Lesson- 1



Word and Meaning 

Textbook in English


 

I. Answer these question in a few words or a couple of sentences each.

( প্ৰশ্নসমুহৰ উত্তৰ দিয়া )


1. How old are Margie and Tommy?

( মাৰ্গী আৰু টমীৰ বয়স কিমান? )

Answer:- Margie is eleven and Tommy is thirteen years old.

(মাৰ্গীৰ বয়স এঘাৰ আৰু টমীৰ বয়স তেৰ বছৰ )


2. What did Margie write in her diary?

( মাৰ্গীয়ে তাইৰ ডায়েৰীত কি লিখিছিল? )

Answer:- In her diary, Margie wrote, "Today Tommy found a real book".

(মাৰ্গীয়ে তাইৰ ডায়েৰীত লিখিছিল, "টমীয়ে আজি এখন প্ৰকৃত কিতাপ বিচাৰি পাইছিল। )


3. Had Margie ever seen a book before?

( মাৰ্গীয়ে আগতে কেতিয়াবা কিতাপ দেখা পাইছিল নে? )

Answer:- No, Margie had only heard about a book from her grandfather.

(নাই, মাৰ্গীয়ে পূৰ্বতে কেৱল কিতাপৰ বিষয়ে ককাকৰ মূখৰ পৰা শুনিছিল। )


4. What things about the book did she find strange?

( তাই কিতাপৰ কি কি বিচিত্ৰতা বিচাৰি পাইছিল? )

Answer:- Margie found it strange that the words printed on a book stood still instead of moving the way they did on a screen. She also found it that the words on a page always remained the same as the first time they were read. Besides, the idea that someone would write a back about schools was itself strange for Margie.

     ( মাৰ্গীয়ে এইটো কথা আচৰিত পাইছিল যে কিতাপৰ আখৰবিলাক কম্পিউটাৰ স্ক্ৰীণৰ আখৰবোৰৰ দৰে লৰচৰ নকৰিছিল। তাই এই কথাও লক্ষ্য কৰিছিল কিতাপৰ আখৰবিলাক অপৰিৱৰ্তিত আছিল। ইয়াৰোপৰি কোনোবাই স্কুলৰ ওপৰত কিতাপ লিখাটোও তাইৰ বাবে আশ্চৰ্য্যজনক আছিল। 

                                                     or/বা

The pages of the real book were yellow crinkly the words of the pages where still. they didn't moved as the words move on the computer screen. Margie found this things about the book strange.

(প্ৰকৃত কিতাপখনৰ পৃষ্ঠাবোৰ হালধীয়া ৰঙৰ আছিল য'ত এতিয়াও থকা পৃষ্ঠাবোৰৰ শব্দবোৰ আছিল। কম্পিউটাৰ স্ক্ৰীণত শব্দবোৰ আগবাঢ়ি যোৱাৰ লগে লগে সিহঁত লৰচৰ কৰা নাছিল। মাৰ্জিয়ে কিতাপখনৰ বিষয়ে এই বস্তুবোৰ আচৰিত পাইছিল।)

5. What do you think a telebook is?

(টেলিবুক বুলিলে কি বুজা?)

Answer:- An online book which can be browsed using internet or displayed on a screen is called a telebook.

(টেলিবুক হৈছে ইন্টাৰনেট সেৱাৰ জৰিয়তে অনলাইনত উপলব্ধ কিতাপ।)


6. Where was Margie's school? Did she have any classmate?

( মাৰ্গীৰ স্কুল ক'ত আছিল? তাইৰ কোনো সহপাঠী আছিল নে? )

Answer:- Margie's  school was in her home itself, right next her bedroom.

    No, She did not have any classmate.

(মাৰ্গীৰ স্কুল তাইৰ ঘৰতে শোৱনি কোঠাৰ কাষত আছিল।)

    ( নাই, মাৰ্গীৰ কোনো সহপাঠী নাছিল।)


7. What subject did Margie and Tommy learn? 

(মাৰ্গী আৰু টমীয়ে কি কি বিষয় শিকিছিল? )

Answer:- Margie and Tommy learned geography, history and arithmetic.

    ( মাৰ্গী আৰু টমীয়ে ভূগোল, ইতিহাস আৰু গণিতৰ শিক্ষা গ্ৰহণ কৰিছিল। )


II. Answer the following with reference to the story.

(পাঠটিৰ সহায়ত তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। )


1. "I wouldn't throw it away."

     ( মই এইটো পেলাই নিদিও )

(i) Who says these words? 

Answer:- Tommy says these words.

(উক্ত বাক্যশাৰী টমীয়ে কৈছিল।)


(ii) What does 'it' refer to?

(ইয়াত 'it' শব্দটোৱে কি বুজাইছে?)

Answer:- 'It' refers to the computer screen on which Tommy reads various books.

    ('It' শব্দটোৱে কম্পিউটাৰ স্ক্ৰীণখনক বুজাইছে য'ত টমীয়ে বিভিন্ন ধৰণৰ কিতাপ পঢ়িছিল।)


(iii) What is it being compared with by the speaker?

( ইয়াক বক্তাজন কিহৰ লগত তুলনা কৰিছিল? )

Answer:- 'It' is being compared to the paper book that Tommy found in his house.

    ( ইয়াক কাগজৰ কিতাপৰ লগত তুলনা কৰা হৈছে যিখন টমীয়ে নিজৰ ঘৰত বিচাৰি পাইছিল। )



2. "Sure they had a teacher, but it was not a regular teacher, It was a man."

( নিশ্চয় তেওঁলোকৰো শিক্ষক আছিল, কিন্তু আমাৰ দৰে নিয়মীয়া শিক্ষক নাছিল। সেইয়া কোনো ব্যক্তি আছিল।" )

(i) Who does 'they' refer to?

( 'they' শব্দটোৱে ইয়াত কাক বুজাইছে? )

Answer:- 'They' refers to the ancestors of the children who went to school and studied from a human teacher.

( "They" শব্দটোৱে ল'ৰা ছোৱালীবিলাকৰ পূৰ্ব পূৰুষসকলক বুজাইছে যিয়ে বিদ্যালয়ত ব্যক্তি বিশেষ শিক্ষকৰ পৰা পাঠ গ্ৰহণ কৰিছিল।


(ii) What does "regular" mean here?

( 'Regular' (নিয়মিত) শব্দটোৱে ইয়াত কি বুজাইছে? )

Answer:- Here, 'regular' means the mechanical teacher  who teach Margie and Tommy.

(ইয়াত 'Regular' তথা নিয়মিত শব্দটোৱে যান্ত্ৰিক শিক্ষকজনক বুজাইছে যিজনে মাৰ্গী আৰু টমীক পাঠদান কৰে। )


(iii) What is 'it' contrasted with?

(ইয়াৰ বিপৰীতে কাক সূচাইছে? )

Answer:- It is contrasted with a human teacher.

( ইয়াৰ বিপৰীতে ব্যক্তি বিশেষ শিক্ষকক বুজাইছে। )


III. Answer each of these questions in a short paragraph (about 30 words)

(প্ৰত্যেক প্ৰশ্নৰ উত্তৰ চমুকৈ দিয়া ( ৩০ টা শব্দৰ ভিতৰত)



1. What kind of teacher did Margie and Tommy have?

(মাৰ্গী আৰু টমীৰ কোনোকুৱা ধৰণৰ শিক্ষক আছিল? )

Answer:- Margie and Tommy had mechanical teachers. They were computer which had preloaded lessons on different subjects according to the learner's level. Whenever they malfunctioned, they were opened and repaired.

    (মাৰ্গী আৰু টমীৰ যান্ত্ৰিক শিক্ষক আছিল অৰ্থাৎ সিহঁতে কম্পিউটাৰৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰিছিল য'ত আগতীয়াকৈ ল'ৰা ছোৱালীৰ বয়সৰ অনুযায়ী পাঠদান সমূহ প্ৰস্তত কৰি ৰখা হয়। কেতিয়াবা সিহঁতৰ বিজুতি ঘটিলে মেৰামতি কৰি ভাল কৰি তুলা হয়।)


2. Why did Margie's mother send for the country inspector?

(মাৰ্গীৰ মাকে কিয় গাঁৱৰ নিৰীক্ষকজনক মাতি পঠিয়াইছিল? )

Answer:- Margie was not performing up to the mark in her Geography tests. So her mother was worried. She wanted the country inspector to check if there was some problem with the child or with the teacher.

(মাৰ্গীয়ে ভূগোলৰ পৰীক্ষাত কম নম্বৰ লাভ কৰা বাবে মাক চিন্তিত হৈ পৰিছিল। সেয়েহে তেওঁ গাঁৱৰ পৰিদৰ্শকজনক মাতিছিল যে শিশুটোৰ সৈতে বা শিক্ষকজনৰ সৈতে কিবা সমস্যা আছে নেকি পৰীক্ষা চাওঁক।)


3. What did he do?

(তেখেতে কি কৰিলে?)

Answer:- The country inspector was trained to repair computer teacher. He opened the machine and checked it. The Geography sector was set on a higher level. He reset it to Margie's level.

    (গাঁৱৰ নিৰিক্ষকজন কম্পিউটাৰ মেৰামতি কৰা শিক্ষাৰে প্ৰশিক্ষিত আছিল। তেওঁ কম্পিউটাৰটো খুলি চাই দেখিলে যে ভূগোল বিষয়ৰ ভাগটো ওপৰৰ শ্ৰেণী ল'ৰা ছোৱালীৰ বাবে সজাই থোৱা আছিল। তেওঁ ইয়াক মেৰামতি কৰি মাৰ্গীৰ বাবে ঠিক কৰি দিছিল। )


4. Why was Margie doing badly in geography? What did the country inspector do to help her?

    (মাৰ্গীয়ে ভূগোল বিষয়ত কিয় বেয়া ফলাফল লাভ কৰিছিল? এইক্ষেত্ৰত গাঁৱৰ নিৰীক্ষক জনে তাইক কিদৰে সহায় কৰিছিল? )

Answer:- Margie was doing bad in Geography test as the teacher had developed a fault. The country inspector told Margie's mother that Margie was not at fault her progress was good. He reset the teacher to Margie's level.

      ( মাৰ্গীৰ ভূগোলত কম নম্বৰ পোৱাৰ আঁৰতে দোষ আছিল তাইৰ কম্পিউটাৰ শিক্ষকৰ। গাঁৱৰ নিৰীক্ষকজনে কোৱা মতে এই ক্ষেত্ৰত মাৰ্গীৰ কোনো ভূল নাছিল। তেওঁ কম্পিফটাৰৰ ভূগোল বিভাগটো মাৰ্গীৰ প্ৰয়োজনীয়তা অনুসৰি ঠিক কৰি থৈ গ'ল। )


5.What had once happened to Tommy's teacher?

( টমীৰ শিক্ষকৰ লগত এবাৰ কি হৈছিল? )

Answer:- Once Tommy's teacher had developed a fault as the entire history section had been deleted. After that the teacher had been taken for repairs and it took them a month to set it right.

      ( এবাৰ টমীৰ শিক্ষকৰ ক্ষেত্ৰত বিসংগতিয়ে দেখা দিছিল য'ত ইতিহাসৰ সকলোবোৰ তথ্য নাইকিয়া হৈ গৈছিল। তাৰ পাছত টমীৰ কম্পিউটাৰটো ভাল কৰিবলৈ লৈ যোৱা হৈছিল য'ত সম্পূৰ্ণ এমাহ লাগিছিল মেৰামতি কৰিবলৈ।


6. Did Margie have regular days and hours for school? It so why?

(নিৰ্দিষ্ট সময় সূচী আছিল নে? যদি আছিল কিয়?  )

Answer:- Margie studied at the same time every day, except Saturday and Sunday. Her mother was very particular about her study who told her that she would learn better if she studied at the same time.

    (মাৰ্গীয়ে শনিবাৰে আৰু দেওবাৰৰ বাহিৰে বাকী কেইটা দিনত সদায় একে সময়তে পঢ়িছিল। তাইৰ পঢ়াৰ ক্ষেত্ৰত মাক বৰ সজাগ আছিল আৰু তাইক কৈছিল নিয়মিতভাৱে একে সময়ত অধ্যয়ন কৰিলে ভালদৰে শিকিব পাৰি। )


7. How does Tommy describe the old kind of school?

(টমীয়ে পুৰণি স্কুলৰ বৰ্ণনা কিদৰে আগবঢ়াইছিল? )

Answer:- Tommy describes the old of school as a special building where a person give lesson to the students. There were hundreds of students studying and playing together.

    (টমীয়ে পুৰণি স্কুলৰ বৰ্ণনা এনেদৰে আগবঢ়াইছিল যে পুৰণি কালৰ স্কুলবিলাক এক ভৱন আৰ্হিত আছিল য'ত কোনো ব্যক্তিয়ে ছাত্ৰ ছাত্ৰীক পাঠদান দিছিল। তাত একেলগে কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে পঢ়াশুনাৰ লগতে খেলা ধূলাও কৰিছিল। )


8. How does he describe old kind of teachers?

    ( সি পুৰণিকালৰ শিক্ষকক কিদৰে বৰ্ণনা কৰিছিল? )

Answer:- He says that old kind of teachers were different from their teachers. The old kind of teacher were human being not machines.

      ( সি কৈছিল যে পুৰণি দিনৰ শিক্ষকসকলে সিহঁতৰ শিক্ষকতকৈ বেলেগ আছিল। পুৰণিকলীয়া শিক্ষকবোৰ মানুহ আছিল মেকানিক নহয়। )


IV. Answer each of these question in two or three paragraphs ( 100 - 150 words )

( প্ৰত্যেক প্ৰশ্নৰ উত্তৰ দুটা বা তিনিটা পেৰেগ্ৰাফট লিখা। (১০০ - ১৫০ শব্দৰ ভিতৰত )


1. What are the main features of the mechanical teachers and the schoolrooms that Margie and Tommy have in the story?

   ( মাৰ্গী আৰু টমীৰ যান্ত্ৰিক শিক্ষক তথা শ্ৰেণীকোঠাৰ বিশেষত্ব সমূহ কি কি আছিল? )

Answer:- The mechanical teacher is a computer screen with good audio-video system. It taught students in mechanical voice and tone. It always gave feedback after a child submitted his papers. It can store thousands of  information. Unlike a page in the real books, the mechanical teacher's page is its screen . The screen can display unlimited number of words at one time. The teacher is always present in their house and they can study as per their timings. 

           The teacher sometimes goes wrong as well. There can be some virus Playing havoc with its programming. This may lead to inaccessibility of certain subjects. Sometimes this can lead the teacher to throw really difficult test, which may not be fit for a particular child. Otherwise the teacher is always programmed to suit each individual students learning need and capability.  

 ( যান্ত্ৰিক শিক্ষকবিলাক দৰাচলতে দৃশ্য-শ্ৰব্যযুক্ত কম্পিউটাৰ স্ক্ৰীণ, ই ছাত্ৰ-ছাত্ৰীক যান্ত্ৰিক শব্দৰ জৰিয়তে পাঠদান কৰিছিল। কোনো শিশুৱে কোনো ধৰণৰ কাগজ জমা কৰে ই তা ক্ষণিক ভাৱে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ই বহুত তথ্য একেলগে নিজৰ মাজত জমা কৰি ৰাখিব পাৰে। কিতাপৰ পৃষ্ঠাবিলাকৰ দৰে কম্পিউটাৰ স্ক্ৰীণখন হৈছে ইয়াৰ পৃষ্ঠা। এই স্ক্ৰীণে এবাৰতে অসংখ্য শব্দ প্ৰকাশ কৰিব পাৰে। যান্ত্ৰিক শিক্ষক বিলাক প্ৰতি ক্ষণতে ঘৰত উপস্থিত থাকে আৰু ল'ৰা ছোৱালীবোকে নিজৰ সময় সুবিধা অনুযায়ী শিক্ষা গ্ৰহণ কৰিব পাৰে। 

        যান্ত্ৰিক শিক্ষকবিলাকে কেতিয়াবা অসুবিধাৰো সৃষ্টি কৰে, যাৰ বাবে কিছুমান বিষয়ত খেলিমেলিৰ সৃষ্টি হয়। ইয়াৰ ফলস্বৰূপে ল'ৰা ছোৱালীবোৰ জটিল পৰীক্ষাৰ সন্মূখীন হব লগা হ'ব। অন্যথা ই সদায় ল'ৰা ছোৱালীক উচিত শিক্ষা প্ৰদান কৰে। )


2. Why did Margie hate school? Why did she think the old kind of school must have been fun?

   ( মাৰ্গীয়ে কিয় স্কুল বেয়া পাইছিল? তাইৰ মতে কিয় পুৰণি স্কুল আমোদজনক? )

Answer:- Margie hated school because it was not fun. There was a mechanical teacher and the learning process lacked of life. It was like a machine carrying out the usual working without any fun and laughter Her school was always open, seven days in a week. Her teacher was always on at the same time except weekends, because her mother believe that regular study hours result in better learning.

             Margie thought that the children in the past must have had a lot of fun when they went to school with fellow children. It must have been a pleasant experience to study from a human instead of impersonal machine. While she had no classmate to interact and play with. The human aspect of education in the past made her feel that the school of the past were fun. 

     ( মাৰ্গীয়ে স্কুল বেয়া পোৱাৰ মূল কাৰণ আছিল বিনোদনৰ অভাৱ, তাইৰ স্কুলৰ শিক্ষক আছিল যান্ত্ৰিক য'ত প্ৰণৰ কোনো সঞ্চাৰ নাছিল। ই সদায় সময় অনুযায়ী কামবোৰ কৰি গৈছিল য'ত বিনোদনৰ কোনো ব্যৱস্থা নাছিল। ইয়াৰ উপৰিও তাইৰ স্কুল সপ্তাহৰ গোটেইকেইটা দিনেই খোলা আছিল।  তাইৰ শিক্ষক সদায় একেসময়তে ক্লাছৰ বাবে উপস্থিত আছিল মাত্ৰ শনিবাৰ আৰু দেওবাৰৰ বাহিৰে। কিয়নো তাইৰ মাকে বিশ্বাস কৰিছিল যে সদায় একেসময়তে পঢ়া শুনা কৰিলে পঢ়াত মন বহে।

    মাৰ্গীয়ে ভবিছিল যে পুৰণি দিনৰ স্কুলবিলাকৰ বহু আমোদজনক আছিল আৰু সকলো ল'ৰা ছোৱালীয়ে বহুত আনন্দ কৰিছিল নিজৰ সমনীয়াবিলাকৰ সৈতে। মানুহৰ পৰা পোনপটীয়াকৈ শিক্ষা গ্ৰহণ কৰাটো বৰ আমোদজনক আছিল তাইৰ কোনো বন্ধো বান্ধৱী নাছিল। সেয়েহে তাই ভাবিছিল যে পুৰণি কালত স্কুলত মানুহৰ পৰা পোনপটীয়াকৈ শিক্ষা গ্ৰহণ কৰাটো বৰ ভাল লগা অভিজ্ঞতা।)


3. Do you agree with Margie that school today are more fun than the school in the story? Give reasons for your answer.

     ( তুমি মাৰ্গীৰ সৈতে একমত নে যে বৰ্তমানৰ স্কুল বিলাক কাহিনীত উল্লিখিত স্কুলখনতকৈ বেছি আমোদজনক। কাৰণ দৰ্শোৱা। )


Answer:- Yes, I agree schools today are more fun than the school in the story. The school, in the story have no interaction among students regarding studies. Studying and answering questions seems to be a boring idea without human interaction. Doing homework without anybody's help and writing them in a punch code would also be draining. Moreover children Develop a fair understanding about each other and of their surrounding when they go to a school and interact with each other. It is a healthier way of learning. listening to teachers explanation of lesson is always more interesting than reading the entire lesson on a mechanical computer. It is impossible to discuss problems and situations  with a mechanical teacher that is only programmed to teach in a particular manner. The friends that you make at school are most probably the best friends that you will ever make in your entire life. The various qualities that you learn in school like obedience, respect, kindness for other etc are all a part of school education today. Therefore school today are more fun than the school in the story.

       ( হয় মই একমত যে আজিৰ দিনৰ স্কুলবিলাক কাহিনীত উল্লিখিত স্কুলতকৈ বেছি আমোদজনক। কাহিনীত উল্লিখিত স্কুলত ছাত্ৰ-ছাত্ৰীৰ মাজত কোনো ধৰণৰ কথা বাৰ্তা সম্ভৱ নহয়। ব্যক্তি বিশেষৰ সহায় নোহোৱাকৈ কেৱল প্ৰশ্ন উত্তৰৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰাটো বৰ আমনিদায়ক। কাৰো সহায় নোলোৱাকৈ গৃহকায্য কৰাটো বৰ সহজ নহয়। ইয়াৰোপৰি স্কুললৈ গৈ ল'ৰা ছোৱালীবোৰে কথা বতৰাৰ জৰিয়তে ইজনে আনজনক বুজিব পাৰে। ই সূস্থ শৈক্ষিক পৰিবেশ গঢ়ি তোলে। শিক্ষকৰ পৰা পাঠগ্ৰহন কৰাটো অতি আমাদজনক, কম্পিউটাৰ স্ক্ৰীণত পঢ়ি পাঠ গ্ৰহণ কৰাতকৈ। যান্ত্ৰিক শিক্ষাকৰ সৈতে কোনো ধৰণৰ অসুবিধাৰ সন্মূখীন হ'লেও আলোচনা সম্ভৱ নহয়। কিয়নো ই বিশেষ ধৰণৰ পাঠ্যক্ৰমৰ বাবে সুসজ্জিত হৈ থাকে। বৰ্তমান দিনৰ স্কুললৈ গৈ ছাত্ৰ-ছাত্ৰীয়ে গোটেই জীৱনৰ বাবে বন্ধো বান্ধৱী গোটাব পাৰে। তাৰোপৰি পঢ়াশালিত ল'ৰা ছোৱালীয়ে সহাদয়তা, সৰলতা, আনৰ আদেশ মনা আদি গুণ আয়ত্ত কৰিব পাৰে যিটো কাহিনীত উপলব্ধ স্কুলৰ ক্ষেত্ৰত অসম্ভৱ। সেয়েহে বৰ্তমান দিনৰ স্কুলৰ কাহিনীত ইল্লিখিত স্কুলতকৈ শ্ৰেয়। )


Think about language:

( ভাষাৰ বিষয়ে ভাবো আহা )


1. Find the sentences in the lesson which have the adverbs given in the box. ( তলৰ ক্ৰিয়া বিশেষণসমূহ থকা বাক্যবিলাক পাঠটিৰ পৰা বিচাৰি উলিওৱা। )


awfully

ভয়ংকৰভাৱে

 

sorrowfully

দূকমনেৰে

 

completely

 সম্পূৰ্ণৰূপে

loftily

গৌৰৱান্বিতভাৱে

 

carefully

ভয়ংকৰভাৱে

differently

পৃথকভাৱে

quickly

সম্পূৰ্ণৰূপে

nonchalantly

উদাসভাৱে


1. They turned the pages, which were yellow and crinkly, and it was awfully funny to read words that stood still instead of moving the way they were supposed to on a screen you know.

 ( সিহতে হালধীয়া আৰু উৱলি যোৱা পৃষ্ঠাবোৰ লুটিয়াইছিল। পিছে ই ভয়ানক আছিল কিয়নো সিহতে ভবাৰ দৰে কম্পিউটাৰ স্ক্ৰীণত থকাৰ দৰে আখৰবোৰ লৰচৰ কৰা নাছিল।


2. The mechanical teacher had been giving her test after test  in geography and she had been doing worse and worse until her mother had shaken her head sorrowfully  and sent for the country inspector. 

মেকানিকেল শিক্ষাকৰণে তাইৰ ভূগোলৰ পৰীক্ষা বাৰে বাৰে লৈ আছিল, কিন্ত তাই ভলে নম্বৰ লাভ কৰা নাছিল যেতিয়ালৈকে শিক্ষকৰ মেৰামতিৰ বাবে গাঁৱৰ নিৰিক্ষকজন মাতি অনা হোৱা নাছিল। )


3. They had once taken Tommy teacher away for nearly a month because the history sector had blanked out completely.

    ( সিহঁতে এবাৰ টমীৰ শিক্ষকক এমাহৰ বাবে তাৰ পৰা আতৰ কৰি পঠিয়াইছিল। যিকোনো ইতিহাসৰ তথ্যসমূহৰ সম্পূৰ্ণৰূপে নাইকিয়া হৈ গৈছিল।


4. He added loftily pronouncing the ward carefully "Centuries ago". 

(সি গৌৰৱান্বিতভাৱে আৰু সাৱধানতাৰে উচ্চাৰণ কৰিছিল "শতিকাৰ আগৰ বুলি"। )


5. 


6. " But my mother says a teacher has to be adjusted to fit the mind of each boy and girl it teaches and that each kid has to be taught differently.

     ( কিন্ত মায়ে কৈছিল যে এজন শিক্ষকে তেওঁ পঢ়োৱা ছাত্ৰ-ছা্ত্ৰীৰ বয়স অনুযায়ী পঢ়াব পৰাকৈ নিজকে সাজু কৰিব লাগে যাতে প্ৰত্যেক শিশুৱে পৃথকভৱে শিকিব পাৰে। )


7. " I didn't say I didn't like it", Margie said,

    ( মাৰ্গীয়ে কৈছিল, মই কোৱা নাছিলো মই ভাল নাপাও বুলি,"


8. "May be" he said nonchalantly.

    ( উদাসভৱে সি কৈছিল, "হবও পাৰে", )


2. Now Use these adverbs to fill in the blanks in the sentences below.

(এতিয়া এই বিশেষণবোৰৰ জৰিয়তে তলৰ খালী ঠাইবোৰ পূৰণ কৰা। )


(i) The report must be read carefully so that performance can be improved. 

(প্ৰতিবেদনটো সাৱধানতাৰে পঢ়িব লাগিব যাতে ইয়াতকৈ ভাল পাৰদৰ্শিতা দেখুৱাব পাৰি। )


(ii) At the interview, Sameer answered our questions loftily, shrugging his shoulders.  

(সাক্ষাকাৰত সমীৰে গৌৰবৱোৰে কান্ধ থিয় কৰি আমাৰ সকলো প্ৰশ্নৰ উত্তৰ দিছিল। )


(iii) We all behave differently when we are tired or hungry.

(ভাগৰুৱা বা ভোকাতুৰ অৱস্থাত থকিলে আমি সকলোৱে পৃথকভৱে আচৰণ কৰো। )


(iv) The teacher shock her head sorrowfully when Ravi lied to her.

(যেতিয়া ৰবিয়ে মিছা মাতিছিল শিক্ষক গৰাকীয়ে দূখমনেৰে মূৰটো জোকাৰিছিল।)


(v) I completely forget about it.

( মই এই বিষয়ে সম্পূৰ্ণৰূপে পাহৰি গৈছিলো। )


(vi) When I complimented Revathi on her success, she just smiled nonchalantly and turned away.

( যেতিয়া মই ৰেৱতীক তাইৰ সফলতাৰ বাবে প্ৰশংসা কৰিছিলো তাই উদাসীনতাৰে হাঁহি আঁতৰি গৈছিল। )


(vii) The president of the company awfully busy and will not able to meet you.

(কোম্পোনীৰ সভাপতিজন ভয়ানকভাৱে ব্যস্ত হৈ আছে সেয়েহে তোমাক এতিয়া লগ ধৰিব নোৱাৰিব। )


(viii) I finished my work quickly so that I could go out to play.

(মই কামটো খৰতকীয়াকৈ শেষ কৰিলো যাতে মই খেলিবলৈ বাহিৰত ওলাই যাব পাৰো। )



3. Make adverbs from these adjectives. 

(ক্ৰিয়া বিশেষণবোৰক বিশেষণলৈ পৰিৱৰ্তন কৰা।


(i) angry - angrily

    ( খঙ)     (খঙাল )


(ii) Happy  -  happily

      ( সূখ)      (সূখী)


(iii) merry    -    merrily

     

(iv) sleep    -    sleepily

    ( টোপনি)     টোপনি টোপনি ভাৱ)


(v) easy     -    easily

    ( সহজ)    সহজভাৱে


(vi) noisy   -    noisily

    ( ডাঙৰ শব্দ)    ডাঙৰকৈ শব্দ হোৱা)


(vii) tidy    -     tidily

    (চাফ চিকুন)    (চাফ চিকুণ কৰা)


(viii) gloomy  -  gloomily

    (অন্ধকাৰ)     (অন্ধকাৰময়)

 

4. Complete the following conditional sentences. Use the correct form of the verb.

(তলৰ সংযুক্ত বাক্যবোৰ সম্পূৰ্ণ কৰা। শুদ্ধ ৰূপত ক্ৰিয়াৰ ব্যৱহাৰ কৰা। )

1. If I don't go to Anu's party tonight. She will be angry.

( আজি ৰাতি যদি মই অনুৰ পাৰ্টীলৈ নাযাও, তাইৰ খঙ উঠিব।,


2. If you don't telephone the hotel to order food, you will miss your meal.

(যদি তুমি হোটেললৈ খাদ্যৰ আদেশ দিবলৈ ফোন নকৰা তেনেহ'লে তুমি খাদ্য নাপাবা। )


3. If she doesn't play any games, she will not become strong.

(তুমি যদি কোনো খেল নেখেলা, তেনেহ'লে তুমি শক্তিশালী হ'ব নোৱাৰিবা। )


4. Unless you promise to write back, I will not write to you.

(যেতিয়ালৈকে লিখি দিম বুলি প্ৰতিশ্ৰুতি নিদিয়া, তেতিয়ালৈকে মইও তোমাক লিখি নিদিও।


5. Unless that little bird flies away quickly, the cat will eat it.

(যদি সৰু চৰাইটোক খৰকৈ গুছি নাযায়, তেনেহলে মেকুৰীটোৱে খাই পেলাব।)



Re-Arrange by Dipawali Bora

Author Angamita Dutta

Post Id: DABP000809