ব্ৰহ্মপুত্ৰৰ বালিচৰত হোৱা এবিধ ফুল, ইয়াৰ পৰা তেল তৈয়াৰ কৰা হয়। ঠাই বিশেষে ইয়াৰ খেতি কৰা হয় । ব্ৰহ্মপুত্ৰৰ বা নদীৰ বালি চৰত যঠেষ্ট পৰিমাণে পলস পৰে সেই কাৰণে এইবিধ ফুল হোৱা দেখা যায়। Trishi




A flower in brahmaputra's sands, oil is made from it. It is cultivated in particular in the place. This flower is seen to occur because of the large amount of sediment in the brahmaputra or the sand bed of the river. Trishi



Post Id: DABP000232