পৃথিৱীৰ এটি প্ৰাচীন সভ্যতা-সিন্ধু সভ্যতা

Chapter 4

 (১) ভাৰতত সভ্যতা বিকাশ হোৱা বুলি কিমান চনৰ পাছৰ পৰা প্ৰমানিত হৈছে ?

(ক) ১৯২০ চনৰ পাছৰ পৰা

(খ) ১৯২২ চনৰ পাছৰ পৰা

(গ) ১৯২৪ চনৰ পাছৰ পৰা

উত্তৰ- (খ) ১৯২২ চনৰ পাছৰ পৰা ।


(২) কোন ঠাইত বৌদ্ধ মঠৰ ভগ্নাৱশেষ আৰু শিলৰ মোহৰ আৱিস্কাৰ হৈছিল ?

(ক) মহেঞ্জদাৰো

(খ) হৰপ্পা

(গ) ভাৰত

উত্তৰ- (ক) মহেঞ্জদাৰো ।


(৩)  হৰপ্পা আৰু মহেঞ্জদাৰোৰ খনন কাৰ্যৰ নেতৃত্ব কোনে লৈছিল ?

(ক) ৰাসালদাস বোনাৰ্জী

(খ) চাৰ জন মাৰ্চেল আৰু দয়াৰাম চাহানী

(গ) ওপৰৰ দুয়ুটাই

উত্তৰ- (গ) ওপৰৰ দুয়ুটাই ।


(৪) পৃথিৱীৰ ইতিহাসৰ প্ৰাচীন সভ্যতা সমূহ কিহৰ ওপৰত কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে ?

(ক) কৃষিক কেন্দ্ৰ কৰি

(খ) নদীক কেন্দ্ৰ কৰি

(গ) পশুপালনক কেন্দ্ৰ কৰি

উত্তৰ- (খ) নদীক কেন্দ্ৰ কৰি ।


(৫) প্ৰাচীন মিচৰীয়া সভ্যতাৰ কোন নদীৰ পাৰত সৃষ্টি হৈছিল ?

(ক) নীল নদীৰ পাৰত

(খ) কংগো নদীৰ পাৰত

(গ) হোৱাংহো নদীৰ পাৰত

উত্তৰ- (ক) নীল নদীৰ পাৰত ।


(৬) সিন্ধু উপত্যকাত আৱিষ্কৃত হোৱা ঘৰ বিলাকক কেইটা ভাগত ভাগ কৰা হয় ?

(ক) ৪ টা

(খ) ৩ টা

(গ) ২ টা

উত্তৰ- (খ) ৩ টা ।


(৭) হৰপ্পা আৰু মহেজ্ঞদাৰো আদি ঠাই বিলাক আজিকালি কোন ঠাইৰ অন্তৰ্গত ?

(ক) ভাৰত

(খ) পশ্চিম পাকিস্তান

(গ) বাংলাদেশ

উত্তৰ- (খ) পশ্চিম পাকিস্তান ।


(৮) হৰপ্পাত আৱিষ্কৃত হোৱা ঘৰ বিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ ঘৰটোক কি বুলা হয় ?

(ক) দুমহলীয়া ঘৰ

(খ) ভৰাল ঘৰ

(গ) শস্যৰ ভৰাল

উত্তৰ- (গ) শস্যৰ ভৰাল ।


(৯) হৰপ্পাত আৱিষ্কৃত হোৱা আটাইতকৈ ডাঙৰ ঘৰ বিলাকৰ  দীঘে কিমান ফুট আৰু বহলে কিমান ফুট ?

(ক)দীঘে ১২০ ফুট আৰু বহলে ১১৫ ফুট

(খ) দীঘে ১৫৭ ফুট আৰু বহলে ১৩৪ ফুট

(গ) দীঘে ১৬৯ ফুট আৰু বহলে ১৩৫ ফুট

উত্তৰ- (গ) দীঘে ১৬৯ ফুট আৰু বহলে ১৩৫ ফুট ।


(১০) সিন্ধু উপত্যকাবাসীয়ে কৃষি কৰ্মৰ লগতে আৰু কি কৰিছিল ?

(ক) পশুপালন

(খ) চিকাৰ

(গ) মীন পালন

উত্তৰ- (ক) পশুপালন ।


(১১) বস্তু কঢ়িয়াবৰ বাবে কি যন্তু ব্যৱহাৰ কৰিছিল ?

(ক) গাধ

(খ) উট

(গ) ওপৰৰ দুয়োটাই

উত্তৰ- (গ) ওপৰৰ দুয়োটাই ।


১২) মহেজ্ঞদাৰোত পোৱা নিৰ্দশন মতে সিন্ধু উপত্যকাৰ লোক সকলক কোইটা শ্ৰণীত ভাগ কৰা হৈছে ?

(ক) ৪ টা

(খ) ৩ টা

(গ) ২ টা

উত্তৰ- (ক) ৪ টা ।


১৩) মেছ’পটেমিয়াক বৰ্তমান কি নামে জনা যায় ?

(ক) ইৰান

(খ) ইৰাক

(গ) আমেৰিকা

উত্তৰ- (খ) ইৰাক ।


১৪) মাটিৰ তলত পোৱা অনেক মোহৰৰ ভিতৰত কিহৰ মূৰ্তি পোৱা গৈছিল ?

(ক) (ক) গৰু

(খ) (খ) ম’হ

(গ) (গ) কুঁজ থকা বলধ

উত্তৰ- (গ) কুঁজ থকা বলধ ।


১৫) কি নদীৰ পাৰত সিন্ধু উপত্যকাৰ সভ্যতাৰ বিকাশ আৰম্ভ হৈছিল ?

(ক) (ক) নীল নদীৰ পাৰত

(খ) (খ) সিন্ধু নদীৰ পাৰত

(গ) (গ) হোৱাংহো নদীৰ পাৰত

উত্তৰ- (খ) (খ) সিন্ধু নদীৰ পাৰত ।


১৬) সিন্ধু উপত্যকাত আৱিষ্কাৰ হোৱা ঘৰবোৰৰ প্ৰধান ভাগ কেইটা কি কি?

(ক) তিনিটা

(খখ) সাতটা

(গ) নটা

উত্তৰ- (ক) তিনিটা ।


১৭) সিন্ধু সভ্যতাৰ ‘ৰাজহুৱা স্নানাগাৰ’ টো ______  নগৰত আৱিষ্কাৰ হৈছিল।

(ক) মহেঞ্জদাৰো

(খ) হৰপ্পা

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (খ) হৰপ্পা ।


১৮) প্ৰাচীন সভ্যতাসমূহ কিহৰ ওপৰত কেন্দ্ৰ কৰি গঢ়ি উঠিছে ?

(ক) কৃষিকাৰ্যৰ ওপৰত

(খ) সমাজৰ ওপৰত

(গ) নদীৰ ওপৰত

উত্তৰ- (গ) নদীৰ ওপৰত ।


১৯) হোৱাংহো আৰু ইয়াং চিকিয়াং নদীৰ পাৰত কি সভ্যতা গঢ় লৈ উঠিছিল ?

(ক) চীনৰ সভ্যতা

(খ) টাইগ্ৰীচ সভ্যতা

(গ) বেবিলনীয়া সভ্যতা

উত্তৰ- (ক) চীনৰ সভ্যতা ।ষ


২০) প্ৰত্যেক সৰু আলিৰ কাষতে কি আছিল ?

(ক) স্নাগাৰ

(খ) গা ধোৱা ঘৰ

(গ) ৰাজহুৱা কুঁৱা

উত্তৰ- (গ) ৰাজহুৱা কুঁৱা । 


Type By- Raktima Saikia.