আকাশৰ কথা

Chapter- 13


(১) যিবোৰে আকাশত স্থিৰ পোহৰ বিলাই থাকে সেইবোৰক কি বোলে ?

(ক) জোনবাই

(খ) গ্ৰহ

(গ) তৰা

উত্তৰ- (খ) গ্ৰহ ।


(২) পোহৰৰ গতিবেগ প্ৰতি ছেকেণ্ডত কিমান কিল’মিটাৰ ?

(ক) ২,৫০,০০০ কিল’মিটাৰ

(খ) ২,৬০,০০০ কিল’মিটাৰ

(গ) ৩,৬০,০০০ কিল’মিটাৰ

উত্তৰ- (গ) ৩,৬০,০০০ কিল’মিটাৰ ।


(৩) বৰ্তমান কোনটো গ্ৰহক তালিকাৰ পৰা বাদ দিয়া হৈছে ?

(ক) প্লুট

(খ) ইউৰেনাছ

(গ) নেপচুন

উত্তৰ- (ক) প্লুট ।


(৪) চন্দ্ৰ পৃথিৱীৰ এটা কি ?

(ক) গ্ৰহ

(খ) উপগ্ৰহ

(গ) ওপৰৰ দুয়োটাই

উত্তৰ- (খ) উপগ্ৰহ ।


(৫) বিশ্বব্ৰহ্মাণ্ডৰ যিবিলাকৰ নিজা তাপ পোহৰ আছে সেইবিলাকক কি বোলা হয় ?

(ক) সূৰ্য

(খ) তৰা

(গ) নক্ষত্ৰ

উত্তৰ- (গ) নক্ষত্ৰ ।


(৬) ৰাতি আকাশত দেশা পোৱা উজ্জ্বল বস্তুবোৰক কি বোলা হয় ?

(ক) জ্যোতিষ্ক

(খ) নক্ষত্ৰ

(গ) জোনবাই বোলা হয়

উত্তৰ- (ক) জ্যোতিষ্ক ।


(৭) সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি ?

(ক) পৃথিৱী

(খ) মঙ্গল

(গ) বৃহস্পতি

উত্তৰ- (গ) বৃহস্পতি ।


(৮) সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি ?

(ক) বুধ

(খ) শুক্ৰ

(গ) পৃথিৱী

উত্তৰ- (ক) বুধ ।


(৯) হেলিৰ ধূমকেতু কেই বছৰৰ মূৰে মূৰে আকাশত দেশা দিয়ে ?

(ক) ৫০ বছৰৰ মূৰে মূৰে

(খ) ৬০ বছৰ মূৰে মূৰে

(গ) ৭৫ বছৰৰ মূৰে মূৰে

উত্তৰ- (গ) ৭৫ বছৰৰ মূৰে মূৰে ।


(১০) পৃথিৱীৰপৰা সূৰ্যৰ দূৰত্ব প্ৰায় কিমান কিমি. ?

(ক) ১২ কোটি কিমি.

(খ) ১৫ কোটি কিমি.

(গ) ১৭ কোটি কিমি.

উত্তৰ- (খ) ১৫ কোটি কিমি. ।


(১১) যিবোৰে আকাশত স্থিৰ পোহৰ বিলাই থাকে সেইবোৰক কি বুলি কোৱা হয় ? 

(ক) গ্ৰহ

(খ) নক্ষত্ৰ

(গ) তৰা

উত্তৰ- (ক) গ্ৰহ ।


(১২) তলৰ ছবিখন কিহৰ ছবি ?

(ক) নক্ষত্ৰৰ

(খ) সৌৰজগতৰ

(গ) এটাও নহয়

উত্তৰ- (খ) সৌৰজগতৰ ।


(১৩) আমি বাস কৰি থকা পৃথিৱীখন এটা কি ?

(ক) নক্ষত্ৰ

(খ) তৰা

(গ) গ্ৰহ

উত্তৰ- (গ) গ্ৰহ ।


(১৪) অগণন জ্যোতিষ্ক তথা তৰাবোৰ থকা অন্তহীন মহাবিশ্বখনক কি বুলি কোৱা হয় ?

(ক) বিশ্বব্ৰহ্মাণ্ড

(খ) বিশ্বজগত

(গ) এটাও নহয়

উত্তৰ- (ক) বিশ্বব্ৰহ্মাণ্ড ।


(১৫) সূৰ্যৰ নিচেই ওচৰত থকা গ্ৰহটোৰ নাম কি ?

(ক) পৃথিৱী

(খ) শুক্ৰ

(গ) বুধ

উত্তৰ- (গ) বুধ ।


(১৬) শনি গ্ৰহৰ উপগ্ৰহ কেইটা ?

(ক) ২ টা

(খ) ১০ টা

(গ) ১৩ টা

উত্তৰ- (খ) ১০ টা ।


(১৭) দিনৰ আকাশ সাধাৰণতে কি ৰঙৰ হয় ?

(ক) নীলা

(খ) বগা

(গ) ক’লা

উত্তৰ- (ক) নীলা ।


(১৮) সৌৰজগতৰ ৪ নম্বৰ স্থানত থকা গ্ৰহটোৰ নাম কি ?

(ক) পৃথিৱী

(খ) শুক্ৰ

(গ) মংগল

উত্তৰ- (গ) মংগল ।


(১৯) সৌৰজগতৰ কেন্দ্ৰ কোনটো ?

(ক) সূৰ্য

(খ) উল্কা

(গ) জ্যোতিষ্ক

উত্তৰ- (ক) সূৰ্য ।


(২০) আমি দেখা পোৱা হাতীপটিবোৰ কিমান তৰাৰ সমষ্টি ?

(ক) প্ৰায় ১৮ হাজাৰ তৰাৰ

(খ) প্ৰায় ২০ হাজাৰ তৰাৰ

(গ) প্ৰায় ২০ হাজাৰ কোটি তৰাৰ

উত্তৰ- (গ) প্ৰায় ২০ হাজাৰ কোটি তৰাৰ ।


Type By-Raktima Saikia.

post ID BY - Ritu moni Nath

DABP006937