ভাৰতৰ আৰ্যসকল

Chapter 5

১) আৰ্যসকল কোন অঞ্চলৰ পৰা আহিছিল

(ক) মধ্য এছিয়া

(খ) দক্ষিণ ৰাছিয়া

(গ) ওপৰৰ দুয়োটাই

উত্তৰ- (গ) ওপৰৰ দুয়োটাই ।


২) আৰ্য সকলৰ মূল জীৱিকা কি আছিল

(ক) কৃষি কাৰ্য

(খ) পশুপালন

(গ) মাছধৰা

উত্তৰ- (খ) পশুপালন ।


৩) কিমান খ্ৰী.পূ.ৰ পৰা কিমান খ্ৰী.পূ. ৰ ভিতৰত আৰ্যসকল উত্তৰ-পশ্চিম দিশেদি ভাৰতত প্ৰৱেশ কৰিছিল

(ক) ১০০০ খ্ৰী.পূ.ৰ পৰা ১৫০০ খ্ৰী.পূ. ভিতৰত

(খ) ২০০০ খ্ৰী.পূ. ৰ পৰা ১৫০০ খ্ৰী.পূ. ৰ ভিতৰত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ২০০০ খ্ৰী.পূ. ৰ পৰা ১৫০০ খ্ৰী.পূ. ৰ ভিতৰত ।


৪) আৰ্যসকলৰ সভ্যতা আছিল

(ক) গ্ৰাম্যকেন্দ্ৰিক

(খ) নগৰীয়া কেন্দ্ৰিক

(গ) পৌঢ় কোন্দ্ৰিক

উত্তৰ- (ক) গ্ৰাম্যকেন্দ্ৰিক ।


৫) আৰ্য শব্দৰ অৰ্থ আছিল

(ক) পশুপালক

(খ) কৃষক

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) কৃষক ।


৬) প্ৰথম অৱস্থাত আৰ্যসকলে কত বসতি স্থাপন কৰিছিল

(ক) গংগাৰ পাৰত

(খ) ‘সপ্ত সিন্ধুৰ’ পাৰত

(গ) হোৱাংহো নদীৰ পাৰত

উত্তৰ- (খ) ‘সপ্ত সিন্ধুৰ’ পাৰত ।


(গ) হোৱাংহো নদীৰ পাৰত৭) গ্ৰাম্য জীৱন-ধাৰণৰ পৰিয়ালকেন্দ্ৰিক আৰ্যসকল মূলত কি প্ৰধান আছিল

(ক) পিতৃ প্ৰধান

(খ) মাতৃ প্ৰধান

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) পিতৃ প্ৰধান ।


৮) আৰ্য সকলৰ মাজত কেনেধৰনৰ পৰিয়াল পদ্ধতি প্ৰচলিত আছিল

(ক) একক পৰিয়াল

(খ) যৌথ পৰিয়াল

(গ) একক আৰু যৌথ দুয়োটাই

উত্তৰ- (খ) যৌথ পৰিয়াল ।


৯) আৰ্য সকলৰ পৰিয়ালৰ মূল মানুহ জনক কি বুলা হছিল

(ক) গৃহস্থ

(খ) মুৰব্বী

(গ) গৃহপতি

উত্তৰ- (গ) গৃহপতি ।


১০)  আৰ্যসকলে সমাজৰ সকলো স্তৰৰ মানুহক কেইটা শ্ৰেণীত ভাগ কৰিছিল

(ক) ৪ টা

(খ) ২ টা

(গ) ৩ টা

উত্তৰ- (ক) ৪ টা ।


১১) যিবিলাক লোকৰ পূজ-পাতল, যাগ-যজ্ঞত দক্ষতা আছিল   সেই লোকসকলক কি বুলি কোৱা হৈছিল

(ক) ক্ষত্ৰিয়

(খ) বৈশ্য

(গ) ব্ৰাহ্মণ

উত্তৰ- (গ) ব্ৰাহ্মণ ।


১২) আৰ্যসকলৰ প্ৰধান খাদ্য কি আছিল

(ক) ভাত, মাছ, মাংস

(খ) ঘেহু, যৱ আৰু গাখীৰ

(গ) ৰুটি আৰু পনীৰ

উত্তৰ- (খ) ঘেহু, যৱ আৰু গাখীৰ ।


১৩) আৰ্য সকলৰ মাজত কেনেধৰণৰ প্ৰথাৰে বেপাৰ- বাণিজ্য চলিছিল

(ক) দোকান-বজাৰ

(খ) প্ৰত্যক্ষ বিনিময় প্ৰথাৰে

(গ) পৰোক্ষ বিনিময় প্ৰথাৰে

উত্তৰ- (খ) প্ৰত্যক্ষ বিনিময় প্ৰথাৰে ।


১৪) আৰ্যসকলে বিনিময়ৰ মাধ্যম হিচাপে পোনপ্ৰথমে কি যন্তু ব্যৱহাৰ কৰিছিল

(ক) গৰু

(খ) গাধ

(গ) ম’হ

উত্তৰ- (ক) গৰু ।


১৫) আৰ্যসকলে মূলত কোন কোন দেৱতাক পূজা-অৰ্চনা কৰিছিল

(ক) ইন্দ্ৰ, অগ্নি, আৰু বৰুণ দেৱতাক

(খ) ব্ৰহ্মা, বিষ্ণু

(গ) শিৱ, পাৰ্বতী

উত্তৰ- (ক) ইন্দ্ৰ, অগ্নি, আৰু বৰুণ দেৱতাক ।


১৬) আৰ্যসকলৰ প্ৰধান গ্ৰন্থ কি আছিল

(ক) মহাভাৰত

(খ) ৰামায়ন

(গ) বেদ

উত্তৰ- (গ) বেদ ।


১৭) আটাইতকৈ পুৰণি বেদ খনৰ নাম কি

(ক) ঋকবেদ

(খ) সামবেদ

(গ) যৰ্জুবেদ

উত্তৰ- (ক) ঋকবেদ ।


১৮)  গুৰুৰ গৃহত থাকি বিদ্যা-শিক্ষা লাভ কৰা সময়ছোৱাক কি বুলি কোৱা হয়

(ক) ব্ৰহ্মচৰ্য

(খ) গ্ৰাৰ্হস্থ্য

(গ) বানপ্ৰস্থ

উত্তৰ- (ক) ব্ৰহ্মচৰ্য ।


১৯) ঋকবেদত কেইটা শ্লোক আছে

(ক) ২৫০০

(খ) ২২৬০

(গ) ১০২৮

উত্তৰ- (গ) ১০২৮ ।


২০) আৰ্যসকলৰ গাঁৱৰ মুৰব্বী জনক কি বুলি কোৱা হয়

(ক) গাঁওবুঢ়া

(খ) গ্ৰামনী

(গ) মৌজাদাৰ

উত্তৰ- (খ) গ্ৰামনী ।


Type By- Raktima Saikia.

DABP006901.

Post ID By - Ritu moni Nath