প্ৰাক্-স্বধীনতা কালৰ ঔপনিৱেশিক অৰ্থনীতি | Chapter 1 | Class 11 Economics Assam | Class 11 Economics Assamese Medium Quiestion And Answer | HS 1st Year Assamese Medium Economics notes | HS 1st Year Economics Assamese Medium | Higher Secondery Economics Suggestion

১। ঔপনিৱেশিক ভাৰতীয় অর্থনীতিৰ অধ্যয়ন কিয় প্রয়ােজনীয় ব্যাখ্যা কৰা। 

২। বৃটিছ শাসনকালত ভাৰতবৰ্ষৰ কৃষিখণ্ডৰ স্থবিৰতা আৰু নিম্ন উৎপাদনশীলতাৰ মূল কাৰণসমূহ ব্যাখ্যা কৰা।

৩। বৃটিছ শাসনকালৰ ভাৰতবৰ্ষৰ ঔদ্যোগিক খণ্ডৰ এটি চমু আভাস দাঙি ধৰা।

৪। উপবেশিক ভাৰতবৰ্ষৰ জনসংখ্যাৰ প্ৰধান বৈশিষ্ট্যসমূহ কি আছিল?

৫। সম্পদ নিগত তত্ত্বটো চমুকৈ ব্যাখ্যা কৰা।

৬। বৃটিছ শাসনকালৰ ভাৰতবৰ্ষৰ দুবিধ ৰপ্তানি আৰু দুবিধ আমদানিৰ নাম লিখা।

৭ | অনগ্ৰসৰতাৰ বিকাশ বুলিলে কি বুজা?

৮ | অর্থকৰী শস্য কি?

৯। কৃষিৰ ব্যৱসায়ীকৰণ কি?

১০। ঋণাত্মক ঔদ্যোগিকৰণ কি?

১১। বাণিজ্যিক উদ্বৃত্ত কি?

১২। ( ক ) ভাৰতবৰ্ষৰ জাতীয় আয় গণনা কৰা প্ৰথমগৰাকী অর্থনীতিবিদ কোন?

(খ) ভাৰতীয় জাতীয় আয়ৰ বিজ্ঞানসন্মত গণনা প্রথমে কোনগৰাকী অর্থনীতিবিদে আগবঢ়াইছিল?

(গ) কোন চনত টাটা লাে আৰু তীখা কোম্পানী প্রতিষ্ঠা কৰা হৈছিল? 

(ঘ) ভাৰতবৰ্ষৰ জনসংখ্যা অধ্যয়নৰ ক্ষেত্ৰত কোনটো বছৰ 'মহান বিভাজন বছৰ' বুলি অভিহিত কৰা হয়?

(ঙ) সম্পদ নির্গত তত্ত্বটোৰ উদ্ভাৱক কোন?

(চ) ভাৰতবৰ্ষৰ প্ৰথম চৰকাৰী লােকপিয়ল কোন চনত সম্পাদন কৰা হৈছিল?

(ছ) স্বাধীন ভাৰতবৰ্ষৰ প্ৰথম লােকপিয়ল কোন চনত অনুষ্ঠিত হৈছিল?

✶ Why is the Year 1921 considered a great divide year?

✶ Mention Four features of Indian agriculture on the eve of independence.

✶ Mention main features of India economy at the time of independence.


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





✶ Type: Pallab Jyoti Bora



Post ID : DABP006281