The village Market

গাওঁ বজাৰ

    Today is Sunday. Mohan Nath is taking the children to the village market. They are Barun, Kanak and Neeta.

আজি দেওবাৰ। মোহন নাথে ল’ৰা-ছোৱালীকেইটাক লৈ গৈ আছে গাঁৱৰ বজাৰলৈ। বৰুণ, কনক আৰু নীতা।

Neeta:       Why are so many people here?

নীতা:         ইয়াত কিয় ইমান মানুহ আছে?

Father:        Today is the market day. People come here to buy and sell goods.

দেউতা:         আজি বজাৰ দিন হয়। মানুহবোৰ ইয়াত বস্তু কিনিব আৰু বিক্রী কৰিব আহে

Kanak:        Father, look at the man over there. Who is he?

কনক:         দেউতাচোৱা সেই মানুহজনক তেখেত কোন হয়?

Father:        He is a farmer. He grows vegetables. He is selling fresh vegetables.

 দেউতা:       তেখেত এজন কৃষক। তেখেতে শাক-পাচলি খেতি কৰে। তেখেতে সতেজ শাক-পাচলি বিক্রী কৰে

Barun:        Look at that woman. What is she selling?

বৰুন:         সেই মাইকী মানুহ গৰাকী লৈ চোৱা। তাই কি বিক্রী কৰিছে?

Father:        She is selling fans. She makes them herself.

দেউতা:         তাই বিচনী বিক্রী কৰিছে। তাই সেইবোৰ নিজে বনাইছে

Kanak:        See, the fans are very colourful.

কনক:         চোৱাবিচনীবোৰ ইমান ৰঙীন

Father:        They are made of bamboo.

দেউতা:         সেইবোৰ বাহঁ গছেৰে নির্মান কৰিছে

Neeta:         Here is a cobbler. Will you mend my shoe?

নীতা:         এয়াত মুচিয়াৰো আছে। মোৰ জোতাজোৰ মেৰামতি কৰি দিবানে?

Cobbler:      Alright, my child, I will mend it in five minutes.

কবলাৰ: ঠিক আছে সন্তান, পাঁচ মিনিটৰ পিছত মেৰামতি কৰিম।

Barun:        Father, we are hungry. Let's have some bananas and guavas.

 বৰুন:        দেউতাআমাৰ ভুক লাগিছে বলা আমি কিছুমান কল আৰু মধৰিয়াম খাওঁ

Father:        Alright, let's have some sweets also.

দেউতা:        ঠিক আছেমিঠাই লগতে খাম

Neeta:         Father, you drink tea. We will drink milk.

নীতা:         দেউতাতুমি চাহ খোৱা। আমি গাখীৰ খাওঁ

Father:        Alright, have some hot milk. Milk is good for health.

দেউতা:        ঠিক আছে গৰম গাখীৰ খোৱা তোমালোকে। গাখীৰ স্ৱাস্থ্য কাৰণে ভাল

Kanak:        No, I will eat ice-cream.

                     নহবমই আইছ-ক্রীম খাম

All of them go to the Snacks Corner.

                     তাৰ পাছত সকলোবোৰ ওচৰৰ চাহ পানী দোকান লৈ গ


Exercise

1. Understand the meaning of the following:

তলত দিয়া শব্দবোৰৰ অর্থ বুজা:

market day, village market, snacks corner, fresh fruits.

বজাৰ দিন, গাওঁ বজাৰ, চাহ পানী দোকান, সতেজ ফল

2. Fill in the blanks :

খালি ঠাই সম্পূর্ণ কৰা:

a. Father took the children to the village market.

দেউতাকে নিজৰ লৰা ছোৱালী কেইটাক গাওঁৰ বজাৰ খনৰ লৈ গৈছিল।

b. The woman made the fans herself.

মাইকী মানুহ গৰাকী নিজে বিচনীকেইখন নির্মান কৰিছে

C. The cobbler will mend the Neeta’s shoe in five ................

মুচিয়াজনে পাচঁ মিনিটতে নীতাৰ জোতা মেৰমতি কৰিছে

d. Let's have some bananas and guavas.

বলা আমি কল অৰু মধুৰিয়াম খাওঁ

e. Milk is good for health.

গাখীৰ স্ৱাস্থ্য কাৰণে ভাল

f. Fans are colourful .

বিচনিবোৰ ৰঙীন

g . Fans are made of bamboo.

বিচনিকেইখন বাহঁগছৰে নির্মান কৰিছে

h. A farmer is selling fresh vegetables.

কৃষকজনে সতেজ শাক-পাচলি বিক্রী কৰে

i. A woman is selling fans.

মাইকী মানুহ গৰাকীয়ে বিচনি বিক্রী কৰিছে

j. A cobbler is mending shoes.

মূচিয়াজনে জোতা মেৰমতি কৰিছে

3. What are the names of the children of Mohan Nath?

মহান নাথৰ লৰা-ছোৱালি কেইটাৰ নাম কি?

Ans: Barun, Kanak, and Neeta are the names of the children of Mohan Nath.

বৰুন, কনক, আৰু নীতা মহান নাথৰ লৰা-ছোৱালি কেইটাৰ নাম আছিল।

4. What day is the market day?

কোন দিনা বজাৰ দিন বুলি কয়?

Ans: Sunday is the market day.

দেওবাৰ দিনা বজাৰ দিন বুলি কয়

5. Why do people go to the village market?

মানুহবোৰ কিয় গাওঁ বজাৰ খনলৈ যায়?

Ans: People come to the village market to buy and sell goods.

মানুহবোৰ ইয়াত বস্তু কিনিব আৰু বিক্রী কৰিব আহে

6. Complete the sentences

বাক্য সম্পূর্ন কৰা

(using words: milk, sweets, fruits, ice-cream)

(ব্যৱহাৰ শব্দ: গাখীৰ, মিঠা, ফল, আইচ-ক্রীম)

a. Mohan Nath likes sweets.

মহান নাথে মিঠায় খাই ভাল পায়

b. Kanak likes ice-cream.

কনকে আইচ-ক্রীম খাই ভাল পায়

c. Neeta likes milk.

নীতায়ে গাখীৰ খাই ভাল পায়

d. Barun likes fruits.

বৰুনে ফল খাই ভাল পায়

7. Complete the following paragraph: (using words: village, market, Sunday,

with, farmer, cobbler, fresh, children)

অনুচ্ছেদ সম্পূর্ণ কৰা:

(ব্যৱহাৰ শব্দ: গাওঁ, বজাৰ, দেওবাৰ, লগত, কৃষক, মুচিয়া, সতেজ, ৰা-ছোৱালি)

Today is Sunday.

আজি দেওবাৰ। 

It is the village market day.

এইদিনা গাওঁ বজাৰ দিন বুলি কয়। 

Mohan Nath goes to the village market.

মহান নাথ গাওঁ বজাৰলৈ যায়

He takes Barun, Kanak and Neeta with him.

তেওঁ নিজৰ লগত বৰুনকনকআৰু নীতাক লৈ যায়

Barun, Kanak and Neeta are his children.

বৰুনকনকআৰু নীতা তেখেতৰ পুত্র-পুত্রি হয়

They meet a farmer in the market. ..........

সিহঁতে বজাৰত কৃষকক লগ পায়। 

They see a cobbler market.                                  

 সিহঁতে মুচিয়া দেখে। 

The farmer is selling fresh vegetables in the

কৃষকজনে সতেজ শাক-পাছলি বজাৰত বিক্রী কৰে



Check: Himashree Bora. (Date: 05-06-2022)