মা আৰু দেউতা
মা মোৰ বিশ্বাষ,দেউতা মোৰ সাহস ।
সদায় বিছাৰো যেন মোৰ লগত,
মায় কয় "পঢ়ি-শুনি,ডাঙৰ মানুহ হবি "
দেউতায় কয় জীৱনৰ পথতত সদায় আগুয়াই যাবি
মায় কয় ভাগৰি নাজাবি,দেউতাই কয় বলৱান হৈ থাকিবি ,
জীৱনৰ পথত দুষ আহিলে অতৰাই দিবি ।
এনেকৈ তয় আগুয়াই যাবি,
জীৱনৰ পথতত ভাগৰি নাজাবি ।
নাম - শ্ৰী প্ৰিয়ানুজ পংকজ
শ্ৰেণী - চতুৰ্থ
বিদ্য়ালয়- বৰঙাবাৰী বালিকা প্ৰাথমিক বিদ্য়ালয়
post ID - DABP007272
Author Type- Priyanuz Pankaj
Type By -- Ritu moni Nath