90% Common Question


 Important Questions 

1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)

১। 'উদ্যোগী হওঁ আহা' শীর্ষক পাঠটিৰ লেখক কোন?

২। দেৱজিৎ ভূঞাৰ কেতিয়া জন্ম হৈছিল?

৩। দেৱজিৎ ভূঞাৰ ক'ত জন্ম হৈছিল?

৪। দেৱজিৎ ভূঞাই ক'ৰপৰা বৈদ্যুতিক অভিযান্ত্রিক বিভাগত উত্তীর্ণ হয়?

৫। দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্রেণী-শিক্ষক গৰাকীৰ নাম কি?

৬। শ্রেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যৱধান কি?

৭। এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি?

৮। এজন সফল উদ্যোগী হ'বৰ বাবে কি কি গুণৰ প্ৰয়োজন?

৯। শ্রেণী শিক্ষক প্রকাশ গোস্বামীয়ে 'উদ্যোগী হওঁ আহা' পাঠটিত ছাত্ৰ-ছাত্ৰীৰ আগত কোনটো উদাহৰণ প্ৰথমে দাঙি ধৰিছিল?

১০। 'উদ্যোগী হওঁ আহা' শীর্ষক পাঠটিত লেখকে কোনটো কাম আটাইতকৈ সহজ বুলি উল্লেখ কৰিছে?

১১। 'উদ্যোগী হওঁ আহা' শীর্ষক পাঠটিত লেখকে কোনটো কাম আটাইতকৈ কঠিন বুলি উল্লেখ কৰিছে?

১২। 'ছাৰ! সফল উদ্যোগী হ'বলৈনো কিয় কঠিন?” কথাষাৰ কোনে সুধিছিল?

১৩। লেখকে সফল উদ্যোগী হোৱাটো টান বুলি কিয় কৈছে?

১৪। নাৰায়ণ মূৰ্ত্তী কোন?

১৫। ইনফচিচ (Infosys) কোম্পানী কি?

১৬। ককা ক'লা কোম্পানীৰ এটা বিজ্ঞাপনটো কি?

১৭। ইনফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মুৰ্ত্তীৰ ক'ত জন্ম হৈছিল?

১৮। ইনফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মুৰ্ত্তীয়ে প্রথমে প্রতিষ্ঠা কৰা কোম্পানীটোৰ নাম কি?

১৯। ইনফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মুৰ্ত্তীয়ে প্রথমে প্রতিষ্ঠা কৰা Softronics নামৰ কোম্পানীটো কিয় বন্ধ হ'বলগীয়া হয়?

২০। ইনফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মুর্ত্তীক এই কোম্পানীটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কোনে কিদৰে আর্থিকভাৱে সহায় কৰিছিল?

২১। ক'কা ক'লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি?

২২। অসম এয়াৰ প্রডাক্ট, প্রিমিয়াৰ ক্ৰায়জেনিক আদি উদ্যোগৰ স্বত্বাধিকাৰীগৰাকী কোন?

২৩। 'এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব'-বুলি শিক্ষকজনক কোনে সুধিলে?

২৪। "জ্ঞান ভিত্তিক অর্থনীতিত সেইসকল লোকেই কৃতকাৰ্য্যতা লাভ কৰিব, যি নিজকে বুজি পায়, নিজৰ শক্তি আৰু মূল্য জানি সর্বোত্তম পৰিবেশন (Performance) কৰে”।—কথাষাৰৰ বক্তা কোন?

২৫। এপল কোম্পানীৰ সহপ্রতিষ্ঠাপক গৰাকী কোন?

২৬। 'এজন সফল আৰু এজন বিফল উদ্যোগীৰ মাজৰ ব্যৱধান মাথোঁ ধৈর্য্যশীলতা (perseverance)।' কথাষাৰৰ বক্তা কোন?

২৭। '১৮৭৬ খৃষ্টাব্দত এজন ডেকাই এটা যন্ত্র উদ্ভাৱন কৰি তেওঁক সহায়ৰ হাত আগবঢ়াবলৈ বহুতো লোকৰ কাষ চাপিল যদিও সকলোৱে তেওঁক নিৰাশ কৰিলে।...'—কোন ডেকাই কি যন্ত্র উদ্ভাৱন কৰিছিল?

২৮। "মই বিফল হোৱা নাই। মাত্র বুজিলোঁ যে ১০০০০ ধৰণে ই কাম নকৰে”।—এইষাৰ কোনগৰাকী মহান। বিজ্ঞানীৰ উক্তি?

২৯। 'উদ্যোগীসকলৰ বাবে সকলোতকৈ গুৰুত্বপূর্ণ আৰু সংঘাতৰ অধ্যায় হ'ল বিক্ৰী কৰা। বস্তু এটা বনোৱাটো সহজ হলেও বজাৰত নতুন বস্তু এটা বিক্ৰী কৰা সহজ নহয়।'—কথাষাৰৰ বক্তা কোন?

৩০। উদ্যোগী হ'বৰ বাবে কিমান মূলধনৰ প্ৰয়োজনৰ সন্দৰ্ভত শিক্ষকক কোনে প্রশ্ন সুধিলে?

৩১। ভাৰতৰ এগৰাকী সফল উদ্যোগী ধীরুভাই আম্বানীয়ে প্রথম অৱস্থাত কি কাম কৰিছিল?

৩২। "আমাৰ ভাগ্য (destiny) গ্রহ নক্ষত্রই নিরূপণ নকৰে, ই আমাৰ নিজৰ ভিতৰত থাকে"। -কথাষাৰ কোনগৰাকী বিখ্যাত ব্যক্তিৰ উক্তি?

৩৩। 'আপুনি যদি দুখীয়া হৈ জন্ম হৈছে সেয়া আপোনাৰ। ভুল নহয়, কিন্তু আপুনি যদি দুখীয়া হৈ মৰে সেয়া। আপোনাৰ ভুল।" কথাষাৰ কোনগৰাকী বিখ্যাত। ব্যক্তিব?

৩৪। "নতুন ধাৰণা বা চিন্তাৰ ওপৰত কাৰো একাধিপত্য। নাই। ডাঙৰকৈ ভাবা, খৰতকীয়াকৈ ভাবা, আনতকৈ। আগতকৈ ভাবা।" কথাষাৰ কোনগৰাকী ব্যক্তিয়ে কৈছিল?

৩৫। আমাৰ ভাগ্য (destiny) গ্রহ নক্ষত্রই নিরূপণ নকৰে, ই আমাৰ নিজৰ ভিতৰত থাকে। কথাষাৰৰ বক্তা কোন? কথাষাৰৰ জৰিয়তে কি বুজাব বিচৰা হৈছে?

৩৬। উদ্যোগী কোষ (entrepreneur cell) কি?

৩৭। Indian Institute of Entrepreneurship (IIE) কি? |

৩৮। কি আঁচনিৰ জৰিয়তে উদ্যোগীসকলক আৰম্ভণি কৰিবৰ । বাবে মূলধন, কাৰিকৰী সহায় (Technical support) দিয়াৰ লগতে প্রশিক্ষণৰো ব্যৱস্থা আছে? 

৩৯। তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা: 

একাগ্রতা, নিয়মানুবর্তিতা, আত্মবিশ্বাস, সৃজনশীল, সমাপ্ত।

2. Marks Questions (২ নম্বৰীয়া প্ৰশ্ন)

১। দেৱজিৎ ভূঞাই ৰচনা কৰা অসমীয়া গ্ৰন্থকেইখনমানৰ নাম লিখা। ।

২। দেৱজিৎ ভূঞাই বচনা কৰা ইংৰাজী গ্রন্থকেইখনমানৰ নাম লিখা।

৩। এজন সফল উদ্যোগী ব্যক্তিৰ কি কি গুণ থাকিব লাগে?।

৪। বিজিতে ছাৰক উদ্যোগী সম্পর্কে কি কৈছিল?

৫। প্রথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব ? 

৬। টমাচ আলফা এডিছনে ইলেকট্রিক বান্ধ তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল?

৭। বৰ্তমান সময় কিহৰ ওপৰত ভিত্তি কৰি গঢ় লোৱাৰ! সময় বুলি লেখকে উল্লেখ কৰিছে?

৮। উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান।'- শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখা।

১৯। সফল উদ্যোগী হ'বলৈ কিয় কঠিন?

১০। এজন উদ্যোগী হ'বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্রচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা।

১১। অসমত স্বাস্থ্য খণ্ডত সেৱা আগবঢ়াই, হস্পিতেল খুলি কৃতকার্য উদ্যোগী হোৱা কেইগৰাকীমান ব্যক্তিৰ নাম উল্লেখ কৰা।

১২। "এইটো এটা আচৰিত আবিষ্কাৰ। কিন্তু এইটো কোনে। ব্যৱহাৰ কৰিব বা কোনে ল'ব?" কোনে কি। প্রসংগত উক্ত কথাষাৰ ব্যক্ত কৰিছিল?

১৩। মুদ্রা ঋণ আঁচনি কি?

১৪। পিটাৰ ড্ৰাকাৰ কোন?

১৫। ইনফ 'ছিছ লিমিটেড কি?

১৬। বিল গেটছ কোন?

১৭। ধীৰুভাই আম্বানী কোন?

১৮। টোকা লিখা:

টমাচ আলভা এডিচন, ৰাডাৰফৰ্ড, আলেকজেণ্ডাৰ। গ্রাহামবেল, চেষ্টাৰ কালচন, পিটাৰ ড্ৰাকাৰ, বিল গেটছ,। উইলিয়াম চেক্সপীয়েৰ, জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত।।

4/5 Marks Questions (৪/৫ নম্বৰীয়া প্ৰশ্ন)

১। 'উদ্যোগী হওঁ আহা' শীর্ষক পাঠটিত লেখকে। উদ্যোগীসকলৰ সফলতাৰ বাবে কি কি গুণ থাকিব। লাগিব বুলি উল্লেখ কৰিছে আলোচনা কৰা।

২। উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা।

৩। ইনফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো। বৰ্ণনা কৰা। 1

৪। "ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যবসায়ী ধীৰুভাই। আম্বানীৰ হাতত মূলধনো নাছিল।" ধীরুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অর্থতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল, বৰ্ণনা কৰা।

৫। ছাত্র-ছাত্রীসকলক উদ্যোগী হিচাপে মানসিক ভাবে প্রস্তুত। কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায়।

৬। "ছাৰ, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অর্হতা কেনেধৰণৰ হ'ব লাগিব।"- এইদৰে কোনে সুধিছিল। তাৰ। উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা। "এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু।

৭। সিমান সহজ নহয়।”- কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা।

৮। ভাব সম্প্রসাৰণ কৰা:

(ক) ভুকুতে কলটো নপকে'।

(খ) 'তোমাৰ বাৰীৰে বাঁহ গাজ আনি তাৰে কৰিছোঁ খৰিচা, তোমাতে সলাই ধানদোন লৈছোঁ কথাটো মন কৰিছা'

(গ) 'মন কৰিলে চন, বাকৰি মাটিতে ধন'।

(ঘ) উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ সমান।

(ঙ) যি মূলা বাঢ়ে তাৰ দুপাততে চিন।

(চ) শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে।