(ক) পানীৰ
(খ) আহাৰৰ
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (গ) ওপৰৰ দুয়োটা
২) আহাৰৰ পুষ্টিকৰ দ্ৰব্য়বোৰক কি বুলি কয় ?
(ক) উপাদান
(খ) পৰিপোষক
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (গ) ওপৰৰ দুয়োটা
৩) আহাৰত থকা যিবোৰ উপাদানে শৰীৰক শক্তি যোগায় সেইবোৰক কি বুলি কয় ?
(ক) শৰ্কৰা
(খ) চৰ্বী
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (গ) ওপৰৰ দুয়োটা
৪) আহাৰৰ যিবিধ উপাদানে প্ৰতিষেধক হিচাপে কৰে সেইবোৰক কি বুলি কয় ?
(ক) শৰ্কৰা
(খ) খাদ্য়পান
(গ) প্ৰ'টিন
উত্তৰঃ (খ) খাদ্য়পান
৫) শৰ্কৰা বেছি পৰিমাণে থকা খাদ্য়ক কি বুলি কয় ?
(ক) শক্তিদায়ক
(খ) অশক্তিদায়ক
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) শক্তিদায়ক
৬) শাৰীৰিক পৰিশ্ৰম কৰা মানুহৰ কি জাতীয় খাদ্য়ৰ বাছি প্ৰয়োজন ?
(ক) শক্তিদায়ক
(খ) প্ৰ'টিন
(গ) শৰ্কৰা
উত্তৰঃ (গ) শৰ্কৰা
৭) ল'ৰা-ছোৱালীবোৰৰ বাবে কি জাতীয় খাদ্য়ৰ বাছি প্ৰয়োজন ?
(ক) শৰ্কৰা
(খ) প্ৰ'টিন
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) প্ৰ'টিন
৮) শাক-পাচলিত কিমান শতাংশ পানী থাকে
(ক) ৯০
(খ) ৮০
(গ) ৬০
উত্তৰঃ (ক) ৯০
৯) ভাত, ৰুটি, চেনি আদি কি জাতীয় উপাদান ?
(ক) চৰ্বীজাতীয়
(খ) প্ৰ'টিনজাতীয়
(গ) শৰ্কৰাজাতীয়
উত্তৰঃ (গ) শৰ্কৰাজাতীয়
১০) আহাৰৰ উপাদান কেইবিধ ?
(ক) ১০ বিধ
(খ) ৬ বিধ
(গ) ১ বিধ
উত্তৰঃ (খ) ৬ বিধ
১১) আমাৰ শৰীৰক শক্তি দিয়া উপাদান বিধ হ’ল -
(ক) প্ৰটিন
(খ) শৰ্কৰা
(গ) চৰ্বী
উত্তৰঃ (খ) শৰ্কৰা
১২) শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ দ্রব্য বিধ হল -
(ক) আয়ডিন
(খ) লো
(গ) কেলচিয়াম
উত্তৰঃ (গ) কেলচিয়াম
১৩) তেজৰ গঠনত সহায় কৰা খনিজ দ্রব্য বিধ হ'ল -
(ক) লো
(খ) কেলচিয়াম
(গ) আয়ডিন
উত্তৰঃ (ক) লো
১৪) আয়'ডিনৰ অভাৱত হােৱা বেমাৰ বিধ হ’ল - গৰল
(ক) বেৰি-বেৰি
(খ) গৰল
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) গৰল
১৫) কি ভিটামিনৰ অভাৱত বেৰি-বেৰি বেমাৰ হয়
(ক) A
(খ) D
(গ) B
উত্তৰঃ (গ) B
১৬) জীয়াই থাকিবৰ বাবে -------- প্ৰয়োজন।
(ক) আহাৰ
(খ) চাহৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) আহাৰ
১৭) আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদান বিধ হল ------।
(ক) শৰ্কৰা
(খ) চৰ্বী
(গ) প্ৰ'টিন
উত্তৰঃ (গ) প্ৰ'টিন
১৮) সেউজীয়া শাক-পাচলি আৰু ফল-মূলত ------- আৰু ---------------- থাকে।
(ক) ভিটামিন
(খ) খনিজ পদাৰ্থ
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (গ) ওপৰৰ দুয়োটা
১৯) প্রয়ােজনীয় পৰিমাণত সকলােবােৰ উপাদান থকা খাদ্যক -------- আহাৰ বোলে।
(ক) শক্তিদায়ক
(খ) সুষম
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) সুষম
২০) ভিটামিন ---- ৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমে ।
(ক) C
(খ) B
(গ) A
উত্তৰঃ (গ) A
Type By Munmi Hazarika
DABP007011
0 Comments