খাদ্য সংগ্ৰহ আৰু চিকাৰৰ সন্ধানত আদিম মানুহ

Chapter 1

১)  ‘জীৱন-ধাৰন’ মানে কি ?

(ক) নিয়ম

(খ) জীয়াই থকা

(গ) উপায়

উত্তৰ- (খ) জীয়াই থকা ।


২) আদিম মানুহৰ প্ৰথম বাসভূমি কি আছিল?

(ক) শিলৰ গুহা

(খ) গৃহ

(গ) অৰণ্য

উত্তৰ- (গ) অৰণ্য ।


৩) আদিম মানুহে দল বান্ধি ঘূৰি ফুৰোঁতে প্ৰথমে কি খাদ্য খাবলৈ লৈছিল ।

(ক) ফল-মূল

(খ) মাছ-মাংস

(গ) ওপৰৰ দুয়োটাই

উত্তৰ- (ক) ফল-মূল ।


৪) জুই আৱিস্কাৰ হোৱাৰ পাছতেই  আদিম মানুহ বোৰে প্ৰথমে  কেনেদৰে  মাংস   খাবলৈ লৈছিল?

(ক) পুৰি খাইছিল

(খ) সিজাই খাইছিল

(গ) ভাজি খাইছিল

উত্তৰ- (ক) পুৰি খাইছিল ।


৫) পোন প্ৰথমে  পৃথিৱীৰ  কোন কোন ঠাইত  মানুহৰ বসতি আৰম্ভ হৈছিল?

(ক) আফ্ৰিকা মহাদেশৰ কোনো কোনো ঠাইত

(খ) ভাৰতৰ দক্ষিন অংশত

(গ) ওপৰৰ দুয়োটাই

উত্তৰ- (গ) ওপৰৰ দুয়োটাই ।


৬) পৃথিৱীত প্ৰায় কিমান নিযুত বছৰৰ আগেয়ে  মানুহৰ সৃষ্টি হৈছিল।

(ক) প্ৰায় ১ নিযুত বছৰৰ আগত

(খ) প্ৰায় ২ নিযুত বছৰৰ আগত

(গ) প্ৰায় ৩ নিযুত বছৰৰ আগত

উত্তৰ- (খ) প্ৰায় ২ নিযুত বছৰৰ আগত ।


৭)   আদিম মানুহে  কেনেদৰে জুই জ্ৱলোৱাৰ কৌশল আয়ত্ত কৰিছিল ।

(ক) শিলে শিলে ঘঁহনি খুৱাই

(খ) শুকান কাঠ ঘহঁনি খুৱাই

(গ) ওপৰৰ দুয়োটাই

উত্তৰ- (গ) ওপৰৰ দুয়োটাই ।


৮) আদিম মানুহে সজুঁলি বা হাতিয়াৰ  হিচাপে ব্যৱহাৰ কৰা প্ৰথম বস্তুটো কি ।

(ক) শিল

(খ) হাতুৰি

(গ) বটালি

উত্তৰ- (ক) শিল ।


৯) যীশু খ্ৰীষ্টৰ জন্মৰ দহ হাজাৰ বছৰ আগৰ সময়খিনিক কি যুগ বুলি কোৱা হয়।

(ক) মধ্য প্ৰস্তৰ যুগ

(খ) নৱপ্ৰস্তৰ যুগ

(গ) প্ৰত্ন প্ৰস্তৰ যুগ

উত্তৰ- (ক) মধ্য প্ৰস্তৰ যুগ ।


১০) যীশু খ্ৰীষ্টৰ জন্মৰ পাচঁ হাজাৰ বছৰ আগলৈকে মানুহৰ সকলো সজুলিঁ কিহৰ দ্বাৰা নিৰ্মিত হৈছিল।

(ক) জন্তুৰ হাড়

(খ) কাঠ

(গ) শিল

উত্তৰ- (গ) শিল ।


১১) প্ৰত্ন প্ৰস্তৰ যুগক কি যুগ বুলি কোৱা হয়।

(ক) মধ্য প্ৰস্তৰ যুগ

(খ) নৱপ্ৰস্তৰ যুগ

(গ) শিলৰ যুগ

উত্তৰ- (গ) শিলৰ যুগ ।


১২) আদিম মানুহে সাদ্য সংগ্ৰহ আৰু চিকাৰ কেনেদৰে কৰিছিল ।

(ক) দল বান্ধি

(খ) অকলে

(গ) দুজন মানুহ লগ হৈ

উত্তৰ- (ক) দল বান্ধি ।


১৩) আদিম মানুহৰ জীৱনৰ প্ৰধান কাম আছিল

(ক) লজ্বা নিবাৰণ কৰা

(খ) বাসগৃহ স্থাপন কৰা

(গ) পেটৰ ভোক নিবাৰণ কৰা

উত্তৰ- (গ) পেটৰ ভোক নিবাৰণ কৰা ।


১৪) যীশু খ্ৰীষ্টৰ জন্মৰ মাত্ৰ পাচঁ হাজাৰ বছৰ আগৰ সময়খিনিক  কি যুগ বুলি কোৱা হয়।

(ক) মধ্য প্ৰস্তৰ যুগ

(খ) নৱপ্ৰস্তৰ যুগ

(গ) প্ৰত্ন প্ৰস্তৰ যুগ

উত্তৰ- (খ) নৱপ্ৰস্তৰ যুগ ।


১৫) আদিম মানুহে কোনবোৰ বস্তুক অলঙ্কাৰ হিচাপে ব্যৱহাৰ কৰিছিল।

(ক) জন্তুৰ হাড়

(খ) জন্তুৰ দাত

(গ) ওপৰৰ দুযোটাই

উত্তৰ- (গ) ওপৰৰ দুযোটাই ।


১৬। প্ৰণালী মানে কি ?

(ক) জীয়াই থকা

(খ) নিয়ম আৰু উপায়

(গ) ওপৰৰ দুয়োটাই

উত্তৰ- (খ) নিয়ম আৰু উপায় ।


১৭। কোন ঠাইত পোনপ্ৰথমে মানুহৰ বসতি আৰম্ভ হৈছিল বুলি জনা যায় ?

(ক) আফ্ৰিকাত

(খ) আমাৰ দেশ ভাৰতৰ দক্ষিণ অংশত

(গ) এটাও নহয়

উত্তৰ- (খ) আমাৰ দেশ ভাৰতৰ দক্ষিণ অংশত ।


১৮। এই পৃথিৱীৰ প্ৰায় কিমান বছৰৰ আগতে মানুহৰ সৃষ্টি হৈছিল ?

(ক) ২ নিযুত

(খ) ২ হাজাৰ

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) ২ নিযুত ।


১৯। আদিম মানুহে সকলোবোৰ খাদ্য কেনেকৈ খাইছিল ?

(ক) সিজাই খাইছিল

(খ) পুৰি খাইছিল

(গ) কেঁচাই খাইছিল

উত্তৰ- (গ) কেঁচাই খাইছিল ।


২০। সেই সময়ত মানুহৰ সংখ্যা কিমান আছিল ?

(ক) অধিক

(খ) নিচেই তাকৰ

(গ) এটাও নহয়

উত্তৰ- (খ) নিচেই তাকৰ ।


Type By- Raktima Saikia.