90% Common Question
HSLC 2020
১। "কামত ল'ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।" - কথাষাৰৰ বক্তা কোন?
২। কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষার্থীসকলে শিক্ষক-শিক্ষয়িত্রীসকলক অৱগত কৰিছিল?
HSLC 2023
১। অনুৰাধা শৰ্মা পূজাৰীয়ে সাহিত্য আৰু সংবাদ সেৱাৰ স্বীকৃতি স্বৰূপে কি বঁটা লাভ কৰিছিল?
২। 'কামত ল'ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।'-এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল আঁতিগুৰি মাৰি লিখা।
৩। কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষক-শিক্ষয়িত্রীসকলক অৱগত কৰিছিল?
1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)
১। 'অৰণ্যযাত্রা' নামৰ পাঠটোৰ লেখক কোন?
২। শ্রেণী শিক্ষকে কি ঘোষণা কৰাৰ দিনৰেপৰা অষ্টম আৰু | ৭। নৱম দুয়োটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত উখল-মাখল পৰিৱেশ হৈছিল?
৩। বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?৪। 'অৰণ্যযাত্রা'ত সৰ্বমুঠ কিমানগৰাকী শিক্ষক-ছাত্র-ছাত্রী গৈছিল?
৫। পাহিৰ ককায়েকৰ নাম কি?
৬। পল আৰু পাহি কোন শ্রেণীত পড়ে?
৭। অনুৰাধা শৰ্মা পূজাৰীয়ে কোনখন গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰিছিল?
৮। অনুৰাধা শৰ্মা পূজাৰীয়ে কি বিষয়ৰ স্বীকৃতিস্বৰূপে ৰেনেছাঁ অসম বঁটা লাভ বঁটা লাভ কৰিছিল?
৯। 'অৰণ্যযাত্রা'ত পাহি আৰু বিদিশাক কি দায়িত্ব দিয়া হৈছিল?
১০। 'অৰণ্যযাত্রা'ত সৌৰভ আৰু আফতাবক কি দায়িত্ব দিয়া হৈছিল?
১১। 'অৰণ্যযাত্রা'ৰ দলটোৰ দলপতি হিচাপে কাক দায়িত্ব দিয়া হৈছিল?
১২। 'চন্তৰী' মানে কি?
১৩। 'আদ্যোপান্ত' শব্দৰ অৰ্থ লিখা।
১৪। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?
১৫। নিগনা চিকাৰীৰ প্ৰকৃত নাম কি?
১৬। কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া অৰণ্য বিষয়াজন কোন?
১৭। কাজিৰঙাৰ গঁড় আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই বিশ্ব মানচিত্রত কাজিৰঙাক চিনাকি কৰি দিয়া প্রথম ব্যক্তিজন কোন?
১৮। কাজিৰঙা অৰণ্য সংৰক্ষণ কৰিবলৈ ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনক কোনে অনুৰোধ কৰিছিল?
2\3 Marks Questions (২\৩ নম্বৰীয়া প্ৰশ্ন)
১। অনুৰাধা শৰ্মা পূজাৰীৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল?
২। অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা উপন্যাসসমূহৰ নাম উল্লেখ কৰা।
৩। অনুৰাধা শৰ্মা পূজাৰীৰ আত্মজীৱনীমূলক প্ৰৱন্ধ সংকলনকেইখনৰ নাম কি?
৪। অনুৰাধা শৰ্মা পূজাৰীৰ গল্প সংকলনকেইখনৰ নাম উল্লেখ কৰা।
৫। গৰম বন্ধ আৰম্ভ হোৱা দিনটোৰপৰাই পলৰ কি অভ্যাস গঢ়ি উঠিছিল?
৪। অনুৰাধা শৰ্মা পূজাৰীৰ গল্প সংকলনকেইখনৰ নাম উল্লেখ কৰা।
৫। গৰম বন্ধ আৰম্ভ হোৱা দিনটোৰপৰাই পলৰ কি অভ্যাস গঢ়ি উঠিছিল?
৬। 'মইতো ল'ৰা। এইবোৰ ছোৱালীৰ কাম, তোমালোকে কৰা। | মইতো দেউতাক এইবোৰ কাম কৰা দেখা নাই।'- কথাষাৰ | কোনে কাক কি প্রসংগত কৈছিল? তুমি এইষাৰ কথা সমর্থন কৰানে?
৭। পাহিৰ গ্ৰীষ্মবন্ধৰ অৰণ্যযাত্ৰাৰ প্ৰস্তুতি সম্পর্কে আভাস দিয়া।
৮। পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক 'কৈছিল?
৮। পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক 'কৈছিল?
৯। কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?
১০। 'তোমালোকে পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছা, অৰণ্যৰপৰা শিকিব লগা বহুত কথা আছে।'-কোনখন অৰণ্যৰ কথা কোৱা হৈছে? এই। অৰণ্যৰ কি যশস্যা আছে?
১১। 'মনে-মনে থাকা। ছাৰ-বাইদেৱে শুনিলে দিব মজাপালি।'| -কথাষাৰ কোনে কাক কিয় কৈছিল?
১২। 'ঠিক আছে, ভালকৈ যাবা, আৰু আগলৈ নজনা কামত মৰ সাহস নেদেখুৱাবা।'- কোনে কাক কি উদ্দেশ্য কৰি কথাষাৰ কৈছিল?
১৩। 'অৰণ্যযাত্ৰা'ৰ বাবে পাহিয়ে নিজৰ বেগত কি কি বস্তু ভৰাই লৈছিল?
১৪। 'মই বাৰু পাহৰিলোঁ, তই মোৰ বস্তুকেইটাও লগতে বেগত ভৰাই সাজু কৰি দিব নোৱাৰিলি। অ' মা, মা...' -কথাষাৰ কোনে, কাক, কিয় কৈছিল?
১৫। 'শুনিছা দাদা, মায়ে কি কৈছে? তুমি যে বিপদত পৰিবা এদিন, সেয়া খাটাং। -কথাষাৰ কোনে, কাক, কি প্রসংগত কৈছিল?
১৬। 'তেতিয়া নিজে কৰিম নহয়, নহ'লে তোেক লৈ আহিম, তই। কৰিবি!'-কথাষাৰৰ বক্তাগৰাকী কোন? কাক আৰু কি প্রসংগত বক্তাই কথাষাৰ কৈছিল?
১৭। কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?

১৮। 'তোমালোকে পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছা, অৰণ্যৰপৰা শিকিব লগা বহুত কথা আছে।'- কোনখন অৰণ্যৰ কথা কোৱা হৈছে? এই অৰণ্যৰ কি যশস্যা আছে?
১৯। 'শিক্ষকৰ লগ নেৰিবা, যি কথা কয়, সেইমতে চলিবা। মই খবৰ লৈ থাকিম।' কথাষাৰৰ বক্তাগৰাকী কোন? কাক আৰু কি প্ৰসংগত বক্তাই কথাষাৰ কৈছিল?
২০। 'পাহি আৰু বিদিশাই খাদ্য বিলাওক, আমি সিহঁতক দিয়া কামটো কৰোঁ।'-কথাষাৰ কোনে, কাক, কি প্রসংগত কৈছিল?
২১। 'আমি মৰিলোঁ আজি। মই সাঁতুৰিব নাজানো।'-কথাষাৰ কোনে, কাক, কি প্রসংগত কৈছিল?
২২। 'বাইদেউ, তোমালোকক কেনেকৈ ধন্যবাদ জনাম?'- কাক, কোনে কি কাৰণে ধন্যবাদ জনোৱাৰ কথা কৈছে?

২৩। 'ঠিক আছে, ভালকৈ যাবা, আৰু আগলৈ নজনা কামত মৰ সাহস নেদেখুৱাবা।'- কোনে কাক কি উদ্দেশ্য কৰি কথাষাৰ কৈছিল?
২৪। মহীচন্দ্ৰ মিৰি কোন?
২৫। লর্ড কার্জন কোন?
২৬। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফতাবহঁত কি বিপদত পৰিছিল? এই বিপদৰপৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল?
২৭। মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৱত চিনাকি। কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?
২৮। নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্রথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল?
২৯। চমুটোকা লিখাঃ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, অম্লজান, ইয়াণ্ডাবু সন্ধি, মানৰ আক্রমণ, লর্ড কার্জন।
4\5 Marks Questions (৪\৫ নম্বৰীয়া প্ৰশ্ন)
১। অনুৰাধা শৰ্মা পূজাৰীৰ বিষয়ে চমু পৰিচয় দাঙি ধৰা।
২। পাহিয়ে মাকক ল'ৰা-ছোৱালীৰ কামৰ পাৰ্থক্য দেখি কি কৈছিল? মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল?
৩। প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কবে? | শিক্ষক-শিক্ষয়িত্রীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয়। বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হ'ল। বহলাই লিখা।
৪। অসমীয়া বিষয় শিক্ষক তপন বৰুৱাই অম্লজান গেছে জীৱজগতত পেলোৱা প্ৰভাৱৰ বিষয়ে কিদৰে ছাত্ৰ- ছাত্রীসকলক বুজাইছিল পাঠৰ আধাৰত লিখা।
৫। ব্যাখ্যা কৰা :
(ক) একোখন অৰণ্য মানুহৰ হাওঁফাওঁৰ দৰে।
(খ) 'গছ হ'ল বনৰ জীৱ-জন্তু আৰু মানুহৰ বন্ধু, আমি গছ নহ'লে জীয়াই থাকিব নোৱাৰিম'।
(খ) 'গছ হ'ল বনৰ জীৱ-জন্তু আৰু মানুহৰ বন্ধু, আমি গছ নহ'লে জীয়াই থাকিব নোৱাৰিম'।
1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)
১। বাক্য ৰচনা কৰাঃ
ককাই-ভনী, টুলুং-ভুটুং, চিঞৰ-বাখৰ, মানুহ-দুনুহ, তিতি- বুৰি।২। মূৰ্দ্ধন্য 'ণ' হোৱাৰ কাৰণ দৰ্শোৱা :
অৰণ্য, অর্পণ, কণ্ঠ, ওৰণি, পোৰণি, আড়ম্বৰপূৰ্ণ।
অৰণ্য, অর্পণ, কণ্ঠ, ওৰণি, পোৰণি, আড়ম্বৰপূৰ্ণ।