Lesson-1 (Poem)


Word and Meanings

Textbook in English


Summary of each stanza

( প্ৰতিটো স্তৱকৰ মূলভাব)

1st Stanza

      " Two roads.........in the undergrowth"

    The poet was standing at a junction where the road forked into two. it was a forest full of yellow leaves due to the autumn season, As the poet could not travel both the roads, he stood there for a long time, deciding which road to take. He looked down at one road as for he could and to where it bent and disappeared in the wild bushes.

       ( কবিয়ে এটা জংচনত ৰৈ আছিল য'ত ৰাস্তাটো দুভাগ হৈ গৈছিল। সন্মূখৰ ৰাস্তাকেইটা হালধীয়া সৰাপাতেৰে ভৰপূৰ হৈ আছিল। কবিয়ে বহু সময় হতভম্ব হৈ ৰাস্তা দুটাৰ সমূখত ৰৈ আছিল। যিহেতু তেওঁ দুয়োটা পথেৰে যাব নোৱাৰে, তেওঁ ৰাস্তাটো যিমান দূৰলৈকে বিয়পি আছিল আৰু যিমান দূৰলৈ সেউজীয়াবোৰ আছিল সিমান দূৰলৈকে তেওঁ ৰ লাগি চাই আছিল। )



2nd Stanza

       "Then took ......... about the same

     After viewing both the roads, the poet decided to take the second road because it was grass and had not been traveled by many. Being an adventurous, he wanted to travel which had not worn off after going forward in the road, the poet had noticed one thing that both the roads had worn in the same manner. 

      ( দুয়োটা পথ অনুধাৱন কৰাৰ পিছত কবিয়ে দ্বিতীয়টো পথ বাছি ল'লে। কিয়নো সেই  পথটো ঘাহৰ আছিল আৰু বেছি মানুহ সেই ৰাস্তাটোৰে যোৱা নাছিল। কবিৰ অনুসন্ধিৎসু মনটোৱে তেখেতক মসৃণ পথটো বাছি লবলৈ প্ৰেৰণা দিছিল। তাৰ পাছত তেওঁ সেই পথেদি আগুৱাই, তেওঁ লক্ষ্য কৰিছিল।


Stanza 3

         "And both ........ ever come back"

    The poet had noticed both worn off road that morning. No leaf had been crushed black as no one had passed from both the roads that morning, thus both of them were covered with leaves. The poet decided to go back on the first road some other day although he knew that one way leads to another and had the doubts if he would ever  be travel on the first road.

      ( কবিয়ে সেইদিনা পূৱা দুয়োটা উৱালি যোৱা ৰাস্তা লক্ষ্য কৰিছিল। সেই ৰাস্তাকেইটাৰ পাতবোৰ সজীৱ হৈ আছিল যিহেতু সেই বাটেদি কোনো মানুহ যোৱা নাছিল। কবিয়ে আগবাঢ়ি যাবলৈ প্ৰথমটো পথ বাছি লৈছিল যদিও তেওঁ জানিছিল যে সেই পথটোৱেদি আনটো পথো পাব পাৰি। এটা সন্দেহ কিন্তু তেখেতৰ মনত আছিল যে পুনৰ আগৰ পথটো পাব পাৰিব নে নাই।


Stanza 4

      The poet was not sure about the success of his choice. He thought he might about his decision of travelling on the second road and he might tell about it with a sigh. He again talked about the two roads from which he selected the one which was less travelled by and the choices made all the difference in his life.

       ( কবিয়ে নিজৰ সিদ্ধান্তকলৈ নিশ্চিত নাছিল। তেওঁ ভাবিছিল যে তেওঁ হয়তু নিজৰ সিদ্ধান্তক লৈ অনুতপ্ত হ'ব লগীয়া পাৰে যে তেওঁ দ্বিতীয়টো পথ বাছি ল'লে। কিন্তো পাছত তেওঁ পুনৰ দুয়োটা পথৰ কথা কৈছিল যাৰ মাজত তেওঁ সহজ অৰ্থাৎ কম মানুহ যোৱা বাটটো বাচি লৈছিল, যিটো সিদ্ধান্তই পাছলৈ তেওঁৰ জীৱনত প্ৰভাৱ পেলাইছিল। )


Thinking about the poem ( কবিতাটোৰ কথা ভাবা )

I. 1. Where does the traveler find himself? What problem does he face?

(বাটৰুৱাজনে নিজকে ক'ত বিচাৰি পাইছিল? তেওঁ কি অসুবিধাৰ সন্মূখীন হৈছিল? )

Answer:- The travellers finds himself at a point where two roads diverge. He is in a problem as he must chose one path and is unable to decide which one to choose. 

( কবিয়ে এটা ৰাস্তাৰ সীমাত ৰৈ আছিল য'ত ৰাস্তাটো দুটা ভাগত ভাগ হৈ গৈছিল। কবিয়ে অসুবিধাৰ সন্মূখীন হৈছিল যিহেতু দুটা ভাগত ভাগ হোৱা ৰাস্তাকেইটাৰ কোনটো বাছি ল'ব নিধাৰণ কৰিব পৰা নাছিল। )


2. Discuss what these phrases mean to you.

(এই ফ্ৰেজবোৰৰ জৰিয়তে কি বুজি পোৱা আলোচনা কৰা)


(i) a yellow wood (এখন হালধীয়া অৰণ্য)

Answer:- A yellow wood refers to the forest which has weathering leaves as in the season of autumn. It represents a world full of again people.

     (শঝাংশই এখন বননিক বুজাইছে যিখন শৰৎ কালৰ শুকান সৰাপাতেৰে ভৰপূৰ। অন্যহাতে ই পৃথিৱীৰ বৃদ্ধ মানুহখিনিকো সূচাইছে। )


(ii) it was grassy  and wanted wear

Answer:- The road was grassy because it was a lees travelled road. it wanted people to move on it.  (পথটো ঘাঁহনিৰে ভৰা আছিল কিয়নো এই পথেদি মানুহে বেছিকৈ অহা যোৱা নকৰে। এই ৰাস্তাটোৱে বিচাৰে মানুহে যাতে ইয়াৰ ওপৰেদি আগুৱাই যায়। )


(iii) the passing there  

Answer:- It means that when he walked over the path that he had chosen. (ইয়াৰ অৰ্থ হ'ল যে তেওঁ নিজে নিৰ্বাচন কৰি লোৱা পথটোৰে আগুৱাই গৈছিল )


(iv) leaves no step had trodden black  

Answer:- It means that no one had walked over the leaves as they were still green. It they had been walked over, they would have turned black. (ইয়াৰ অৰ্থ হ'ল যে কোনো  ব্যক্তিয়ে পাতবোৰৰ ওপৰেদি আগবাঢ়ি যোৱা নাছিল আৰু পাতবোৰ সেউজীয়া হৈ আছিল। কিয়নো কোনোবা সেইফলেদি আগবাঢ়ি যোৱা হ'লে পাতবোৰে শুকান তথা মৰহি গ'লহেতেন। )


(v) how way leads on to way 

Answer:- It means that as we walk on a path, we come across more options and make choices further. We keep on walking ahead on that way. ( ইয়াৰ অৰ্থ হৈছে যে আমি এটা পথত খোজ কাঢ়োঁতে, আমি অধিক বিকল্পৰ সন্মুখীন হওঁ আৰু আগলৈ বাছনি কৰোঁ। আমি সেই পথত আগবাঢ়ি যাওঁ। )


3. Is there any difference between the two roads as the poet describe them. ( কবিয়ে বৰ্ণনা কৰা পথ দুটিৰ মাজত পাৰ্থক্য আছেনে? )

(i) in stanzas two and three?

Answer:- The two paths were similar. In the beginning the poet felt that one of them was grassy and had not been walked over by many people. after walked on for some distance, the poet realizes that it was like the other read.  ( দুটি পথ একেই আছিল। প্ৰথমে কবিয়ে ভবিছিল যে পথ দুটিৰ ভিতৰত এটি পথ ঘাঁহনিময় কিয়নো এি বাটেদি কোনো মানুহ আগবাঢ়ি যোৱা নাছিল। )


(ii) in the last two lines of the poem?

Answer:- In the last two lines, the poet talks of his initial decision when he thought that the roads were different and chose the one that had been walked over by a lesser number of people.

( শেষৰ শাৰীকেইটাত কবিয়ে তেওঁৰ সিদ্ধান্তৰ কথা আওৰাইছে যেতিয়া তেওঁ ভাবিছিল যে দুয়োটা পথেই বেলেগ বেলেগ আৰু তেওঁ সেইটো পথ বাছি লব য্টো পথেদি কম মানুহ গৈছে। )


4. What do you think the last two lines of the poem mean? ( looking back, does the poet regret his choice or accept it? ) ( কবিতাটোৰ শেষৰ শাৰী দুটাৰ বিষয়ে কি ভাবা? কবিয়ে নিজৰ সিদ্ধান্তক লৈ অনুতপ্ত নেকি? )

Answer:- The last two lines have the quintessence of the poem. The poet expresses his opinion that it becomes difficult for a normal human being to change his decision. The poet intends to walk on the first road but he couldn't do so because life does not after multiple chances to choose. The decision taken may mar  one's future or lead one to success. It makes all the differences. He now repents for not getting a chance to travel on the first road.

(কবিতাটোৰ শেষৰ শৰীকেইটাতে সাৰাংশ লুকাই আছে। কবিয়ে নিজৰ মতামত আগবঢ়াইছে যে এজন সাধাৰণ মানুহৰ নিজৰ সিদ্ধান্ত ক্ষেত্ৰত অসুবিধাৰ সন্মূখীন হয়। কবিয়ে প্ৰথমটো ৰাস্তাত খোজেৰে আগবাঢ়ি যাব বিচাৰিছিল কিন্তো যাব নোৱাৰিলে কিয়নো জীৱনে কেতিয়াও অসংখ্য সুযোগ নিদিয়ে। মানুহে গ্ৰহণ কৰা যিকোনো সিদ্ধান্তই তেওঁৰ ভবিষ্যতত প্ৰভাৱ পেলাই আৰু সফলতাৰ দিশে আগুৱাই নিয়ে। যাৰ ফলত বিভিন্নতাৰ সৃষ্টি হয়। সেয়েহে তেওঁ অনুতপ্ত যে তেওঁ প্ৰথমে ৰাস্তাটোৰ খোজকাঢ়ি যাবলৈ সুযোগ নাপালে। )


II. Q.1. Have you ever had to make a difficult choice ( or do you think you will difficult choice to make)? How will you make the choice for what reasons?

( তুমি কেতিয়াবা জটিল সিদ্ধন্ত লৈ পাইছানে? যদি পাইছা কেনেকৈ লোৱা সেই সিদ্ধান্ত? )

Answer:- Such situation accur in everyone's life. In today's world people have numerus alternatives, But the decision should be taken after considering all the ins and auts of the situation. we must ruminate over the disadvantages also.

(এনেধৰণৰ পৰিস্থিতি সকলোৰে জীৱনত আহে। আজিৰ যুগত মানুহৰ ওচৰত অসংখ্য পৰিপূৰক থাকে। কিন্তো পৰিস্থিতিৰ সকলো আতি গুৰি চাইহে সিদ্ধান্ত গ্ৰহণ কৰা হয়। পিছে আমি সকলোৱে প্ৰতিকূল পৰিস্থিতিৰ চকু দিব লাগে।


2. After you have made a choice do you always think about what might have been, or do you accept the reality? ( তুমি কিবা এটা সিদ্ধান্ত লোৱাৰ পাছত কি হ'ব ভাবি  চোৱানে? তুমি বাস্তৱক গ্ৰহণ কৰানে? )

Answer:- One should live in the present and not in the past. The philosophy of "is" is the key to attaining success. Life is not a bed of rases. Its hurdles are to be crossed bravely. One must not feel nervous  and get dejected in the trying aircume  tonces. On some instances, one needs to be confident about the choice he makes.

( অতীতক পাহৰি প্ৰত্যক মানুহ বৰ্তমান গুৰুত্ব দিব লাগে। বৰ্তমানেই হৈছে ভৱিষ্যতৰ সফলতাৰ মাপ কাঠি। জীৱনৰ বাটটো ফুলৰ দৰে মসৃণ নহয়। জীৱনৰ ঘাত প্ৰতিঘাত সদায় সাহসেৰে সন্মূখীন হব লাগে। মানুহ কেতিয়াও দূৰ্বল হব নালাগে যিকোনো পৰিস্থিতিতে। সদায় যিকোনো সিদ্ধন্ত আত্মবি শ্বাস আৰু সাহসেৰে লব লাগে।)



Re-Arrange by Dipawali Bora

Author Angamita Dutta

Post Id: DABP000822