পৰিৱেশ আৰু বহনক্ষম উন্নয়ন | নৱম অধ্যায় | Chapter 9 | HS 1st Year Economics Assam | Class 11 Economics Question Answer | Higher Secondary First Year Economics Notes And Suggestion

    👉 Download Text-Book PDF 
    👉 MCQs Type Solution 
    👉 Online Test Chapter -1 
    👉 Paid Solution (For Membership User)

প্ৰশ্নাৱলী

১। উত্তৰ দিয়াঃ

(ক) পৰিৱেশ বুলিলে কি বুজা? 

(খ) কোনটো মণ্ডলে পৃথিৱীকে সূৰ্য্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মীৰ পৰা ৰক্ষা কৰি আহিছে? 

(গ) পৰিস্থিতি বিজ্ঞান কি? 

(ঘ) ভাৰতবৰ্ষত ভূমিক্ষয়ৰ এটি কাৰণ উল্লেখ কৰা।

(ঙ) বায়ু প্ৰদূষণৰ এটা কাৰণ লিখা।

(চ) পৃথিৱীৰ স্বাংগীকাৰক ক্ষমতা বুলিলে কি বুজা? 

(ছ) কোনখন আয়োগে ১৯৮৭ চনত বহণক্ষম অৰ্থনৈতিক উন্নয়নৰ সংজ্ঞাটো আগবঢ়াইছিল ? 

(জ) কোন চনত ভাৰতবৰ্ষত বন্যজন্তু সংৰক্ষণ আইন প্ৰণয়ন কৰা হৈছিল? 

২। অ'জ'ন স্তৰ বুলিলে কি বুজা?

৩। চিপক' আন্দোলন সম্পৰ্কে তোমাৰ ধাৰণা লিখা।

৪। 'Ecology' শব্দটো ক'ৰ পৰা লোৱা হৈছিল? Ecology-ক কোনে এটা নতুন বিষয় হিচাপে স্বীকৃতি দিচ্ছিল? 

৫। পৰিৱেশ মানব সমাজৰ কি উপকাৰ সাধন কৰে চমুকৈ লিখা।

৬। গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণ কি? 

৭। বহনক্ষম উন্নয়নৰ বাবে দৰকাৰী চৰ্তবোৰ কি কি? 

৮। পৰিৱেশ প্ৰদূষণৰ চাৰিটা কাৰণ ব্যাখ্যা কৰা।

১০। বহনক্ষম অৰ্থনৈতিক উন্নয়ন কি? চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।

১১। ভাৰতীয় অৰ্থনৈতিক বহনক্ষম উন্নয়ন সুনিশ্চিত কৰিবলৈ চৰকাৰে লোৱা ব্যৱস্থাসমূহ উল্লেখ কৰা।

১২। পৰিৱেশ আৰু অৰ্থনীতিৰ মাজত কিবা পাৰ্থক্য আছে বুলি ভাৱানে? যদি ভাৱা তোমাৰ মতামত আগৱঢ়োৱা।

১৩। ভাৰতবৰ্ষত পৰিৱেশ সম্পৰ্কে এটি টোকা লিখা।

 

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)







Type: Pallab jyoti bora



Post ID : DABP006323