ভাৰতীয় ৰাজনীতিৰ শেহতিয়া ঘটনাপ্ৰৱাহ আৰু প্ৰত্যাহ্বান | Recent Issues And Challenges In India Politics | Chapter 10 | অধ্যায় ১০ | HS 2nd Year political Science Answer | Class 12 political Science Solution | Higher Secondary Second Year Political Science | দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ প্ৰশ্ন উত্তৰ 


Chapter 10

ভাৰতীয় ৰাজনীতিৰ শেহতিয়া ঘটনাপ্ৰৱাহ আৰু প্ৰত্যাহ্বান

Recent Issues And Challenges In India Politics

আহি প্রশ্নাবলী 

ৰচনাধর্মী প্রশ্ন : 

১। বিশ্বায়নৰ বিষয়ে এটা টোকা লিখা । 

উত্তৰঃ


২। বিশ্বায়নৰ যুগত পৰিকল্পনা কিমান দূৰ প্ৰাসংগিক ? আলােচনা কৰা ।

উত্তৰঃ


৩। ভাৰতীয় অর্থনীতিত সূচনা হােৱা নব্য অর্থনৈতিক নীতিৰ ওপৰত এটি টোকা লিখা । 

উত্তৰঃ


৪। নৱ্য অর্থনৈতিক নীতিৰ বিৰুদ্ধে গঢ়ি উঠা প্রতিবাদ বা বিৰােধিতাৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ


৫। মণ্ডল আয়ােগৰ বিৰুদ্ধে গঢ়ি উঠা প্রতিক্রিয়াৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ


৬। অয্যোধা বিবাদৰ বিষয়ে এক আলােচনা আগবঢ়োৱা । 

উত্তৰঃ


৭। গাোধাৰকাণ্ডৰ বিষয়ে এক আলােচনা আগবঢ়োৱা ।

উত্তৰঃ


৮। অযােধ্যা আৰু গােব্ৰ ঘটনাৰ সৈতে সম্পর্ক ৰাখি ভাৰতত সাম্প্রদায়িকতাবাদে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ বিষয়ে আলােচনা কৰা ।

উত্তৰঃ


চমুটোকা  

১। ভাৰতবৰ্ষৰ নব্য অর্থনৈতিক নীতিৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ


২। ভাৰতবৰ্ষত অন্যান্য পিছপৰা শ্রেণীসমূহৰ ৰাজনৈতিক উত্থানৰ বিষয়ে অতি চমুকৈ লিখা । 

উত্তৰঃ


৩। মণ্ডল আয়ােগৰ পৰামর্শৱলীৰ ওপৰত সংক্ষিপ্ত আলােচনা আগবঢ়োৱা । 

উত্তৰঃ


৪। মণ্ডল আয়ােগৰ বিৰুদ্ধে কিয় জাতিবাদ গঢ়ি উঠিছিল ? চমুকৈ আলােচনা কৰা । 

উত্তৰঃ


৫। ভাৰতীয় ৰাজনীতিত দলিত সম্প্রদায়ৰ উত্থানৰ বিষয়ে চমু আলােচনা আগবঢ়োৱা ।

উত্তৰঃ


৬। বাবৰি মছজিদ ধ্বংস কৰা ঘটনাৰ ওপৰত এটা চমু টোকা লিখ । 

উত্তৰঃ


৭। গুজৰাটৰ সম্প্রদায়িক সংঘৰ্ষৰ সম্পৰ্কত মানৱ অধিকাৰ আয়ােগৰ প্রতিক্রিয়া সম্পৰ্কত এক চমু আলােচনা আগবঢ়োৱা । 

উত্তৰঃ


অতি চমু উত্তৰৰ প্রশ্ন ঃ

১। ভাৰতত সাম্প্রদায়িকতাবাদৰ উদ্ভৱৰ দুটা কাৰণ লিখা ।

উত্তৰঃ


২। বিশ্বায়নৰ স’তে জড়িত আন দুটা ধাৰণা কি কি ? 

উত্তৰঃ


৩। স্ব-নিৰ্ভৰশীল আৰু আন্তঃনির্ভৰশীল অর্থনীতিৰ মাজত কি কি পার্থক্য আছে ? 

উত্তৰঃ


৪। ভাৰতবৰ্ষৰ দুজন আটাইতকৈ ধনী ব্যক্তিৰ নাম লিখা । 

উত্তৰঃ


৫। ভাৰতবৰ্ষত সাম্প্রদায়িকতাবাদ ৰােধৰ বাবে দুটা পৰামর্শ দিয়া । 

উত্তৰঃ


৬। নব্য অর্থনৈতিক নীতিৰ বিৰােধিতা কৰা দুটা গােটৰ নাম লিখা ।

উত্তৰঃ


৭। মণ্ডল আয়ােগৰ দুটা পৰামৰ্শ লিখা ।

উত্তৰঃ


৮। বাবৰি মছজিদ ধ্বংস কৰাৰ সৈতে জড়িত দুটা দল/সংগঠনৰ নাম উল্লেখ কৰা । 

উত্তৰঃ

৯। গােধৰাকাণ্ড সংঘটিত হােৱাৰ সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্রী আৰু গুজৰাটৰ মুখ্যমন্ত্রী কোন আছিল? 

উত্তৰঃ


বস্তুনিষ্ঠ প্রশ্নাৱলীঃ 

১। ভাৰতৰ নতুন অর্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ


২। কোন চনত ভাৰতবৰ্ষৰ নৱ্য অর্থনৈতিক নীতি সূচনা কৰা হয় ? 

উত্তৰঃ


৩। কোন চনত মণ্ডল আয়ােগৰ পৰামৰ্শাৱলী প্রয়ােগ কৰা হয় ? 

উত্তৰঃ


৪। কোন চৰকাৰৰ দিনত মণ্ডল আয়ােগৰ পৰামৰ্শাৱলী প্রয়ােগৰ সিদ্ধান্ত লােৱা হয় ? 

উত্তৰঃ


৫। মণ্ডল আয়ােগৰ পৰামৰ্শাৱলী প্রয়ােগৰ সিদ্ধান্ত লােৱাৰ সময়ত দেশৰ প্রধানমন্ত্রী কোন আছিল ? 

উত্তৰঃ


৬। বহুজন সমাজ পার্টি কোনে প্রতিষ্ঠা কৰিছিল ? 

উত্তৰঃ


৭। কিমান চনৰ কিমান তাৰিখে বাবৰি মছজিদ ধ্বংস কৰা হৈছিল ? 

উত্তৰঃ


৮। বাবৰি মছজিদ ধ্বংস কৰাৰ সময়ত উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্রী কোন আছিল ? 

উত্তৰঃ


৯। কোন চনৰ কোন তাৰিখে গােধৰাকাণ্ড সংঘটিত হৈছিল ? 

উত্তৰঃ


১০। গােধৰাকাণ্ড সংঘটিত হােৱাৰ সময়ত গুজৰাটত কোন দলৰ চৰকাৰ আছিল ? 

উত্তৰঃ


১১। মণ্ডল আয়ােগৰ যিকোনাে এটা পৰামৰ্শ লিখা ।

উত্তৰঃ


খালী ঠাই পূৰ কৰা ঃ

১। বিশ্বায়নৰ স’তে জড়িত আন দুটা ধাৰণা হ’ল ক্রমে উদাৰীকৰণ আৰু                  ।

২। ভাৰতবৰ্ষৰ আটাইতকৈ ধনী ব্যক্তিজনৰ নাম                 ।

৩। মণ্ডল আয়ােগৰ অধ্যক্ষ আছিল                ।

৪। মণ্ডল আয়ােগে                 শতাংশ চাকৰিৰ অন্যান্য পিছপৰা শ্রেণীসমূহৰ বাবে সংৰক্ষণৰ পৰামৰ্শ আগবঢ়ায় । 

৫।                 চনত কাশীৰামে বহুজন সমাজ পার্টি গঠন কৰে । 

৬ । ২০১০ চনৰ                তাৰিখে এলাহাবাদ উচ্চ ন্যায়ালয়ে অযােধ্যা বিবাদৰ ওপৰত এক ঐতিহাসিক ৰায় প্রদান কৰে । 

৭। ভাৰত চৰকাৰে মণ্ডল আয়ােগ               চনত নিযুক্তি দিছিল ।

৮। স্বাধীনতাৰ পূর্বে মুছলিম লীগে আগবঢ়োৱা “ দ্বিজাতি তত্ত্ব'ত অন্তর্ভুক্ত কৰা ৰাষ্ট্ৰ দুখনৰ আছিল             আৰু                 । (খালী ঠাই পূৰ কৰা) 


Type∶ Pallab Jyoti Bora