ধৰ ঝাড়ু ধৰ ভাই 

90% Common Question

 HSLC 2023 

* অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীয়ে গুৱাহাটীৰ কোনখন বিদ্যালয়ত শিক্ষা লাভ কৰিছিল?

* নহ'লে যে বিশ্ব সভাত

   নহ'ব তোৰ বহাৰ ঠাই।一বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে?

* পূজা দিলি পৰ চৰণত

   জীৱন ঢালি ধাৰে-ঋণে-

   - কোনে কাৰ চৰণত পূজা দিয়াৰ কথা কবিয়ে কৈছে, বুজাই লিখা।

 Important Questions 

1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)

১। অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল?

২। সাতাম পুৰুষীয়া 'সোণৰ চোতাল-ঘৰ' কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে?

৩। জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবি ৰায়চৌধুৰীদেৱে আমালৈ কি আহ্বান জনাইছে?

৪। অসমীয়া কোনজন সাহিত্যিকক 'অসম কেশৰী' আখ্যা দিয়া হৈছে?

৫। কবি অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম কিমান চনত হৈছিল?

৬। কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ পিতৃ-মাতৃ কোন আছিল?

৭। 'সাদিনীয়া ডেকা অসম'ৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল?

৯। অম্বিকাগিৰী ৰায়চৌধুৰীৰ কোন চনত মৃত্যু হৈছিল?

১০। কোন চনত অম্বিকাগিৰী ৰায়চৌধুৰী অসম সাহিত্য সভাৰ সভাপতি হৈছিল?

১১। অম্বিকাগিৰী ৰায়চৌধুৰীদেৱে লিখা দুখন কবিতাপুথিৰ নাম লিখা।

১২। 'বন্দিনী ভাৰত' নামৰ নাটকখন কোনে ৰচনা কৰিছিল?

১৩। বন্দো কি ছন্দেৰে' নামৰ প্ৰখ্যাত গীতটিৰ ৰচয়িতা কোন?

১৪। কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱে সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থখনৰ নাম কি?

১৫। 'আসাম বান্ধৱ'ৰ সম্পাদক কোন আছিল?

১৬। অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ প্ৰথম নাটকখন কি?

১৭। অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ প্ৰথম কবিতাপুথি কি?

১৮। 'তুমি' কবিতাপুথিখন কোন চনত প্রকাশ পায়?

১৯। অম্বিকাগিৰী ৰায়চৌধুৰীদেৱে প্রতিষ্ঠা কৰা প্ৰেছটোৰ নাম কি?

২০। অৰুণা প্ৰেছ কেতিয়া স্থাপন হয়?

২১। অৰুনা প্ৰেছৰ পৰা অম্বিকাগিৰী ৰায়চৌধুৰীদেৱে সম্পাদনা কৰা আলোচনীখনৰ নাম কি?

২২। চেতনা আলোচনী কেতিয়া প্রকাশ পায়?

২৩। ৰায়চৌধুৰীয়ে কোনখন গদ্যপুথিৰ বাবে তিনি মাহ জে'লৰ লগতে জৰিমনাও ভৰিবলগা হৈছিল?

২৪। পাণ্ডুত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন কোন চনত বহিছিল?

২৫। বন্দো কি ছন্দেৰে' গীতটোৰ ৰচনা আৰু সুৰ কাৰ?

২৬। 'বন্দো কি ছন্দেৰে' গীতটো ৰোমাণ্টিক কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱে ক'ত কেতিয়া পৰিবেশন কৰিছিল?

২৭। ১৯২৬ চনৰ পাণ্ডু কংগ্ৰেছৰ ৰায়চৌধুৰীয়ে লিখা উদ্বোধনী গীতটো কি আছিল?

২৮। ড়েকা অসম কাকত কোনে কেতিয়া প্রকাশ কৰিছিল?

২৯। অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ দুটি জনপ্রিয় গীতৰ কলি কি কি?

৩০। ৰোমাণ্টিক কবি অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতাৰাজিৰ মাজেদি প্রধানতঃ দুটা ধাৰা প্ৰকাশিত হৈছে, ধাৰা দুটা কি কি?

৩১। অতীন্দ্রিয়বাদ কি?

৩২। ৰায়চৌধুৰীৰ কেইখনমান উল্লেখযোগ্য কবিতাপুথিৰ নাম লিখা।

৩৩। ৰায়চৌধুৰীৰ কেইখনমান উল্লেখযোগ্য গদ্য ৰচনাৰ নাম লিখা।

৩৪। অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ উল্লেখযোগ্য নাটক কি?

৩৫। অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ 'জয়দ্রথ বধ' নাটক কেতিয়া ৰচনা হৈছিল?

৩৬। ৰায়চৌধুৰীৰ কবিতাত ফুটি উঠা সুৰ দুটা কি কি? |

৩৭। ৰহস্যবাদী প্ৰেমৰ সুৰ-প্ৰকাশ পোৱা ৰায়চৌধুৰীৰ এখনি কবিতা পুথিৰ নাম লিখা।

৩৮। ৰায়চৌধুৰীয়ে লিখা প্ৰৱন্ধ পুথিখনৰ নাম কি?

৩৯। 'ধৰ ঝাড়ু ধৰ ভাই' কবিতাটি কবিৰ কোনখন পুথিৰ অন্তর্ভুক্ত?

৪০। ৰায়চৌধুৰীৰ কোন দুখন পুথি চৰকাৰে বাজেয়াপ্ত কৰিছিল?

৪১। ৰায়চৌধুৰীয়ে আনুষ্ঠানিক শিক্ষা কিমানলৈ গ্রহণ কৰিছিল?

৪২। 'স্থাপন কৰ, স্থাপন কৰ' কাৰ কবিতাৰ পুথি?

৪৩। 'ধৰ ঝাড়ু ধৰ ভাই' কবিতাটোত 'ঝাড়ু' কিহৰ প্ৰতীক?

৪৪। 'ধৰ ঝাড়ু ধৰ ভাই' কবিতাটো কবিয়ে কেনে অৱস্থাত ৰচনা কৰিছিল?

৪৫। জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে?

৪৬। 'কত যুগৰ ভূঁহৰ পৰি' - কবিতাশাৰীত থকা 'যুগৰ  ভূঁহৰ' মানে কি?

৪৮। কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে?

৪৯। অর্থ লিখা: 

কাজল ছাই, সোণৰ চোতাল, যুগৰ ভূৰ, গোলামী, সাতাম পুৰুষ, হিংসা-দ্বেষ, চুকে-কোণে

৫০। তলত দিয়া যুৰীয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা:

(ক) হীনে-ঘিণে

(খ) ধাৰে-ঋণে

(গ) ঘৃণা-ঘৃণী,

(ঘ) জাহি-জাৱৰ

(ঙ) সাৰি-পুছি

(চ) মলি-মামৰ

৫১। তলৰ শব্দবোৰত মূর্ধন্য 'ণ' হোৱাৰ কাৰণ দৰ্শোৱা।

(ক) সোণ

(খ) ঘৃণা

(গ) ঋণে

(ঘ) কোণ

৫২। তলৰ শব্দকেইটাৰ বিপৰীত অর্থবাচক শব্দ লিখা

(ক) ঘৃণা

(খ) গোলাম

(গ) জীৱন

(ঘ) বীৰ

2 Marks Questions (2 নম্বৰীয়া প্ৰশ্ন)

১। “ধৰ ঝাড়ু ধৰ ভাই আৰু চাবৰ সময় নাই” – তাৎপর্য বুজাই লিখা। |

২। "পূজা দিলি পৰ চৰণত জীৱন ঢালি ধাৰে ঋণে" -কোনে কাৰ চৰণত কোনে পূজা দিয়াৰ কথা কবিয়ে কৈছে, যথাসম্ভৱ চমুকৈ লিখা।

৩। “ধৰ ঝাড়ু ধৰ ভাই” কবিতাত কবিয়ে জাতিৰ জীৱন। কেনেকৈ মনোহৰ কৰিবলৈ আহ্বান জনাইছে চমুকৈ লিখা।

8।হ'ল এৱে তোৰ সময় হ'বৰ জাতিৰ ঝাড়ুদাৰ যে ভাই।' -ইয়াত কবিয়ে কি কাৰণে 'জাতিৰ ঝাড়ুদাৰ' হোৱাৰ সময় হ'লহি বুলি সকীয়াই দিছে?

4 Marks Questions (4 নম্বৰীয়া প্ৰশ্ন)

১। 'ধৰ ঝাড়ু ধৰ ভাই' কবিতাটিৰ কবি অম্বিকাগিৰী ৰায়চৌধুৰীৰ জীৱন আৰু সাহিত্য কৰ্মৰ পৰিচয় দিয়া।

২। 'ধৰ ঝাড়ু ধৰ ভাই' কবিতাটিৰ মূলভাব লিখা।

৩। 'ধৰ ঝাড়ু ধৰ ভাই' কবিতাটোত বিপ্লৱৰ মাজেৰে সংস্কাৰ সাধনৰ মনোভাব কিদৰে প্ৰকাশিত হৈছে, আলোচনা | কৰা।

৪। 'ধৰ ঝাড়ু ধৰ ভাই' কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশ প্ৰেমৰ ভাব কিদৰে প্ৰকাশ পাইছে লিখা।

৫।'হিংসা-দ্বেষৰ,ভেদাভেদক,ঘৃণা-ঘৃণী স্বাৰ্থভেমৰ ক'ত যে কি মলি মামৰ ভৰি জাতিৰ জীৱন যায়,'一কবিতা ফাঁকিৰ ভাব মোকোলাই লিখা। 

৬।প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা।

(ক) 'হিংসা-দ্বেষৰ, ভেদাভেদক, 

ঘৃণা-ঘৃণী স্বাৰ্থভেমৰ ক'ত যে কি মলি মামৰ 

ভৰি জাতিৰ জীৱন যায়,'


(খ) ধৰ ঝাড়ু ধৰ ভাই

আৰু চাবৰ সময় নাই-

চাই থাকেঁতে মুখত কেৱল

ভৰিল কাজল-ছাই।


(গ) কৰিলিতো ইমান দিনে

পৰৰ গোলামী হীনে-ঘিণে- 

পূজা দিলি পৰ চৰণত 

জীৱন ঢালি ধাৰে ঋণে


(ঘ) ধৰ ঝাড়ু ধৰ ভাই 

বীৰ-বেশেৰে ধৰ ঝাড়ু ধৰ

জাতিৰ জীৱন কম মনোহৰ 

সাৰি-পুছি চুকে কোণে 

য'ত যে আছে জাহি-জাবৰ।


(ঙ) “পূজা দিলি পৰ চৰণত

জীৱন ঢালি ধাৰে ঋণে

হ'ল এবেঁ তোৰ সময় হ'বৰ

জাতিৰ ঝাড়ুদাৰ যে ভাই।”


(চ) “নহলে যে বিশ্ব সভাত 

নহব তোৰ বহাৰ ঠাই।”