A Legend of Northland

Word and Meanings

Summary

The poem is a legend about on old lady who angered Saint Peter because of her greed. The story opens with a day when Saint Peter was preaching around the world and reached the door of a cottage where the old woman live. She has a shop of cake baking prepared by herself. That aed lady was busy in baking cake on a hearth. Saint Peter was fainting with hunger and asked her a piece of Cake. The Cake that she was baking then appeared to be   too big. So She did not give him that and instead she baked another small one, again that appeared as a big in size for her. Thus she baked another smaller one. That also appeared to be big in size to give away. In the third attempt    she took on extremely little scrap of dough and rolled it flat. She had made it is thin as a wafer but was unable to part with that also. This angered saint Peter a let. He said that she was not fit to liue in human form and enjoy food and warmth. He cursed her and transformed her into a woodpecker bird who had to bore. In hard, dry woad to get its scanty food. She can be sun in the   trees all day by wailing for food.

মূলভাৱঃ

কবিতাৰ কাহিনী এগৰাকী বৃদ্ধাৰ সৈতে আৰম্ভ হয় যিয়ে ছেইন্ট পিটাৰক খঙ উঠাইছিল । এদিন ছেইন্ট পিটাৰ সকলো ফালে খাদ্যৰ সঞ্চানত ঘূৰি ফুৰিছিল আৰু আহি এটা সৰু জুপুৰি পাইছিল য’ত এগৰাকী বৃদ্ধাই কেক বিক্ৰী কৰিছিল । বৃদ্ধা গৰাকীয়ে নিজ হাতেৰে বনোৱা কেক বিক্ৰী কৰিছিল । বৃদ্ধা গৰাকীয়ে জুইশালত কেক বনাই আছিল কেক বনাই আছিল । ছেইন্ট পিটাৰৰ ভোকত প্ৰাণ যাওঁ যেন হৈছিল আৰু মহিলা গৰাকীক এটুকুৰা কেক খাবৰ বাবে বিচাৰিছিল । মহিলা গৰাকীয়ে নিজে বনোৱা কেকৰ টুকুৰাবোৰ ডাঙৰ যেন দেখিছিল । সেয়েহে তেওঁ মানুহজনক দিবলৈ পুনৰ সৰু কেকৰ টুকুৰা বনাব ধৰিলে আকৌ তেওঁ কেকৰ টুকুৰাবোৰ ডাঙৰ দেখি তেওঁক নিদিলে । তেওঁ আকৌ তিনিবাৰালকে সৰু সৰু পিচৰ কেক বনালে কিন্তু সকলোবোৰে ডাঙৰ যেন দেখিছিল । শেষত তেওঁ একেবাৰে সৰু আৰু পাতলকৈ কেকৰ টুকুৰা বনালে কিন্তু সেই টুকুৰাটোও দিবলৈ সামৰ্থ নহ’ল । এই কথাত ছেইন্ত পিটাৰৰ খঙ উঠিল আৰু বৃদ্ধা গৰাকীক কঠিকটিয়া চৰাই হ’বলৈ অভিশাপ দিলে । 


(Thinking about the Poem)

(কবিতাটোৰ বিষয়ে ভাবা)

1. Which Country or countries do you think ‘’The Northland’’ refers to? 

তোমাৰ মতে ‘উত্তৰ পাৰৰ দেশ’ মানে কোনথখন দেশক বুজাইছে ?

Answer: The Northland refers to a country of North where   days are short and nights are long. 

‘উত্তৰ দেশ’ মানে উত্তৰ পাৰৰ এখন দেশক বুজাইছে য’ত দিনবোৰ ছুটী আৰু ৰাতি দীঘল । 


2. What did Saint Peter ask the old lady for ? what was the lady’s reaction? 

ছেইন্ট পিটাৰে মহিলা গৰাকীক কি বিচাৰিছিল ? মহিলাগৰাকীৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ আছিল ?

Answer: Saint Peter was dying in hunger and ask the old lady for a piece of cake.

        The lady behaved miserly and kept decreasing the six of the cake. At last she did not give him anything to eat.

ছেইন্ট পিটাৰৰ ভোকত প্ৰাণ যাওঁ হৈছিল আৰু বৃদ্ধা গৰাকীক এটুকুৰা কেক খাবলৈ বিচাৰিছিল । 

       বৃদ্ধা গৰাকীয়ে অতি পুতৌজনক ভাৱে তেখেতৰ লগত ব্যৱহাৰ কৰিছিল আৰু কেকৰ টুকুৰাবোৰ সৰু কৰি দিছিল । শেষত একো খাবলৈ দিয়া নাছিল । 


3. Who did he punish her? (সি কিদৰে তাইক শাস্তি দিছিলে?)

Answer: He was getting angry with her and cursed her to become a woodpecker.

তেখেতৰ বৃদ্ধাৰ গৰাকীৰ প্ৰতি খঙ উঠিছিল আৰু তেওঁক কাঠকটিয়া চৰাই হ’বলৈ অভিশাপ দিছিল । 


4. How does the woodpecker get her food?

কাঠকটিয়া চৰাইয়ে কিদৰে খাদ্য লাভ কৰে ? 

 Answer: The woodpecker bores the hard and dry wood to get its food.

কাঠওয়ালা তাৰ খাবাৰ পাওয়াৰ জন্য কঠোৰ এবং শুকনো কাঠকে জোৰ কৰে।


5. Do you think that the old lady would have been so ungenerous if she had known who Saint Peter really was? What would she have done then?

তুমি কি ভাবা বৃদ্ধা গৰাকীয়ে ছেইন্ট পিটাৰৰ পৰিচয় পোৱা বুলেও এনে ধৰণৰ বেয়া ব্যৱহাৰ কৰিলে হেঁতেন নে ? তেওঁৰ পৰিচয় পোৱা হলে তেখেতৰ ব্যৱহাৰ কেনে হ’ল হয়?

Answer: No she would not have done this. On the contrary, she would have given him a large piece of cake to make him happy with the gruel to get a handsome return.

নাই বৃদ্ধাগৰাকীয়ে মানুহজনক পৰিচয় জনা হলে এনে ব্যৱহাৰ নকৰিলে হয় । ইয়াৰ বিপৰীতে তেওঁ মানুহজনক সৰহ সংখ্যক খোৱা বস্তু দিলে হয় মাথো তেওঁক সন্তুষ্ট কৰিবলৈ আৰু অধিক কিবা তেওঁৰ পৰা পোৱাৰ আশান্ত । 


6. Is this a true story? Which part of this poem do you feel is the most important?

এইটো সচাঁ কাহিনী হয় নে? কবিতাটোৰ কোনটো অংশ আটাইতকৈ প্ৰয়োজনীয় ? 

Answer: No, the story deals with imagination, it is just a legend. 

                         The third stanza of the pome is important as is shaws how the lady suffers for her reed. 

নহয় এই কবিতাটো কল্পনাৰ ওপৰত আধাৰিত ই এক আখ্যান । 

                        কবিতাটোৰ তৃতীয় স্তৱকটো আটাইতকৈ প্ৰয়োজনীয় য’ত মহিলাগৰাকীয়ে নিজৰ লুভীয়া স্বভাৱৰ বাবে শাস্তি পাইছিল ।

 

 7 What is a legend ? Why is this poem called a legend?

আখ্যান মানে কি ? এই কবিতাটোক কিয় আখ্যান বুলি কোৱা হৈছে ?

Answer: A legend is a story from ancient times about people and events. The little of the poem tells that it is a legend. The poet himself says that he does not believe it is tree.

আখ্যান মানে পুৰণি দিনৰ ব্যক্তি তথা ঘটনাৰ ওপৰত আধাৰিত কাহিনী । কবিতাটোৰ শিৰোনামে ইয়াক আখ্যান বুলি পৰিচয় দিছে । তদুপৰি কবিয়ে নিজেই কাহিনীটো অবিশ্বাস্য বুলি কৈছে । 


 8. Write the story of ' A Legend of the Northland ' in about ten sentences.

কবিতাটোৰ কাহিনী নিজৰ ভাষাৰে দহ শাৰীত লিখি উলিওৱা । 

Answer: The poem draws a picture of on old greedy woman. She is asked by Saint Peter for food who has become weak because of fasting and travelling. But her greed for more hold her back to giv4e him anything. Her greediness makes him angry and he curses her to become a woodpecker who bores Hord, dry wood to get food. Her clothes are burnt to ashes and she is left with a cap on her head. She continues boring into hard wood for her little food.

কবিতাটোৱে এগৰাকী লুভীয়া বৃদ্ধাৰ কৈছে । ছেইন্ট পিটাৰে ভোকত জৰ্জৰিত হৈ পৰিছিল বিভিন্ন ঠাই ভ্ৰমি ফুৰাৰ বাবে । ছেইন্ট পিটাৰে মানুহ গৰাকীক খোৱা বস্তু বিচাৰিছিল যিয়ে নিজৰ লোভৰ বাবে তেওঁক খোৱা বস্তু দিব নোৱাৰিলে যাৰ ফলত ছেইন্ট পিটাৰে তাইক কাঠকটিয়া চৰাই হবলৈ অভিশাপ দিলে, যিয়ে গছৰ ডালত খুটিয়াই খুটিয়াই খাদ্য গেহণ কৰিব লাগিব ।


Angamita Dutta

(M.A in English)