Lesson- 18 

THE MAN WHO MADE AN ENTIRE MOUNTAINSIDE GREEN

যিজন ব্যক্তিয়ে এটা সম্পূৰ্ণ পৰ্বতৰ কাষৰ সেউজীয়া তৈয়াৰ কৰিছিল

  

Answer these questions (তলত দিয়াসমূহৰ উত্তৰ দিয়া)

1. How does the author describe the lands where he went on a hike? 

(যেতিয়া লিখক পৰ্বতলৈ গৈছিল,তেওঁ তাৰ মাটিবোৰৰ কি বৰ্ণনা দিছিল?)

Ans: The author describes the lands where he went on a hike as barren and monotonous lands and nothing grew there except wild lavender. 

(লিখকৰ মতে তেওঁ যেতিয়া পৰ্বতলৈ গৈছিল তাৰ মাটিবোৰ শুকান আৰু পৰ্বতীয়া আছিল আৰু তাত বনৰীয়া ফুলৰ বাদে আৰু গকো গজা নাছিল)


2. How did he 'chance' to meet the shepherd? 

(তেওঁ ভেড়াৰখীয়াজনক কেনেদৰে লগ পোৱাৰ সুবিধা পাইছিল?)

Ans: The author 'chanced' to meet the shepherd when he was searching for water in the mountain.

(লিখকে পানীৰ সন্ধানত ঘূৰি ফুৰোঁতে ভেড়াৰখীয়াজনক লগ পোৱাৰ সুবিধা পাইছিল।)


3. The author gives a detailed picture of the shepherd and his place of living .What does he say? 

(লিখকে ভেড়াৰখীয়াজন আৰু তেওঁৰ থকা ঠাইৰ বিৱৰণ দিছিল।তেওঁ কি কি কৈছিল?)

Ans: About the shepherd and his place of living, the author said that the shepherd spoke a  little, as is common among those who live alone, but he seemed sure of himself, and confident. The roof was solid and water-tight. His household was in order, his dishes washed and his floor swept. He was also freshily shaven, that all his buttons were solidly sewn, and his clothes were mended with such care as to make the patches invisible. His dog, as silent as he, was friendly without being fawning.

(লিখকে ভেড়াৰখীয়াজন আৰু তেওঁৰ থকা ঠাইৰ বিষয়ে কৈছিল যে তেওঁ খুব কম কথা কোৱা আৰু অকলে থকা প্ৰকৃতিৰ লোক আছিল যদিও তেওঁ দৃঢ় আৰু আত্মবিশ্বাসী আছিল।তেওঁৰ ঘৰৰ চাল পকী আৰু পানী নপৰা আছিল।তেওঁৰ ঘৰখন শৃংখলাবদ্ধ আছিল,বাচন-বৰ্তনবোৰ পৰিষ্কাৰ আৰু মজিয়াখন সাৰি থোৱা আছিল। ইয়াৰ লগতে তেওঁৰ মুখমণ্ডলো পৰিপাটি আছিল, কামিজৰ বুটামবোৰ ধুনীয়াকৈ চিলোৱা আৰু কাপোৰবোৰ সুন্দৰকৈ জোৰাটাপলিবোৰ নেদেখাকৈ চিলাই থোৱা আছিল। তেওঁৰ কুকুৰ কেইটাও তেওঁৰ দৰেই নিঃশব্দতাৰে কোনো উৎপাত নকৰাকৈ আছিল।)


4. What did the shepherd do with the acorns in his house?

 (ভেড়াৰখীয়াজনে অ’ক গছৰ গুটিবোৰেৰে কি কৰিছিল?)

Ans: The shepherd took out a bag and poured a pile of acorns out onto the table. He began to examine them one after another with a great deal of attention, separating the good ones from the bad. When the author offered help he told him that it was his own business. Seeing the care that he devoted to his job,the author did not insist. He then counted them into packets of them. After that,he eliminated some more of the acorns, throwing away the smaller ones and those that showed even the slightest crack, for he examined them very slowly. When he had before him one hundred perfect acorns, he stopped and he went to bed.

(ভেড়াৰখীয়াজনে এটা টোপোলাৰ পৰা টেবুলখনত এদম অ’ক গুটি বাকি দিলে। তাৰ পাছত তেওঁ অতি সাৱধানেৰে এটাৰ পাছত এটাকৈ গুটিবোৰ পৰীক্ষা কৰিলে আৰু ভাতবোৰ বেয়াৰ পৰা বাচি বেলেগকৈ থলে। তিয়া লিখকে সহায়ৰ হাত আগবঢ়াইছিল তেওঁ কৈছিল যে সেয়া একমাত্ৰ তেওঁৰ কাম।তেওঁৰ কামটোৰ প্ৰতি থকা উছৰ্গা দেখি লিখকে আৰু জোৰ কৰা নাছিল। তাৰ পাছত তেওঁ সেইবোৰ গণনা কৰিছিল। অলপ সময়ৰ পাছত আৰু অলপ অ’ক গুটি সূক্ষ্মভাৱে পৰীক্ষা কৰি বাচি উলিয়াইছিল আৰু সৰু,সামান্য ফাঁট থকা গুটিবোৰ পেলাই দিছিল।যেতিয়া তেওঁৰ সন্মুখত এশটা পূৰঠ অ’ক গুটি হৈছিল, তাৰ পাছত তেওঁ শুবলৈ গৈছিল।)


5. What did he do with them the next morning? 

(পাছদিনা পুৱা তেওঁ সেইবোৰলৈ কি কৰিছিল?)

Ans: In the next morning before leaving he soaked the acorns in a  bucket of water, the little sack containing the acorns that he had so carefuly chosen and counted.The author noticed that he carried, as a sort of walking stick an iron rod as thick as his thumb and about one and a half metres long. Having arrived at the place he had been heading for, he began to pound his iron rod into the ground. This made a hole in which he placed an acorn and he covered the hole again. Thus he was planting oak trees.

(পাছদিনা পুৱা ওলাই যোৱাৰ আগত তেওঁ অতি সাৱধানেৰে বাচি উলিয়ওৱা গুটিবোৰ এটা পাত্ৰত তিয়াই থৈছিল। লিখকে মন কৰিছিল যে তেওঁ এডাল খোজ কাঢ়িবলৈ লোৱা লাঠিৰ দৰে আধা মিটাৰমান দীঘল প্ৰায় তেওঁৰ হাতৰ বুঢ়া আঙুলিটোৰ সমান ডাঙৰ এডাল লোৰ মাৰি আছিল।তেওঁ লক্ষ্যস্থান আহি পোৱাৰ পাছত তেওঁ লোৰ লাঠিডাল মাটিত গাঁত খান্দিছিল। তেওঁ  মাটিত এটা সৰু গাঁত কৰিছিল আৰু এটা অ’কৰ গুটি থৈ পুনৰ গাঁতটো ঢাকি দিছিল। তেওঁ তেনেদৰে অ’ক গছ ৰুই আছিল।)


6. "He counted on losing another ten thousand to everything else that is unpredictable." What did he mean by this? 

(তেওঁ আৰু দহহাজাৰ অনিশ্চয়তাত হেৰিই যোৱাটো গণি আছিল।"ইয়াৰ দ্বাৰা কি বুজোৱা হৈছে?)

Ans: By this he meant the number of trees that will be destroyed or could not survive in future.

(ইয়াৰ দ্বাৰা তেওঁ ভৱিষ্যতে হেৰাই যোৱা অথবা গজিব নোৱৰাৰ সম্ভাৱনা থকা গছবোৰৰ কথা বুজাইছে।)


7. In 1945 when the author visited the place last, he mentions, "I no longer recognised the landmarks I knew from my earlier visits. What were the changes that had taken place there?

(যেতিয়া লিখকে 1945 ত শেষবাৰৰ বাবে ঠাইডোখৰলৈ গৈছিল তেওঁ কৈছিল যে,"মই আগৰ চিন থৈ যোৱা ঠাইডোখৰ চিনি পোৱা নাছিলোঁ।" ঠাইডোখৰত কি কি সলনি হৈছিল?)

Ans: The changes that had taken place once ruined and desolate are there are well-kept farms the sign of a happy and comfortable life. The old springs have once again begun to flow. The brooks have been channelled. Beside each farm, amid groves of maples, the pools of fountains are bordered by carpets of fresh mint. Little by little the villages have been rebuilt.

(এসময়ৰ অকলশৰীয়া আৰু ধ্বংসপ্ৰাপ্ত ঠাইখিনিত এতিয়া সুখী আৰু আৰামদায়ক জীৱনৰ স্বাক্ষৰ বহন কৰা ধুনীয়া ফাৰ্মবোৰ আছিল৷পুৰণা জুৰিবোৰ আকৌ বৈছিল৷জানবোৰৰ পৰা নলা কাটি দিয়া হৈছিল। প্ৰত্যেকখন পথাৰৰ কাষত মেপল গছৰ হাবিবোৰৰ মাজেত সৰু পানীৰ ফোঁৱাৰবোৰ আছিল আৰু তাৰ কাষত সতেজ পদিনাৰ গছ কাৰ্পেটৰ দৰে আছিল।অলপ অলপকৈ গাঁওখন সাজি উলিওৱা হৈছিল।)


Complete these sentences with the right words from the box. 

(শুদ্ধ উত্তৰটো বাচি উলিয়াই বাক্যবোৰ সম্পূৰ্ণ কৰা)

Great, utter ,large, deep ,high, strong heavy

Ans:

1. When I walked into the room Peter was in deep thought.

(মই যেতিয়া কোঠাটোত সোমাইছিলো পীটাৰ গভীৰ চিন্তাত আছিল।)

Ans:

2. With a heavy heart, she turned to wave goodbye. 

(গধুৰ মনেৰে তাই বিদায় জনাবলৈ উভতিল।)

Ans:

3.A look of utter confusion swept across his face. 

(তাৰ মূখত গভীৰ দ্বিধাবোধ আহি পৰিছিল।)

Ans:

4. A great majority of people would agree with him.

 (তেওঁৰ লগত বৃহৎসংখ্যক লোকে সন্মতি জনালহেঁতেন।)

Ans:

5. We didn't expect such a large number of people to attend the concert. 

(আমি ইমান বৃহৎ সংখ্যক লোকে অনুষ্ঠানটোত যোগ দিব বুলি আশা কৰা নাছিলোঁ।)

Ans:

6. She expects very high standards from the people who work for her.

(তাই তাইৰ সৈতে কাম কৰা লোকসকলৰ পৰা অতি উচ্চ মানদণ্ড আশা কৰে।)

7. It's surprising what strong memories a photograph can produce. 

(আচৰিত এখন ফটোৱে যে কিমান সবল স্মৃতি ধৰি ৰাখিব পাৰে।)


Word meaning:

Hike- ভ্ৰমণত যোৱা।

Absolutely- নিৰ্ঘাত।

Unknown- অজ্ঞাত।

Tourist- পৰ্যটক।

Region- অঞ্চল।

Extend- প্ৰসাৰিত।

Consisted- গঠিত।

Barren- বন্যাৰ্ত।

Monotonous- একঘেয়ামী।

Sea- সাগৰ।

Wild- বনৰীয়া।

Crossing- পাৰ হোৱা ঠাই।

Widest- আটাইতকৈ বহল।

Most- অধিকাংশ।

Desolation- নিৰ্জনতা।

Abandoned- পৰিত্যক্ত কৰা।

Find- সন্ধান কৰা।

Move- পদক্ষেপ লোৱা।

Camp- শিবিৰ।

Hope- আশা।

Dryness- শুকানতা।

Stiff- টান।

Figure- আকৃতি।

Chance- সুযোগ।

Shepherd- গোহালিৰ ৰখীয়া।

Lamb- ভেড়া।

Near- কাষত।

Scorching- জুইত পোৰা।

Common- সাধাৰণ।

Alone- অকলশৰীয়া।

Roof- ছাদ।

Solid- গোটা।

Household- ঘৰুৱা।

Dishes- কাঁহী।

Washed- ধুই পেলোৱা।

Swept- ঝাড়ু দিয়া।

Freshly- সতেজভাৱে।

Shaven- মুণ্ডন কৰা।

Solidly- কঠিনভাৱে।

Sewn- চিলাই কৰা।

Pile- স্তূপ।

Examine- পৰীক্ষা কৰা।

Deal- চুক্তি।

Attention- ধ্যান দিয়া।

Separating- পৃথক কৰা।

Devoted- সমৰ্পিত।

Insist- জোৰ কৰা।

Eliminate- নিষ্কাশন।

Throwing- নিক্ষেপ কৰা।

Slightest- সামান্যতম।

Crack- ফাঁট।

Perfect- নিখুঁত।

Stay- থকা।

Flock- জাক।

Pasture- চৰণীয়া পথাৰ।

Soaked- তিতি যোৱা।

Bucket- বাল্টি।

Sack- বস্তা।

Containing- ধাৰণকাৰী।

Carefully- সতৰ্কতাৰে।

Chosen- মুকলি যুদ্ধ।

Carried- কঢ়িয়াই নিয়া।

Sort- সজোৱা।

Stick- লাঠী।

Thick- শকত।

Heading- শিৰোনাম।

Hole- ফুটা।

Planting- ৰোপণ কৰা।

Belonged- অন্তৰ্গত।

Communal- সাম্প্ৰদায়িক।

Meal- আহাৰ।

Pick- বাছক।

Solitary- একাকী।

Unpredictable- অভাৱনীয়।

Grow- বিকশিত  হোৱা।

Parted- বিচ্ছেদ কৰা।

Hardly- খুব কম।

Deep- গভীৰ।

Impression- প্ৰভাৱ।

Stamp- মোহৰ।

Desire- আকাংক্ষা।

Breathe- শ্বাস-প্ৰশ্বাস।

Trail- গমনপথ।

Deserted- নিৰ্জন।

Treeplanting- বৃক্ষৰোপণ।

Fact- তথ্য।

Sight- দৃষ্টি।

Impressive- প্ৰভাৱশালী।

Literally- আক্ষৰিকভাৱে।

Speechless- নিৰ্বাক।

Overall- সামগ্ৰিক।

Wide- বহল।

Creation- সৃষ্টি।

Task- কাৰ্য।

Stream- নিজৰা।

Reappear- পুনৰ আবিৰ্ভাৱ হোৱা।

Certain- নিৰ্দিষ্ট।

Reason- কাৰণ।

Wilderness- মৰুভূমি।

Shambles- অৱনতি।

Coach- প্ৰশিক্ষক।

Mountain- পৰ্বত।

Recognised- স্বীকৃতিপ্ৰাপ্ত।

Earlier- পূৰ্বতে।

Visits- ভ্ৰমণ।

Entirely- সম্পূৰ্ণৰূপে।

Ruined- ধ্বংসপ্ৰাপ্ত।

Farms- খেতিপথাৰ।

Spring- বসন্ত।

Beside- ওচৰত।

Pool- পুখুৰী।

Bordered- সীমাবদ্ধ।

Carpet- দলিচা।

Fresh- সতেজ।

Mint- পদিনা।

Previous- পূৰ্ৱবৰ্তী।

Inhabitant- বাসিন্দা

Arrival- আগমন।

Owe- ঋণী হোৱা।

Selfless- নিস্বাৰ্থ।

Worthy- যোগ্য।


Word meaning by- Punya Hazarika.

Himadri Borah

(M.A in English)

Check: Himashree Bora. (Date: 22-06-2022)