আন্তঃগাঁথনি | অধ্যায় ৮ | Chapter 8 | HS 1st Year Economics Assam | Class 11 Economics Question Answer | higher Secondary First Year Economics notes And suggestion |
👉 MCQs Type Solution
👉 Online Test Chapter -1
👉 Paid Solution (For Membership User)
প্ৰশ্নাৱলী
১। উত্তৰ দিয়াঃ
(ক) আন্তঃগাঁথনি বুলিলে কি বুজা?
(খ) সামাজিক আন্তঃগাঁথনি কি?
(গ) শক্তি সুৰক্ষা কি?
(ঘ) এবিধ অপৰম্পৰাগত শক্তিৰ উৎসৰ নাম লিখা।
(ঙ) ভাৰতবৰ্ষত বৰ্তমান আণবিক শক্তিয়ে;
(চ) AYUSH কি?
(ছ) ASHA কি?
(জ) এবিধ ব্যৱসায়িক শক্তিৰ উৎসৰ নাম লিখা।
২। জৈৱ শক্তিৰ ইন্ধনৰ উৎস হিচাপে ব্যৱহাৰ কৰিলে কি অসুবিধা হয়?
৩। ব্যৱসায়িক আৰু অনা-ব্যৱসায়িক শক্তিৰ উৎসৰ পাৰ্থক্য দেখুওৱা।
৪। শক্তি খণ্ডত দেখা দিয়া সমস্যাবোৰ সমাধান কৰিবলৈ দুটা পৰামৰ্শ আগবঢ়োৱা।
৫। পৰাম্পৰাগত আৰু অপৰম্পৰাগত সক্তিৰ উৎসৰ মাজত কি কি পাৰ্থক্য আছে লিখা।
৬। দুবিধ নবীকৰণযোগ্য শক্তিৰ নাম লিখা।
৭। আন্তঃগাঁথনি বুলিলে কি বুঝা? অৰ্থনৈতিক উন্নয়নত আন্তঃগাঁথনিয়ে কিদৰে সহায় কৰে লিখা।
৮। ৰাষ্টীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ যি কোনো দুটা উদ্দেশ্য উল্লেখ কৰা।
৯। আন্তঃগাঁথনি প্ৰধানকৈ কেই প্ৰকাৰৰ? প্ৰতিবিধ চমুকৈ ব্যাখ্যা কৰা।
১০। শক্তিৰ উৎসসমূহ চমুকৈ ব্যাখ্যা কৰা।
১১। স্বাস্থ্য খণ্ডৰ বৰ্তমান স্থিতি সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰা।
১২। স্বাস্থ্য আন্তঃগাঁথনিয়ে সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰ কি কি?
১৩। একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ এক চমু পৰ্যালোচনা আগবঢ়োৱা।
১৪। দ্বাদশ পৰিকল্পনাৰ মূল লক্ষ্য সমূহ কি কি?
১৫। এখন দেশৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে আন্তঃগাঁথনিৰ প্ৰাসংগিকতা আলোচনা কৰা।
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Type Himanku bora