90% Common Question


HSLC 2010

1. ছাভানা এক প্ৰকাৰৰ

(i) মৰুভূমি

(ii) ওখ গছ

(iii) ঘাঁহনি

(iv) মেৰুদেশীয় উদ্ভিদ

2. কেন্দ্রভিত্তিক অঞ্চলৰ এটা উদাহৰণ দিয়া।

3. অঞ্চল বুলিলে কি বুজা?

4. সমৰূপী অঞ্চলৰ দুটা উদাহৰণ দিয়া।

5. ভূমধ্যসাগৰীয় অঞ্চলৰ তিনিটা বৈশিষ্ট্য দাঙি ধৰা।

6. পৃথিৱীৰ অঞ্চলসমূহ উল্লেখ কৰা আৰু তাৰে যিকোনো এটা অঞ্চলৰ বিষয়ে চমুকৈ লিখা। 

HSLC 2011

1. মৌচুমী অঞ্চলৰ মানুহৰ প্ৰধান আর্থিক কর্ম হৈছে-

(i) পশু পালন

(iii) মাছ ধৰা

(ii) কৃষি

(iv) চিকাৰ

2. ক্ৰিয়াত্মক অঞ্চলৰ অৰ্থ লিখা।

3. এছিয়া মহাদেশৰ দুটা পৰ্বতৰ নাম লিখা।

4. পৃথিৱীত প্রাকৃতিক অঞ্চল চিনাক্তকৰণৰ ভিত্তি কি?

5. মেৰু অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য উল্লেখ কৰা।

6.  ক্রান্তীয় উষ্ণ মৰুভূমি অঞ্চলত জনসংখ্যা কিয় ঘন নহয় লিখা।

7. ক্রান্তীয় তৃণভূমি অঞ্চলৰ (ক) অৱস্থান, (খ) জলবায়ু আৰু (গ) অর্থনৈতিক কাম-কাজৰ উল্লেখেৰে এটি বর্ণনা দিয়া।

HSLC 2012

1. তলৰ কোনখন মহাদেশত ভিক্টোৰিয়া হ্রদটো অৱস্থিত?

(i) ইউৰোপ

(ii) ওচেনিয়া

(iii) উত্তৰ আমেৰিকা

(iv) আফ্রিকা

2. দক্ষিণ অষ্ট্ৰেলিয়াৰ দুখন চহৰৰ নাম লিখা। [HSLC'12]

3. ভূমধ্যসাগৰীয়া জলবায়ুৰ তিনিটা বিশেষ বৈশিষ্ট উল্লেখ কৰা।

4. আফ্রিকা মহাদেশৰ চাৰিখন প্রধান নদীৰ নাম লিখা।

5. অষ্ট্ৰেলিয়াৰ খনিজ সম্পদৰ বিষয়ে চমুকৈ লিখা।

HSLC 2013

1.  মাটিকালি হিচাপত তলৰ কোনখন মহাদেশ আটাইতকৈ ডাঙৰ?

(i) ইউৰোপ

(ii) এছিয়া

(iii) উত্তৰ আমেকিৰা

(iv) আফ্রিকা

2. ইগলু বোলা এক প্ৰকাৰৰ ঘৰত বাস কৰা জনগোষ্ঠীটোৰ নাম লিখা।

3. মেৰু অঞ্চলৰ দুবিধ জন্তুৰ নাম লিখা।

4. আফ্ৰিকাৰ দুখন নদীৰ নাম লিখা।

5. অঞ্চল কি? অঞ্চলৰ মূল প্ৰকাৰ দুটা উল্লেখ কৰা।

6. পৃথিৱীৰ চাৰিটা প্রাকৃতিক অঞ্চলৰ নাম লিখা আৰু তাৰে যি কোনো এটাৰ চমু বর্ণনা দিয়া। 

HSLC 2014

1. মাটিকালি হিচাপত তলৰ কোনটো প্রাকৃতিক অঞ্চল বৃহত্তম?

(i) ভূমধ্যসাগৰীয় অঞ্চল

(ii) ক্রান্তীয় উষ্ণ মৰু অঞ্চল

(iii) নিৰক্ষীয় অঞ্চল

(iv) উচ্চ পার্বত্য অঞ্চল

2. আর্জেন্টিনাৰ তৃণভূমিটোৰ নাম লিখা।

3. ভূমধ্যসাগৰীয় অঞ্চলৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

4. মধ্য অক্ষাংশ বলয়ত অৱস্থিত তিনিটা প্রাকৃতিক অঞ্চলৰ নাম লিখা।

5. নিৰক্ষীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম উল্লেখ কৰা।

6. "প্রাকৃতিক অঞ্চল” কি? তুন্দ্ৰা অঞ্চলৰ বিষয়ে এটি চমু বর্ণনা লিখা।

HSLC 2015

1.  টাইগা অৰণ্য তলৰ কোনটো অঞ্চলত অৱস্থিত?

(i) শীতল সৰলবর্গীয় অৰণ্য অঞ্চল

(ii) মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চল

(iii) মধ্য অক্ষাংশৰ নাতিশীতোষ্ণ অঞ্চল

(iv) নিৰক্ষীয় অঞ্চল

2. উষ্ণ আৰু শুকান গ্রীষ্মকাল আৰু ঠাণ্ডা আৰু সেমেকা শীতকাল কোনটো প্রাকৃতিক অঞ্চলৰ বৈশিষ্ট্য?

3. নিৰক্ষীয় অঞ্চলৰ দুখন দেশৰ নাম লিখা।

4. সমধর্মী অঞ্চলৰ তিনিটা উদাহৰণ দিয়া।

5. আফ্রিকা মহাদেশৰ চাহাৰা মৰুভূমি অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা।

6. প্রাকৃতিক অঞ্চল কি? উচ্চ পার্বত্য অঞ্চলৰ দুটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা।

7. এছিয়া মহাদেশৰ অৱস্থিতি, ভূ-প্রকৃতিৰ বৈশিষ্ট্য আৰু জনসংখ্যাৰ বিতৰণ সম্পর্কে এটি চমু বর্ণনা দাঙি ধৰা।

HSLC 2016

1. পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন?

2. দুয়োটা গোলার্ধত মৌচুমী অঞ্চল কিমান অক্ষাংশলৈ বিস্তৃত হৈ আছে লিখা।

3. মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চলৰ তৃণভূমি সমূহৰ নাম লিখা। কাৰণ দর্শোৱা।

4. ভূমধ্যসাগৰীয়া অঞ্চল সমূহত কিয় জাৰকালি বৰষুণ হয়?

5. ভূমধ্যসাগৰীয় প্রাকৃতিক অঞ্চলৰ মানুহৰ জীৱিকা কি কি? ব্যাখ্যা কৰা।

6. অঞ্চল বুলিলে কি বুজা? ভূগোল অধ্যয়নত অঞ্চলৰ গুৰুত্ব সম্পর্কে ব্যাখ্যা কৰা।   

HSLC 2017

1. সমধর্মী অঞ্চলৰ অৰ্থ লিখা।

2. মৌচুমী অঞ্চলৰ দুখন দেশৰ নাম লিখা।

3. প্রাকৃতিক অঞ্চলৰ সংজ্ঞা লিখা আৰু পৃথিৱীৰ দুটা প্ৰাকৃতিক অঞ্চলৰ নাম লিখা।

4. দক্ষিণ আমেৰিকা মহাদেশৰ তিনিখন দেশৰ নাম লিখা।

5. পৃথিৱীৰ শতকৰা 40 ভাগ মানুহ কিয় মৌচুমী অঞ্চলত বসবাস কৰে বৰ্ণনা কৰা।

6. পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন? সেই মহাদেশখনৰ ভূ-প্রকৃতি আৰু জলবায়ুৰ বৈশিষ্টসমূহ চমুকৈ লিখা।

HSLC 2018

1.  কেম্পোছ তৃণভূমি থকা দেশখন হ'ল

(i) আর্জেন্টিনা

(ii) ভেনেজুৱেলা

(iii) দক্ষিণ আফ্রিকা

(iv) ব্রাজিল

2. কোনটো অক্ষৰেখা চাহাৰা মৰুভূমিৰ মাজেদি পাৰ হৈ গৈছে?

3. ক্রান্তীয় উষ্ণ মৰু অঞ্চলৰ দুটা মৰুভূমিৰ নাম লিখা।

4. প্রাকৃতিক অঞ্চল কাক বোলে? নিৰক্ষীয় অঞ্চলৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

5. পৃথিৱীৰ প্ৰায় ৯০ শতাংশ মানুহ কিয় উত্তৰ গোলার্ধত বাস কৰে, চমুকৈ ব্যাখ্যা কৰা।

6. পৃথিৱীৰ ক্ষুদ্রতম মহাদেশ কোনখন? সেই মহাদেশখনৰ এটি চমু ভৌগোলিক আভাস দাঙি ধৰা। 

HSLC 2019

1. মাটিকালি হিচাপে ওচেনিয়া মহাদেশৰ দ্বিতীয় বৃহত্তম দেশখন হ'ল

(i) নিউজিলেণ্ড

(ii) ছ'ল'ম'ন দ্বীপপুঞ্জ

(iii) ফিজি

(iv) পাপুৱা নিউগিনি

2. সমধর্মী অঞ্চলৰ এটা উদাহৰণ দিয়া।

3. শীতল মেৰু অঞ্চলৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

4. আফ্রিকা মহাদেশৰ তিনিটা গুৰুত্বপূৰ্ণ হ্ৰদৰ নাম লিখা।

5. এছিয়া মহাদেশৰ ভূ-প্রকৃতিয়ে কেনেদৰে ইয়াৰ জলবায়ুত প্রভাৱ পেলায়?

6. 'আঞ্চলিক ভূগোল' মানে কি বুজা? ইয়াৰ তাৎপর্য কি?

7. ক্রান্তীয় উষ্ম মৰু অঞ্চলৰ পৰিপ্ৰেক্ষিতত জলবায়ুয়ে কিদৰে উদ্ভিদক প্ৰভাৱ পেলায়, চমুকৈ ব্যাখ্যা কৰা।

8. প্রাকৃতিক অঞ্চল কি? পৃথিৱীৰ যিকোনো দুটা প্রাকৃতিক অঞ্চলৰ মানুহৰ জীৱন-প্ৰণালীৰ এটি বর্ণনা দিয়া। 

HSLC 2020

1. এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত অৱস্থিত পর্বতমালাটো হৈছেঃ

(i) ইউৰাল পৰ্বতমালা

(ii) কাৰাকোৰাম পর্বতমালা

(iii) আচ পর্বতমালা

(iv) ককেচাছ পর্বতমালা

3. কোনখন মহাদেশত গোবি মৰুভূমি অৱস্থিত?

4. ক্রান্তীয় তৃণভূমি অঞ্চলৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা।

5. আঞ্চলিক ভূগোলৰ সংজ্ঞা দিয়া।

6. ওছেনিয়া মহাদেশৰ অৱস্থিতিৰ বিষয়ে লিখা।

7. আফ্রিকা মহাদেশৰ দুটা ঘন বসতিপূর্ণ অঞ্চলৰ নাম লিখা।

8. ইউৰোপ মহাদেশৰ যিকোনো দুখন নদীৰ নাম উল্লেখ কৰা।

9. নদী উপত্যকাত জনসংখ্যাৰ ঘনত্ব কিয় অধিক হয় তাৰ তিনিটা কাৰণ দিয়া।

10. পৃথিৱীৰ ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলৰ যিকোনো তিনিখন উল্লেখযোগ্য মৰুভূমিৰ নাম লিখা।

11. এছিয়া মহাদেশৰ যিকোনো তিনিটা মালভূমিৰ নাম উল্লেখ কৰা।

12. সমধর্মী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ সংজ্ঞা দিয়া আৰু ইয়াৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা। 

 HSLC 2022

1. তলৰ কোনখন দেশত পম্পাছ ঘাঁহনি পোৱা যায়?

(i) মংগ'লিয়া

(ii) আর্জেন্টিনা

(iii) আমেৰিকা যুক্তৰাষ্ট্ৰ

(iv) কানাডা

2.  মাউন্ট ব্লেঙ্ক তলত দিয়া পৰ্বতশ্ৰেণীৰ কোনটোৰ শৃংগ?

(i) ককেচাছ

(iii) কার্পেথিয়ান

(ii) পাইৰেনিজ

(iv) আচ

3. তলত দিয়াবোৰৰ কোনটো ইজিপ্তৰ ৰাজধানী?

(ⅰ) খাতুম

(ii) ত্রিপলী

(iii) কাইৰো

(iv) ডার্কান

4. নিৰক্ষীয় অঞ্চলৰ অৱস্থিতি উল্লেখ কৰা।

5. ছাভানা কি?

6. মৌচুমী অঞ্চলৰ অন্তৰ্গত এখন ৰাষ্ট্ৰৰ নাম লিখা।

7. ভাষিক অঞ্চলৰ সংজ্ঞা দিয়া।

8. পৃথিৱীৰ দুটা প্রাকৃতিক অঞ্চলৰ নাম লিখা। 

9. 'মৌছুমী অঞ্চলৰ দুবিধ প্রধান শস্যৰ নাম উল্লেখ কৰা।

10. ভূমধ্যসাগৰীয় অঞ্চলৰ বৈশিষ্ট্যবোৰ চমুকৈ লিখা।

11. শীতল মেৰু অঞ্চলত জনসংখ্যা কিয় বৰ পাতল, লিখা

12. আফ্রিকা মহাদেশৰ জলবায়ু সম্বন্ধে চমুকৈ লিখা।

13. এছিয়া মহাদেশৰ জনসংখ্যা বিতৰণ সম্বন্ধে চমুকৈ লিখা। ইয়াৰ অসমান বিতৰণৰ কাৰণবোৰ উল্লেখ কৰা।

14. তৃণভূমি কি? ক্রান্তীয় তৃণভূমি অঞ্চল আৰু মধ্যঅক্ষাংশীয় তৃণভূমি অঞ্চলৰ মাজৰ বৈশিষ্ট্যসমূহ তুলনা কৰা।

HSLC 2023

1. কংগো নদী অৱবাহিকা ক'ত অবস্থিত? 

(i) আফ্রিকা

(ii) দক্ষিণ আমেৰিকা

(iii) উত্তৰ আমেৰিকা

(iv) এছিয়া

2. সমধর্মী অঞ্চলৰ অৰ্থ লিখা।

3. ভূমধ্যসাগৰীয়া অঞ্চলত অৱস্থিত দুখন দেশৰ নাম উল্লেখ কৰা।

4. "প্রাকৃতিক অঞ্চল” ৰ সংজ্ঞা দিয়া।

5. আঞ্চলিক ভূগোলৰ সংজ্ঞা লিখা আৰু ইয়াৰ বিশেষত্ব উল্লেখ কৰা।

6. উচ্চ পার্বত্য অঞ্চলৰ পাৰিবেশিক বৈশিষ্ট্যসমূহ চমুকৈ বৰ্ণনা কৰা।

7. উত্তৰ আমেৰিকা মহাদেশৰ খনিজ সম্পদৰ এটি চমু খতিয়ান দাঙি ধৰা।

8. পৃথিবীৰ মুখ্য তৃণভূমি অঞ্চলৰ ওপৰত এটি টোকা লিখা।

9. এছিয়া মহাদেশৰ ভূ-প্রাকৃতিক বৈশিষ্ট্যসমূহ আলোচনা কৰা।

 Important Questions   1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)

1. এ. জে. হার্বাটছন কোন?

2. ছেলভা কি?

3. কালহাৰী মৰুভূমিৰ অঘৰী পশুপালকসকলক কি বুলি জনা যায়?

4. কংগো অৱবাহিকাত বাস কৰা অঘৰী লোকসকলক কি বুলি জনা যায়?

5. ছাভানা কি?

6. ভেনিজুৱেলাৰ বিস্তৃত তৃণভূমিক কি নামেৰে জনা যায়।

7. ব্রাজিল বিস্তৃত তৃণভূমিক কি নামেৰে জনা যায়?

8. বেদুইনসকল কোন অঞ্চলৰ অঘৰী পশুপালক?

9. এছিয়া আৰু ইউৰোপৰ বিস্তৃত তৃণভূমিক কি নামেৰে জনা যায়?

10. পম্পাচ কি?

11. দক্ষিণ আফ্রিকাৰ বিস্তৃত ঘাঁহনি অঞ্চলক কি বুলি কোৱা। 11. হয়?

12. ডাউনচ্ কি?

13. ইগলু কি?

14. টিউপিক কি?

15. কায়াক আৰু উমিয়াক কি?

16. পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম লিখা।

17. পৃথিৱীৰ উচ্চতম মালভূমিটোৰ নাম লিখা।

18. পৃথিৱীৰ শীতলতম ঠাইখনৰ নাম লিখা।

19. এছিয়া মহাদেশত মুঠতে কেইখন দেশ আছে?

20. পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ মহানগৰীখনৰ নাম লিখা।

21. পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি?

22. কোনখন মহাদেশৰ মাজেৰে বিষুৱৰেখা পাৰ হৈ গৈছে?

23. আফ্রিকা মহাদেশৰ বৃহত্তম দেশখনৰ নাম লিখা।

24. আফ্রিকা মহাদেশৰ উচ্চতম শৃংগটোৰ নাম কি?

25. ইউৰোপ মহাদেশৰ বৃহত্তম দেশখনৰ নাম কি?

26. ইউৰোপ মহাদেশৰ উচ্চতম শৃংগটোৰ নাম কি?

27. পৃথিৱীৰ তৃতীয় বৃহৎ দেশখনৰ নাম লিখা?

28. উত্তৰ আমেৰিকাৰ বিস্তৃত তৃণভূমিক কি বুলি কয়?

29. সহধর্মী অঞ্চল কাক বোলে?

30. বিশ্বায়নৰ সুফল কি?

31. বিশ্বায়নৰ কুফল এটা লিখা।

32. পৃথিৱীৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ এছিয়া মহাদেশত আছে?

33. প্রাকৃতিক অঞ্চল কি?

34. ছেলভা কোন নদীৰ অৱবাহিকাত অৱস্থিত?

35. ডাউন ঘাঁহনি কোন মহাদেশত পোৱা যায়?

36. তুন্দ্ৰা অঞ্চলত কি চৰাই পোৱা যায়?

37. ইগলু নামৰ ঘৰ কোন মানুহে সজায়?

38. গডউইন অষ্টিনৰ উচ্চতা কিমান?

39. আফ্রিকা মহাদেশৰ মাটিকালি কিমান?

40. আফ্ৰিকাৰ কিমান শতাংশ লোক নগৰবাসী?

41. পৃথিৱীৰ বৃহত্তম দেশ কোনখন?

2/3 Marks Questions (২/৩ নম্বৰীয়া প্ৰশ্ন)

1. আঞ্চলিক ভূগোলৰ বৈশিষ্ট্য কি?

2. কি কি কাৰণত ভূ-পৃষ্ঠৰ বিভিন্ন স্থানত প্রাকৃতিক পৰিৱেশ ভিন ভিন হয়?

3. সহধর্মী অঞ্চল বুলিলে কি বুজা? উদাহৰণ দিয়া।

4. ক্রিয়াত্মক অঞ্চল বুলিলে কি বুজা?

5. ভূ-পৃষ্ঠৰ কিমান শতাংশ মাটি আৰু কিমান শতাংশ পানী?

6. মহাদেশ কেইখন আৰু কি কি?

7. মহাসাগৰ কেইখনৰ নাম লিখা।

8. পৃথিৱীৰ বৃহত্তম মহাদেশ আৰু মহাসাগৰ খনৰ নাম লিখা।

9. প্রাকৃতিক অঞ্চল বুলিলে কি বুজা?

10. এ. জে. হার্বাটছনে দিয়া প্রাকৃতিক অঞ্চলৰ সংজ্ঞাটো কি?

11. এখন ঠাইৰ জলবায়ুৱে ঠাইখনৰ কি কি কাৰকৰ ওপৰত প্রভাৱ পেলায়।

12. জলবায়ুৰ দুটা প্রধান উপাদানৰ নাম লিখা।

13. নিৰক্ষৰীয় অঞ্চলৰ অন্তৰ্গত চাৰিটা অঞ্চলৰ নাম লিখা।

14. পিগমিসকলে কেনেদৰে জীৱন নিৰ্বাহ কৰে?

15. দুবিধ ৰোপণ কৃষিৰ নাম লিখা।

16. মৌচুমী অঞ্চলৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য কি? 

17. মৌচুমী অঞ্চলৰ অন্তৰ্গত চাৰিখন দেশৰ নাম লিখা।
 
18. ক্রান্তীয় তৃণভূমি অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য কি?

19. ক্রান্তীয় উষ্ণ মৰু অঞ্চলৰ অন্তৰ্গত দুখন মৰুভূমিৰ নাম লিখা।

20. পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন? সেই মহাদেশখনৰ ভৌগোলিক অৱস্থিতি সম্পর্কে দুআষাৰ লিখা।

21. ভূমধ্য সাগৰীয় অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য কি?

22. ভূমধ্যসাগৰীয় অঞ্চলৰ অন্তৰ্গত দুখন ঠাইৰ নাম লিখা।

23. ভূমধ্য সাগৰীয় অঞ্চলৰ মানুহৰ জীৱিকাৰ বিষয়ে লিখা।

24. টাইগা বুলিলে কি বুজা?

25. শীতল মেৰু অঞ্চলৰ চাৰিবিধ জন্তুৰ নাম লিখা।

26. শীতল মেৰু অঞ্চলৰ লোকসকলকৰ জীৱিকাৰ বিষয়ে লিখা।

27. শীতল মেৰু অঞ্চলৰ আদিবাসীসকলক বেলেগ বেলেগ অঞ্চলত কি কি নামেৰে জনা যায়?

28. উচ্চ পার্বত্য জলবায়ু বিৰাজ কৰা দুটা অঞ্চলৰ নাম লিখা।

29. ভাৰতৰ চাৰিখন পাৰ্বত্য নিবাসৰ নাম লিখা।

30. এছিয়া মহাদেশৰ উত্তৰ বাহিনীৰ দুখন নদীৰ নাম লিখা।

31. এছিয়া মহাদেশৰ পুব-বাহিনীৰ দুখন নদীৰ নাম লিখা।

32. এছিয়া মহাদেশৰ অন্তৰ্গত প্রশান্ত মহাসাগৰত থকা দুটা দ্বীপৰ নাম লিখা।

33. এছিয়া মহাদেশৰ অন্তৰ্গত ভাৰত মহাসাগৰৰ দুটা দ্বীপৰ নাম লিখা।

34. আফ্রিকা মহাদেশৰ অৱস্থিতিৰ বিষয়ে লিখা।

35. ইউৰোপ মহাদেশৰ অৱস্থিতিৰ বিষয়ে লিখা।

36. কি কি প্রাকৃতিক অৱয়বে ইউৰোপ মহাদেশক এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে?

37. ইউৰোপৰ চাৰিখন উল্লেখযোগ্য নদীৰ নাম লিখা।

38. ইউৰোপ মহাদেশৰ চাৰিটা উল্লেখযোগ্য দ্বীপৰ নাম লিখা।

39. ইউৰোপ মহাদেশৰ চাৰিটা হ্ৰদৰ নাম লিখা।

40. উত্তৰ আমেৰিকা মহাদেশৰ চাৰিসীমা লিখা।

41. উত্তৰ আমেৰিকা মহাদেশৰ উচ্চতম ঠাই আৰু নিম্নতম ঠাইখনৰ নাম লিখা।

42. উত্তৰ আমেৰিকা মহাদেশৰ দুখন নদীৰ নাম লিখা।

43. উত্তৰ আমেৰিকাৰ দুখন উল্লেখযোগ্য মহানগৰৰ নাম লিখা।

44. পৃথিৱীৰ দীর্ঘতম নদীখনৰ নাম কি আৰু এই নদীখন কোনখন মহাদেশত অৱস্থিত?

45. আফ্রিকা মহাদেশৰ দুটা হ্ৰদৰ নাম লিখা।

46. আফ্রিকা মহাদেশৰ দুখন মৰুভূমিৰ নাম লিখা।

47. আবুজা আৰু হাৰাৰে কোন কোন দেশৰ ৰাজধানী?

48. দক্ষিণ আফ্রিকাৰ দুখন উল্লেখযোগ্য মহানগৰীৰ নাম লিখা।

49. চমুটোকা লিখাঃ

(ক) পৃথিৱীৰ প্ৰধান ঘাঁহনি অঞ্চলসমূহ

(খ) নিৰক্ষীয় প্রাকৃতিক অঞ্চল

(গ) ভূমধ্য সাগৰীয় অঞ্চল

(ঘ) মৌচুমী অঞ্চল

(ঙ) এছিয়া মহাদেশৰ ভূ-প্রকৃতি আৰু জলবায়ু

(চ) তুন্দ্রা অঞ্চল

(ছ) পৃথিৱীৰ জনসংখ্যা আৰু ইয়াৰ বিতৰণ

(জ) ক্রান্তীয় উষ্ণ মৰু অঞ্চল

(ঝ) শীতল সৰলবর্গীয় অৰণ্য অঞ্চল।

4/5 Marks Questions (৪/৫ নম্বৰীয়া প্ৰশ্ন)

1. এছিয়া মহাদেশৰ বিস্তৃতিৰ বিষয়ে লিখা।

2. এছিয়া মহাদেশৰ চাৰিসীমাৰ নাম লিখা।

3. আফ্রিকা মহাদেশৰ চাৰিসীমাটো লিখা।

4. ইউৰোপ মহাদেশৰ চাৰিসীমাটো লিখা।

5. তলৰ দেশকেইখনৰ ৰাজধানীৰ নাম লিখা: ফ্রান্স, চুইজাৰলেণ্ড, ইটালী, ডেনমার্ক।

6. উত্তৰ আমেৰিকা মহাদেশৰ বিস্তৃতিৰ বিষয়ে লিখা।

7. উত্তৰ আমেৰিকাৰ চাৰিটা হ্ৰদৰ নাম লিখা।

8. অঞ্চল বুলিলে কি বুজা? ভূগোল অধ্যয়নত অঞ্চলৰ গুৰুত্ব সম্পর্কে ব্যাখ্যা আগবঢ়োৱা।

9. ভূ-পৃষ্ঠত অঞ্চল কেনেদৰে চিনাক্তকৰণ কৰিব পাৰি ব্যাখ্যা কৰা।

10. সহধর্মী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ মাজত পার্থক্য দাঙি ধৰা।

11. পৃথিৱীৰ আঞ্চলিক ভূগোল বুলিলে কি বুজা? অধ্যয়নৰ তাৎপর্য কি?

12. 'প্রাকৃতিক অঞ্চল' বুলিলে কি বুজা? সমগ্র পৃথিৱীক কিমানটা প্রাকৃতিক অঞ্চলক বিভক্ত কৰিব পাৰি? প্ৰতিটোৰে নাম লিখা আৰু মানচিত্ৰত দেখুওৱা।

13. প্রাকৃতিক অঞ্চল অধ্যয়নৰ জৰিয়তে কেনেকৈ পৃথিৱীৰ আঞ্চলিক ভূগোল সম্পৰ্কীয় জ্ঞান লাভ কৰিব পাৰি? চমুকৈ লিখা।.

14. পৃথিৱীৰ প্ৰতিটো প্রাকৃতিক অঞ্চলৰ ভূ-প্রাকৃতিক পৰিৱেশ সম্পর্কে লিখা।

15. অঞ্চল বুলিলে কি বুজা? ভূগোল অধ্যয়নত অঞ্চলৰ গুৰুত্ব সম্পর্কে ব্যাখ্যা আগবঢ়োৱা।

16. পৃথিৱীৰ বিভিন্ন প্রাকৃতিক অঞ্চলসমূহত বিৰাজ কৰা জলবায়ু আৰু উদ্ভিদ সম্পর্কে আলোচনা কৰা।

17. পৃথিৱীৰ বিভিন্ন প্রাকৃতিক অঞ্চলত বাস কৰা মানুহৰ জীৱন- প্ৰণালীৰ এটি বর্ণনা দিয়া।

18. পৃথিৱীত মহাদেশ কেইখন আৰু কি কি? প্রতিখন মহাদেশৰ এটি চমু ভৌগোলিক পৰিচয় দাঙি ধৰা।

19. পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন? মহাদেশখনৰ ভূ- প্ৰকৃতিৰ বিষয়ে চমুকৈ লিখা।

20. দক্ষিণ আমেৰিকা মহাদেশৰ নদ-নদী আৰু উদ্ভিদৰ বিষয়ে চমুকৈ লিখা।

21. পৃথিৱীৰ সৰ্বোচ্চ জনসংখ্যাৰ মহাদেশ কোনখন? সেই

22. মহাদেশৰ জনসংখ্যা আৰু অৰ্থনৈতিক বৈশিষ্ট্যৰ বিষয়ে লিখা।

23. ইউৰোপ মহাদেশৰ ভৌগোলিক বৈশিষ্ট্যসমূহ উল্লেখ কৰা।।

24. উত্তৰ আমেৰিকা মহাদেশৰ ভূ-প্রকৃতি আৰু খনিজ সম্পদৰ বিষয়ে চমুকৈ লিখা।

25. পৃথিৱীৰ প্ৰধান পৰ্বতশ্ৰেণী আৰু নদীসমূহৰ নাম উল্লেখ। কৰি মানচিত্ৰত দেখুওৱা।

26. আফ্রিকা মহাদেশৰ জলবায়ু আৰু জীৱন-নির্বাহ প্ৰণালীৰ বিষয়ে চমুকৈ লিখা।