90% Common Question
HSLC 2010
1. ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা আছিল-
(a) স্বামী দয়ানন্দ সৰস্বতী
(b) স্বামী বিৱেকানন্দ
(c) ৰাজা ৰামমোহন ৰায়
(d) ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ
2. কোনখন আইনৰ দ্বাৰা বঙ্গদেশৰ গভৰ্ণৰজনক গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰা হৈছিল?
HSLC 2011
1. 'বন্দে মাতৰম' গীতটো কোনে ৰচনা কৰিছিল?
2. বিট্ৰিছৰ শাসন কালত হোৱা বঙ্গ বিভাজনৰ কাৰণ আৰু। ইয়াৰ ফলাফলবোৰ চমুকৈ উল্লেখ কৰা।
HSLC 2012
1. 'লাল-বাল-পাল' কোন কোন আছিল?
2. ভাৰতবৰ্ষত স্বদেশী আন্দোলনৰ কালছোৱাত মুছলীম লীগৰ! উত্থান সম্পর্কে চমুকৈ লিখা।
HSLC 2013
1. লর্ড মিন্টো কোন আছিল?
HSLC 2014
1. কাৰ কাৰ্যকালত 'বংগ বিভাজন আঁচনিখন' কাৰ্যকৰী কৰা হৈছিল?
(a) লর্ড কার্জন
(b) লর্ড উইলিয়াম বেন্টিংক
(c) লর্ড ডেলহাউচী
(d) লর্ড মাউন্টবেটেন
2. 'বন্দে মাতৰম' গীতটো কোনে ৰচনা কৰিছিল?
3. আগা খাঁৰ নেতৃত্বত মুছলমান সঁজাতি দলটোৱে ছিমলাত ব্ৰিটিছ ভাইচৰয়ৰ ওপৰত কি অনুৰোধ জনাইছিল?
HSLC 2015
1. ১৯০৬ চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্রশাসক জন কোন আছিল?
(a) লর্ড কার্জন
(b) লর্ড মিন্টো
(c) লর্ড ৰিপণ
(d) লর্ড কর্ণওৱালিছ
HSLC 2016
1. বৃটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগ-ভংগ আঁচনি বাতিল কৰিছিল-
(a) ১৯০৫ চনৰ ২০ জুলাই তাৰিখে
(b) ১৯১১ চনৰ ২ ডিচেম্বৰ তাৰিখে
(c) ১৯০৮ চনৰ ১৩ ডিচেম্বৰ তাৰিখে
(d) ১৯০৬ চনৰ ১৫ আগষ্ট তাৰিখে
2. বংগ ভংগ আন্দোলনৰ প্ৰাথমিক কাৰ্য্যসূচী সমূহ কি আছিল?
HSLC 2017
1. ১৯০৬ চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্রশাসক জন কোন আছিল?
(a) লর্ড কার্জন
(b) লর্ড মিন্টো
(c) লর্ড ৰিপণ
(d) লর্ড কর্ণওৱালিছ
2. কাৰ কাৰ্যকালত 'বংগ বিভাজন আঁচনিখন' কাৰ্যকৰী কৰা হৈছিল?
(a) লর্ড মাউন্টবেটেন
(b) লর্ড উইলিয়াম বেন্টিংক
(c) লর্ড ডেলহাউচী
(d) লর্ড কার্জন
3. বংগ ভংগ আন্দোলনৰ প্ৰাথমিক কাৰ্য্যসূচী সমূহ কি আছিল?
4. স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল?
5. বংগ বিভাজনে সৃষ্টি কৰা 'পূর্ববংগ আৰু অসম' নামৰ প্রদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগলিক সংমণ্ডল উল্লেখ কৰা।
6. "বঙ্গ বিভাজন” বুলিলে কি বুজায়? অসমত ইয়াৰ প্ৰভাৱ কেনে আছিল?
HSLC 2018
1. স্বদেশী আন্দোলনৰ সময়ছোৱাত বঙ্গদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল, চমুকৈ লিখা।
2. স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাৰ বিষয়ে চমুকৈ বর্ণনা কৰা।
3. লর্ড কার্জনে ঘোষণা কৰা বংগভংগৰ চাৰিদফীয়া আঁচনিখনৰ প্রথম দফাৰ আঁচনিসমূহ কি কি আছিল।
HSLC 2019
1. স্বদেশী আন্দোলন দুৰ্বল কৰাৰ বাবে বৃটিছ চৰকাৰে কি কি। কর্মপন্থা লৈছিল? আন্দোলনৰ নেতাসকলৰ পৰা চৰকাৰে সঁহাৰি লাভ কৰিছিল নে?
2. স্বদেশী আন্দোলনৰ প্ৰাৰম্ভিক কাৰ্যসূচীবোৰ কি কি আছিল? প্রতিবিধ কার্যসূচী চমুকৈ উল্লেখ কৰা।
3. স্বদেশী আন্দোলনৰ তিনিটা অৱদান আলোচনা কৰা।
HSLC 2020
1. ভাৰতত স্বদেশী আন্দোলন কেতিয়া হৈছিল? স্বদেশী শিল্প উদ্যোগৰ বিকাশত ইয়াৰ অৰিহণা কি আছিল?
2. ভাৰতৰ স্বদেশী আন্দোলনত মহিলাৰ অৱদান চমুকৈ লিখা।
3. 'বংগ বিভাজন' কি আছিল? ইয়াৰ দুটা গুৰুত্বপূৰ্ণ ফলাফল। উল্লেখ কৰা।
HSLC 2022
1. ভাৰতত কেতিয়া 'মুছলিম লীগ'ৰ গঠন হৈছিল? ইয়াৰ দুটা। উদ্দেশ্য উল্লেখ কৰা।
2. স্বদেশী আন্দোলনৰ সময়ছোৱাত জাতীয় কংগ্ৰেছে বঙ্গ। বিভাজনৰ বিৰুদ্ধে কি ভূমিকা পালন কৰিছিল, চমুকৈ | আলোচনা কৰা।
HSLC 2023
1. কোনজন ব্রিটিছ ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল?
(a) লর্ড কার্জন
(b) লর্ড উইলিয়াম বেন্টিংক
(c) ৰবাৰ্ট ক্লাইব
(d) লর্ড ৱাৰেন হেষ্টিংচ
2. এলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল?
(a) শ্বাহ আলম আৰু লৰ্ড কাৰ্জনৰ মাজত
(b) বাহাদুৰ শ্বাহ আৰু লৰ্ড কাৰ্জনৰ মাজত
(c) শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইবৰ মাজত
(d) বাহাদুৰ শ্বাহ আৰু ৰবাৰ্ট ক্লাইবৰ মাজত
3. ১৯৩১ চনৰ দ্বিতীয় ঘূৰনীয়া মেজমেলত অংশ লোৱা কংগ্ৰেছৰ প্ৰতিনিধিজনৰ নাম লিখা।
4. স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে চমুকৈ আলোচনা কৰা।
Important Questions 1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)
1.) ব্ৰিটিছ ভাইচৰয় লর্ড কার্জনে বংগদেশক দুভাগত ভাগ কৰা দিনটো আছিল -
(i) 1921 চনৰ 15 আগষ্ট
(ii) 1905 চনৰ 16 অক্টোবৰ
(iii) 1905 চনৰ 20 জুলাই
(iv) 1909 চনৰ 26 জানুৱাৰী
2. নব গঠিত প্রদেশ পূর্ববংগ আৰু অসমৰ মুঠ জনসংখ্যা আছিল।
(i) 71 নিযুত
(ii) 50 নিযুত
(iv) 26 নিযুত
(iii) 31 নিযুত
3. কলিকতা টাউন হলত বিশাল জনসভা অনুষ্ঠিত। কৰি বংগ ভংগ বিৰোধী আন্দোলনৰ সূচনা কৰা দিনটো আছিল-
(i) 1897 চনৰ 31 জুলাই
(ii) 1905 চনৰ 7 আগষ্ট
(iii) 1917 চনৰ 5 অক্টোবৰ
(iv) ওপৰৰ এটাও নহয়
4. 'বংগলক্ষ্মী কটন মিল' গঢ়ি উঠিছিল
(i) গুৱাহাটীত
(iii) পাটনাত
(ii) শিলিগুড়িত
(iv) কলিকতাত
5. 'বেংগল কেমিকেল' স্থাপন কৰা ব্যক্তিজন আছিল-
(i) আচার্য প্রফুল্ল চন্দ্ৰ ৰায়
(ii) বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ
(iii) সুৰেন্দ্ৰনাথ বেনাৰ্জী
(iv) অৰবিন্দ ঘোষ
6. 1906 চনৰ 15 আগষ্টত 'জাতীয় শিক্ষা পৰিষদ' গঠন হৈছিল
(i) দিল্লীত
(ii) মাদ্রাজত
(iii) বোম্বাইত
(iv) কলিকতাত
7. 1905 চনত বেনাৰসত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বার্ষিক অধিৱেশনত সভাপতিত্ব কৰিছিল
(i) মহাত্মা গান্ধীয়ে
(ii) জৱাহৰলাল নেহৰুৱে
(iii) বাল গঙ্গাধৰ তিলকে
(iv) গোপাল কৃষ্ণ গোখলেই
8. 1908 চনৰ ডিচেম্বৰ মাহত দেশান্তৰিত কৰা এজন আগশাৰীৰ নেতা আছিল
(i) মতিলাল নেহৰু
(ii) ৰবীন্দ্ৰনাথ ঠাকুৰ
(iii) লালা লাজপত ৰায়
(iv) কৃষ্ণ কুমাৰ মিত্ৰ
9. বাল গঙ্গাধৰ তিলক আছিল
(i) মহাৰাষ্ট্ৰৰ
(iii) বিহাৰৰ
(ii) পঞ্জাবৰ
(iv) অসমৰ
10. ক্ষুদিৰাম বসুক ফাঁচী দিছিল
(i) 1902 চনত
(ii) 1905 চনত
(iii) 1908 চনত
(iv) 1912 চনত
11. বংগ ভংগ আঁচনি বাতিল কৰাৰ আগতে ব্রিটিছ- ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা স্থানান্তৰিত কৰা হৈছিল-
(i) বোম্বাইলৈ
(iii) মাদ্রাজলৈ
(ii) দিল্লীলৈ
(iv) লক্ষ্ণৌলৈ
12. ভাইচৰয় লর্ড কার্জনৰ কাৰ্যকালত ভাৰত পৰিক্ৰমাৰ মন্ত্রী আছিল -
(i) লর্ড হেমিল্টন
(ii) লর্ড ৰিপন
(iii) লর্ড ডেলহাউচি
(iv) জন মর্লি।
13. অবিভক্ত বংগদেশত কিমান বঙালী মানুহ আছিল?
(i) ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী
(ii) মহাৰাণীৰ ব্যক্তিগত সচিব
(iii) ব্ৰিটিছ ভাইচৰয়
(iv) ভাৰত পৰিক্ৰমাৰ মন্ত্ৰী।
14. অবিভক্ত বংগদেশৰ মুঠ জনসংখ্যা কিমান আছিল?
15. পূর্ববংগ আৰু অসমৰ মুঠ মাটিকালি কিমান বর্গমাইল আছিল?
16. কোন তাৰিখে বংগ-ভংগ আঁচনি কাৰ্যকৰী কৰিছিল?
17. বংগ ভংগ বিৰোধী আন্দোলনৰ সমসাময়িকভাৱে হোৱা | ৰুছ আৰু জাপানৰ যুদ্ধত কোনে জয়লাভ কৰিছিল?
18. আচাৰ্য প্রফুল্ল চন্দ্ৰ ৰায়ে স্থাপন কৰা কেমিকেল প্ৰতিষ্ঠানটোৰ নাম কি আছিল?
19. জাতীয় শিক্ষা পৰিষদৰ উদ্যোগত কলিকতাত স্থাপন হোৱা | জাতীয় কলেজখনৰ অধ্যক্ষ কোন আছিল?
20. কোন তাৰিখে ব্ৰিটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগ | ভংগ আঁচনি বাতিল কৰিছিল?
21. কোনে অৰুণডেল সমিতি গঠন কৰি দিছিল?
22. বংগ বিভাজন কোন ভাইচৰয়ৰ শাসনকালত হৈছিল?
23. বংগ বিভাজন কেতিয়া হৈছিল?
24. 'ৰেগুলেটিং এক্ট 'কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল?
25. এলাহাবাদ সন্ধি কাৰ কাৰ মাজত হৈছিল?
26. অসম প্রদেশখন কেতিয়া গঠন কৰা হৈছিল?
27. নৱগঠিত অসম প্ৰদেশৰ প্ৰথম মুখ্য আয়ুক্ত কোন আছিল?
28. লর্ড কার্জনে কোন ভাৰত সচিবৰ লগত বংগ বিভাজনৰ | প্ৰক্ৰিয়াটো আলোচনা কৰিছিল?
29. পূর্ব বংগ আৰু অসমৰ নতুন ৰাজধানী কি আছিল?
21. বংগ বিভাজনৰ বিৰোধীতা কৰি অনুষ্ঠিত কৰা প্ৰথমখন | প্রতিবাদী সভা ক'ত হৈছিল?
22. ৰিপন কলেজৰ বৰ্তমানৰ নামটো কি?
23. ৰিপন কলেজৰ ছাত্ৰসকলে কেতিয়া বিশাল ছাত্র সমাৰোহ আয়োজন কৰি প্ৰতিবাদ কৰিছিল?
24. কাৰ নেতৃত্বত ছাত্র সংসদ গঠিত হৈছিল?
23. কাৰ আহ্বানক্ৰমে কলিকতাৰ জনতাই বংগভংগৰ প্ৰতিবাদত ৰাখীবন্ধন পালন কৰিছিল?
24. "বৰ্জনৰ অৰ্থ স্বদেশীকতা আৰু স্বদেশীকতাৰ মমাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বতোপ্রকারে অসহযোগিতা কৰা"- কথাষাৰ কোনে কৈছিল?
25. স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কিমানটা গীত ৰচনা কৰিছিল?
26. 'আমাৰ সোণাৰ বাংলা.......l গীতটি কোনদেশৰ ৰাষ্ট্ৰীয় সংগীত? ইয়াৰ ৰচক কোন?
27. 'যদি তোৰ ডাক শুনে কেও না আসে তবে একলা চলো ৰে...' গীতটিৰ ৰচক কোন?
28. স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিখ্যাত প্ৰৱন্ধটোৰ নাম কি?
29. বংগীয় কলা সংসদ' কাৰ প্ৰচেষ্টাত গঢ় লৈছিল?
30. বংগ মাতা' নামৰ বিখ্যাত ছবিখন কোনে অংকন কৰিছিল?
31. 'বংগ মাতা'ক 'ভাৰত মাতা' ৰ ৰূপ কোনে প্রদান কৰিছিল?
32. 'ডি ডন' (The Dawn) ৰ সম্পাদক কোন আছিল?
33. বংগ জাতীয় মহাবিদ্যালয়ৰ অধ্যক্ষ কোন আছিল?
34. স্বদেশী আন্দোলনৰ সময়ছোৱাত মুঠতে কিমানখন মাধ্যমিক আৰু প্রাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল?
35. কাৰ অৰ্থসাহার্যত বেংগল টেকনিকেল ইনষ্টিটিউট নামৰ শিক্ষানুষ্ঠানখন গঢ়ি উঠিছিল?
36. বেংগল টেকনিকেল ইনষ্টিটিউট নামৰ শিক্ষানুষ্ঠান পিছলৈ কি নামেৰে পৰিচিত হৈছিল?
37. বংগ নাৰীৰ সাহসিকতাৰ সম্পৰ্কে লণ্ডনৰ কোনখন বিখ্যাত কাকতত প্রকাশ পাইছিল?
38. 'বেংগল কেমিকেলছ'ৰ স্থাপক কোন?
39. 'বংগ লক্ষী কটন মিল' কোনে স্থাপন কৰিছিল?
40. 'ভাৰতীয় উদ্যোগ সম্মিলন'ত কোনে পৌৰহিত্য কৰিছিল?
41. মুছলিম লীগ স্থাপনৰ নেতৃত্ব বহন কৰা ব্যক্তি সকল কোন কোন আছিল?
42. 'মর্লে মিন্টো সংস্কাৰ' আইন কেতিয়া প্রণয়ণ হৈছিল?
43. ১৯১০ চনত মুছলিম লীগৰ কাৰ্যালয় ক'লৈ স্থানান্তৰিত হৈছিল?
44. 'স্বৰাজ আমাৰ জন্মস্বত্ব আৰু ই আমাৰ কাম্য'- কথাষাৰ কোনে কৈছিল?
45. 'কেশৰী'- প্রত্রিকাখন কাৰ আছিল?
46. 'অভিনৱ ভাৰত' আৰু 'মিত্র মেলা' নামৰ বিদ্রোহী সংগঠন দুটা কোনে গঢ়ি তুলিছিল?
47. স্বদেশী আন্দোলনত সশস্ত্র বিপ্লৱৰ বাণী প্ৰচাৰ কৰা প্রথমগৰাকী বংগদেশৰ ব্যক্তি কোন আছিল?
48. বাৰীন্দ্ৰ কুমাৰ ঘোষ কাৰ ভাতৃ?
49. 'ভবানী মন্দিৰ' নামৰ পুস্তিকাখনৰ লেখকগৰাকীৰ নাম লিখা?
50. 'মুক্তি কোন পথে' নামৰ পত্রিকাখনৰ প্ৰকাশক গৰাকীৰ নাম লিখা?
51. ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম গৰাকী শ্বহীদৰ নাম লিখা?
52. এণ্ড ফ্ৰেজাৰক হত্যা কৰাৰ উদ্দেশ্যে ক'ত ৰেল লাইনচ্যুত কৰা হৈছিল?
53. ভাৰত সচিব মৰ্লেৰ ৰাজনৈতিক উপদেষ্টা কোন আছিল?
54. বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল?
55. কার্জন ৱাইলীক কোনে হত্যা কৰিছিল?
56. কংগ্ৰেছৰ ১৯ তম অধিৱেশন ক'ত হৈছিল? ইয়াৰ সভাপতি কোন আছিল?
57. কংগ্ৰেছৰ ২১ তম অধিৱেশন ক'ত হৈছিল? ইয়াৰ সভাপতি। কোন আছিল?
58. কোনখন অধিবেশনৰ সময়ত জাতীয় কংগ্ৰেছ বিভাজিত হৈছিল?
59. কংগ্ৰেছৰ বিভাজিত গোট দুটা কি নামেৰে জনা গৈছিল?
60. চৰমপন্থী সকলে কাক সভাপতি পাতিছিল?
61. কোনে পোন প্রথমে বৃটিছ চৰকাৰক 'নাইটহুড' উপাধি ঘূৰাই দিছিল?
62. বন্দিনী ভাৰত কোনে ৰচনা কৰিছিল?
63. সেৱা সংঘ কোনে গঢ়ি তুলিছিল?
64. ১৯১১ চনৰ ১২ ডিচেম্বৰত কিয় বিশাল দৰবাৰৰ আয়োজন কৰা হৈছিল?
65. বংগ বিভাজন কেতিয়া বাতিল কৰা হৈছিল?
66. বংগ বিভাজন বাতিলৰ ঘোষণা কোনে কৰিছিল?
67. 'ঘৰে বাইৰে' নামৰ উপন্যাসখন কোনে কৰিছিল?
68. 'শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব— কোনে কৈছিল?
69. বংগ বিভাজনক কেন্দ্ৰ কৰি কেতিয়া জাতীয় কংগ্ৰেছৰ মাজত। বিভাজন ঘটিছিল?
70. ১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল?
71. বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্রহণ কৰা। হৈছিল?
72. স্বদেশী আন্দোলনৰ সময়ছোৱাত 'যুগান্তৰ' নামৰ সংবাদপত্রখন সম্পাদনা কোনে কৰিছিল?
73. বংগদেশত 'জাতীয় শিক্ষা পৰিষদ' নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল?
74. কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে। ভাৰতীয় বাবে 'স্বৰাজ' বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল?
75. ভাইচৰয় লর্ড কার্জনে বংগদেশক দুভাগ কৰি এভাগ অসমৰ সৈতে সংযুক্ত কৰি গঠন কৰা নতুন প্রদেশখনৰ নাম কি আছিল?
2/3 Marks Questions (২/৩ নম্বৰীয়া প্ৰশ্ন)
1. অসম প্রদেশ কেইখন জিলাৰে গঠিত হৈছিল? কি কি?
2. বংগ বিভাজনৰ সময়ত কোন দুজন ইংৰাজ বিষয়াই লর্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল?
3. ব্রহ্মপুত্র উপত্যকাবাসীক স্বদেশী আন্দোলনৰ পৰা আঁতৰাই ৰাখিবলৈ ব্ৰিটিছ চৰকাৰে কি কি জনহিতকৰ কাম কৰিছিল?
4. বংগ বিভাজনৰ অজুহাতটো কি আছিল?
5. বংগ বিভাজনৰ মূল উদ্দেশ্য কি আছিল?
6. কোন কোন প্রখ্যাত লোকে বংগ বিভাজনৰ বিৰোধিতা কৰিছিল?
7. স্বদেশী আন্দোলনৰ পটভূমিত প্রকাশিত বংগৰ কেইখনমান আলোচনী আৰু কাকতৰ নাম উল্লেখ কৰা।
৪. স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত বংগৰ কেইখনমান নাটকৰ নাম লিখা।
9. স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত কেইখনমান বিখ্যাত গ্ৰন্থৰ নাম লিখা।
10. 'ডন ছ'চাইটী' (Dawn society) নামৰ জাতীয় অনুষ্ঠান কাৰ কাৰ সহযোগত গঢ় লৈছিল?
11. বংগ ভংগ কালছোৱাত গঢ় লৈ উঠা কেইখনমান জাতীয় শিক্ষানুষ্ঠানৰ নাম লিখা।
12. জাতীয় বিশ্ববিদ্যালয়ৰ আর্হিত গঢ়ি উঠা বংগদেশৰ বাহিৰেও অন্য ঠাইৰ কেইখনমান শিক্ষানুষ্ঠানৰ নাম লিখা?
13. বংগ বিভাজনৰ সময়ত নেতৃত্ব দিয়া বংগদেশৰ কেইগৰাকীমান মহিলা নেত্ৰীৰ নাম লিখা।
14. ভগিনী নিবেদিতাই লর্ড কাৰ্জনৰ বিৰোধীতা কৰি কোন দুখন কাকতত দুটা প্ৰৱন্ধ লিখিছিল?
15. স্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা কেইখনমান বিখ্যাত বাণিজ্যিক প্ৰতিষ্ঠানৰ নাম লিখা।
16. স্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা বংগদেশৰ কেইটামান প্রখ্যাত উদোগৰ নাম উল্লেখ কৰা।
17. স্বদেশী আন্দোলনত এচামে সশস্ত্র বিপ্লৱৰ পথ বাছি লোৱাৰ কাৰণ দুটা লিখা।
18. প্লেগ কমিছনাৰ ৰবাৰ্ট ৰাণ্ডক আৰু লেফটেনেন্ট আয়াৰষ্টকক কোনে হত্যা কৰিছিল?
19. ইয়ং ইটালীৰ অনুকৰণ গঢ়ি উঠা ভাৰতীয় বিদ্রোহী সংগঠন দুটাৰ নাম লিখা। ইয়াৰ সংগঠক কোন আছিল?
20. বৈপ্লৱিক আদৰ্শৰে অনুপ্রাণিত হ'বলৈ বংগদেশত প্রকাশিত -দুখন কাকতৰ নাম লিখা।
21. বংগদেশত গঢ়ি উঠা দুটা গুপ্তঘাতী সংগঠনৰ নাম লিখা?
122. কংগ্ৰেছৰ ২১ তম অধিবেশনত বংগদেশৰ প্ৰতিনিধি কিমান আছিল? তেওঁলোকে কি তিনিটা প্ৰস্তাৱ উত্থাপন কৰিছিল?
23. বংগ ভংগবিৰোধী আন্দোলনৰ বাবে নির্বাসন দণ্ড পোৱা কেইগৰাকীমান শীর্ষ নেতাৰ নাম লিখা।
24. বংগ ভংগ বিৰোধী কেইগৰাকীমান অসমীয়া নেতাৰ নাম লিখা?
25. অসম কেশৰী নামেৰে কাক অভিহিত কৰা হয়? তেওঁ ৰচনা কৰা এখন নাটকৰ নাম লিখা।
4/5 Marks Questions (৪/৫ নম্বৰীয়া প্ৰশ্ন)
1. বংগ ভংগ আঁচনি বিৰোধী আন্দোলনৰ বিষয়ে ব্যাখ্যা কৰা।
2. স্বদেশী আন্দোলন সম্পর্কে চমুকৈ আলোচনা কৰা।
3. স্বদেশী আন্দোলনৰ প্ৰধান অংগকেইটা কি আছিল? প্ৰতিটোৰ বিষয়ে চমুকৈ আলোচনা কৰা।
4. স্বদেশী আন্দোলনৰ পটভূমিত বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তুৰ প্ৰতি আগ্ৰহ বঢ়োৱাৰ কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰা। ইয়াৰ ফলাফলৰ বিষয়ে চমুকৈ লিখা।
5. স্বদেশী আন্দোলনৰ প্ৰতি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সমৰ্থন সম্পর্কত চমু আলোচনা আগবঢ়োৱা।
6. সাম্প্রদায়িক ভেদ-নীতিৰে মুছলমানসকলক বংগ ভংগ তথা স্বদেশী আন্দোলনৰ পৰা আঁতৰাই নিয়াৰ বাবে ব্ৰিটিছে কৰা ষড়যন্ত্ৰৰ বিষয়ে বর্ণনা কৰা।
7. স্বদেশী আন্দোলনটো মষিমূৰ কৰিবলৈ ব্রিটিছে লোৱা দমনমূলক নীতিৰ বিষয়ে বহলাই আলোচনা কৰা।
৪. ৰাজনৈতিক দল হিচাপে মুছলীম লীগৰ উত্থানৰ পটভূমি সম্পৰ্কে উল্লেখ কৰা।
9. চমুটোকা লিখা:
(i) লর্ড কার্জন (ii) এণ্ডু ফ্ৰেজাৰ (iii) জন ব্যামফিল্ড ফুলাৰ (iv) অৰবিন্দ ঘোষ (v) ৰাসবিহাৰী বসু (vi) গোপাল কৃষ্ণ গোখলে (vii) মর্লে মিন্টো সংস্কাৰ (viii) বিনায়ক দামোদৰ চাভাৰকাৰ (ix) মার্গাৰেট এলিজাবেথ নবোল (ভগিনী নিবেদিতা) (x) নবাব ছলিমউল্লা (xi) অম্বিকাগিৰি ৰায়চৌধুৰী।
1.