পৃথিৱীৰ এটি প্ৰাচীন সভ্যতা-সিন্ধু সভ্যতা
Chapter 4
(১) ভাৰতত সভ্যতা বিকাশ হোৱা বুলি কিমান চনৰ পাছৰ পৰা প্ৰমানিত হৈছে ?
(ক) ১৯২০ চনৰ পাছৰ পৰা
(খ) ১৯২২ চনৰ পাছৰ পৰা
(গ) ১৯২৪ চনৰ পাছৰ পৰা
উত্তৰ- (খ) ১৯২২ চনৰ পাছৰ পৰা ।
(২) কোন ঠাইত বৌদ্ধ মঠৰ ভগ্নাৱশেষ আৰু শিলৰ মোহৰ আৱিস্কাৰ হৈছিল ?
(ক) মহেঞ্জদাৰো
(খ) হৰপ্পা
(গ) ভাৰত
উত্তৰ- (ক) মহেঞ্জদাৰো ।
(৩) হৰপ্পা আৰু মহেঞ্জদাৰোৰ খনন কাৰ্যৰ নেতৃত্ব কোনে লৈছিল ?
(ক) ৰাসালদাস বোনাৰ্জী
(খ) চাৰ জন মাৰ্চেল আৰু দয়াৰাম চাহানী
(গ) ওপৰৰ দুয়ুটাই
উত্তৰ- (গ) ওপৰৰ দুয়ুটাই ।
(৪) পৃথিৱীৰ ইতিহাসৰ প্ৰাচীন সভ্যতা সমূহ কিহৰ ওপৰত কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে ?
(ক) কৃষিক কেন্দ্ৰ কৰি
(খ) নদীক কেন্দ্ৰ কৰি
(গ) পশুপালনক কেন্দ্ৰ কৰি
উত্তৰ- (খ) নদীক কেন্দ্ৰ কৰি ।
(৫) প্ৰাচীন মিচৰীয়া সভ্যতাৰ কোন নদীৰ পাৰত সৃষ্টি হৈছিল ?
(ক) নীল নদীৰ পাৰত
(খ) কংগো নদীৰ পাৰত
(গ) হোৱাংহো নদীৰ পাৰত
উত্তৰ- (ক) নীল নদীৰ পাৰত ।
(৬) সিন্ধু উপত্যকাত আৱিষ্কৃত হোৱা ঘৰ বিলাকক কেইটা ভাগত ভাগ কৰা হয় ?
(ক) ৪ টা
(খ) ৩ টা
(গ) ২ টা
উত্তৰ- (খ) ৩ টা ।
(৭) হৰপ্পা আৰু মহেজ্ঞদাৰো আদি ঠাই বিলাক আজিকালি কোন ঠাইৰ অন্তৰ্গত ?
(ক) ভাৰত
(খ) পশ্চিম পাকিস্তান
(গ) বাংলাদেশ
উত্তৰ- (খ) পশ্চিম পাকিস্তান ।
(৮) হৰপ্পাত আৱিষ্কৃত হোৱা ঘৰ বিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ ঘৰটোক কি বুলা হয় ?
(ক) দুমহলীয়া ঘৰ
(খ) ভৰাল ঘৰ
(গ) শস্যৰ ভৰাল
উত্তৰ- (গ) শস্যৰ ভৰাল ।
(৯) হৰপ্পাত আৱিষ্কৃত হোৱা আটাইতকৈ ডাঙৰ ঘৰ বিলাকৰ দীঘে কিমান ফুট আৰু বহলে কিমান ফুট ?
(ক)দীঘে ১২০ ফুট আৰু বহলে ১১৫ ফুট
(খ) দীঘে ১৫৭ ফুট আৰু বহলে ১৩৪ ফুট
(গ) দীঘে ১৬৯ ফুট আৰু বহলে ১৩৫ ফুট
উত্তৰ- (গ) দীঘে ১৬৯ ফুট আৰু বহলে ১৩৫ ফুট ।
(১০) সিন্ধু উপত্যকাবাসীয়ে কৃষি কৰ্মৰ লগতে আৰু কি কৰিছিল ?
(ক) পশুপালন
(খ) চিকাৰ
(গ) মীন পালন
উত্তৰ- (ক) পশুপালন ।
(১১) বস্তু কঢ়িয়াবৰ বাবে কি যন্তু ব্যৱহাৰ কৰিছিল ?
(ক) গাধ
(খ) উট
(গ) ওপৰৰ দুয়োটাই
উত্তৰ- (গ) ওপৰৰ দুয়োটাই ।
১২) মহেজ্ঞদাৰোত পোৱা নিৰ্দশন মতে সিন্ধু উপত্যকাৰ লোক সকলক কোইটা শ্ৰণীত ভাগ কৰা হৈছে ?
(ক) ৪ টা
(খ) ৩ টা
(গ) ২ টা
উত্তৰ- (ক) ৪ টা ।
১৩) মেছ’পটেমিয়াক বৰ্তমান কি নামে জনা যায় ?
(ক) ইৰান
(খ) ইৰাক
(গ) আমেৰিকা
উত্তৰ- (খ) ইৰাক ।
১৪) মাটিৰ তলত পোৱা অনেক মোহৰৰ ভিতৰত কিহৰ মূৰ্তি পোৱা গৈছিল ?
(ক) (ক) গৰু
(খ) (খ) ম’হ
(গ) (গ) কুঁজ থকা বলধ
উত্তৰ- (গ) কুঁজ থকা বলধ ।
১৫) কি নদীৰ পাৰত সিন্ধু উপত্যকাৰ সভ্যতাৰ বিকাশ আৰম্ভ হৈছিল ?
(ক) (ক) নীল নদীৰ পাৰত
(খ) (খ) সিন্ধু নদীৰ পাৰত
(গ) (গ) হোৱাংহো নদীৰ পাৰত
উত্তৰ- (খ) (খ) সিন্ধু নদীৰ পাৰত ।
১৬) সিন্ধু উপত্যকাত আৱিষ্কাৰ হোৱা ঘৰবোৰৰ প্ৰধান ভাগ কেইটা কি কি?
(ক) তিনিটা
(খখ) সাতটা
(গ) নটা
উত্তৰ- (ক) তিনিটা ।
১৭) সিন্ধু সভ্যতাৰ ‘ৰাজহুৱা স্নানাগাৰ’ টো ______ নগৰত আৱিষ্কাৰ হৈছিল।
(ক) মহেঞ্জদাৰো
(খ) হৰপ্পা
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (খ) হৰপ্পা ।
১৮) প্ৰাচীন সভ্যতাসমূহ কিহৰ ওপৰত কেন্দ্ৰ কৰি গঢ়ি উঠিছে ?
(ক) কৃষিকাৰ্যৰ ওপৰত
(খ) সমাজৰ ওপৰত
(গ) নদীৰ ওপৰত
উত্তৰ- (গ) নদীৰ ওপৰত ।
১৯) হোৱাংহো আৰু ইয়াং চিকিয়াং নদীৰ পাৰত কি সভ্যতা গঢ় লৈ উঠিছিল ?
(ক) চীনৰ সভ্যতা
(খ) টাইগ্ৰীচ সভ্যতা
(গ) বেবিলনীয়া সভ্যতা
উত্তৰ- (ক) চীনৰ সভ্যতা ।ষ
২০) প্ৰত্যেক সৰু আলিৰ কাষতে কি আছিল ?
(ক) স্নাগাৰ
(খ) গা ধোৱা ঘৰ
(গ) ৰাজহুৱা কুঁৱা
উত্তৰ- (গ) ৰাজহুৱা কুঁৱা ।
Type By- Raktima Saikia.
0 Comments