আমাৰ বজাৰ ব্যৱস্থা

Chapter- 10


১) বজাৰক কেইটা ভাগত ভাগ কৰা হৈছে ?

(ক) ৪টা

(খ) ৩টা

(গ) ২টা

উত্তৰ- (গ) ২টা ।


২) যিবোৰ বজাৰ সকলো সময়তে চলি থাকে তেনে বজাৰক কি বুলি কৰা হয় ?

(ক) স্থায়ী বজাৰ

(খ) অস্থায়ী বজাৰ

(গ) খুচুৰা বজাৰ

উত্তৰ- (ক) স্থায়ী বজাৰ ।


৩) য’ত কম পৰিমানৰ বস্তু বেচা-কিনা কৰা হয় তাক কি বোলে ?

(ক) পাইকাৰী বজাৰ

(খ) খুচুৰা বজাৰ

(গ) স্থায়ী বজাৰ

উত্তৰ- (খ) খুচুৰা বজাৰ ।


৪) যিবোৰ বজাৰ সপ্তাহটোৰ বা মাহটোৰ সকলো সময়তে চলি নাথাকে তেনে বজাৰক কি বজাৰ বুলি কোৱা হয় ?

(ক) স্থায়ী বজাৰ

(খ) অস্থায়ী বজাৰ

(গ) খুচুৰা বজাৰ

উত্তৰ- (খ) অস্থায়ী বজাৰ ।


৫) সপ্তাহটেৰ দুটা দিনত বহা বজাৰক কি বজাৰ বোলে ?

(ক) সাপ্তাহিক বজাৰ

(খ) অৰ্ধ সাপ্তাহিক বজাৰ

(গ) অস্থায়ী বজাৰ

উত্তৰ- (খ) অৰ্ধ সাপ্তাহিক বজাৰ ।


৬) কিছুমান হাত ১৫ দিনৰ মূৰে মূৰে বহে এনে হাতক কি বোলে ?

(ক) সাপ্তাহিক হাট

(খ) অৰ্ধ সাপ্তাহিক হাট

(গ) পষেকীয়া হাট

উত্তৰ- (গ) পষেকীয়া হাট ।


৭) প্ৰতিদিনে বহা হাটক কি হাট বোলে ?

(ক) স্থায়ী হাট

(খ) অস্থায়ী হাট

(গ) দৈনিক হাট

উত্তৰ- (গ) দৈনিক হাট ।


৮) হাট বা বজাৰত যিসকলে বস্তু বিক্ৰী কৰে তেওঁলোকক কি বোলে ?

(ক) বেচোঁটা বা বিক্ৰেটতা

(খ) কিনোতা বা ক্ৰেতা

(গ) গ্ৰাহক বোলে

উত্তৰ- (ক) বেচোঁটা বা বিক্ৰেটতা ।


৯) বজাৰত যিসকলে বস্তু কিনে তেওঁলোকক কি বোলে ?

(ক) কিনোতা বা ক্ৰেতা

(খ) গ্ৰাহক

(গ) ওপৰৰ দুয়োটাই

উত্তৰ- (গ) ওপৰৰ দুয়োটাই ।


১০) যিবোৰ বজাৰত একেলগে অধিক পৰিমাণৰ বস্তু কিনা বেচা কৰা হয় তাক কি বোলে ?

(ক) খুচুৰা বজাৰ

(খ) পাইকাৰী বজাৰ

(গ) স্থায়ী বজাৰ

উত্তৰ- (খ) পাইকাৰী বজাৰ ।


১১) কি বজাৰত বহুতো সৰু-ডাঙৰ ঘৰ সজা থাকে ?

(ক) স্থায়ী বজাৰত

(খ) অস্থায়ী বজাৰত

(গ) পষেকীয়া হাটত

উত্তৰ- (ক) স্থায়ী বজাৰত ।


১২) তলৰ ছবিখনৰ কি বজাৰৰ উদাহৰণ ?

(ক) স্থায়ী বজাৰৰ

(খ) অস্থায়ী বজাৰৰ

(গ) পষেকীয়া বজাৰৰ

উত্তৰ- (গ) পষেকীয়া বজাৰৰ ।


১৩) সপ্তাহটোত দুদিন বহা হাতক কি বোলে ?

(ক) সাপ্তাহিক

(খ) অৰ্ধ সাপ্তাহিক

(গ) এটাও নহয়

উত্তৰ- (খ) অৰ্ধ সাপ্তাহিক ।


১৪) গ্ৰাহক বা ক্ৰেতাৰ ভাগ কেইটা ?

(ক) ৭ টা

(খ) ৪ টা

(গ) ২ টা

উত্তৰ-(গ) ২ টা ।


১৫) হাট-বজাৰবোৰ _______ কেন্দ্ৰ ।

(ক) খবৰৰ

(খ) শিক্ষাৰ

(গ) এটাও নহয়

উত্তৰ-(ক) খবৰৰ ।


১৬)  খুচুৰা বজাৰত বিক্ৰী কৰা বস্তুবোৰ _______ বজাৰৰ পৰা কিনি অনা হয়।

(ক) পাইকাৰী

(খ) পষেকীয়া

(গ) স্থায়ী

উত্তৰ- (ক) পাইকাৰী ।


১৭) হাট-বজাৰবোৰ সুচাৰুৰূপে চলোৱাৰ দায়িত্ব কাৰ ?

(ক) স্থানীয় প্ৰশাসন

(খ) হাটখোৱা

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (গ) ওপৰৰ দুয়োটা ।


১৮) ডাকোতাজনক ________বা _______বোলে ।

(ক) পৌৰনিগম, পৌৰসভা

(খ) হাটখোৱা, মহলদাৰ

(গ) পৰিচালক, নিগম

উত্তৰ- (খ) হাটখোৱা, মহলদাৰ ।


১৯) অস্থায়ী বজাৰ বা হাটৰ ভাগ কেইটা ?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰ- (গ) চাৰিটা ।


২০) স্থায়ী বজাৰ কেই ধৰণৰ থাকে ?

(ক) দুই ধৰণৰ

(খ) চাৰি ধৰণৰ

(গ) ছয় ধৰণৰ

উত্তৰ- (ক) দুই ধৰণৰ ।


Type By-Raktima Saikia.


Post ID -- DABP006972