ষোড়শ মহাজনপদ

Chapter 7

১) নিগাজীকৈ বসবাস কৰা একোটা অঞ্চলক কি বোলা হয়

(ক) বাসগৃহ

(খ) স্থায়ীপদ

(গ) জনপদ

উত্তৰ- (গ) জনপদ ।


২) কোনবোৰ ঠাই কৃষিৰ কাৰনে উপযুক্ত আছিল

(ক) গংগা-যমুনা উপত্যকাৰ সাৰুৱা অঞ্চল

(খ) পাহাৰীয়া অঞ্চল

(গ) মৰুভূমি অঞ্চল

উত্তৰ- (ক) গংগা-যমুনা উপত্যকাৰ সাৰুৱা অঞ্চল ।


৩) মহাজনপদ সমূহৰ ভিতৰত কেইখন মহাজনপদ বিশেষভাৱে শক্তিশালী হৈ উঠিল

(ক) ১২ খন

(খ) ১৪ খন

(গ) ১৬ খন

উত্তৰ- (গ) ১৬ খন ।


৪)  ‘বৃজি-লিচ্ছবি’ ৰাজ্যৰ ৰাজধানী কি আছিল

(ক) বাৰানাশী

(খ) বৈশালী

(গ) কুশীনাৰা

উত্তৰ- (খ) বৈশালী ।


৫) অৱন্তী ৰাজ্যৰ ৰজা কোন আছিল

(ক) চণ্ডপ্ৰদ্যুৎ মহাসেন

(খ) উদয়ন

(গ) ৰামশিংহ

উত্তৰ- (ক) চণ্ডপ্ৰদ্যুৎ মহাসেন ।


৬) বাসবদত্তাক কোনে বিয়া কৰাইছিল

(ক) ৰজা উদয়নে

(খ) চণ্ডপ্ৰদ্যুৎ মহাসেন

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ৰজা উদয়নে ।


৭) কাশী ৰাজ্যৰ ৰাজধানী কি আছিল

(ক) বৈশালী

(খ) কৌশাম্বী

(গ) বাৰাণসী

উত্তৰ- (গ) বাৰাণসী ।


৮) ৰজা প্ৰসেনজিতৰ ৰাজত্ব কালত আটাইতকৈ শক্তিশালী হৈ উঠা ৰাজ্য খনৰ নাম কি আছিল

(ক) কাশী

(খ) কোশল

(গ) বৎস

উত্তৰ- (খ) কোশল ।


৯) ৰাজতন্ত্ৰ চলা চাৰিখন ৰাজ্যৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰাজ্যখনৰ নাম কি

(ক) শাক্যৰাজ্য

(খ) কাশী

(গ) মগধ

উত্তৰ- (গ) মগধ ।


১০) মগধৰ প্ৰথম ৰজা কোন আছিল

(ক) ৰজা উদয়ন

(খ) চণ্ডপ্ৰদ্যুৎ মহাসেন

(গ) বিম্বিসাৰ

উত্তৰ- (খ) চণ্ডপ্ৰদ্যুৎ মহাসেন ।


১১) কোনজন ৰজাৰ ৰাজত্বৰ সময়তে গ্ৰীক বীৰ আলেকজেণ্ডাৰে ভাৰত আক্ৰমন কৰিছিল

(ক) মগধৰ ৰজা বিম্বিবাৰ

(খ) মগধৰ ৰজা মহাপদ্মনন্দ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) মগধৰ ৰজা মহাপদ্মনন্দ ।


১২) মুদ্ৰা কিহৰ দ্বাৰা তৈয়াৰ কৰা হৈছিল

(ক) ধাতুৰ দ্বাৰা

(খ) তামৰ দ্বাৰা

(গ) ৰূপৰ দ্বাৰা

উত্তৰ- (ক) ধাতুৰ দ্বাৰা ।


১৩) মহাবীৰৰ ধৰ্ম কি আছিল

(ক) বৌদ্ধ ধৰ্ম

(খ) জৈন ধৰ্ম

(গ) হিন্দু ধৰ্ম

উত্তৰ- (খ) জৈন ধৰ্ম ।


১৪) হিন্দু ধৰ্মৰ বাণীসমূহ কি ভাষাৰ আছিল

(ক) কথিত ভাষাৰ

(খ) হিন্দী ভাষাৰ

(গ) সংস্কৃত ভাষাৰ

উত্তৰ- (গ) সংস্কৃত ভাষাৰ ।


১৫) বৎস ৰাজ্যৰ ৰাজধানী কি আছিল

(ক) কৌশাম্বী

(খ) কুশীনাৰা

(গ) বৈশালী

উত্তৰ- (ক) কৌশাম্বী ।


১৬) আৰ্যসকলে নিগাজীকৈ বসবাস কৰা একোটা অঞ্চলক কি বোলা হৈছিল ?

(ক) মহাজনপদ

(খ) জনপদ

(গ) কুৰু

উত্তৰ- (খ) জনপদ ।


১৭) মহাভাৰতত কি কি বংশৰ উল্লেখ পোৱা যায় ?

(ক) যদু আৰু কুৰু

(খ) জনপদ আৰু মহাজনপদ

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) যদু আৰু কুৰু ।


১৮) কুৰু বংশটো কি কি বংশৰ সংমিশ্ৰণত গঠন কৰা হৈছিল ?

(ক) পুৰু আৰু অনু

(খ) তুৰ্বশ আৰু ভৰত

(গ) পুৰু আৰু ভৰত

উত্তৰ- (গ) পুৰু আৰু ভৰত ।


১৯) ভাৰতৰ আৰ্যসকলে কোন ঠাইত নিগাজীকৈ থাকিবলৈ লৈছিল ?

(ক) সমভূমি অঞ্চল

(খ) গংগা-যমুনা উপত্যকাৰ সাৰুৱা অঞ্চলটোত

(গ) মালভুমি অঞ্চলত

উত্তৰ- (খ) গংগা-যমুনা উপত্যকাৰ সাৰুৱা অঞ্চলটোত ।


২০) গ্ৰীক পণ্ডিতসকলৰ মতে মগধ ৰাজ্যত কিমান হাতী আছিল ?

(ক) ৪০০০

(খ) ৫০০০

(গ) ৬০০০

উত্তৰ- (গ) ৬০০০ ।



Type By- Raktima Saikia.