Lesson- 10 

 The Sermon at Banaras 


more sermon at Banaras answer


1. When her son dies, kisa Gotami goes from house to house. what does she ask for ? Does ,she get it ? Why not ?

পুত্ৰৰ বিয়োগৰ সময়ত কিছু  গৌতমীত্তয় মানুহৰ ঘৰে ঘৰে ফুৰিছিুল ? তাই কি বিছাৰিছিল ? বিচৰা বস্তুটো তাই পাইছিল নে ? যদি নাই পোৱা কিয় ? 

Ans:- After her son die, kisa Gatami goes from house to house asking for medicine to cured her death son. But she never get medicine from anyone, because no one is ready to give medicine for a dead child, as all know death is inevitable.

পুত্ৰৰ মৃত্যুৰ পাছত কিছা গৌতমীয়ে নিজ সন্তানক জীৱিত কৰিবৰ বাবে মানুহৰ ঘৰে ঘৰে ঔষধ বিচাৰি গৈছিল । কিন্তু তাইক কোনো মানুহে সহায় কৰা নাছিল কিয়নো মৃত সন্তানটোৰ বাবে ঔষধ দিবলৈ মান্তি হোৱা নাছিল, কাৰণ মৃত্যু অৱশ্যম্ভৱী । 


 2. Kisa Gotami again goes from house to house after she speaks with the Buddha. What does she ask for, the second time around ? Does she get it ? Why not ?

বুদ্ধৰ সৈতে কথা পতাৰ পাছত কিছা গৌতমী পুনৰ মানুহৰ ঘৰে ঘৰে গৈছিল ? দ্বিতীয় বাৰ যাওঁতে তাই কি বিচাৰিছিল ? বিচৰা বস্তুটো তাই পাইছিল নে ? যদি নাই পোৱা কিয় ? 

Ans: After speaks with the Buddha, Kisa Gotomi again goes from house to house. This time she asked for mustard seed, according to the Buddha's suggestion, she have to collect mustard seeds from a house where no one has last a child, husband, parent as friend. But she was failed to collect mustard seed this time, Because everybody has last their dear ines, infact the number of dead people are higher in the families.

বুদ্ধদেৱৰ সৈতে কথা পতাৰ পাছত কিছা গৌতমীয়ে পুনৰ মানুহৰ ঘৰে ঘৰে গৈছিল । এইবাৰ তাই গৌতম বুদ্ধৰ কথামতে সৰিয়হ সংগ্ৰহ কৰাৰ পাল পৰিছিল তাকো এনে এঘৰ মানুহৰ পৰা য'ত কোনোৱে নিজৰ স্বামী, সন্তান , পিতৃ-মাতৃ  অথবা বন্ধু হেৰুৱা নাই । গৌতমী দ্বিতীয় বাৰো অসফল হ'ল । কিয়নো এনে এঘৰ মানুহ নাই যিয়ে নিজৰ প্ৰিয়জনক হেৰুৱা নাই . দৰাচলতে পৰিয়ালবোৰত জীৱিত ব্যক্তিতকৈ মৃত ব্যক্তিৰহে সংখ্যা সৰহ । 


3) What does Kisa Gotomi understand the second time that she failed to understand the first time? Was this what the Buddha wanted her to understand?

দ্বিতীয়বোৰ কিছা গৌতমীয়ে কি বুজি পাইছিল যি তাই প্ৰথমে বুজি পোৱা নাছিল ? গৌতম বুদ্ধই তাইক সেইটা কথাকে বুজাব বিচাৰিছিল নে ? 

Ans: After failing to procure a handful of mustard seeds from a house where death had never knocked at the door, she sat down by the

 যেতীয়া কিছা গৌতমীয়ে মানুহৰ ঘৰৰ পৰা সৰিয়হ সংগ্ৰহ কৰিব পৰা নাছিল এনে মানুহৰ পৰা যিয়ে কেতিয়াও নিজৰ আপোনজনক হেৰুৱা নাছিল , তাই হতাশাত ভাগি পৰিল ৰাস্তাৰ দাঁতিত বহি পৰিছিল । তেতিয়া তাই লক্ষ্য কৰিছিল যে পথৰ কাষত লাইটবোৰ ঢিমিক ঢামাক কৰি আছিল আৰু শেষত নুমাই গৈছিল আৰু চাৰিওফালে অন্ধকাৰ হৈ পৰিছিল । সেই সময়ত তাই উপলদ্ধি কৰিছিল যে মৃত্যু সকলোৰে বাবে নিশ্চিত , তাই দৰাচলতে নিজৰ পুত্ৰ বিয়োগৰ শোকত স্বাৰ্থপৰ হৈ পৰিছিল । হয় গৌতম বুদ্ধই তাইক এইবাৰ বুজাব বিচাৰিছিল  যে জন্ম ল'লে মৃত্যু নিশ্চিত । 


(4)  Why do you think Kisa Gotomi understood this only the second time? In what way did Buddha change her understanding?

তোমাৰ মতে কিছা গৌতমীয়ে কথাবোৰ দ্বিতীয়বাৰ বুজি পাইছিল? কিদৰে বুদ্ধই তাইৰ মন সলনি কৰিছিল ? 

Ans ঃ Earlies she could see only her grief . When she went from door to door the she understood that everyone was dealing with loss of a bellowed one . There was not a single house in the town where death had not taken parent, child ,husband, wife , as friend. Goutam Buddha helped has to understand this, as he told her to bring a handful of mustard seeds from a house where death had never  knocked at the door. This way she gat aware that death is common to all  human beings . 

প্ৰথম বাৰ তাই কেৱল নিজৰ দূখ দেখা পাইছিল ।দ্বিতীয়বাৰ যেতিয়া তাই মানুহৰ ঘৰে ঘৰে গৈছিল তেতিয়া উপলদ্ধি কৰিছিল সকলোৱে নিজৰ আপোন  জনক হেৰুৱাইছে । এনে কোনো পৰিয়াল নাই যিয়ে মৃত্যুৰ যন্ত্ৰনা অনুভৱ কৰা নাই , সকলোৰে পিতৃ-মাতৃ,স্বামী, পত্নী , সন্তান বা বন্ধুক হেৰুৱাইছে । গৌতম বুদ্ধই তাইক এই কথা উপলদ্ধি কৰিবলৈকে এনে এঘৰ মানুহৰ পৰা সৰিয়হ আনিবলৈ কৈছিল য'ত মৃত্যাুৰ কেতিয়াও ভৰি দিয়া নাই । তেতিয়া তাই বুজি উঠিছিল যে মৃত্যু সকলোৰে বাবে নিশ্চিত । 


5) How do you usually understand the idea of 'Selfishness ? Do you agree with kisa Gotami that she was being ; selfish in her grief '?

স্বাৰ্থপৰ বুলিলে সাধাৰণতে তুমি কি বুজা ? কিছা গৌতমীৰ কথাত তুমি একমত নে যে তাইৰ নিজৰ পুত্ৰ শোতক স্বাৰ্থপৰ হৈ পৰিছিল ?

Ans ঃ A Selfish person is one who only think about awnself and never care for other . in case of Kisa Gotami she became selfish in her grief to some extent that she did not accept the  death of her child as it was her only child. she did not want him to die and finally went to Buddha to ask for help . 

স্বাৰ্থপৰ মানুহে কেৱল নিজৰ ভাবে , আনৰ বিষয়ে কেতিয়াও চিন্তা নকৰে । কিছা গৌতমীও নিজৰ শোকত ম্ৰিয়মান হৈ স্বাৰ্থপৰ হৈ পৰিছিল , তাই নিজৰ একমাত্ৰ সন্তানক হেৰুৱাব খোজা নাছিল আৰু গৌতম বুদ্ধৰ ওতৰলৈ বিচাৰি গৈছিল । 



-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 👇 

👉Click Here Might Learn

-------------------------------