তথ্যসমূহৰ উপস্থাপন | Chapter ৩ | Class 11 Economics Assam | Class 11 Economics Assamese Medium Quiestion And Answer | HS 1st Year Assamese Medium Economics notes | HS 1st Year Economics Assamese Medium | Higher Secondery Economics Suggestion
👉 Download Text-Book PDF
👉 MCQs Type Solution
👉 Online Test Chapter -1
👉 Paid Solution (For Membership User)
১। উত্তৰ দিয়াঃ
(ক) তালিকা এখনৰ প্ৰথম স্তম্ভ কি?
(খ) বিন্দু মানচিত্ৰ কি?
(গ) বাৰংবাৰতা লেখ কি?
(ঘ) বাৰংবাৰতা বহুভূজ বুলিলে কি বুজা?
(ঙ) আয়ত ক্ষেত্ৰ কেনেকৈ আকিব পাৰি?
(চ) ভঙামাৰি চিত্ৰ কেনেকৈ পৈব পাৰি?
২। তথ্য উপস্থাপনৰ পদ্ধতিবোৰ ব্যাখ্যা কৰা।
৩। যি কোনো চাৰিটা তথ্য উপস্থাপন পদ্ধতি চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।
৪। তলৰ বস্তুখিনি উপযুক্ত চিত্ৰৰ সহায়ত উপস্থাপন কৰা।
বছৰঃ 2000 2001 2002 2003
ছাত্ৰ ছাত্ৰী সংখ্যাঃ 500 550 600 700
৫। শ্ৰেণীত ৩০ জন ছাত্ৰৰ অৰ্থনীতি বিষয়ত পোৱা নম্বৰ দিয়া হৈছ। শ্ৰেণী অন্তৰাল ১০ লৈ এখন বাৰংবাৰতা বিভজন তালিকা প্ৰস্তুত কৰা।
10 15 60 50 40 41 45 30 30 20 25 55 58 56 40 15 60 50 40 43 25 10 12 35 35 51 55 33 20 45
৬। প্ৰদত্ত তথ্যৰ সহায়ত কৌণিক বা পাই চিত্ৰ অংকন কৰা।
শিতান ঃ খাদ্য বস্ত্ৰ ইন্ধন/পোহৰ অন্যান্য
ব্যয়ৰ পৰিমাণ (টকাত) ঃ 2000 1000 500 2500
CBSE sample questions :
1. What is array?
2. Following are the marcks obtained by 20 students in an Economics Test :
5, 16, 17, 17, 20, 21, 22, 22, 22, 25, 26, 26, 30, 31, 31, 34, 35, 42, 48.
Prepare a frequency distribution taking class interval of 10 using exculsive and inclusive method.
3. Define frequency polygon.
4. explain the main parts of a good statistical table.
5. define a historgram and frequency.
6. Discuss the utility of diagrammatic presentation.
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Post ID : DABP002842