Lesson 10
I Wonder
Often do I wonder
প্রায় মই বিস্মিত হওঁ
When I see and ponder
যেতিয়া মই দেখো আৰু ভাবো।
The grass is always green
ঘাহঁ সদায় সেউজীয়া হয়
And the wind is never seen.
আৰু বতাহ কেতিয়াও নেদেখি।
When the moon is not round
যেতিয়া চন্দ্র গোল নহয়
The missing bit is not found
হেৰোৱা পৰিমাণ পোৱা নাজায়
The clouds hang so high
মেঘ ওখত ওলমি আছে
Who fixes a rainbow in the sky.
যিয়ে আকাশত এটা ৰামধেনু ঠিক কৰি দিয়ে।
How do the bird s learn
চৰাইবোৰে কেনেকৈ শিখে
To make a nest
বাহ তৈয়াৰ কৰিব
And the trees are standing
আৰু গছবোৰ থিয় হৈ
Always at rest.
সদায় জিৰাই।
Exercise
1. Reci te the poem .
(প্রশ্ন: কবিতাটো মুখস্ত মাতা।)
2. Fill up the blanks .
প্রশ্ন: বাক্যবোৰ সম্পূর্ণ কৰা।
(a) The trees are always in Green.
(গছবোৰ সদায় জিৰাই থাকে।)
(b) Birds know to build Nest.
(চৰাই জানে কেনেকৈ বাহ তৈয়াৰ কৰে।)
(c) Clouds hang High in the sky.
(মেঘ ওখত ওলমি আছে)
3. Understand the meaning of
শব্দবোৰৰ অর্থ বুজা
Wonder বিস্মিত - I wonder মই বিস্মিত - I do wonder মই বিস্মিত
হৈছো
Ponder ভাবো - I ponder মই ভাবো - I do ponder মই ভাবিব ধৰিছো
Remember মনত ৰাখ - I remember মই মনত কৰো - I do remember মই মনত কৰিছো
Understand বুজিছো - I understand মই বুজো - I do understand মই বুজিছো
Welcome আদৰণি - We welcome আমি আদৰণি জনাওঁ We do
welcome আমি আদৰণি জনাইছো
4. Know the meaning of
শব্দবোৰৰ
অর্থ জানা
wonder,-
(বিস্মিত,)
ponder,
( ভাবো)
hang
ওলমিছে
5. Write the opposite word of
শব্দবোৰৰ বিপৰীত লিখা
Low high
তলত থকা ওপৰত থকা
Ever never
কেতিয়াবা কেতিয়াও
Stand sit
থিয় বহা
Sometimes immediately
কেতিয়াবা তুৰন্ত
6. Fill up the gaps
খালী ঠাইবোৰ পূৰণ কৰক
(a) When the moon is not round.
The missing bit is not found .
(যেতিয়া চন্দ্র গোল নহয়
হেৰোৱা পৰিমাণ পোৱা নাজায়।)
(b) The grass is away green
And the wind is never seen .
(ঘাহঁ সদায় সেউজীয়া হয়
আৰু বতাহ কেতিয়াও নেদেখি।)
Post ID: DABP001513
1 Comments