No subjects found. Create Your Profile

Showing posts with the label Assamese to EnglishShow all
এক্সৰেৰ পৰা গম পোৱা গৈছে যে হাওঁফাওঁৰ বেমাৰ হৈছে ।
গাডীত উঠাৰ  আগতে পেকেটবোৰ হিচাপ কৰি লোৱা। gadit uthar aagat packetbord hisap kari lowa.
বীমা কৰাৰ পিছত চিঠি হেৰোৱাত ভয় নাথাকে। veema karar pisht chithi herowat bhoy nathake.
চহৰত দিনত দুহাৰকৈ ডাক  বিলোৱা হয়। chaharat dinat duharkai duck vilova hoy.
টিকট নলগোৱা বা কম চিকট লগোৱা আটাইবোৰ চিটি বিয়াৰিং। ticket nalgowa ba com chicket lagowa ataibor citty bearing.
আজিকালি সকলো দিশৰে ব্য়ৱসায়  বেয়া চলিছে। azically socklow dishre vyawsay bea cholis.
সপ্তাহত দুবাৰহে টকা উঠাব পাৰি। saptahat dubarh toka uthab pari.
আপোনাৰ চহী নিমিলে। apona chahi nimil.
তেওঁ ভুৱা চহী কৰি চেকখন ভঙালে teon bhuva chahi kari checkhon bhangal
তেওঁ ভুৱা চহী কৰি চেককন ভঙালে। teon bhuva chahi kari checkon bhangal.
আনৰ লগত অন্যায় নকৰিবা। anar logot anya nakriba.
দুখিয়া প্ৰতি সাদায় সহানুভূতিশীল হোৱা আৰু সময়মতে সহায় কৰা। dukhiya prati saday sahanubhutishil howa aru samayamat sahaya kara.
ডাক্তৰে জুলাপ খাবলৈ নিদেশ দিছে। dactor julappa khablai nidesh dishe.
মোৰ নাড়ীবোৰে ঠিকমতে ক্ৰিয়া  নকৰে মোৰ শৌচ খোলোচা নহয়। more nadibore thikmat kriya nakre more shaush kholosa nahay.
তেওঁ অজীণতাত ভুগি আছে। teon ajintat bhugi ase.
মই পুৰণা কচা বেমাৰৰ দ্বাৰা আক্ৰান্ত হৈ আছোঁ। moi purana kasa bemar dwara akranta hai ason.
মোৰ বমি ভাব হৈ আছে। more vami bhab hai ase.
লক্ষণৰ দ্বাৰা ৰোগ নিণয় কৰা হয়। lakshan dwara rog ninay kara hoy.
ডাক্তৰে পৰীক্ষা কৰি গম পাইছিল যে বেমাৰীৰ জ্বৰ বেচি আছিল। dactor pariksha kari gum pycile je vemari jvar besi asil.
ব্যায়াম সবৰোগ নিবাৰক ঔষধ আৰু ইয়াৰ পৰা একো খৰচ নহয়। byayam sabrogh nibarak aushadh aru year para aco kharach nahay.