90% Common Question
HSLC 2001 Questions
* ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ বিষয়ে এটি চমুটোকা যুগুত কৰা।
HSLC 2002 Questions
* "স্থানীয় সমস্কৃতিৰ লগত বহিৰাগত সংস্কৃতিৰ যুগে যুগে মিলন ঘটি অহাৰ বাবে ভাৰতীয় সংস্কৃতিয়ে এক মহীয়ান ৰূপ লৈছে।" 一কথাষাৰ তোমাৰ পাঠ্যপুথিৰ আধাৰত বুজাই লিখা।
* প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়েে এটি আলচ আগবঢ়োৱা।
HSLC 2003 Questions
* ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ বিষয়ে এটি চমুটোকা যুগুত কৰা।
HSLC 2004 Questions
* "ভাৰতীয় সংস্কৃতি এক বিৰাট সমনম্বয়ৰ বস্তু।" কথাষাৰৰ যুক্তিযুক্ততা 'ভাৰতীয় সংস্কৃতি' পাঠৰ আধাৰত চমুকৈ বিশ্লেষণ কৰা।
HSLC 2006 Questions
* আজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোন যুগৰ কথা সোঁৱৰাই দিয়ে?
* সকলো আৰ্টৰ মূলতে কি কি দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়?
* দাক্ষিণাত্যৰ ভাস্কৰ্যৰ বৈশিষ্ট্য কেনে ধৰণৰ, চমুকৈ লিখা।
HSLC 2007 Questions
* কোন গৰাকী মোগল সম্ৰাটৰ আমোলত চিত্ৰ-শিল্পৰ নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰে?
* "ভাৰতীয় সংস্কৃতি এক বিৰাট সমনম্বয়ৰ বস্তু।" কথাষাৰৰ যুক্তিযুক্ততা 'ভাৰতীয় সংস্কৃতি' পাঠৰ আধাৰত চমুকৈ বিশ্লেষণ কৰা।
HSLC 2008 Questions
* আজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোন যুগৰ কথা সোঁৱৰাই দিয়ে?
* দাক্ষিণাত্যৰ ভাস্কৰ্যৰ বৈশিষ্ট্য কেনে ধৰণৰ, চমুকৈ লিখা।
* "অজন্তাৰ ছবিবোৰত দুটা ভাৱ-বস্তু প্ৰকাশ পাইছে।"一এই দুটা ভাৱ-বস্তু কি কি, পাঠৰ আধাৰত বুজাই লিখা।
HSLC 2009 Questions
* 'ফ্ৰম ভলগা টু গংগা' নামৰ কিতাপখনৰ লেখক কোন?
* 'ভাৰতীয় সমস্কৃতি' নামৰ প্ৰবন্ধটোৰ লেখক কোন?
* 'ভাৰতীয় সংস্কৃতি এক বিৰাত সমন্বয়ৰ বস্তু' বুলি লেখকে কিয় কৈছে?
* "ভাৰতীয় সংস্কৃতি এক বিৰাট সমনম্বয়ৰ বস্তু।" কথাষাৰৰ যুক্তিযুক্ততা 'ভাৰতীয় সংস্কৃতি' পাঠৰ আধাৰত চমুকৈ বিশ্লেষণ কৰা।
HSLC 2016 Questions
* 'ফ্ৰম ভলগা টু গংগা' নামৰ কিতাপখনৰ লেখক কোন?
* লিখকে ভাৰত বুৰঞ্জীক কিয় ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ বুৰঞ্জী বুলি কৈছে?
* "ভাৰতীয় সংস্কৃতি এক বিৰাট সমনম্বয়ৰ বস্তু।" কথাষাৰৰ যুক্তিযুক্ততা 'ভাৰতীয় সংস্কৃতি' পাঠৰ আধাৰত চমুকৈ বিশ্লেষণ কৰা।
HSLC 2017 Questions
* 'মধ্য এচিয়াকা ইতিহাস' কোনে লিখিছিল?
* অজন্তাৰ ছবিবোৰত কি কি ভাববস্তু প্ৰকাশ পাইছে?
* 'ভাৰতীয় ভৌগলিক জীৱন বৈচিত্ৰময়'一কথাষাৰ মুকলিকৈ বুজাই লিখা।
HSLC 2018 Questions
* 'ফ্ৰম ভলগা টু গংগা' নামৰ কিতাপখনৰ লেখক কোন?
* 'সভ্যতা আৰু সংস্কৃতি' শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।
* 'সাধাৰণতে সকলো আৰ্টৰ মৃলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।'ーইয়াত উল্লেখ কৰা বিপৰীত পন্থা দুটাৰ বিষয়ে লিখা।
* 'সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।'一তাৎপৰ্য বিচাৰ কৰা।
* 'লগে লগে সংস্কৃতিৰ ৰৃপান্তৰ ঘটিল।'一কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল, বুজাই লিখা।
HSLC 2019 Questions
* ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি কোন?
* "পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী তেনেকৈয়ে সমন্বয়ৰো বুৰঞ্জী।"ーকথাষাৰ মুকলিকৈ বুজাই লিখা।
* "ভাৰতীয় সংস্কৃতি এক বিৰাট সমনম্বয়ৰ বস্তু।" কথাষাৰৰ যুক্তিযুক্ততা 'ভাৰতীয় সংস্কৃতি' পাঠৰ আধাৰত চমুকৈ বিশ্লেষণ কৰা।
HSLC 2020 Questions
* কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি?
* মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা।
* অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া।
HSLC 2022 Questions
* সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে?
* ভাৰতৰ বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল, চমুকৈ লিখা।
* "সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা।" লেখকে সংস্কৃতিক জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা বুলি কিদৰে ক'ব বিচাৰিছে, বুজাই লিখা।
* ভাৰতৰ বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল, চমুকৈ লিখা।
* "সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা।" লেখকে সংস্কৃতিক জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা বুলি কিদৰে ক'ব বিচাৰিছে, বুজাই লিখা।
HSLC 2023 Questions
* সুৰ-বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ বুলিলে কি বুজা?
* "ভাৰত বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল তাৰ প্ৰমাণো অলেখ আছে।"ー'ভাৰতীয় সংস্কৃতি' পাঠটিৰ সহায়ত বুজাই লিখা।
Important Questions
1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)
১। অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোন যুগৰ কথা সৌরবাই দিয়ে?
২। কোন গৰাকী মোগল সম্রাটৰ আমোলত চিত্র-শিল্পৰ নতুন ধাৰা পোন প্রথমে ভাৰতত প্ৰৱেশ কৰে।
৩। 'ফ্রম ভল্ল্গা টু গংগা' নামৰ কিতাপখনৰ লেখক
৪। 'ভাৰতীয় সংস্কৃতি' নামৰ প্ৰবন্ধটোৰ লেখক কোন?
৫। মধ্য এচিয়াকা ইতিহাস' কোনে লিখিছিল?
৬। ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি কোন?
৭। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? ۹۱
৮। সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে?
৯। সুৰ-বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ বুলিলে কি বুজা?
2\3\4 Marks Questions (২\৩\৪ নম্বৰীয়া প্ৰশ্ন)
১। সকলো আর্টৰ মূলতে কি কি দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়?
২। ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ বিষয়ে এটি চমুটোকা যুগুত কৰা।
৩। দাক্ষিণাত্যৰ ভাস্কৰ্যৰ বৈশিষ্ট্য কেনে ধৰণৰ, চমুকৈ লিখা।
৪। 'ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু' বুলি লেখকে কিয় কৈছে?
৫। লিখকে ভাৰত বুৰঞ্জীক কিয় ৰাজ্যৰ উত্থান-পতন, ভঙা- গঢ়াৰ বুৰঞ্জী বুলি কৈছে?
৬। অজন্তাৰ ছবিবোৰত কি কি ভাববস্তু প্রকাশ পাইছে?
৭। 'সভ্যতা আৰু সংস্কৃতি' শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।
৮। 'সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।'
----ইয়াত উল্লেখ কৰা বিপৰীত পন্থা দুটাৰ বিষয়ে লিখা।
৯। "পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী তেনেকৈয়ে সমন্বয়বো বুৰঞ্জী।" -কথাষাৰ মুকলিকৈ বুজাই লিখা।
১০। মোগল সম্রাট বাবৰৰ আমোলত ভাৰতত প্রৱেশ কৰা চিত্রকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা।
১১। অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া।
১২। ভাৰতৰ বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল, চমুকৈ লিখা।
১৩। "সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীবন প্রতিভা।" লেখকে সংস্কৃতিক জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা বুলি কিদৰে ক'ব বিচাৰিছে, বুজাই লিখা। [
১৪। উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা।
১৫। "ভাৰত বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল তাৰ প্রমাণো অলেখ আছে।"
----'ভাৰতীয় সংস্কৃতি' পাঠটিৰ সহায়ত বুজাই লিখা।
5\6\7 Marks Questions (৫\৬\৭ নম্বৰীয়া প্ৰশ্ন)
১। "ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু।” কথাষাৰৰ যুক্তিযুক্ততা 'ভাৰতীয় সংস্কৃতি' পাঠৰ আধাৰত চমুকৈ বিশ্লেষণ কৰা।
২। "স্থানীয় সংস্কৃতিৰ লগত বহিৰাগত সংস্কৃতিৰ যুগে যুগে মিলন ঘটি অহাৰ বাবে ভাৰতীয় সংস্কৃতিয়ে এক মহীয়ান ৰূপ লৈছে।” কথাষাৰ তোমাৰ পাঠ্যপুথিৰ আধাৰত বুজাই লিখা।
৩। প্রাক্ মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কর্য আৰু শিল্পকলাৰ বিষয়ে এটি আলচ আগবঢ়োৱা।
৪। "অজন্তাৰ ছবিবোৰত দুটা ভাৱ-বস্তু প্রকাশ পাইছে।" -এই দুটা ভাৱ-বস্তু কি কি, পাঠৰ আধাৰত বুজাই লিখা।
৫। 'ভাৰতীয় ভৌগলিক জীৱন বৈচিত্র্যময়'- কথাষাৰ মুকলিকৈ বুজাই লিখা।
৬। 'সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।'
-----তাৎপর্য বিচাৰ কৰা।
৭। 'লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।'
-----কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ। কিদৰে ঘটিছিল, বুজাই লিখা।
৮। ব্যাখ্যা কৰা:
(ক) "ভাৰত বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল তাৰ প্ৰমাণো অলেখ আছে।"
(খ) "সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।"
(গ) সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীবন প্রতিভা।
(ঘ) ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু।
অতিৰিক্ত প্রয়োজনীয় প্রশ্নাবলী
1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)
১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?
২। ভাৰতীয় জীৱনৰ মূল সম্পদ কি?
৩। আৰ্যসকলৰ আদিম বাসভূমি কি আছিল?
৪। এসময়ত আফগানিস্তান যে ভাৰতবৰ্ষৰ লগত সংলগ্ন আছিল তাৰ প্ৰমাণ কিহৰ পৰা পোৱা যায়?
৫। কান্দাহাৰ আৰু ভাৰতক এক কৰাৰ চেষ্টা কোনে চলাইছিল?
৬। আৰ্যসকলৰ নতুন সংস্কৃতিৰ ভেটি কি আছিল?
৭। কালিয় দমনৰ ব্যাখ্যা কৰা পণ্ডিতজনা কোন?
৮। হিন্দুৰ শ্রাদ্ধবিধি কোন গোষ্ঠীৰ অৱদান?
৯। শিৱ আৰ্য নে অনার্য দেৱতা?
১০। কামাখ্যা দেৱী আগতে কোন গোষ্ঠীৰ দেৱী আছিল?
১১। মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সংস্কৃতিয়ে কোন যুগৰ নিদৰ্শন দাঙি ধৰে?
১২। মোগল ৰাজত্বত ভাৰতৰ কোন অঞ্চলত কাব্য-সাহিত্যই যথেষ্ট উৎকর্ষ লাভ কৰিছিল?
১৩। ভাৰতীয় সংস্কৃতিৰ বিস্তাৰৰ যুগ লেখকে কোনছোৱা সময় বুলি কৈছে?
১৪। কালি বা দুর্গাক কোন অনার্য দেৱীৰ ৰূপান্তৰ হিচাপে আৰ্যসকলে গ্রহণ কৰিছে?
১৫। উত্তৰ ভাৰতৰ ভাস্কৰ্যত কি ৰেখাৰ প্রাদুর্ভাব সৰহ?
১৬। নামঘোষা কোনে ৰচনা কৰিছিল?
১৭। কীৰ্তন পুথিখনৰ কবিজনাৰ নাম কি?
১৮। কামাখ্যা মন্দিৰত ব্ৰাহ্মণ পুৰোহিতৰ আগতে কোন পূজাৰী আছিল?
১৯। ধ্যানৰত শিৱৰ কল্পনা কোন সংস্কৃতিৰ অৱদান?
২০। গ্রীকসকলৰ সৈতে যুঁজত পৰাজিত হোৱা জাতিটোৰ নাম কি আছিল?
২১। ছুফীবাদৰ মূল কি?
২২। দাক্ষিণাত্যৰ কোনটো, মন্দিৰত কমেও এহেজাৰটা স্তম্ভ আছে?
২৩। উত্তৰ ভাৰতৰ মন্দিৰত কোন ভাস্কৰ্যৰ প্ৰভাৱ পৰিছে?
২৪। "লাখ লাখ যুগ হিয় হিয় ৰাখুন"- কবিতাফাঁকিৰ ৰচক কোন?
২৫। পুৰণি ভাৰতীয় সাহিত্য কিহেৰে সমৃদ্ধশালী?
২৬। নতুন যুগৰ ভাৰতীয় সংস্কৃতিক কোনে সমন্বয়ৰ বস্তু হ'ব লাগে বুলি কৈছে?
২৭। ব্যক্তিৰ মুক্তি বাণীয়ে কোন ধৰ্মৰ প্ৰচাৰ দ্রুত কৰি তুলিছিল?
২৮। হিন্দু আৰু মুছলমানৰ সমন্বয়ৰ অপূর্ব সৃষ্টি বুলি কোন ভাস্কৰ্যক ক'ব পাৰি?
২৯। অজন্তাৰ চিত্ৰ কলাই কোন যুগৰ কথা সোঁৱৰায়?
৩০। হিন্দুসকলৰ মনত পোনতে কি কাৰণত বিপ্লৱৰ সৃষ্টি হৈছিল?
৩১। লিংগ পূজাৰ প্ৰচলন হিন্দু ধর্মত কোন গোষ্ঠীৰ পৰা সোমায়?
৩২। তুলসীদাসে ৰচনা কৰা পুথিখনৰ নাম কি?
৩৩। ভাৰতীয় 'সভ্যতা' আৰু 'সংস্কৃতি'- এই শব্দ দুটাৰ মাজত পার্থক্য আছেনে?
৩৪। ভাৰতবৰ্ষৰ কোন অঞ্চলৰ ভাস্কৰ্যত বহিৰাগতৰ পোনপটীয়া প্ৰভাৱ পৰা নাছিল?
৩৫। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি?
৩৬। মোগল আৰু ৰাজপুত আৰ্টৰ প্ৰধান লক্ষণ কি?
৩৭। নতুন সংস্কৃতি কেনে জীৱনৰ সম্পদ হ'ব লাগে বুলি। 'ভাৰতীয় সংস্কৃতি' পাঠটোৰ লেখকে মত প্রকাশ কৰিছে?।
2\3\4 Marks Questions (২\৩\৪ নম্বৰীয়া প্ৰশ্ন)
১। পঁচিছটামান শব্দৰ ভিতৰত হেম বৰুৱাৰ সাহিত্যকৰ্মৰ পৰিচয় দিয়া।
২। সকলো আৰ্টৰ ভিতৰত ভাস্কৰ্যকলা কিয় অধিক গুৰুত্বপূৰ্ণ?
৩। আৰ্যসকল কিদৰে ক্ৰমে ক্রমে নিভাঁজ ভাৰতীয়ত পৰিণত হ'ল?
৪। ভাৰতীয় সংস্কৃতি প্রাচীন কালত কোন কোন অঞ্চললৈ বিয়পি আছিল? ভাৰতীয় সংস্কৃতি যে বিস্তৃত আছিল তাৰ প্ৰমাণ কিবা আছেনে?
৫। "ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী" - লেখকে কিয় এই কথাষাৰ কৈছে।
৬। আর্যসকলে অনাৰ্যসকলৰ পৰা উপাসনাৰ কি কি উপাদান আহৰণ কৰিছিল?
৭। অজন্তাৰ চিত্ৰসমূহৰ বৈশিষ্ট্য কি?
৮। মোগল চিত্র শিল্পৰ বিশেষত্বসমূহ কি কি?
৯। পুৰণি ভাৰতীয় সাহিত্যৰ বিশেষত্ব কি আছিল?
১০। পোন প্ৰথমে হিন্দুৰ সৈতে মুছলমানৰ সংঘৰ্ষৰ পাছত হিন্দুসকলৰ মনস্তত্বত কি প্ৰভাৱ পৰিছিল?
১১। "জীৱনৰ ওপৰত যাৰ আস্থা নাই বিপ্লৱৰ ওপৰতো তাৰ আস্থা নাই" - কি প্রসঙ্গত উল্লিখিত কথাখিনি কোবা হৈছে?
5\6\7\8 Marks Questions (৫\৬\৭\৮ নম্বৰীয়া প্ৰশ্ন)
১। ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ মূল কথাখিনি লিখা।
২। 'ভাৰতীয় সংস্কৃতি' পাঠটো পঢ়ি তুমি কি কি উল্লেখযোগ্য কথা শিকিলা তোমাৰ নিজৰ ভাষাত বৰ্ণনা কৰা।
৩। 'ভাৰতীয় সংস্কৃতিত সমন্বয়' কেনেদৰে সাধন হৈছে পাঠৰ সহায়ত নিজৰ ভাষাৰে লিখা।
(ক) “সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰি থকা দেখা যায়”।
(খ) “ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা- গঢ়াৰ সবিশেষ বুৰঞ্জী”।
(গ) “সাহিত্য সম্পদৰ পিনৰপৰা ভাৰতীয় সংস্কৃতি বিশেষভাবে চহকী”।
(ঘ) “ভাৰতীয় সংস্কৃতিক সমৃদ্ধ কৰা কলাসমূহৰ বিশেষত্বসমূহ বর্ণনা কৰা”।
1\2 Marks Questions (১\২ নম্বৰীয়া প্ৰশ্ন)
১ । তলৰ পদসমূহৰ ব্যাসবাক্যসহ সমাসৰ নাম লিখা:
উপসোঁত, সভ্যতা সংস্কৃতি, জলপথ, কলা নিদর্শন, চিত্র শিল্প, অবিচ্ছিন্ন, দেৱ-দেৱী, সাধুকথা, পদ দলিত, ভঙা- গঢ়া, শ্রাদ্ধ বিধি, নামঘোষা, সৌষ্ঠৱপূৰ্ণ
২। তলৰ শব্দবোৰৰ বিপৰীতার্থক শব্দ লিখা:
প্রকাশ; স্বীকাৰ; ব্যক্তিগত; কল্পনা; আৰম্ভ; অধীন; সম্পদ; উদাৰ; মুক্তি; আস্থা; স্থবিৰতা।
৩। শব্দার্থ লিখা:
অবিচ্ছিন্ন; অসামঞ্জস্য; সংমিশ্রণ; সমন্বয়; ক্রমবর্দ্ধমান; শিখৰ, প্ৰব্ৰজন; ভাৰাক্ৰান্ত; সম্ভাৰ; স্থাপত্য; ভাস্কর্য; অভিভূত; সংকীর্ণ; বাহ্যিক; সামন্ত শ্ৰেণী; অনাগত; তৰঙ্গ; বিৰল; অনন্তকাল; অখণ্ডতা; আনন্দাপ্লুত; বহির্জাগতিক; পদদলিত।
৪। তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰাঃ মাপকাঠি; বৰঙণি; ভঙা-গঢ়া; কাৰু-কাৰ্য; চিনচাব; টুটি অহা।
৫। সন্ধি ভাঙাঃ
সংস্কৃতি, সমন্বয়, সম্বন্ধ, ভাৰাক্ৰান্ত, সন্মত
৬। বিশেষ্য বা বিশেষণলৈ নিয়া:
বৈচিত্র্য, ভৌগোলিক, বিস্তৃতি, নৈৰাশ্য, বিপ্লৱ।