School Children are enjoying the scenery of India gate
(a) What have you seen in the picture?
Ans: We have seen in the picture that school children are enjoying the view of India Gate.
{(ক) ছবিখনত আপুনি কি দেখিছে?
উত্তৰঃ আমি ছবিখনত দেখিছোঁ যে স্কুলীয়া ল’ৰা-ছোৱালীয়ে ইণ্ডিয়া গেটৰ দৃশ্য উপভোগ কৰি আছে।}
(b) What are the children pointing towards?
Ans: They are pointing to the beauty of India Gate.
{(খ) ল’ৰা-ছোৱালীবোৰে কি দিশলৈ আঙুলিয়াইছে?
উত্তৰঃ ইণ্ডিয়া গেটৰ সৌন্দৰ্য্যলৈ আঙুলিয়াই দিছে।}
(c) Why are the children taking the flags in their hands?
Ans: Children are holding flags in their hands as these are national flags.
{(গ) ল’ৰা-ছোৱালীবোৰে কিয় হাতত পতাকা লৈছে?
উত্তৰঃ শিশুসকলে হাতত পতাকা লৈ আছে যিহেতু এইবোৰ জাতীয় পতাকা।}
(d) Is it 'India Gate'? Write a few lines on 'India Gate'.
Ans: India Gate is located in Rajpath, New Delhi, India. It is a war memorial.
{(ঘ) ‘ইণ্ডিয়া গেট’ নেকি? 'ইণ্ডিয়া গেট'ৰ ওপৰত কেইশাৰীমান লিখা।
উত্তৰঃ ইণ্ডিয়া গেট ভাৰতৰ নতুন দিল্লীৰ ৰাজপথত অৱস্থিত। ই এক যুদ্ধ স্মৃতিসৌধ।}
Check by - Mukesh Borah