ষোড়শ মহাজনপদ
Chapter 7
১) নিগাজীকৈ বসবাস কৰা একোটা অঞ্চলক কি বোলা হয়
(ক) বাসগৃহ
(খ) স্থায়ীপদ
(গ) জনপদ
উত্তৰ- (গ) জনপদ ।
২) কোনবোৰ ঠাই কৃষিৰ কাৰনে উপযুক্ত আছিল
(ক) গংগা-যমুনা উপত্যকাৰ সাৰুৱা অঞ্চল
(খ) পাহাৰীয়া অঞ্চল
(গ) মৰুভূমি অঞ্চল
উত্তৰ- (ক) গংগা-যমুনা উপত্যকাৰ সাৰুৱা অঞ্চল ।
৩) মহাজনপদ সমূহৰ ভিতৰত কেইখন মহাজনপদ বিশেষভাৱে শক্তিশালী হৈ উঠিল
(ক) ১২ খন
(খ) ১৪ খন
(গ) ১৬ খন
উত্তৰ- (গ) ১৬ খন ।
৪) ‘বৃজি-লিচ্ছবি’ ৰাজ্যৰ ৰাজধানী কি আছিল
(ক) বাৰানাশী
(খ) বৈশালী
(গ) কুশীনাৰা
উত্তৰ- (খ) বৈশালী ।
৫) অৱন্তী ৰাজ্যৰ ৰজা কোন আছিল
(ক) চণ্ডপ্ৰদ্যুৎ মহাসেন
(খ) উদয়ন
(গ) ৰামশিংহ
উত্তৰ- (ক) চণ্ডপ্ৰদ্যুৎ মহাসেন ।
৬) বাসবদত্তাক কোনে বিয়া কৰাইছিল
(ক) ৰজা উদয়নে
(খ) চণ্ডপ্ৰদ্যুৎ মহাসেন
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) ৰজা উদয়নে ।
৭) কাশী ৰাজ্যৰ ৰাজধানী কি আছিল
(ক) বৈশালী
(খ) কৌশাম্বী
(গ) বাৰাণসী
উত্তৰ- (গ) বাৰাণসী ।
৮) ৰজা প্ৰসেনজিতৰ ৰাজত্ব কালত আটাইতকৈ শক্তিশালী হৈ উঠা ৰাজ্য খনৰ নাম কি আছিল
(ক) কাশী
(খ) কোশল
(গ) বৎস
উত্তৰ- (খ) কোশল ।
৯) ৰাজতন্ত্ৰ চলা চাৰিখন ৰাজ্যৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰাজ্যখনৰ নাম কি
(ক) শাক্যৰাজ্য
(খ) কাশী
(গ) মগধ
উত্তৰ- (গ) মগধ ।
১০) মগধৰ প্ৰথম ৰজা কোন আছিল
(ক) ৰজা উদয়ন
(খ) চণ্ডপ্ৰদ্যুৎ মহাসেন
(গ) বিম্বিসাৰ
উত্তৰ- (খ) চণ্ডপ্ৰদ্যুৎ মহাসেন ।
১১) কোনজন ৰজাৰ ৰাজত্বৰ সময়তে গ্ৰীক বীৰ আলেকজেণ্ডাৰে ভাৰত আক্ৰমন কৰিছিল
(ক) মগধৰ ৰজা বিম্বিবাৰ
(খ) মগধৰ ৰজা মহাপদ্মনন্দ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) মগধৰ ৰজা মহাপদ্মনন্দ ।
১২) মুদ্ৰা কিহৰ দ্বাৰা তৈয়াৰ কৰা হৈছিল
(ক) ধাতুৰ দ্বাৰা
(খ) তামৰ দ্বাৰা
(গ) ৰূপৰ দ্বাৰা
উত্তৰ- (ক) ধাতুৰ দ্বাৰা ।
১৩) মহাবীৰৰ ধৰ্ম কি আছিল
(ক) বৌদ্ধ ধৰ্ম
(খ) জৈন ধৰ্ম
(গ) হিন্দু ধৰ্ম
উত্তৰ- (খ) জৈন ধৰ্ম ।
১৪) হিন্দু ধৰ্মৰ বাণীসমূহ কি ভাষাৰ আছিল
(ক) কথিত ভাষাৰ
(খ) হিন্দী ভাষাৰ
(গ) সংস্কৃত ভাষাৰ
উত্তৰ- (গ) সংস্কৃত ভাষাৰ ।
১৫) বৎস ৰাজ্যৰ ৰাজধানী কি আছিল
(ক) কৌশাম্বী
(খ) কুশীনাৰা
(গ) বৈশালী
উত্তৰ- (ক) কৌশাম্বী ।
১৬) আৰ্যসকলে নিগাজীকৈ বসবাস কৰা একোটা অঞ্চলক কি বোলা হৈছিল ?
(ক) মহাজনপদ
(খ) জনপদ
(গ) কুৰু
উত্তৰ- (খ) জনপদ ।
১৭) মহাভাৰতত কি কি বংশৰ উল্লেখ পোৱা যায় ?
(ক) যদু আৰু কুৰু
(খ) জনপদ আৰু মহাজনপদ
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (ক) যদু আৰু কুৰু ।
১৮) কুৰু বংশটো কি কি বংশৰ সংমিশ্ৰণত গঠন কৰা হৈছিল ?
(ক) পুৰু আৰু অনু
(খ) তুৰ্বশ আৰু ভৰত
(গ) পুৰু আৰু ভৰত
উত্তৰ- (গ) পুৰু আৰু ভৰত ।
১৯) ভাৰতৰ আৰ্যসকলে কোন ঠাইত নিগাজীকৈ থাকিবলৈ লৈছিল ?
(ক) সমভূমি অঞ্চল
(খ) গংগা-যমুনা উপত্যকাৰ সাৰুৱা অঞ্চলটোত
(গ) মালভুমি অঞ্চলত
উত্তৰ- (খ) গংগা-যমুনা উপত্যকাৰ সাৰুৱা অঞ্চলটোত ।
২০) গ্ৰীক পণ্ডিতসকলৰ মতে মগধ ৰাজ্যত কিমান হাতী আছিল ?
(ক) ৪০০০
(খ) ৫০০০
(গ) ৬০০০
উত্তৰ- (গ) ৬০০০ ।
Type By- Raktima Saikia.
0 Comments