90% Common Question

 HSLC 2012 

১। ''গতিকে মূলতে অসমীয়া জন-সংস্কৃতিৰ ধাৰক এইবোৰ জাতি-জনগোষ্ঠীয়েই আছিল।''

---ইয়াত কোনবোৰ জাতি-গোষ্ঠীৰ কথা কোৱা হৈছে?

২। "ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়া কৰিলে।"---ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক কেনেদৰে কটকটীয়া কৰিলে আলোচনা কৰা।

 HSLC 2013 

১। 'লগে লগে নতুন এদল বৃত্তিয়াল আহি অসম দেশত বসবাস কৰিবলৈ ল'লে।'

---ইয়াত কাৰ কথা কোৱা হৈছে?

তেওঁলোক ক'ৰ পৰা আহিছিল? অসমৰ সংস্কৃতিৰ লগত তেওঁলোক কেনেদৰে মিলি গ'ল?

২। অসমৰ পুৰণি সাহিত্য়ৰ সমলবোৰ কি কি উল্লেখ কৰা।

 HSLC 2014 

১। ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো?

২। চাহ বনুৱাসকলৰ অসমৰ সামাজিক জীৱনত অৰিহণা কেনেধৰণৰ?

৩। "দেখা যায়, সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল--- অসমীয়া ভাষা।"--- পাঠৰ আলমত চমুকৈ বুজাই লিখা।

৪। অসমৰ পুৰণি সাহিত্য়ৰ সমলবোৰ কি কি উল্লেখ কৰা।

 HSLC 2015 

১। কাৰ দিনত অসমলৈ ৰেলগাড়ী অহিছিল?

২। অসমৰ চাহ-বনুৱাসকলক ভাৰতবৰ্ষৰ কোন কোন প্ৰদেশৰ পৰা অহা বুলি 'অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কতি' নামৰ পাঠটিত উল্লেখ কৰা হৈছে?

৩। "লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল"--- কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল 'অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি' নামৰ পাঠৰ আধাৰত চমুকৈ লিখা।

 HSLC 2016 

১। বৌদ্ধ ধৰ্মৰ মূলমন্ত্ৰ কি?

২। অসমৰ পুৰণি সাহিত্য়ৰ সমলবোৰ কি কি?

৩।'বৃটিছ আহিল--- চাহ উদ্য়োগ প্ৰতিষ্ঠা হ'ল --- লিখকে চাহ উদ্য়োগ প্ৰতিষ্ঠা হোৱাৰ লগত আমাৰ দেশৰ কি পৰিবৰ্তন লক্ষ্য় কৰিছে।

 HSLC 2017 

১। ডাকৰ বিষয়ে এটি টোকা লিখা।

২। 'অসমৰ বৈচিত্ৰপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য় ৰক্ষা পৰিছে।' ---কথাষাৰৰ তাৎপৰ্য মুকলিকৈ বুজাই লিখা। 

৩। ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো?

 HSLC 2018 

১। প্ৰাচীন কালৰে পৰা অসমদেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল?

 HSLC 2019 

১। জনজাতীয় জনগোষ্ঠীক অন্য় এটা কি নামেৰে জনা যায়?

২। অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলি কোনসকলক বুজায়?

৩। "এটা সংমিশ্ৰিত সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কাৰৰ কোনো যুক্তি-তৰ্কৰ অৱকাশ নাই।" ---ইয়াত লেখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে"নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই" বোলা কথাষাৰৰ সত্য়াসত্য়তা পাঠৰ সহায়ত বিচাৰ কৰা।

 HSLC 2020 

১। আব্দুছ ছাত্তাৰ অসম সাহিত্য় সভাৰ কি পদত অধিষ্ঠিত হৈছিল?

২। "এই গোটেইবোৰ হ'ল স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া।"

--- কথাষাৰৰ অন্তনিৰ্হিত অৰ্থটি বুজাই লিখা।

৩। "এটা সংমিশ্ৰিত সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কাৰৰ কোনো যুক্তি-তৰ্কৰ অৱকাশ নাই।" ---ইয়াত লেখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে"নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই" বোলা কথাষাৰৰ সত্য়াসত্য়তা পাঠৰ সহায়ত বিচাৰ কৰা।

 HSLC 2023 

১। 'সংমিশ্ৰণত অসমীয়া সংস্কৃতি' নামৰ পুঠিখনৰ লেখক কোন

২। অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্য়পূৰ্ণ হোৱাৰ কাৰণ কি

 Important Questions 

1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)

১। আব্দুছ ছাত্তাৰৰ জন্ম কেতিয়া হৈছিল?

২। আব্দুছ ছাত্তাৰৰ ৰচিত এখন জীৱনী সাহিত্যৰ নাম লিখা।

। 'সংমিশ্রণত অসমীয়া সংস্কৃতি' নামৰ গ্ৰন্থখনৰ ৰচক কোন?

৪। আব্দুছ ছাত্তাৰ কোন ঠাইলৈ শিক্ষকতা কৰিবলৈ গৈছিল?

৫। আব্দুছ ছাত্তাৰ অসম সাহিত্য সভাৰ কি পদত অধিষ্ঠিত হৈছিল?

৬। আব্দুছ ছাত্তাৰৰ মৃত্যু চনটো কি?

৭। অসমৰ সংস্কৃতিৰ স্বৰূপ কি?

৮। স্বাধীনতাৰ পিছত পূব পাকিস্তানে কি নাম পালে?

৯। অনার্য জাতি বুলিলে কাক বুজায়?

১০। জনজাতীয় গোষ্ঠী অন্য এটা কি নামেৰে জনাজাত?

১১। ৰে'লগাড়ীৰ প্ৰচলন অসমত কেতিয়াৰ পৰা ঘটিছিল?

১২। প্রাচীন কালৰ পৰা কোন দুটা ধর্ম অসমত প্ৰচলিত আছিল?

১৩। ভাৰত কেতিয়া স্বাধীন হৈছিল?

১৪। কিহে অসমীয়া জাতিক অধিক কটীয়া কৰিলে?

১৫। সকলোকে বান্ধি' থোৱা এনাজৰীডাল কি আছিল?

১৬। পাঠটিত লেখকে কেতিয়াৰ অসমৰ কথা কৈছে?

১৭। অসমত চাহ-উদ্যোগ কোনে প্রতিষ্ঠা কৰে?

১৮। অসমৰ মঙ্গোলীয় গোষ্ঠীৰ লোক কোনবিলাক?

১৯। ব্রিটিছে অসম কেতিয়া অধিগ্রহণ কৰিছিল?

২০। 'ইয়াণ্ডাবু সন্ধি' কেতিয়া হৈছিল?

২১। চতুর্থ দশকত অসমলৈ অহা জনগোষ্ঠীটো কি আছিল?।

২২। শব্দার্থ লিখা:

জাহ যোৱা, স্বকীয়তা, দোৱান, ঐন্দ্রজাল, ৰূপান্তৰ, বহিষ্কৰণ।।


2\3 Marks Questions (২\৩ নম্বৰীয়া প্ৰশ্ন)

১। অনার্য জাতিৰ অন্তর্ভুক্ত জনগোষ্ঠীসমূহ কি কি?

২। অতীত অসমৰ কামৰূপত বৰ্তমানৰ অৰুণাচলৰ কি কি। জনগোষ্ঠী সোমাইছিল?

৩। অসমৰ পুৰণি সাহিত্যৰ সমল বুলিলে কি বুজা? চমুকৈ | আলোচনা কৰা।

৪। জাহ যোৱাৰ নীতি কি?

৫। উপভাষা কাক বোলে? ইয়াৰ প্রধান বৈশিষ্ট্য কি?

৬। 'Process of Assimilation' বুলিলে কি বুজা?

৭। চাহ-উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক'ৰপৰা অসমলৈ আহিছিল?

৮। অসমত কিয় বঙলা ভাষাৰ প্ৰয়োগ হৈছিল আৰু কিমান | দিনৰ বাবে হৈছিল?

৯। ন-অসমীয়া মুছলমান বুলিলে কাক বুজায়? তেওঁলোকে অসমৰ অৰ্থনীতিত কি অৰিহণা যোগাইছিল?

১০। পাঠটিত থকা খাদ্য-বস্তুৰ এখন তালিকা প্ৰস্তুত কৰা।

১১। চমুটোকা লিখা:

(ক) লোকগীত (খ) ইয়াণ্ডাবু সন্ধি

(গ) ন-অসমীয়া মুছলমান। 


4\5 Marks Questions (৪\৫ নম্বৰীয়া প্ৰশ্ন)

১। পাঠটিৰ লেখকৰ সাহিত্য কৰ্মৰ এটি টোকা লিখা।

২। 'অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি' পাঠটোৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে চমুকৈ লিখা।

৩। অসমীয়া জাতি গঠন প্রক্রিয়াত প্ৰভাৱ বিস্তাৰ কৰা জনগোষ্ঠীসমূহৰ বিষয়ে আলোচনা কৰা।

৪। বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ কিয় অসমলৈ আগমন ঘটিছিল আৰু তেওঁলোকে কিদৰে অসমীয়াৰ লগত নিজকে বিলীন কৰি দিছিল চমুকৈ আলোচনা কৰা।

৫। "অসমৰ বৈচিত্র্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে”- কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্র্যৰ কথা বৰ্ণনা কৰা।

৬। 'বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল'- ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে, কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে- পাঠৰ আলমত বিচাৰ কৰা।

। ব্ৰিটিছৰ আগমনে অসমীয়া সমাজ-ব্যৱস্থালৈ কি কি পৰিৱৰ্তন আনিছিল পাঠৰ আধাৰত আলোচনা কৰা।

৮। অসমৰ অৰ্থনীতিত ন-অসমীয়া মুছলমানৰ অৱদান সম্পর্কে আলোচনা কৰা।

৯। অন্তর্নিহিত ভাব মোকোলাই লিখা:

   (ক) দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।

   (খ) এই গোটেইবোৰ হ'ল স্বতঃপ্রণোদিতভাৱে হোৱা প্রক্রিয়া।

   (গ) এইয়া আছিল দিয়া-লোৱা আৰু এৰা-ধৰাৰ ব্যৱস্থা।।

   (ঘ) এয়াই আছিল জাহ যোৱাৰ নীতি।

   (ঙ) অসমৰ বৈচিত্র্যপূর্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।

   (চ) ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়া কৰিলে।


1\2 Marks Questions (১\২ নম্বৰীয়া প্ৰশ্ন)

১। সন্ধি ভাঙা :

সংস্কৃতি, জলাঞ্জলি, ভৌগোলিক।

২। 'প্র' উপসর্গ লগ লগাই তিনিটা শব্দ গঠন কৰা

৩। বাক্য ৰচনা কৰাঃ 

ভাষা-সংস্কৃতি, পূজা-পার্বণ, বেপাৰ-বাণিজ্য, সহজ-সৰল, দিয়া-লোৱা, এৰা-ধৰা।