প্ৰাচীন ভাৰতীয় শিক্ষা

90% Common Question

 HSLC 2022 

* শ্ৰীধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক কোন আছিল?

* মৌৰ্যবংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰীজনৰ নাম কি আছিল?

* প্ৰাচিন ভাৰতৰ চাৰিখন বিশ্ববিদ্যালয়ৰ নাম লিখা।

* নালন্দা বিশ্ববিদ্যালয়ত কোনো খৰচ নোলোৱাকৈ কি কি বিষয়ত শিক্ষাদান কৰিছিল?

* আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলা-বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল?

*আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা।

 HSLC 2023 

* নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষগৰাকী কোন আছিল?

* বিক্ৰমশালী বিশ্ববিদ্যালয়ৰ বিষয়ে চমুটোকা লিখা।

* প্ৰাচীন ভাৰতত কেইটা বিশ্ববিদ্যালয় আছিল? প্ৰত্যেকৰে নাম লিখা।


 Important Questions 

1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)

১। ইটালীয় ছনেটৰ আর্হিত বংগদেশত সৃষ্টি হোৱা চতুর্দশপদী কবিতাৰ ধাৰা অসমীয়া সাহিত্যলৈ বোৱাই অনা অসমীয়া সাহিত্যিকগৰাকী কোন?

২। হেমচন্দ্র গোস্বামীৰ কেতিয়া জন্ম হৈছিল?

৩। হেমচন্দ্র গোস্বামীৰ জন্মস্থান ক'ত আছিল?

8। হেমচন্দ্ৰ গোস্বামীৰ পিতৃ-মাতৃৰ নাম কি?

৫। হেমচন্দ্র গোস্বামী কোনখন শিশু-আলোচনীৰ সম্পাদক আছিল?

৬।হেমচন্দ্র গোস্বামী কোনখন বিখ্যাত আলোচনীৰ দ্বিতীয়গৰাকী সম্পাদক আছিল?

৭। 'জোনাকী' আলোচনীক উদ্দেশ্য কৰি ৰচনা কৰা হেমচন্দ্র গোস্বামীৰ কবিতাটো কি আছিল?

৮ । হেমচন্দ্ৰ গোস্বামীৰ প্ৰকাশিত কাব্যগ্রন্থখনৰ নাম কি?

৯। প্রথম অসমীয়া ছনেট ৰচোঁতা হেমচন্দ্র গোস্বামীয়ে ৰচনা কৰা ছনেটটোৰ নাম কি?

১০। আৰ্য-শিক্ষাৰ মূলমন্ত্র কি?

১১। আর্য-শিক্ষাৰ মূলমন্ত্ৰক কিহৰ জৰিয়তে লাভ কৰিব পাৰি? 

১২। পুৰুষার্থ কি?

১৩। ভাৰতীয় দৰ্শনৰ মতে পুৰুষাৰ্থ কেইটা আৰু কি কি?

১৪। সৰ্বসাধাৰণ মানুহৰ নিমিত্তে সাধনা কৰা পুৰুষাৰ্থ কেইটা আৰু কি কি?

১৫। আর্য-শিক্ষা অনুসৰি শিক্ষাৰ চৰম উদ্দেশ্য কি?

১৬। সৰ্বসাধাৰণ মানুহৰ নিমিত্তে কি কি তিনি বৰ্গৰ সাধনা বিধান কৰিছিল?

১৭। লেখকৰ মতে প্রাচীন ভাৰতত কেইখন আৰু কি কি বিশ্ববিদ্যালয় আছিল?

১৮। তক্ষশীলাৰ বিশ্ববিদ্যালয়ত কেতিয়াৰপৰা চীনদেশৰপৰা ছাত্র আহি পঢ়িছিলহি?

১৯। অত্রেয় ঋষি কোন আছিল?

২০। শ্রীধান্যকটক বিশ্ববিদ্যালয় কোনখন নগৰৰ ওচৰত আছিল?

২১। শ্রীধান্যকটক বিশ্ববিদ্যালয়ত কোন দুবিধ শিক্ষা দিয়া হৈছিল?

২২। জীৱক কোন?

২৩। বুদ্ধদেৱৰ চিকিৎসক কোন আছিল?

২৪। শীলভদ্র কোন?

২৫। আর্কিয়'লজিকেল ডিপার্টমেন্টে বিহাৰৰ নালন্দাৰ ঠাইখনত ভাস্কৰ বৰ্মাৰ কি বস্তু পাবলৈ সমর্থ হৈছে?

২৬। নাগার্জুন কোন আছিল?

২৭। পাণিনি কোন?

২৮। চাণক্য কোন আছিল?

২৯। তক্ষশীলা বিশ্ববিদ্যালয়ত কি কি বিষয়ৰ শিক্ষা দিয়া হৈছিল?

৩০। নালন্দা বিশ্ববিদ্যালয়ত কি কি বিষয়ৰ শিক্ষা দিয়া হৈছিল?

৩২। নালন্দা বিশ্ববিদ্যালয় কিমান শতিকাৰপৰা কেতিয়ালৈকে। চলি আছিল?

৩৩। নালন্দা বিশ্ববিদ্যালয়ত কিমান ছাত্র আছিল?

৩৪। 'ৰত্নোদধি' কি?

৩৫। চীনদেশৰ পৰিব্রাজক যুয়ানচ্যাঙে (হিউৱেন চাং) প্রাচীন ভাৰতৰ কোনখন বিশ্ববিদ্যালয়ত পঢ়িছিলহি?

৩৬। চীনদেশৰ পৰিব্ৰাজক যুয়ানচ্যাঙে (হিউৱেন চাং) প্রাচীন  ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ত কি বিষয় পঢ়িছিলহি?|

৩৭। চীনদেশৰ পৰিব্ৰাজক য়ুয়ানচ্যাঙ (হিউৱেন চাং) ক কোনগৰাকী ৰজাই আমাৰ দেশলৈ (কামৰূপলৈ) নিমন্ত্রণ জনাইছিল?

৩৮। উদান্তপুৰী বিশ্ববিদ্যালয়ে কেতিয়া বিশেষ খ্যাতি লাভ কৰিছিল?

৩৯। বিক্রমশীলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়ৰ অধীনত কিমানখন  উচ্চ বিদ্যালয় আছিল?

৪০। বিক্রমাদিত্য কোন আছিল?

৪১। বিক্রমশীলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়ত বিশেষকৈ কি| বিষয়ৰ শিক্ষা দিয়া হৈছিল?

৪২। লেখক হেমচন্দ্র গোস্বামীৰ মতে আগৰ কালৰ শিক্ষাৰ। উদ্দেশ্য কি আছিল?

৪৩। লেখক হেমচন্দ্র গোস্বামীৰ মতে আজিকালি বা বর্তমান কালৰ শিক্ষাৰ উদ্দেশ্য কি?

৪৪। তলৰ শব্দবোৰৰ অৰ্থ লিখা:

মোক্ষ; কর্ম; ত্যাগ; সাধনা; চিৰন্তন; অনাসক্ত; চতুষ্পাঠী; ধর্তব্য

2 Marks Questions (2 নম্বৰীয়া প্ৰশ্ন)

১১। পুৰুষাৰ্থ বুলিলে কি বুজা?

১২। পুৰুষাৰ্থৰ অন্তৰ্গত 'ধর্ম'ৰ বিষয়ে চমুটোকা লিখা।

৩। পুৰুষাৰ্থৰ অন্তৰ্গত 'অর্থ'ৰ বিষয়ে চমুকৈ লিখা।

৪। পুৰুষাৰ্থৰ অন্তৰ্গত 'কাম'ৰ বিষয়ে চমুকৈ লিখা।

৫। মোক্ষ কি?

৬। লেখক হেমচন্দ্র গোস্বামীদেৱৰ মতে প্রাচীন ভাৰতীয় শিক্ষা পদ্ধতি কেনেকুৱা আছিল?

৭। তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰৰ নাম লিখা।।

৮। তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল?

৯। নাগার্জুন কোন, ক'ত আছিল আৰু কি কৰিছিল?

১০। নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্রক। কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল? নিমন্ত্ৰণ কৰা ৰজাজন কোন?

১১। ভাস্কৰবৰ্মা কোন আছিল?.

১২। নালন্দা বিশ্ববিদ্যালয়ৰ শিক্ষা প্ৰণালীৰ বিষয়ে চমুকৈ লিখা।

১৩। চাণক্য কোন আছিল?

১৪। শীলভদ্র কোন আছিল?

১৫। হিউৱেন চাং কোন আছিল?

১৬। অত্রেয় ঋষি কোন আছিল?

১৭। উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে, কেতিয়া ধ্বংস কৰিলে?

১৮। কোনটো বিশ্ববিদ্যালয় কাৰ দিনত আৰু কোনবিলাক পণ্ডিতৰ মিলনক্ষেত্র আছিল?

১৯। নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ বিষয়ে চমুকৈ। বৰ্ণনা কৰা।

২০। লেখক হেমচন্দ্ৰ গোস্বামীৰ মতে আগৰ কালৰ শিক্ষা আৰু বৰ্তমানৰ শিক্ষাৰ উদ্দেশ্যৰ মাজত পার্থক্য কি?

২১। তলত দিয়াবিলাকৰ চমুটোকা লিখাঃ

(ক) তক্ষশীলা

(খ) নালন্দা

(গ) উজ্জয়িনী

(ঘ) শ্রীধান্যকটক বিশ্ববিদ্যালয়।

(ঙ) উদান্তপুৰী বিশ্ববিদ্যালয়

(চ) বিক্রমশীলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়

(ছ) বুদ্ধদেৱ

(জ) আৰ্যশিক্ষাৰ ৬৪ কলাবিদ্যা।

4 Marks Questions (4 নম্বৰীয়া প্ৰশ্ন)

১। হেমচন্দ্ৰ গোস্বামীৰ চমু পৰিচয় দি সাহিত্যকৰ্মৰ আভাস দিয়া।

২। 'প্রাচীন ভাৰতীয় শিক্ষা' পাঠটিৰ কথাখিনি চমুকৈ লিখা।।।

৩। প্রাচীন ভাৰতৰ কেইখনমান বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় দিয়া।

৪। 'প্রাচীন ভাৰতীয় শিক্ষা' প্ৰবন্ধটোৰ পৰা তুমি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা।

৫। "আৰ্য-শিক্ষাৰ মূলমন্ত্র মোক্ষ লাভ হ'লেও তাক কর্ম, ভক্তি আৰু জ্ঞানৰ ভিতৰেদি পোৱাৰহে বিধান

কৰিছে।”- বাক্যশাৰীৰ তাৎপর্য বিেেশ্লষণ কৰা।

৬। প্রাচীন কালৰ ভাৰতবৰ্ষৰ কেইটামান বিখ্যাত শিক্ষাকেন্দ্ৰৰ। বিষয়ে আলোচনা' কৰা।