Lesson- 9    


The Bond of Love   


1. Think about the text ( পাঠটিৰ বিষয়ে ভাবা )


I. Given in the Box are some headings. Find the relevant paragraphs in the text to match the headings.

(তলৰ তালিকাত কিছুমান শিৰোনাম দিয়া আছে। প্ৰতিটো শিৰোনামৰ বিপৰীতে কোনটো স্তৱক হ'ব বাছি উলিওৱা। )


(i) An orphaned cub  - 1 no paragraph

( অনাথ শিশু ভালুক )  ( ১ ম স্তৱক )


(ii) Bruno's food chart - 6 no paragraph

( ব্ৰনোৰ খাদ্য তালিকা ) ( ষষ্ঠ স্তৱক )


(iii) An accidental case of Poisoning - 8 No Paragraph

( আকস্মিকভাৱে হোৱা বিহপান )         ( অষ্টম স্তৱক )


(iv) Playful Baba - 12 No Paragraph

( খেলি ভাল পোৱা বাবা )        


(v) Pain of Separation - 14 No Paragraph

( বিচ্ছেদৰ বেদনা )       


(vi) Joy of Reunion - 17 No Paragraph

( পুনঃ মিলনৰ আনন্দ )   


(vii) A request to the Zoo 18 No Paragraph

 ( চিৰিয়াখানা কতৃপক্ষৰ ওচৰত প্ৰাথনা ) ( অষ্টাদশ স্তৱক )


(viii) An Island in the Courtyard - 21 No Paragraph

( চোতালত নিৰ্মাণৰত দ্বীপ )   ( একবিংশ স্তৱক )


II. Answer the following questions.

( তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া )


1. " I got him for her by accident " 

( মই তাক আকস্মিকভাৱে তাইৰ কাৰণে লৈ আহিলো )


I) Who says this ?

( কোনে এই কথাষাৰ কৈছিল ? )

=The author says this .

( লিখকে এই কথাষাৰ কৈছিল । )


ii) who do 'him' and 'her' refer to ? 

( 'সিʼ আৰু 'তাইʼ শব্দ চুটিয়ে কাক সূচাইছে ? )

=>  Him' refers to the baby bear and 'her' refers to the author's wife. 

( 'সি' শব্দটোৱে পোৱালী ভালুকটোক আৰু 'তাই' শব্দটোৱে লিখকৰ পত্নীক বুজাইছে ।)


iii) what is the incident referred to hear ?

( ইয়াত কোনটো‌ ঘটনাৰ ‌কথা কৈছে ? )

=> The incident refers to the catching of the baby bear.

( ভালুক পোৱালিক ধৰা ঘটনাটোৰ বিষয়ে কোৱা হৈছে ।)


2. He stood on his head in delight.

( তেওঁ নিজৰ ভৰিত নিজে আনন্দমনে থিয় দিছে )


i) who does 'he' refer to ? 

( ' He' এ কাক সূচাইছে?) 

= ' He' refers to the baby bear.

(' He' এ পোৱালী ভালুকটোক সূচাইছে ।)


ii) Why was he delighted ?

(তেওঁ কিয় আনন্দমনে আছিল?)

=> He is delighted because he was happy to see the author's wife a long time.

( তেওঁৰ মনটো আনন্দৰে ভৰি  পৰিছিল কিয়নো তেওঁ বহু দিনৰ মূৰত লিখকৰ ঘৈণীক দেখা পাইছিল ।)


3. "We all missed him greatly: but in a sense we were relieved."

( আমি সকলোৱে তাক বৰকৈ মনত পেলাইছো তথাপিও আমি কিছু সকাহ অনুভৱ কৰিছিলোঁ ।)


(i) Who does "we all" stand for ?

( ' we all ' শব্দটোৱে কাক বুজাইছে ?)

=>' We all' stand for the author, his wife and son.

' We all'  শব্দটোৱে লিখক , তেওঁৰ  পত্নী  আৰু পুত্ৰক‌ বুজাইছে ।)


(ii) Who did they miss ?

( তেওঁলোকৰ কালৈ মনত পৰিছিল ? ) 

= They miss the baby bear.

( তেওঁলোকৰ ভালুকৰ পোৱালীটোলৈ মনত পৰিছিল ।)


(iii) Why did day nevertheless feel relieved?

( তেওঁলোকে কিয় সকাহ অনুভৱ কৰিছিল ? ) 

=> They feel relieved because it was getting difficult for them to keep the baby bear at home.

( তেওঁলোকে সকাহ‌ অনুভৱ কৰিছিল কিয়নো ভালুকৰ পোৱালীটো ডাঙৰ হৈ অহা বাবে তাক‌ ঘৰত ৰখাটো কষ্টদায়ক হৈ পৰিছিল ।)


III) Answer the fallowing questions in 30 to 40 wards each .

প্ৰশ্নসমূহৰ উত্তৰ ৩০ ৰ পৰা ৪০ টা শব্দৰ ভিতৰত দিয়া )


1. On two occasions Bruno ate / drank something that should not be eaten / drunk . What happened to him on these occasions?

( দুটা ঘটনাট ব্ৰনোৱে কিবা নাখাবলগীয় বস্ত্ৰ মুখত দিছিল । ইয়াৰ ফলত সি কি পৰিস্থিতিৰ সন্মুখীন হ'ব লগীয়া হৈছিল ।)

Answer:-  Once the author's wife put Barium  carbonate to kill rat ans mice , which Bruno drank accidentally and became paralysis to the extend that he could not stand on his feet .On another incident Bruno drank one gallon of old engine oil . But it had ill effects on him.

( এবাৰ লিখকৰ পৰিবাৰে ঘৰৰ এটা কোনত চিকা , নিগনি আদি মাৰিবৰ বাবে বেৰিয়াম কাৰ্বনেট দি থৈছিল আৰু ব্ৰনোৱে সেইখিনি আকশ্মকভাৱে মুখত‌ দিছিল যাৰ ফলত সি অচেতন হৈ পৰিছিল। আনটো ঘটনাট ব্ৰনোৱে পুৰণি গেলেনত থকা ইঞ্জিনৰ তেল খাই পেলাইছিল। পিছে ইয়াৰ ফলত তাৰ কোনো ক্ষতি হোৱা নাছিল।)


2. Was Bruno a loving and playful pet ? Why, then, did he have to be sent away ? 

( ব্যনো  এক মৰমীয়াল আৰু ধেমেলীয়া ভালুক হয়নে ? যদি হয় তেনেহলে তাক কিয় ঘৰৰ পৰা আঁতৰত পঠিয়াই দিয়া হৈছিল? )

Answer:- Yes Bruno was a loving and playful , but also a mischievous pet . Everyone in the author's house including the two Alsatian  days , and the children of the tenants became very attached to Bruno . With time Bruno become old and bigger in size , his name was also changed from Bruno to Baba . They face difficulty to take care of Bruno for his bigger size . So he was sent to a zoo.

( হয় ব্ৰনো এটা ময়মীয়াল আৰু ধেমেলীয়া ভালুক আছিল, পিছে সি বহুত উৎপাতো কৰিছিল, লিখকৰ পৰিয়ালৰ সদস্য । তেওঁলোকৰ পোহনীয়া কুকুৰ দুটা তাৰোপৰি তেওঁলোকৰ ভাড়াতীয়াৰ ঘৰৰ লৰা ছোৱালী কেইটাও ব্ৰনোৰ লগত অন্তৰংগ সম্পৰ্ক গঢ়ি তুলিছিল। সময় বাগৰাৰ লগে লগে ব্ৰনো ডাঙৰ হৈ আহিল আৰু তাৰ নামটো সলাই 'বাবা' কৰা হ'ল। লীখকৰ পৰিয়ালে তাক লৈ বিভিন্ন সমস্যাৰ সম্মুখীন হ'ব লাগে কিয়নো সি ইতিমধ্যে এক বৃহৎ আকাৰৰ ভালুকলৈ পৰিৱৰ্তন হৈ পৰিছে , সেইবাবে তাক  চিৰিয়াখানালৈ পঠিয়াই দিয়া হৈছিল।)


3. How was the problem of what to do with Bruno finally solved ?

( ব্ৰনোৰ লগত ‌সৃষ্ঠি হোৱা সমস্যটোৰ সামাধান কেনেকৈ হ'ল ? )

Answer:- Though Bruno was a bear, he became very close to the author's family for his loving and playful nature. When he was sent to zoo far his bigger size, he became very sad. He missed the author's hours a lot , that he did not eat properly and became weak day by day . Similarly the author's wife did not bear the pain of separation with Bruno . One day she went to Mysore to meet Bruno. After seeing his pitiful condition she decided to get Bruno back home . The narrator and his wife made every possible effort to bring him with them. They asked for the permission at the office of the authority. The created all facility for Bruno and took him back with them in a small cage.

        (‌ ব্ৰনো এটা ভালুক যদিও সি‌ বহুত মৰমীয়াল আৰু পৰিয়ালৰ সকলো মৰম‌ আপোন কৰি লৈছিল। পিছে সি ডাঙৰ হৈ অহাৰ লগে লগে তাক চিৰিয়াখানালৈ পঠিয়াই দিয়া হৈছিল যাৰ বাবে সি সদাই মন মাৰি আছিল। লিখকৰ ঘৰলৈ তাৰ সদাই ঘনাই মনত পৰিছিল, মনৰ দুখত সি একো খাব নোৱাৰা হৈছিল আৰু ক্ৰমাৎ সি দুৱ‌ল হৈ পৰিছিল । সেইদৰে লেখকৰ পত্নীয়ে ব্ৰনোৰ পৰা আতৰত থাকি ভাগি পৰিছিল। এদিন তেওঁ মাইচোৰৰ চিৰিয়াখানালৈ ব্ৰনোক লগ কৰিব‌ গৈছিল। তাত ব্ৰনোৰ দূৰৱস্থা দেখি তেওঁ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি তাক ঘৰলৈ উভতাই অনাৰ সিদ্ধান্ত ললে, ব্ৰনোৰ বাবে প্ৰয়োজনীয় সকলো বস্ত তেওঁলোকে যোগাৰ কৰিলে।)


Thinking about the language

( ভাষাৰ বিষয়ে ভাবা ) 

I.1. Find these words in the lesson. They all have ie  or  ei  in them.

( শব্দবোৰ পাঠটিত বিচাৰি উলিওৱা , ie অথবা ei ৰে খালি ঠাই পূৰ কৰা )

Field ( খেলপথাৰ ), Ingredients ( সামগ্ৰী ), Height ( উচ্চতা ), mischievous (দুষ্টামি), Friends ( বন্ধু ), Eighty seven (‌ সাতাশী ), Relieved ( সকাহ ), Piece (‌‌ টুকুৰা ) 


2. Now here are some more words complete them with ie or ei , consult a dictionary if necessary .

( তলত ‌আৰু কিছুমান শব্দ দিয়া আছে , সেই শব্দবোৰ ie অথবা ei ‌ৰে‌ পূৰ কৰা )

Believe (‌ ভৰসা ) 

Recieve ( গ্ৰহন কৰা )

Weird ( অদ্ভূত )

Leisure ( ছুটি )

Seize ( আয়ত্ত কৰা )

Weight ( ভৰ )

Reign ( শাসন কৰা )

Teign ( অজুহাত )

Grief ( শোক প্ৰকাশ )

Pierce ( প্ৰৱেশ কৰা )


3. Here are some wards with silent letters. Learn their spelling . Your teacher will dictate these words to you . Write them down and underline the silent letters.

(‌ ইয়াত কিছুমান শব্দ দিয়া আছে যত কিছুমান অখৰ শব্দহীন। গতিকে সেই আখৰবোৰ বাছি উলিয়াই চিহ্নিত কৰা )  

Knock ( টকটকোৱা ) 

Wrestle ( মল্লযুঁজ )

Walk (‌ খোজ কাঢ়া ) 

Wrong ( ভূল ) 

Knee ( আঠু )

Half  ( আধা )

Honest ( সৎ )

Daughter ( ছোৱালী )

Hours (‌ ঘন্টা ) 

Return ( ঘূৰাই ‌দিয়া )

Harnet (‌ পোক পতঙ্গ )

Calm ( শান্ত )

Could (‌‌ সামৰ্থ )

Sign ( স্বাক্ষৰ ) 

Island (‌ দ্বীপ )

Button (‌ বুটাম )

ইয়াত কিছুমান শব্দ দিয়া হৈছে য'ত কিছুমান আখৰ শব্দহীন। গতিকে সেই আখৰবোৰ বাছি উলিয়াই চিহ্নিত কৰা।



Re-Arrange By Dipawali Bora