সমাজ আৰু সামাজিক জীৱন প্ৰণালী

Chapter- 8

১) আমাৰ সমাজ খনৰ নাম কি ?

(ক) জীৱ সমাজ

(খ) মানৱ সমাজ

(গ) প্ৰাণী সমাজ

উত্তৰ- (খ) মানৱ সমাজ ।

২) যিবোৰ পৰিস্থিতিৰ সৈতে সহাৱস্থান অৰ্থাৎ খাপ-খুৱাই জীৱন-নিৰ্বাহ কৰিব লগীয়া হয়, সামগ্ৰীকভাৱে সেয়াই হল-

(ক) সামাজিক জীৱন

(খ) সাংস্কৃতিক জীৱন

(গ) অৰ্থনৈতিক জীৱন

উত্তৰ- (ক) সামাজিক জীৱন ।

৩) মানুহে সমাজৰ প্ৰতি পালন কৰা দায়িত্ব আৰু কৰ্তব্য বোৰক কি কৰ্তব্য বুলি কোৱা হয় ?

(ক) সাংস্কৃতিক কৰ্তব্য

(খ) সামাজিক কৰ্তব্য

(গ) বৃত্তিমুখী কৰ্তব্য

উত্তৰ- (ক) সাংস্কৃতিক কৰ্তব্য ।

৪)  গাৱঁৰ অঞ্চলৰ মানুহৰ সামাজিক জীৱন কেনেধৰনৰ ?

(ক) সহজ-সৰল

(খ) মুকলিমূৰীয়া

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (গ) ওপৰৰ দুয়োটা ।

৫) বিচিত্ৰতা বা বিভিন্নতা থকাৰ বাবে মানুহৰ সামাজিক জীৱনটো কেনেধৰনৰ হয় ?

(ক) বিচিত্ৰ পূৰ্ণ

(খ) বৈচিত্ৰ পূৰ্ণ

(গ) বিশিষ্টময়

উত্তৰ- (খ) বৈচিত্ৰ পূৰ্ণ ।

৬) সামাজিক জীৱনে আমাক কি প্ৰদান কৰে ?

(ক) সুৰক্ষা

(খ) নিৰাপত্তা

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (গ) ওপৰৰ দুয়োটা ।

৭) আমাৰ  ভাৱ  অনুভূতি  প্ৰকাশ কৰা বহল ক্ষেত্ৰখন কি বোলে ?

(ক) ঘৰ

(খ) পাহাৰ

(গ) সমাজ

উত্তৰ- (গ) সমাজ ।

৮) সুস্থ সমাজ এখনত বসবাস কৰা  লোকসকল কি হয় ?

(ক) প্ৰগতি

(খ) কল্যাণমুখী

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (গ) ওপৰৰ দুয়োটা ।

৯) সামাজিক জীৱন হল-

(ক) পৰিৱৰ্তনশীল

(খ) অপৰিৱৰ্তনশীল

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) পৰিৱৰ্তনশীল ।

১০) আজিৰ পৰা কিমান বছৰ আগৰ সামাজিক জীৱন আৰু আজিৰ সামাজিক জীৱনৰ মাজত পাৰ্থক্য আছে ?

(ক) ১৪ বছৰৰ আগৰ

(খ) ২৫ বছৰৰ আগৰ

(গ) ২ বছৰৰ আগৰ

উত্তৰ- (খ) ২৫ বছৰৰ আগৰ ।

১১) মানুহ কি প্ৰাণী ?

(ক) সামাজিক প্ৰাণী

(খ) ঘৰুৱা প্ৰাণী

(গ) বছৰেকীয়া প্ৰাণী

উত্তৰ- (ক) সামাজিক প্ৰাণী ।

১২) সমাজৰ ধাৰণা কেনেকুৱা ?

(ক) বৰ টান

(খ) কঠিন বা সহজ

(গ) স্পষ্ট আৰু সহজ

উত্তৰ- (গ) স্পষ্ট আৰু সহজ ।

১৩) কেনেধৰণৰ পৰিবেশে সামাজিক জীৱনৰ সূচনা কৰিছে ?

(ক) হুলস্থুলীয়া পৰিবেশ

(খ) সামাজিক পৰিবেশ

(গ) ধৰ্মভিত্তিত পৰিবেশ

উত্তৰ- (খ) সামাজিক পৰিবেশ ।

১৪) ইছলাম ধৰ্মীসকলে কি পঢ়ে ?

(ক) নামাজ

(খ) হিন্দী পাঠ্যপুথি

(গ) ভক্তিমূলক পুথি

উত্তৰ- (ক) নামাজ ।

১৫) সমাজত বাস কৰা প্ৰত্যেকজন মানুহেই সমাজৰ প্ৰতি __________ ।

(ক) দায়িত্বশীল

(খ) সহনশীল

(গ) দায়বদ্ধ

উত্তৰ- (গ) দায়বদ্ধ ।

১৬) পৰিয়াল সমাজৰ কি গোট ?

(ক) যৌথ গোট

(খ) প্ৰাথমিক গোট

(গ) এটাও নহয়

উত্তৰ- (খ) প্ৰাথমিক গোট ।

১৭) তলৰ ছবিখনত কিহৰ দৃশ্য প্ৰতিফলিত হৈছে ?

(ক) নগৰ-মহানগৰৰ

(খ) গাঁৱৰ

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) নগৰ-মহানগৰৰ ।

১৮) কি প্ৰিয় হোৱা বাবে মানুহ সামাজিক প্ৰাণী ?

(ক) খাদ্যপ্ৰিয়

(খ) প্ৰেমিকপ্ৰিয়

(গ) সংগপ্ৰিয়

উত্তৰ- (গ) সংগপ্ৰিয় ।

১৯)______ পৰিবেশেই সামাজিক জীৱনৰ সূচনা কৰে।

(ক) সামাজিক

(খ) ৰাজনৈতিক

(গ) অৰ্থনৈতিক

উত্তৰ- (ক) সামাজিক ।

২০) সমাজত ________ থাকে ।

(ক) হিংসা

(খ) বিচিত্ৰতা

(গ) ভেদভাব

উত্তৰ- (খ) বিচিত্ৰতা ।

DABP006940

Type By- Raktima Saikia.