জিকিৰ
90% Common Question
HSLC 2016
* মোমিনৰ অৰ্থ কি?
HSLC 2018
* জিকিৰৰ ৰচক কোন?
* জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি?
HSLC 2020
* আজান ফকীৰৰ আচল নাম কি আছিল?
Important Questions
1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)
১। তিৰবেণীৰ ঘাটত বেহাবলৈ যাওঁতে কিহে বাট ভেঁটা দিয়ে?
২। 'জিকিৰ গীত' কোন ধৰ্মাৱলম্বীৰ মাজত প্ৰচলিত?
৩। জিকিৰত উল্লেখ থকা 'আদম' কোন?
8। জিকিৰত প্ৰধানকৈ কিহৰ ওপৰত গুৰুত্ব দিয়া হৈছে?
৫। মক্কা কি?
৬। 'জিকিৰ' শব্দৰ অৰ্থ কি?
৭। 'আজান ফকীৰ'ক কি বুলি আখ্যা দিয়া হয়?
৮। 'জিকিৰ গীত 'জনপ্রিয় হোৱাৰ মূল কাৰণ কি?
৯। জিকিৰ গীতৰ লগত অসমীয়া কোনবোৰ গীতক তুলনা কৰিব পাৰি?
১০। 'ৰহমত গিৰিহঁত' শব্দ দুটাই কি বুজাইছে?
১১। মক্কাৰ দুৱাৰত কি ঘাটৰ কথা কোৱা হৈছে?
১২। শব্দার্থ লিখাঃ
জাৰী, ৰহম, দৰিয়া, ৰচুল, মোমিন, সঞ্চাৰ, টপালি, তিৰবেণী, আচমান, কুটুব, আদম, যুগুতি, পিৰীতি, ভেল।
2 Marks Questions (২ নম্বৰীয়া প্ৰশ্ন)
১। 'জিকিৰ'বোৰক কি গীত বুলি ক'ব পাৰি?
২। 'খোদা ৰছুল লুকাই আছে মোমিনৰ আঁৰত।' --- এইফাঁকি কথাৰ 'ৰছুল' আৰু 'মোমিন' শব্দ দুটাৰ অৰ্থ লিখা।
5 Marks Questions (৫ নম্বৰীয়া প্ৰশ্ন)
১। 'জিকিৰ' পাঠটিৰ গুৰুত্ব কি বুলি ভাব বুজাই লিখা।
২।পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত।
খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত।।
---কবিতাফাঁকিৰ অন্তর্নিহিত ভাব বুজাই লিখা।
৩। 'মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।
যেনে শালে শ'লৰ লগত দৰিকাৰ টপালি।।'
- ভাৱ মোকলাই লিখা
৪ । 'মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।
বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।'
--- তিৰবেণীৰ ঘাট কথাষাৰে কি বুজাইছে? কি কাৰণে
মায়াই বাট ভেটি ধৰে খৰচি মাৰি লিখা।
৫।'দেওমাৰি পাৰ হৈ জীৱই আছে চাই।
চোৱা চোৱা জীৱসকল ভেলৰে বিলাই।।'
দেওমাৰি পাৰ হৈ জীৱই কি চাই আছে বুজাই লিখা।
৬। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা:
(ক) ৰহমত গিৰিহঁত তুমি আল্লা চাহাব ঐ
যদি কৰা দৰিয়াৰ পাৰ।
D. পাঠভিত্তিক ব্যাকৰণ মূল্যাংক: ১/২
১। সমার্থক শব্দ লিখা:
চিন্তো, ঘাট, পীৰিতি, আচমান, দৰিয়া, পিয়াহ, বাট, ভেল।