Lesson 4

 The Stork and the Fox 

ষ্টৰ্ক আৰু শিয়াল



Look at the pictures below:
(তলত ছবিকেইখন চোৱা)



Work in pairs and talk about what you see in the pictures above:
(জোৰা হৈ কাম কৰা আৰু কোৱা ওপৰৰ ছবিকেইখনত কি দেখিলা)

Read the story 'The Stork and the Fox':

শিয়ালে আৰু সাৰেংৰৰ সাধুতো পঢ়া:

Hello Mr. Stork how are you?

হ্যলো মিস্টাৰ সাৰেং, কি খবৰ তোমাৰ?

I’m fine. Thank you

মই ভালে আছো, ধন্যবাদ।

Would you come to my place for lunch tomorrow?

তুমি অহাকালি দুপৰিয়া মোৰ ঘৰত মধ্যাহ্নভোজন কৰিব আহিব পাৰিবা নে?

Oh! Yes, that would be great.

হয় পাৰিম ,সেইটো বৰ ভাল হ’ব।


The next day , the fox prepared a tasty meal and announced  to the stork, '' The meal is ready''. He served the meal on a beautiful plate and said, ''Let' s start .'

পিচদিনাখন শিয়ালে বৰ খোৱাদৰ আহাৰ প্রস্তুত কৰিলে আৰু সাৰেংটাক ঘোষনা কৰিলে, আহা খোৱাহি মোৰ আহাৰ বনোৱা হ’ল। শিয়ালটোৱে ধুনীয়া কাঁহী এখনত আহাৰখিনি পৰিৱেশন কৰিলে আৰু ক’লে, বলা আমি আৰম্ভ কৰো। 


The stork looked at the meal and said, ''My friend, I have a long beak.
Will you please give me the food in a pot?''

সাৰেংটোৱে আহাৰখিনি চাই ক’লে, বন্ধু মোৰ দীঘলীয়া ঠোঁট আছে। তুমি কি মোক আহাৰখিনি এটা ভেটুৱা পাত্রত দিব পাৰিবানে? 


The fox did not respond to the stork's request and Kept on eating his food. The stork looked at his plate hungrily. He could not eat anything . He left the house of the fox , hungry and sad.

শিয়ালটোৱে সাৰেংটোৰ অনুৰোধ প্রতিক্রিয়া নকৰিলে আৰু নিজৰ খোৱাতে ব্যস্ত থাকিল। সাৰেংটোৱে তাৰ কাঁহীখন বৰ ভোকেৰে চাই আছিল কিন্ত একোকে খাব নোৱাৰিলে। সাৰেংটোৱে শিয়ালটোৰ ঘৰৰ পৰা ভোকেৰে আৰু অতি দুখেৰে গুচি আহিল।

A few days later..........

কিছুদিন পাছত.............

Hello, how are you? Why don't you come to my house for dinner today?

সাৰেংটাৱে শিয়ালটোক সুধিলে---
হ্যলো কি খবৰ তোমাৰ? তুমি মোৰ ঘৰত নহ’লে আজি ৰাতিৰ আহাৰ খাবলৈ আহিবা নেকি?

I’m fine, thank you, I’ll be happy to come

মই ভালে আছো, ধন্যবাদ। 
মই অতি সুখিত আহিবলৈ। 

That evening the stork prepared a tasty meal. He served it a pot with a long and thin neck. He then invited the fox to have the food.

সেই সন্ধিয়া সাৰেংটাৱে বৰ খোৱাদৰ আহাৰ প্রস্তুত কৰিলে। সি ভেটুৱা পাত্রত এটাত তাৰ দীঘল ঠোঁটটোৰে আহাৰখিনি পৰিৱেশন কৰিলে আৰু শিয়ালক আহাৰ খাবলে আমন্ত্রন জনালে।

You are not eating properly, aren’t you feeling well.

তুমিচোন ভালকে খোৱা নাই, গা ভাল নহয় নেকি বাৰু?

Oh, I'm fine. It's only the pot. I can’t eat from the pot. May I have a plate please?


The stork did not respond. He kept on eating his food.

সাৰেংটাৱে শিয়ালৰ কথাত প্রতিক্রিয়া নকৰি নিজৰ খোৱাতে ব্যস্ত থাকিল।


      Now the fox remembered how he treated the stork at his home. He realized that others treat you the way you treat them. He left the house of the stork sadly, having learnt his lesson.

এতিয়া শিয়ালটোৰ মনত পৰিছে তাৰ ঘৰত সাৰেংটা আহোতে কেনেধৰনৰ আচৰণ কৰিছিল।
সি অনুভৱ কৰিলে আনক ‍‍যনেকোৱা আচৰণ কৰিবা ঠিক তোমাকো তেনেকুৱা আচৰণ কৰিব। সি এই নীতিশিক্ষা লৈ অতি দুখ মনে সাৰেংটাৰ ঘৰৰ পৰা গুচি গ’ল।


Word- Meaning:
শব্দ-অর্থ:

Lunch= a meal eaten in the middle of the day (মধ্যাহ্নভোজ )         
দুপৰীয়াৰ আহাৰ= দিনৰ মাজভাগত খোৱা খাদ্য
     
Dinner=  supper (ৰাতি কৰা ভোজন)        
    
Treat=behave (আচৰণ)

Meal=food (আহাৰ )            
                   
Respond=say something in reply (প্রতিক্রিয়া কৰা)            
উত্তৰ দিয়ক=উত্তৰত কিবা এটা কওক
   
Request=asking for something (অনুৰোধ)
অনুৰোধ=কিবা এটা বিচৰা

Sadly=  in a sad manner   (দু:খিতভাবে)          
                 
Happily= in a happy way (সুখীমনেৰে )   
     
Fine=very well (উত্তম)

Beak=a bird’s sharp nose (ঠোঁট)       
ঠোঁট=এবিধ চৰাইৰ চোকা নাক
                    
Serve=present food or drink to someone (পৰিবেশন কৰা)    
পৰিবেশন কৰা=কাৰোবাক খাদ্য বা পানীয় উপহাৰ দিয়া             




 ACTIVITIES 

1. Let's see how much we have understood. Choose the correct answer:
(চাও আহক আমি কিমান বুজিলো। শুদ্ধ উত্তৰটো বাচি উলিয়াক।)

a) The fox invited the stork for
 শিয়ালটোয়ে সাৰেংক ক’ত আমন্ত্রিত কৰিছিল –
i)lunch  (মধ্যাহ্নভোজন)
ii) breakfast (প্রাতভোজন)
iii)dinner (ভোজ)
iv)tea (চাহ)
Ans :-i) lunch (মধ্যাহ্নভোজন)


b) the stork requested the fox to serve his food in
(সাৰেংটোই শিয়ালটোক আহাৰখিনি ক’ত দিবলৈ অনুৰোধ কৰিছিল)
i) a plate (কাঁহী)
ii) a cup (পিয়লা)
iii) a pot (ভেটুৱা)
iv) a bowl (বাটি)
Ans:- a pot (ভেটুৱা)


c) The stork served the food in
(সাৰেংটোই আহাৰখিনি ক’ত বিলাইছিল )
i) a pot (ভেটুৱা)
ii) a bowl (বাটি)
iii) a plate (কাঁহী)
iv) a glass tumbler (গ্লাস)
Ans:- i) a pot (ভেটুৱা)



d) The fox could not eat the meal served by the stork because 
(সাৰেংটোই দিয়া আহাৰখিনি শিয়ালটোয়ে খাব পাৰা নাছিল কাৰণ-)

i) the meal was not tasty (আহাৰখিনি শুৱাদ হোৱা নাছিল)
ii) he was not feeling well (তাৰ গা ভাল নাছিল)
iii) the food was hot (আহাৰখিনি গৰম আছিল)
iv) the pot in which the food was served had a long and thin neck (আহাৰখিনি খাবলৈ ‍‍‍য’ত দিছিল সে ভেটুৱাটোৰ মুখখন দীঘল আৰু খীন আছিল)

Ans:- iv) the pot in which the food was served had a long and thin neck.
(আহাৰখিনি খাবলৈ ‍‍‍য’ত দিছিল সে ভেটুৱাটোৰ মুখখন দীঘল আৰু খীন আছিল)


2. Write the answers:
উত্তৰ লিখাঃ

a) Who invited the stork for lunch?
সাৰেংটোক মধ্যাহ্নভোজনলৈ কোনে আমিন্ত্রিত কৰিছিল?

Ans:- The Fox
(শিয়ালটোয়ে)

b) What was the utensil in which the fox served the meal?
শিয়ালটোয়ে কি বাচনত আহাৰ খাবলৈ দিছিল?
Ans:- a plate
(কাঁহীত)

c) Why didn't the stork respond to the fox's request?
সাৰেংটোয়ে শিয়ালটোৰ অনুৰোধত কিয় একো উত্তৰ নিদিলে?

Ans:- The stork didn’t respond to the fox’s request because to teach a lesson to the fox.
(সাৰেংটোয়ে শিয়ালটোক এটা শিক্ষা দিবলৈ তাৰ অনুৰোধ কৰাৰ পিচটো একো উত্তৰ নিদিলে।)

3. Read the meal timetable of the stork:
(সাৰেংটোৰ আহাৰ খোৱাৰ সময়সূচি পঢ়া)


Meal         Time
---------------------------
Breakfast   8.30 a.m.
Lunch         1.00 p.m.
Dinner         9.00 p.m.


a)At what time does the stork have his lunch? 
(সাৰেংটোয়ে কি সময়ত মধ্যাহ্নভোজন কৰে?

Ans:- the stork had his lunch at 1.00 p.m.
(সাৰেংটোয়ে  এটা বজাত দুপৰীয়াৰ আহাৰ গ্ৰহন কৰে।)

b)What does the stork have at 8.30 a.m
(সাৰেংটোয়ে ৰাতিপোৱা চাৰে আঠ বজাত কি কৰে?)

Ans:- The stork had his breakfast at 8.30 a.m.
 (সাৰেংটোয়ে ৰাতিপোৱা চাৰে আঠ বজাত প্রাতভোজন কৰে।)

4. Work in pairs:
(দুটা মিল কাম কৰা)

Ask each other the following questions about your favourite dish.
ইজেন আনজনক িনজৰ প্ৰিয় খাদ্য কি সুধা

a) What is your favourite dish?
তোমাৰ প্ৰিয় খাদ্য কি?

b) Who cooks it for you?
তোমাৰ কাৰনে কোনে বনায়?

c) What ingredients are used to make it?
বনাওতে কি কি সামগ্রী ৱ্যৱহাৰ হয়?

d) Why do you like it?
তুমি কিয় ভাল পোৱা?

5. Read the following sentences:
 নিম্নলিখিত বাক্যশাৰী পঢ়া

Would You come to my place for lunch tomorrow?
কাইলৈ দুপৰীয়াৰ আহাৰ খাবলৈ মোৰ ঠাইলৈ আহিবনে?

May I have a plate please?
মোৰ প্লেট এখন থাকিব পাৰেনে প্লিজ?

The first sentence is used to make invitation. The second is used to make a request.
প্ৰথম বাক্যটো আমন্ত্ৰণ বনাবলৈ ব্যৱহাৰ কৰা হয়। দ্বিতীয়টো অনুৰোধ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

Now, read the sentences below and say which one is used to make an invitation and which one is used to make request.
এতিয়া, তলৰ বাক্যবোৰ পঢ়ি কওক কোনটো ব্যৱহাৰ কৰি আমন্ত্ৰণ পত্ৰ দিয়া হয় আৰু কোনটো ব্যৱহাৰ কৰি অনুৰোধ কৰা হয়।
 
6. Work in pairs and make invitations and requests using the clues in the brackets:
(দুটা  মিলি কাম কৰা আৰু ব্র‌্যাকেটৰ ক্লো ব্যৱহাৰ কৰি আমন্ত্রণ আৰু অনুৰোধ কৰা।)

a) Will you.........................(give, pen)?
Ans:- Will you give me the pen (মোক কলমটো দিবানে?)

b) Would you .....................(like, some chocolate)?
Ans:- Would you like to have some chocolate? (তুমি চকোলেট খাবা নেকি?)

c) Could you ......................... (come, my house)?
Ans:- Could you come to my house? (তুমি কি মোৰ ঘৰত আহিবা নেকি?)

d) May I .......................(play, you)? 
Ans:- May I play with you? (মই তোমাৰ লগত খেলিব পাৰিম নে?)


8. Let's see how much we have understood:
চাওঁ আহা আমি কিমান বুজি পালোঁঃ

a) Who visited whom and on what occasion? 
(কোনে কাৰ ঘৰলৈ গৈছিল আৰু কি উংৎসৱত গৈছিল?)

Ans:- Bina and Rohit along with their parents visited to their uncles place on the occasion of Magh Bihu
(বিনা আৰু ৰোহিত মাক দেউতাকৰ লগত বিহু খাবলৈ খুৰাক হতৰ ঘৰলৈ গৈছিল।) 


b) What are the people in the picture doing?
(ফটো খনত মানুহখিনিয়ে কি খাই থকা দেখা গৈছে?)

Ans:-In the picture it shows that the people are having tea.
(ফটো খনত মানুহখিনিয়ে চাহ খাই থকা দেখা গৈছে।)


c) What did Binas's aunt say to Bina?
(বিনাৰ খুৰীয়েকে বিনাক কি কৈছিল?)

Ans:- Bina’s aunt asked Bina to have some more ghila pitha.
(বিনাৰ খুৰীয়েকে বিনাক আৰু ঘিলা পিঠা খাবলৈ কৈছিল।

d) What did Bina's uncle offer to his brother?
(বিনাৰ খুৰাকে তেওঁৰ দাদাকক কি প্রস্তব  দিছিল?)

Ans:- Bina’s uncle offer his brother to take a kilo of gur to his home.
বিনাৰ খুৰাকে তেওঁৰ দাদাকক ঘৰলৈ এক কেজি গুৰ নিবলৈ প্রস্তব  দিছিল।
 


9. Answer the following questions in a serial order to complete the narration of a recent visit you made to your friend's relative's place:

আপুনি আপুনাৰ বন্ধুৰ আত্মীয়ৰ ঘৰত অলপতে গৈ অহা তাৰ বিৱণটি সম্পূণ্ কৰোতে সিৰিয়েল ক্রমে  নিম্নলিখিত প্রশ্নৰ উত্তৰ দিব। 

a) Where did you go and when?
তুমি ক’ত আৰু কেতিয়া গৈছিলা?

b) Who did you visit and with whom?
তুমি কাৰ তাত আৰু কাৰ লগত গৈছিলা?

c) How did the host behave when he/she saw you?
নিমন্ত্ৰনকৰ্তাই তোমাক দেখি কেনেকুৱা আচৰণ কৰিছিল?

d) What did you do there?
তুমি তাত কি কি কৰিলা?

e) What did you talk about?
তাতে কি সম্পকে আলপ কৰিলা?

f) What did you eat?
তুমি কি খালা?


g) Did you like the food and why?
তুমি খাই ভাল পাইছিলানে আৰু কিয়?

h) How did you feel?
তুমি কেনেকুৱা অনুভৱ কৰিলা?


10. While going back home, Bina, Rohit and their parents stopped at a tea stall to have tea and snacks. this is the menu that they were given. Read it aloud:

ঘৰলৈ উভতি যাওতে বিনা আৰু ৰোহিতে মাক-দেউতাকৰ লগত এখন চা স্টলত চাহ আৰু নাস্তা কৰিবলৈ সোমাইছিল। মেনুখন তলত দিয়া আছে. চিঞৰি পঢ়া।

           MENU                                MENU
Cutlet                    Rs 30    Ghila pitha           Rs 5 
Paratha                 Rs 20    Til pitha               Rs 5
Puri                       Rs 20     Narikol laru        Rs 5
Chop                     Rs 10     Til pitha         Rs 5
Samosa                 Rs 10     Sira doi          Rs 20
Sweets                  Rs 10     Tea with milk Rs 10
Porridge (kheer)    Rs30      Black tea             Rs 5


 
Imagine that you are at this tea stall. Which of above food    items will you have? Count and say how much money you have to pay.

কল্পনা কৰা যে তুমি এই চা স্টল আছা। তুমি উপৰৰ কোনটো আইটেম খাবা? গণনা কৰি কোৱা এতিয়া কিমান টকা দিব লাগিব?

11. Draw your favourite food and colour it:
(আপুনাৰ প্রিয় খাদ্যটো অঁকন কৰি ৰং কৰক)

12. Bina shows this advertisement to her father: 
    ( বিনাই তাইৰ দেউতাকক এই বিঞাপনটো দেখায় )

Bina tells her father, "This is an advertisement for snacks sold by Jalpan. I like the ghila pithas. Let's order some. If we buy pithas for Rs. 100 or more we will get 50% off."

( বিনাই তাইৰ দেউতাকক কয়, “এইটো জলপান বিঞী কৰা নাস্তাৰ বিঞাপন। মোৰ ঘিলাপিঠাখিনি খায় ভাল লাগিছে। ব’লা আৰু অলপ অডাৰ কৰো। আমি যদি পিঠা এশ টকাৰ বা তাৰ উপৰত ক্রয় কৰো তেতিয়াহ’লে পঞ্চাঁচ শতাংশ ৰেহাই মূল্যত পাম। )

13. a) Collect and paste an advertisement here. Write two sentences about it: 
ইয়াতে বিঞাপন এটা সংগ্ৰহ কৰি তাৰ সম্পকে দুশাৰী বাক্য লিখা।

13. b) Now tell your friend a few sentences about it.
(এতিয়া তোমাৰ বন্ধুক ইয়াৰ সম্পকে কিছুমান বাক্য কোৱা)

14. Find words ending with 'ly' from the word grid below:
(তলত গ্ৰীড শব্দ দিয়া আছে। ‘ly' দি শেষ হোৱা শব্দবোৰ সন্ধান কৰা)



15. Bina has drawn the following picture in a drawing competition. 
(বিনাই অঙ্কন প্রতিযোগিতাত নিম্নলিখিত ছবিটো আকিছে)


Bina has to write a paragraph of five sentences about the picture. Work in pairs and help her in writing the paragraph. You may use the words from the box below.

(ছবিখন চাই বিনাই পাঁচট বাক্য অনুচ্ছেদ কৰিব লাগিব।একেলগে মিলি কাম কৰা আৰু তাইক বাক্যশাৰী অনুচ্ছেদ কৰাত সহায় কৰা। তলৰ বাকচত দিয়া শব্দকেইটা ব্যৱহাৰ কৰিব পাৰা।)


On the eve of Bihu      celebrate     community feast
Merry making     gather    people     uruka     food items

বিহুৰ প্ৰাকক্ষণত     সামূহিক         ভোজ উদযাপন কৰক
মেৰী মেকিং     গোটা     মানুহ     উৰুকা     খাদ্য সামগ্ৰী

16. a) Write in the oval below the name of a festival that you celebrate:
(তুমি যি উৎসৱ উদযাপন কৰা তাৰ নাম এটা তলত থকা ওভেলত লিখা।)

                     
Pick up any four points related to the festival from the box below and complete the word web with appropriate words.

(তলৰ বাকচত থকা উৎসৱ সম্পকে যি কোনো চাৰিটা  পয়েণ্ট তুলি লোৱা আৰু উপযুক্ত শব্দদি ওৱেব শব্দকেইটা সম্পূণ্ কৰা।)

Special dress     gifts     time of celebration  special food

Rituals      places of celebration     reason of celebration

বিশেষ সাজ-পোছাকৰ  উপহাৰ     উদযাপনৰ সময়     বিশেষ খাদ্য

অনুষ্ঠান     উদযাপনৰ স্থান     উদযাপনৰ কাৰণ

16. b) Among the four points which one  will you choose first  and  or then next? Write them below accordingly:  

(চাৰিটা পয়েণ্টৰ ভিতৰত তুমি প্রথমে কোনটো বাচনি কৰিবা আৰু তাৰ পিচত কোনটো কৰিবা।সেই অনুযায়ী তলত লিখা।)

i) -------------------------------------
ii)-------------------------------------
iii)------------------------------------
iv)-------------------------------------

16. c) Now, make sentences using the above points to form a paragraph and write in your notebook.

(উপৰৰ পয়েণ্ট কেইটা ব্যৱহাৰ কৰি এতিয়া বাক্যশাৰী অনুশ্ছেদ গঠন কৰা আৰু নিজৰ নিজৰ বহিত লিখা।)


17. Pick up any one card from below and say two or three sentences about it.

(তলত থকা যিকোনো এখন কাৰ্ড উঠোৱা আৰু ইয়াৰ সম্পৰ্ক দুটা বা তিনিটা বাক্য কোৱা।)

Your favourite festival
 (তুমাৰ প্রিয় উৎসৱ)

Your favourite food
 (তুমাৰ প্রিয় খাদ্য)

 Bihu
 (বিহু)

Your school 
 (তোমাৰ বিদ্যলয়)


Your best friend
(তোমাৰ প্রিয় সখী)

Summer vacation
   ( গৰম বন্ধ)

  
18. Rohit is in Guwahati to participate in a debating competition. Rohit's friends Jabin and Hardip are talking about Rohit's chance of winning the competition.

(ৰোহিতে এটা বিতৰ্ক প্রতিযোগিতাত ভাগ ল’বলৈ গুৱাহাতীত আছে।ৰোহিতৰ বন্ধু জবিন আৰু হৰদ্বিপে এই প্রতিযোগিতাত ৰোহিতৰে জয় হোৱাৰ সম্ভাৱনা আছে বুলি কথা পাতি আছে।)


Now, read the answer that Jabin gives and make the question that Rohit asks.

এতিয়া জবিনে দিয়া উত্তৰ কেইটা পঢ়া আৰু ৰোহিতে সুধা প্রশ্ন কেইটা বনোৱা।

1. How he had prepare himself of the competition?
2. He has prepared himself for the competition fully

১/ তেওঁ প্ৰতিযোগিতাখনৰ পৰা নিজকে কেনেকৈ প্ৰস্তুত কৰিছিল?
২/ প্ৰতিযোগিতাখনৰ বাবে তেওঁ নিজকে সম্পূৰ্ণৰূপে প্ৰস্তুত কৰিছে

3. How he present his ideas
4. He presents his ideas clearly.

৩/ তেওঁ নিজৰ ধাৰণাবোৰ কেনেকৈ উপস্থাপন কৰে
৪/ তেওঁ নিজৰ ধাৰণাবোৰ স্পষ্টকৈ উপস্থাপন কৰে।

5. How he speaks confidently in front of audience?
6. He speaks confidently in front of an audience

19. Some of us are good at painting, singing, dancing, etc. Work in pairs and ask each other what you are good at. Also say how well you do it

(আমাৰ মাজত কিছুমান চিত্রকলা ,গান, নাচ ইত্যাদিত ভাল।এতিয়া জোৰা হৈ কাম কৰা আৰু ইজনে আনজনক সুধা তুমি ক’ত ভাল আৰু কোৱা কিমান ভালকে তুমি কৰিব পাৰা।)


20. Read what happened to the stork in the house of the fox:
সাৰেংটোৰ শিয়ালৰ ঘৰত যাওতে কি হৈছিল পঢ়া:

a) He looked at his plate hungrily.
(সি ভোকেৰে তাৰ কাঁহীখনত চাই আছিল)

Now, read how the fox left the house of the stork.
(এতিয়া কোৱা শিয়ালে সাৰেংটোৰ ঘৰৰ পৰা কেনেদৰে গুচি গৈছিল।)

b) He left the place sadly.
(সি অতি দুখ মনেৰে সেই জাগাৰ পৰা গুচি গৈছিল।)

The underlined words in sentences a) and b) say how something is done.
(ক) আৰু খ) বাক্যশাৰীত আনডাৰলাইন কৰা শব্দকেইটা কিদৰে কিবা কৰা হয় তাকে বুজাইছে।)




Post Id: DABP000641