90% Common Question
HSLC 2011
1. প্ৰতিৰোধক সামগ্ৰী বা পৰিঘটনাৰ এটা উদাহৰণ দিয়া।
2. সম্পদৰ দুটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা।
3. 'সম্পদৰ সংৰক্ষণ' মানে কি?
HSLC 2012
1. এটা সামগ্ৰীৰ উদাহৰণ দিয়া, যিটো সম্পদ আৰু সম্পত্তি দুয়োটা।
2. মানুহক কিয় মানৱ সম্পদ বোলা হয়?
3. নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদৰ পাৰ্থক্য লিখা।
HSLC 2013
1. জীৱীয় আৰু অজীৱীয় সম্পদৰ মাজত থকা পার্থক্য লিখা।
HSLC 2014
1. তলৰ কোনটো অ-নৱীকৰণযোগ্য সম্পদ?
(a) পানী
(c) গছ-গছনি
(b) সূৰ্যৰ ৰশ্মি
(d) প্রাকৃতিক গেছ
2. সম্পদ সংৰক্ষণ কেনেদৰে সফল কৰি তুলিব পাৰি?
HSLC 2016
1. তলৰ সম্পদসমূহ কোনবিধ সম্পদ অনবকৰণ যোগ্য?
(a) শস্য
(c) লো
(b) মানুহ
(d) সূৰ্যৰ ৰশ্মি
2. সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা কিয় সমগ্ৰ বিশ্বতে আৱশ্যক হৈ পৰিছে?
HSLC 2017
1. তলৰ কোনটো অ-নৱীকৰণযোগ্য সম্পদ?
(a) পানী
(c) গছ-গছনি
(b) সূৰ্যৰ ৰশ্মি
(d) প্রাকৃতিক গেছ
2. তলৰ সম্পদ সমূহৰ কোন বিধ সম্পদ অজীবীয়?
(a) বায়ু
(c) জন্তুবোৰ
(b) উদ্ভিদ
(d) শস্য
3. প্রাকৃতিক আৰু মানব সম্পদৰ উদাহৰণসহ সংজ্ঞা লিখা।
4. অর্থনৈতিক ভূগোল কাক বোলে? অর্থনৈতিক ভূগোলৰ তিনিটা প্রধান শাখাৰ নাম উল্লেখ কৰা।
HSLC 2018
1. তলৰ কোনটো মানৱসৃষ্ট সম্পদ?
(a) অৰণ্য
(b) নদ-নদী
(c) জলসিঞ্চন
(d) খনিজ তেল
2. নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদৰ পাৰ্থক্য লিখা।
3. সম্পদ বুলিলে কি বুজা? ইয়াৰ প্ৰধান বৈশিষ্ট্য সমূহৰ যি কোনো এটা উল্লেখ কৰা।
4. সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা চমুকৈ লিখা।
HSLC 2019
1. তলৰ কোনটো অ-নৱীকৰণযোগ্য সম্পদ?
(a) পানী
(c) গছ-গছনি
(b) সূৰ্যৰ ৰশ্মি
(d) প্রাকৃতিক গেছ
2. সম্পদ আৰু বিজ্ঞান-প্রযুক্তিৰ মাজত থকা সম্পর্ক চমুকৈ লিখা।
3. সম্পদ সংৰক্ষণ বুলিলে কি বুজায়? ইয়াৰ প্ৰয়োজনীয়তা আলোচনা কৰা।
4. পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অৱয়বসমূহৰ বিষয়ে চমুকৈ লিখা।
HSLC 2020
1. তলৰ কোনটো মানৱসৃষ্ট সম্পদ?
(a) অৰণ্য
(b) নদ-নদী
(c) জলসিঞ্চন
(d) খনিজ তেল
2. 'অর্থনৈতিক ভূগোল'ৰ সংজ্ঞা লিখা। ইয়াৰ বিষয়বস্তু কি?
3. 'সম্পদ' বুলিলে কি বুজায়? উদাহৰণসহ ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
HSLC 2022
1. তলৰ কোনটো এটা অজীৱীয় সম্পদ?
(a) বায়ু
(b) ভেঁকুৰ
(d) বেক্টেৰিয়া
(d) শস্য
2. অনৱীকৰণযোগ্য সম্পদ কি? ইয়াৰ এটা উদাহৰণ দিয়া।
3. 'সম্পদ সংৰক্ষণ' বুলিলে কি বুজা? সম্পদ সংৰক্ষণৰ দুটা পদ্ধতি উল্লেখ কৰা।
4. সম্পদৰ শ্ৰেণীবিভাজনৰ ওপৰত এটা টোকা লিখা।
HSLC 2023
1. তলৰ কোনটো প্রাথমিক বৃত্তি নহয়?
(a) মাছধৰা
(b) বনজ সম্পদ আহৰণ
(c) শিল্পোৎপাদন প্রক্রিয়া
(d) কৃষিকর্ম
2. তলৰ কোনটো 'সম্পদ'ৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়?
(a) হস্তান্তৰ কৰিব নোৱাৰি
(b) বজাৰ মূল্য নাই
(c) মানৱ জাতিৰ কল্যাণ হয়
(d) উপকাৰ, অপকাৰ দুয়োটা হ'ব পাৰে
3. অর্থনৈতিক ভূগোল কাক বোলে? অর্থনৈতিক ভূগোলৰ তিনিটা প্রধান শাখাৰ নাম উল্লেখ কৰা।
Important Questions 1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)
1. অর্থনৈতিক ভূগোলৰ পিতৃ স্বৰূপ হ'ল-
(a) চি এফ জোন্স
(b) ডার্কেনৱাল্ড
(c) জর্জ ছিজ হ'ম
(d) পিটাৰ হেগেট
2. তলৰ কোনটো দ্বিতীয়ক বৃত্তি
(a) কৃষি কার্য
(b) যাতায়াত আৰু পৰিবহন কাৰ্য
(c) বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে জড়িত কাৰ্য
(d) নির্মাণ কার্য।
3. তলৰ কোনটো তৃতীয়ক বৃত্তি -
(a) পাইকাৰী বা খুচুৰা বিক্ৰী লগত জড়িত অর্থনৈতিক কার্য
(b) বিভিন্ন নির্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য
(c) বেংক বা অন্য বিত্তীয় প্রতিষ্ঠানৰ সৈতে জড়িত কার্য
(d) বনজ সম্পদ আহৰণ কাৰ্য
4. তলৰ কোনটো চতুর্থক বৃত্তি নহয়
(a) শিক্ষা-গৱেষণাৰ লগত জড়িত কাৰ্য
(b) প্ৰচাৰ মাধ্যমৰ সৈতে জড়িত কাৰ্য
(c) প্রশাসনৰ সৈতে জড়িত কার্য
(d) পৰ্যটনৰ সৈতে জড়িত অর্থনৈতিক কার্য
5. তলৰ কোনটো মানৱ সৃষ্ট সম্পদ নহয়-
(a) প্রযুক্তি
(b) সৌৰ শক্তি
(c) উদ্যোগ
(d) কার্যালয়
6. তলৰ কোনটো ব্যক্তিগত সম্পদ নহয়-
(a) ভাল চৰিত্ৰ
(b) শিক্ষা
(c) কর্মদক্ষতা
(d) চৰকাৰ
7. তলৰ কোনটো জাতীয় সম্পদ
(a) বায়ুমণ্ডল
(b) শিক্ষা
(c) শিক্ষানুষ্ঠান
(d) সাগৰ
8. তলৰ কোনটো স্থানিক সম্পদ নহয়
(a) কয়লা
(c) শস্য
(b) খনিজ পদার্থ
(d) পানী
9. সম্পদ হ'বলৈ হ'লে-
(a) ইয়াৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা থাকিব লাগে
(b) দাম আৰু মূল্য থাকিব লাগে
(c) প্রাকৃতিক আৰু সহজলভ্য হ'ব লাগে
(d) পৰিবৰ্তনশীল আৰু ব্যৱহাৰোপযোগী হ'ব লাগে
10. সোণ এবিধ
(a) কৃত্রিম সম্পদ
(b) প্রাকৃতিক সম্পদ
(c) জৈৱিক সম্পদ
(d) মানর সম্পদ।
11. মানর সম্পদত আগবঢ়া দেশ হ'ল-
(a) ভুটান
(b) জাপান
(c) বাংলাদেশ
(d) ভাৰত।
12. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা
(a) প্রাকৃতিক সম্পদ
(b) জাতীয় সম্পদ
(c) উদ্ভিদ সম্পদ
(d) নবীকৰণ সম্পদ
13. দামোদৰ নদী-
(a) অসমত
(c) উৰিষ্যাত
(b) বিহাৰত
(d) পশ্চিমবংগত।
14. অর্থনৈতিক ভূগোল অধ্যয়ন কৰা যিকোনো এটা পদ্ধতির। নাম উল্লেখ কৰা।
15. অর্থনৈতিক বৃত্তি বা কাৰ্য কেই প্ৰকাৰৰ?
16. অর্থনৈতিক ভূগোলৰ এটা শাখাৰ নাম লিখা। *সম্পদ হ'বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা। গুণ দুটা থাকিব লাগিব "- কোনে কৈছিল?
17. মানৱ সৃষ্ট সম্পদ কাক বোলে?
18. মানুহ এবিধ সম্পদ হয়নে?
19. নিৰপেক্ষ বা নিষ্ক্রিয় সামগ্রী কি?
20. প্ৰতিৰোধক কাক বোলে?
21. সম্পদ আৰু সম্পত্তি একেনে?
22. প্রাকৃতিক সম্পদ কাক বোলে?
23. স্থানিক সম্পদৰ এটা উদাহৰণ দিয়া।
24. চিৰ বিৰাজমান সম্পদৰ উদাহৰণ দিয়া।
25. সম্পদ সংৰক্ষণ কাক বোলে?
26. IUCN ৰ সম্পূৰ্ণ ৰূপটো লিখা।
27. বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়?
28. ভাৰতীয় বন গৱেষণা শিক্ষা সংস্থাটোৰ নাম লিখা।
29. অর্থনৈতিক ভূগোল বুলিলে কি বুজা?
30. সম্পদ বুলিলে কি বুজা?
31. মানুহৰ মৌলিক প্রয়োজন কি কি?
32. মানুহ সম্পদৰ লগত কেনেদৰে জড়িত?
33. সম্পত্তি বুলিলে কি বুজা?
34. খনিজ তেলৰ পৰা প্ৰস্তুত কৰা দুবিধ সামগ্ৰীৰ নাম লিখা।
35. জীৱীয় সম্পদ কি? উদাহৰণ দিয়া।
36. উদাহৰণসহ অজীৱীয় সম্পদ কাক বোলে লিখা।
37. দুবিধ শক্তিৰ উৎসৰ নাম লিখা।
38. দুবিধ অনৱীকৰণযোগ্য সম্পদৰ নাম লিখা।
39. অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন?
2/3 Marks Questions (২/৩ নম্বৰীয়া প্ৰশ্ন)
1. প্রাথমিক বৃত্তি কাক বোলে? উদাহৰণ দিয়া।
2. দ্বিতীয়ক বৃত্তি কাক বোলে? উদাহৰণ দিয়া।
3. তৃতীয়ক বৃত্তি কাক বোলে? উদাহৰণ দিয়া।
4. চতুর্থক বৃত্তি কাক বোলে? উদাহৰণ দিয়া।
5. অর্থনৈতিক ভূগোল অধ্যয়নৰ পদ্ধতিবোৰৰ নাম লিখা।
6. কৃষি ভূগোল কি?
7. ঔদ্যোগিক ভূগোল কি?
8. সম্পদ ভূগোল কি?
9. অর্থনৈতিক ভূগোলৰ শাখা সমূহৰ নাম লিখা।
10. পৰিবহন ভুগোল কি?
11. বজাৰ ভূগোল কি?
12. পৰিকল্পনা আৰু উন্নয়ন ভূগোল কি?
13. পর্যটন ভূগোল কি?
14. জীৱীয় আৰু অজীৱীয় সম্পদ কাক বোলে? উদাহৰণ দিয়া।
15. অনৱীকৰণ যোগ্য সম্পদ কাক বোলে? উদাহৰণ দিয়া।
16. অসমত পোৱা কেইবিধ মান লুপ্ত প্রায় মূল্যৱান উদ্ভিদৰ নাম লিখা।
17. বিলুপ্ত হ'ব ধৰা কেইবিধ মান প্রাণী যি অসমত পোৱা যায় নাম লিখা।
18. মানৱসৃষ্ট সম্পদ কাক বোলে? উদাহৰণ দিয়া।
19. নিৰপেক্ষ বা নিষ্ক্রিয় সামগ্রী কাক বোলে? উদাহৰণ দিয়া।
20. উদাহৰণসহ প্ৰতিৰোধক বুলিলে কি বুজা?
21. প্রাকৃতিক সম্পদ বুলিলে কি বুজা বুজাই লিখা।
22. মানৱ সম্পদ বুলিলে কি বুজা?
23. উদাহৰণসহ নৱীকৰণযোগ্য সম্পদ কাক বোলে লিখা।
24. উদাহৰণসহ ক্ষয়শীল সম্পদ কাক বোলে লিখা।
25. ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ কাক বোলে?
26. আন্তর্জাতিক সম্পদ কাক বোলে উদাহৰণসহ লিখা।
27. সম্পদ সংৰক্ষণ বুলিলে কি বুজা?
4/5 Marks Questions (৪/৫ নম্বৰীয়া প্ৰশ্ন)
1. 1.
অর্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু
কি? অর্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা।
2. অর্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা।
3. মানুহৰ অৰ্থনৈতিক বৃত্তিবোৰ কি কি? এনে অর্থনৈতিক বৃত্তি বুলিলে কি বুজা? এনে
4. অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পর্কে চমুকৈ লিখা।
5. সম্পদ ভূগোলক কিয় অর্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়?
6. সম্পদ বুলিলে কি বুজায়? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
7. 'সম্পদ পৰিৱৰ্তনশীল'- ব্যাখ্যা কৰা।
৪. সম্পদৰ প্ৰয়োজনীয়তা সম্পর্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা।
9. সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা।
10. সম্পদ আৰু বিজ্ঞান-প্ৰযুক্তিৰ মাজত থকা সম্পর্ক চমুকৈ আলোচনা কৰা।
11. উদাহৰণসহ সম্পদৰ শ্ৰেণীবিভাজন সম্পর্কে লিখা।
12. প্রাকৃতিক সম্পদ বুলিলে কি বুজায়? উদাহৰণসহ চমুকৈ লিখা।
13. মানৱ সৃষ্ট সম্পদ কি? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখা।
14. নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদৰ মাজৰ পাৰ্থক্য কি কি? উদাহৰণসহ চমুকৈ আলোচনা কৰা।
15. সম্পদ সংৰক্ষণ পদ্ধতি সম্পর্কে চমুকৈ লিখা।