90% Common Question
HSLC 2020
১। ভাইৰাচে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে?
২। ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা www নো কি জানিবলৈ কুঁৱলীয়ে ক'ত সন্ধান কৰিলে?
৩। "ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে।” – কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা।
HSLC 2022
১। কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি?
২। কুঁৱলীক দেউতাকে কিয় কম্পিউটাৰটো উপহাৰস্বৰূপে দিছিল?
৩।ভাইৰাচ কি?
৪। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে?
৫। "কুঁৱলীয়ে হাঁহি হাঁহি মাক-দেউতাকৰ সমস্যাৰ নিমিষতে সমাধানৰ পথ প্রশস্ত কৰিলে।" মাক-দেউতাকৰ কি কি সমস্যা কুঁৱলীয়ে নিমিষতে সমাধান কৰিছিল?
৬। ভাইৰাচে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে?
৭। ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা।
৮। “এটা কথাই কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিলে।” কি কথাই কুঁৱলীৰ মনত শংকৰ সৃষ্টি কৰিছিল পাঠৰ সহায়ত বুজাই লিখা।
১। পূজাৰ বন্ধত কুঁৱলীহঁত ক'লৈ যোৱাৰ সিদ্ধান্ত লৈছিল?
২। “এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে।” – কথাষাৰ কোনে, কাক আৰু কিয় কৈছিল?
Important Questions
1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)
১। 'ইণ্টাৰনেটৰ তিতা-মিঠা' পাঠটিৰ লেখক কোন?
২। ড° প্রণয়ী দত্তই কোনখন বিশ্ববিদ্যালয়ৰপৰা এম. এছ. চি উপাধি লাভ কৰে?
৩। ড° প্রণয়ী দত্তই কি বিষয়ত ডক্টৰেট ডিগ্রী লাভ কৰিছিল?৫। ৱৰ্ল্ড ৱাইড ৱেব ধাৰণাৰ বীজ ক'ত অংকুৰিত হৈছিল?
৬। কুঁৱলীয়ে প্রথমে কালৈ ই-মেইল কৰিছিল?
৭। 'কম্পিউটাৰটো একান্ত নিজৰ সম্পত্তি হিচাপে পোৱাৰ পাছত তাইৰ মনটো থৌকি-বাথৌ লাগিল।'- ইয়াত 'তাই' বুলি কাৰ কথা কোৱা হৈছে?
(ক) কম্পিউটাৰ, (খ) বাটছএপ, (গ) টুইটাৰ, (ঘ) ইউটিউব, (ঙ) ফেব্রুক, (চ) ই-মেইল,