Lesson: 7

Packing


I. Discuss in pairs and answer each question below in a short paragraph (30-40 words).

তলৰ প্ৰশ্নসমূহৰ দলীয়ভাৱে চুটিঁকে উত্তৰ দিয়া (৩০-৩০ শব্দৰ ভিতৰত) 


1. How many characters are there in the narrative? Name them. ( Don't forget the dog)

(কাহিনীটোত কিমানটা চৰিত্ৰ আছে ? নামবোৰ লিখা (কুকুৰটোৰ নামো উল্লেখ কৰিবা । )


Answer: There are four characters in the narrative. They are Jerome the narrator, George  Harris and the dog  named Montmorency.   

কাহিনীটোত চাৰিটা চৰিত্ৰ আছে । সেইকেইটা হ'ল⟶  জেৰমি  কাহিনীকাৰ, জৰ্জ হেৰিছ আৰু কুকুৰটো যাৰ নাম মন্টমৰেছি । 


2. Why did the narrator (Jerome) volunteer to do the packing?

কিয় কাহিনীকাৰ (জেৰমি) জনে বস্তু বন্ধাত আগভাগ লৈছিলে ? 


Answer: The narrator felt that he was best in doing packing thus he took pride in himself for his packing thus he took pride in himself for his packing skill. That is why the narrator   (Jerome ) volunteered to do the packing. 

কাহিনীকাৰজনে নিজকে বস্তু সামৰা কামত পাকৈত বুলি ভাৱিছিল আৰু সেইকথা লৈ গৰ্ব কৰিছিল । সেইবাবে সি বস্তু সামৰা কামত আগ ভাগ ল'ব গৈছিল । 


3. How did George and Harris react to this ? Did Jerome like their reaction ? 

জৰ্জ আৰু হেৰিছে কেনেকুৱা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ? জেৰমিয়ে সিহঁতৰ প্ৰতিক্ৰিয়া ভাল পাইছিল নে ? 


Answer: George and Harris readily accepted Jerome's suggestion.  George spread himself ours the easy chair and Harris put his legs on the table. No Jerome did not like it. 

জৰ্জ আৰু হেৰিছে জেৰমিৰ প্ৰস্তাব মানি লৈছিলে । জৰ্জে  প্ৰস্তাৱ গ্ৰহণৰ পাছত আকামী চকীত বহি পৰিছিল আৰু হেৰিছে  টেবুলত ভৰি উঠায় আৰামত বহিছিল । নাই জেৰীময়ে সেই কথা ভাল পোৱা নাছিল ।


4. What was Jerome real intention when he offered to pack ?  

বস্তুবোৰ বন্ধাৰ সহায়ৰ হাত আগবঢোৱাৰ আঁকত জেকমিৰ প্ৰকৃত অভিপ্ৰায় কি আছিল ? 


Answer: Jerome's real intention was to boss the job. He wanted George and Harris to wask under his directions and to teach them the packing skill. 

জেৰমিয়ে দৰাচলতে কামটোৰ জৰিয়তে দাদাগিৰি চলাব বিচাৰিছিল । সি জৰ্জ আৰু হেৰিছে তাৰ তলত কাম কৰাটো বিচাৰিছিল আৰু সিহঁতক বস্তু সামৰা কামটো শিকাব বিচাৰিছিল ।


5. What did Harris say after the bag was shut and strapped ? Why do you think he waited till then to ask? 

বেগটো জাগি শেষ হোৱাৰ পাছত হেৰিছে কি কৈছিল ? তেতিয়ালৈকে কিয় কথাটো সুধিবলৈ বৈ আছিল ? 


Answer: After the bag was shut and strapped Harris asked the narrator to put the boats in the bag. He had waited till then to ridicule Joromis packing skill.

বেগটো সামৰি হোৱাৰ পাছত হেৰিছে কাহিনীকাৰ জনক বুটজোৱাযোৰ বেগত সোমোৱাব কৈছিল । সি তেতিয়ালৈকে ৰৈ আছিল কথাটো ক'বলৈ যাতে সি জেৰমিক তাৰ বস্তু সামৰা দক্ষতাৰ বাবে ঠাট্টা কৰিব পাৰে । 


6. What ''horrible idea'' occurred to Jerome a little later? 

কেনেকুৱা ধৰণৰ আচৰিত বুদ্ধি' জেৰমিৰ মনলৈ পাছত আহিছিল ? 


Answer: After unstrapped the bag to pack the boots in, a ' horrible idea' accrued to Jerome that whether he had packed his tooth brush ar not. He always forget to pack his toothbrush  when he went on trip.

বুটজোতাযোৰ সুমুৱাবলৈ বেগটো খোলাৰ পাছত জেৰমিৰ মনলৈ ডাঙৰ চিন্তা এটা আহিল যে তাৰ দাঁত ঘহা ব্ৰাছডাল বেগত ভৰালে নে নাই ভৰোৱা, কিয়নো সি সদায় কৰবাতে গ'লে নিজৰ ব্ৰাছডাল লগত নিবলৈ পাহৰি থাকে । 


7. Where did Jerome finally find the toothbrush? 

জেৰমিয়ে অৱশেষত দাঁত চাফা কৰা ব্ৰাছ ডাল ক'ত পাইছিল ? 


Answer: Jerome had to a lot effort to find his toothbrush. because he had packed everything. After unpacked the bag, he started putting things  back one by one, and held everything up and shook it. Finally  he found the tooth brush inside a boot.

    সকলোবোৰ বস্তু সামৰি বেগত নিজৰ ব্ৰাছডাল  বিচাৰিবলৈ জেৰমিয়ে কষ্ট কৰিব লগা হৈছিল । বেগটো খোলাৰ পাছত সকলোবিলাক বস্তু এটা  এটাকৈ বাহিৰত উলিয়াই ভালদৰে  চাব লগা হৈছিল । আৰু অৱশেষত বুটজোতাযোৰৰ ভিতৰত ব্ৰাছডাল  বিচাৰি পাইছিল । 


8. Why did Jerome have to reopen the packed bag? 

জেৰমিয়ে কিয় সামৰি থোৱা বেগটো পুনৰ খুলিছিলে ? 


Answer: Jerome had to reopen the packed bag because he found that he had packed his spectacles in it.

জেৰমিয়ে সামৰি থোৱা বেগটো পুনৰ খুলিব লগা হৈছিল কিয়নো তাৰ মনত পাৰিছিল যে সি চশমাযোৰ বেগৰ ভিতৰত ভৰাই দিছিল । 


9. What did George and Harris offer to pack and why ? 

জৰ্জ আৰু হেৰিছে কি সামৰিব কৈছিল আৰু কিয় ? 


Answer: George and Harris offered to pack the hampers because it was getting late and they thought that they should do the rest of the packing. They also wanted to show off their  packing skill to Jerome. 

 জৰ্জ আৰু হেৰিছে বাস্কেটটো সামৰিব বিচাৰিছিল কিয়নো সময়  বহুত পাৰ হৈ গৈছিল আৰু সিহঁতে ভাবিছিল যে সিহঁতে কাম কৰি সোনকালে কৰিব লাগে । ইয়াৰ উপৰিও সিহতে জেৰমিৰ আগত নিজৰ বস্তু সামৰা পাৰদষিতা দেখুৱাব বিচাৰিছিল । 


10. While packing the hamper, George and Harris do a number of foolish and funny things. Tick the that are true .

বাকচটো সামৰুতে জজ আৰু হেৰিছে বহুতো হাঁহি উঠা কাম কৰিছিল । তলত দিয়া বাক্যসমূহৰ ভিতৰত শুদ্ধ বিলাকত চিন দিয়া।


i) They started with breaking a cup . ( T )

সিহঁতে আৰম্ভণিতে কাপ এটা ভাঙিছিল ।  ( শুদ্ধ )


iii) They squashed a tomato . ( T )

সিহঁতে বিলাহী এটা পিটিকা কৰি পেলাইছিল ,  ( শুদ্ধ )


iv) They trod on the butter . ( T )

সিহঁতে মাখনত ভৰি দিছিল ।  ( শুদ্ধ )


vi) They put things behind them . and couldn't find them . ( T ) 

সিহঁতে বস্তুবোৰ কাষত থৈ বেলেগত বিচাৰি ফুৰিছিল  । ( শুদ্ধ )


viii) They packed the pictures at the bottom and put heavy things on top . ( T )

সিহঁতে ফটোবোৰ একদম তলিত ভৰাইছিল আৰু তাৰ ওপৰত গধুৰ বস্তু জাপি দিছিল ।   ( শুদ্ধ )


ix) They upset almost everything. (T) 

সিহতে সকলোবোৰ খেলিমেলি কৰি দিছিল । (শুদ্ধ) 

x) They were very good at packing.

II. What does Jerome say was Montmorency's ambition in life ? What do you think of Montmorency and why ? 

জেৰমিৰ মতে মন্টমৰেঞ্চিৰ জীৱনৰ লক্ষ্য কি ? তুমি মন্টমৰেঞ্চিৰ বিষয়ে কি ভাবা আৰু কিয়  ?


Answer: According to Jerome, Montmorency's ambition in life is to interfere with others and be obese. He is a mischievous little dag who louses creating troubles for  others. His highest aim and abject was to get somebody  to stumble over him  and curse him steadily for an hour. 

    Montmorency is barn with silly characteristics makes him to do mischievous  behavior.  

    জেৰমিৰ মতে, মন্টমৰেঞ্চিৰ জীৱনৰ লক্ষ্য হ'ল আনক কামত বাধা দিয়া আৰু আনৰ গালি খোৱা । সি এটা অকমামি দুষ্ট কুকুৰ যিয়ে আনক অসুবিধাত পেলাই ভাল পায় । তাৰ প্ৰধান লক্ষ্য হ'ল কোনোৱা যাতকে তাৰ ওপৰত উজুটি খাই  পৰক আৰু সি সেই মানুহকটো বহু সময় ধৰি গালি পাৰি থাকিব পাৰে । 

        মন্টমৰেঞ্চি এটা কণনাণি কুকুৰ যিয়ে উৎপাত কৰি ভাল পায় । 


III. Discuss in groups and answer the following questions in two or three paragraphs ( 100-150 words )

তলত দিয়া প্ৰশ্নসমূহ দলীয় ভাৱে আলোচনা কৰা । 


1. Of the three , Jerome , George and Harris , who do you think is the best or worst packer ? Support your answer with details from the text. 

জেৰমিৰ, জৰ্জ আৰু হেৰিছৰ ভিতৰত কোন বস্তু সামৰাত আটাইতকৈ ভা অথবা বেয়া আছিল ? পাঠাটিৰ সহায়ত উত্তৰ দিয়া । 


Answer: Of the three Jerome is the best packer because he knew to arrange the things in order. Though he often forgets to pack certain things as gets confused. he Knauss what to keep first and what to  keep last. On  the other hand, Harris and George create a mess all around. Harris packs the strawberry jam on tap of a tomato and smashes it. George treads on the butter. He gets it off from his flipper and puts it in the kettle. He puts it down on a  chai's and Harris Be abused, dog who loves, object, born,  he knows, they look for it all over the . It sticks to him and then they look for it all aues the room. In this  way they make  everything such a mess. 

        তিনিজনৰ ভিতৰত জেৰমিয়ে আটািইতকৈ ভালকৈ বস্তু সামৰিব পাৰিছিল , কিয়নো সি বস্তুবোৰ কেনেকৈ ভালদৰে সামৰিব লাগে সেই কথা জানিছিল । যদিও সি  কেতিয়াবা কিছুমান বস্তু সামৰিবলৈ পাহৰি যায়, তথাপি সি কোনটো বস্তু প্ৰথমত আৰু কোনটো শেষত ৰাখিব লাগে, সেইটো ভালদৰে জানিছিল । আনহাতে জৰ্জ আৰু হেৰিছে সকলো অপৰিপাটী কৰি  পেলাইছিল । হেৰিছে ষ্ট্ৰবেৰী জনৰ বটলটো বিলাহীৰ ওপৰত দি বিলাহীটো পিটিকা কৰি পেলাইছিল । আনহাতে জৰ্জৰ ভৰিত বাটাৰ লাগিছিল  আৰু সেইয়া সি চেণ্ডেলৰ পৰা আঁতৰাই কেটলিটোত ৰাখিছিল আৰু চকীখনত থৈ দিছিল যত হেৰিছ বহি দিছিল । তাৰ পাছত সিহঁতে বাতাৰটো গোটেই ৰুমত বিচাৰি ফুৰিছিল ।            


2. How did Montmorency contribute to the packing ?

মন্টমৰেঞ্চিয়ে বস্তু সমতাৰ কিদৰে সহায় কৰিছিল ?


Answer: Montmorency's contribution to the packing made the tsk mare tiresome and messy. Montmorency wanted to be a perfect nuisance and make others mad. He came sat down on things, Just when they were about  to be packed. He put his leg into the jam and warried the teaspoons. He also pretended that the lemons were rats. So he got into the hamper and killed  three of them. Harris blamed Jerome for   encouraging the dog. However Jerome said that a dog like Montmorency did  not require any encouragement . It  was a natural and argininal sin that was born in  him which made him do things  like that. 

    বস্তু সামৰোতে মন্টমৰেঞ্চিয়ে যথেষ্ট অসুবিধাৰ সূষ্টি কৰিছিল সি অশান্তি সৃষ্টি কৰাত পাকৈত আছিল, তাৰ কাৰ্যই সকলোৰ অতিষ্ট কৰিছিল । যেতিয়া বস্তুবোৰ বেগত ভৰাবলৈ সাীমৰি থৈ দিয়া হৈছিল সি তাৰ ওপৰত আহি বহি দিছিল ।  সি জামৰ বটলত ভৰি ভৰাই দিছিল আৰু চামুচখন হেৰুৱাইছিল । সি নেমুকেইটা এন্দুৰ বুলি ভাবিছিলে । সেয়ে সি বাস্কৌৰ ভিতৰত সৌমাই সিহঁতক মাৰিব   গৈছিল । জেৰমিয়ে মন্টমৰেঞ্চিক এইবোৰ কৰিবলৈ উৎসাহ দিছে বুলি জেৰামিয়ে দোখ দিছিল । জেৰমিয়ে কৈছিল তাৰ নিচিনা কুকুৰক কোনো   উৎসাহৰ প্ৰায়াজন নাই  । সি জন্মগত ভাৱে কিছুগুণ লৈ আহিছে  যাৰ বাবে এইবোৰ  উৎপাত কৰি থাকে । 


 3. Do you find this story funny ? What are the humorous elements in it ? ( Pick out at least three , think about what happens , as well as how it is described . )  

     কাহিনীটো খুহুতীয়া বুলি ভাবানে ? পাঠটোত থকা  হাঁহি উঠা মূহুৰ্তবোৰ বাছি উলিওৱা । যিকোনো ঘটনা উল্লেখ কৰা । 


Answer:  Yes the story is full of fun and humor. The  events occurred during the packing scene, Jerome's incident of forgetting to pack few things, unpacking the bag for several times, then the way Harris and George make a mess with the packing task and finally hove Montmorency comes to make the situation even more chaotic, all these  things make the story funny and interesting.                                  

    হয় কাহিনীটো বৰ হাঁহি উঠা, ঘটনাবোৰ বস্তুবোৰ সামৰোতে হৈছিল, যেনে জেৰমিয়ে কিছুমান বস্তু ভৰাব পাহৰাৰ বাবে আকৌ বেৰ পৰা সকলোবোৰ উলিয়াব লগা হৈছিল, একেদৰে হেৰিছ আৰু জৰ্জে কমেত বাধা জন্মাইছিল, আকৌ কুকুৰটোৱেও পৰিৱেশটো অশান্তি কৰি তুলিছিল । এইবোৰ ঘটনাই মানুহৰ মনত হাঁহিৰ খোৰাক দিছিল ।   


Thinking about Language:

1. Match the words/ phrases in column A with their meanings in column B.


1. Slaving                                     i) a quarrel or an argument

2.chaos                                        ii) remove something from inside another thing using a shar

                                                            p tool

3.rummage                               iii) strange, mysterious, difficult to explain

4. scrape out                              iv) finish successfully, achieve

5. stumble over, tumble into      v) search for something by moving things around hurriendly

                                                          or carelessly

6. accomplish                             vi) complete confusion and discorder

7.uncanny                                    vii) fall, or step awkwardly while walking.

8.(to have or get into) a row         viii) working hard.

II) Use suitable words or phrases from column A above to complete the paragraph given below.

During power cuts, when traffic lights go off, there is utter ---------- at crossroads .Drivers add to the confusion by ----- over their right of way, and nearly come to blows.

sometimes passars by, seeing a few policemen----at regulating traffic, step in to help. This gives them a feeling of having----- something. 

Re-Arrange By Dipawali Bora

Author Angamita Dutta